Тёмный

কিমান সঁচা বাস্তুশাস্ত্ৰ?vastu shastraৰ বৈজ্ঞানিক ভিত্তি আছেনে নাই?আপুনি কিয় বিশ্বাস কৰে Vastu tips 

Unique Infotainment
Подписаться 9 тыс.
Просмотров 68 тыс.
50% 1

vastu tips
vastu shastra
scientific reasons of vastu tips
is vastu shastra fake
is vastu tips fake
vastu shastra for home
vastumiracles
vastu assam
vastu chitra
vastumiracles mantra
vastu shastra
bastu bichar for home
vastu puja
vastu shastra for home
#evergreenhits
assam job news today
bastu
supa supi
vastu
vastu assam

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 130   
@bontisarmah7541
@bontisarmah7541 4 месяца назад
আমাৰ ঘৰো দখিন মুখী হয় ২০ বছৰ ধৰি আছো ।উন্নতিহে হৈছে লাহে লাহে । এই বোৰ চাই থাকিলে মানুহ বলিয়াহে হব ।
@sanatankalita5214
@sanatankalita5214 4 месяца назад
ঈশ্বৰে ৰক্ষা কৰিলে কোনে কি কৰিৱ পাৰে ! সকলোৰে মূল প্ৰভু ঈশ্বৰ । প্ৰভু ঈশ্বৰৰ আশ্ৰয় পোৱা কামনা কৰিৱ লাগে । জয় প্ৰভু নাৰায়ন ।
@aneenepali
@aneenepali 4 месяца назад
😂🎉🎉🎉😢😂😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮
@bhargabsarma6711
@bhargabsarma6711 3 месяца назад
মানি চলিব পাৰিলে নিজৰ ভাল। বাস্তু হ'ল প্ৰাকৃতিক গুণৰ দ্বাৰা সংপৃক্ত হৈ নিজৰ ঘৰখন নিৰ্মাণ কৰা আৰু সুন্দৰভাৱে জীৱন যাপন কৰা শৈলি।
@sanjibbora1789
@sanjibbora1789 4 месяца назад
একেবাৰেই সঁচা কথা ,এইবোৰ মানি একো লাভ নাই,কৰ্মই ধৰ্ম।তাকে যেনিবা ভাল কাম কৰিলে ভাল ফল পায় বেয়া কাম কৰিলে বেয়া ফল পায়।
@hemangakalita3273
@hemangakalita3273 3 месяца назад
Right 👍
@parthamoni1608
@parthamoni1608 4 месяца назад
বাস্তু শাস্ত্ৰ পঢ়ি / বাস্তুশাস্ত্ৰৰ দ্বাৰা বহু উপকৃত হৈছো। আৰু এটাৰ পিছত এটা সুফল পাই আছো ।
@anjanaburagohain8952
@anjanaburagohain8952 3 месяца назад
Bastu hastra নহয় Bastu kitap বুলি কবা Hastra rলগত কিতাপ শব্দ টো মিলাই Hastraক অপবিত নকৰিবা মোৰ ঘৰটো দক্ষিণ ফালে আছে আজিলৈকে একো অমঙগল হোৱা নাই
@অসমীয়াhindu6777
@অসমীয়াhindu6777 4 месяца назад
Vastu শাস্ত্ৰ হল আধুনিক যুগত কিছু লোকৰ বাবে পেট পোহাৰ ব্যৱসায়
@unique232
@unique232 4 месяца назад
বিশ্বাস অবিশ্বাস সম্পূৰ্ণ ব্যক্তিগত কথা
@pranambaruah7086
@pranambaruah7086 4 месяца назад
একে বাৰে শুদ্ধ
@DiptaSRy
@DiptaSRy 4 месяца назад
Toi kela aku najano karone aneke bokiso
@hitutpalboruah
@hitutpalboruah 4 месяца назад
10000%ri8
@ajoyrabha3294
@ajoyrabha3294 3 месяца назад
Nohole doctor bilakak puhi jiban par kurilei hol.... Jai shree ram
@govinda5870
@govinda5870 2 месяца назад
My house is south facing, I lost my my brother at age of 30,Father was in hospital for 3 months due to an accident. Just telling my experience.
@beautydutta8717
@beautydutta8717 4 месяца назад
মই ভুক্তভুগি , vastu দোষৰ ফলত এখন ঘৰ শেষ হৈ গল ,মই সম্পূৰ্ণ বিশ্বাস কৰিবলৈ লৈছো
@nirupoma5935
@nirupoma5935 3 месяца назад
এতিয়া আপুনি পৰিত্ৰাণ পালেনে?
@sumisharma1022
@sumisharma1022 4 месяца назад
আমাৰ ওচৰৰ কেবা ঘৰো ভূল দিশত দুৱাৰ মুখ,পাকঘৰ ,পাইখানা ঘৰ ।কিন্ত সিহঁতৰ ঘৰ কেইখনৰ অৱস্থা ইমানেই ভাল ভাষাৰে বুজাব নোৱাৰিম ।
@AngelicChamber
@AngelicChamber 3 месяца назад
Najanake kunu kothai bhul information nidiba...vastur bikhoye amar Ved Shastrat bhalkoi ullekh ase...jodi tumi hindu hoi tetiahole vastu maniba... bhagwan ase karne vastu ase...
@kamalsaikia1151
@kamalsaikia1151 3 месяца назад
Kunua hari jab nuware ji jatia nahaok.kisu remedi alp paribratan hb pare desh loi
@hemantabarman5310
@hemantabarman5310 3 месяца назад
ঘৰৰ ঠিক সোঁমাজত থিয় হৈ মোবাইলৰ কম্পাছ উলিয়াই ১২৫ ডিগ্ৰীৰ পৰা ১৯০ ডিগ্ৰী লৈকে নীলা ৰং। আৰু ১৯০ ডিগ্ৰীৰ পৰা ২৩৫ ডিগ্ৰী লৈ সেউজীয়া ৰং দি ৬০ দিন চাই লোৱা কি হয়? তাৰ পিছত কথা পাতিম বাস্তুশাস্ত্ৰৰ বিষয়ে।
@MaaChakravarty
@MaaChakravarty 3 месяца назад
Ki hob kok son janib Mon asil
@samudranathdeka4879
@samudranathdeka4879 4 месяца назад
কোনোবা কৌটিৰ ভিতৰত এজনৰ কিবা এটা হলে এইধৰনে কোৱাটো উচিত নহয় ! কোনো কোনোৱে নাস্তিক ও হব পাৰে সেইটো বাৰু নকওঁ । Income কৰিবলৈ কৰ্ম কৰিবই লাগিব । আৰু লোণ ললেটো পৰিশোধ কৰিবই লাগিব সেইটোও মনত ৰখা উচিত ! লগতে আজি প্ৰথম দেখিলোঁ আপোনাক।
@ramalachaudhury-it9sp
@ramalachaudhury-it9sp 4 месяца назад
Ami skalay akelage prithibit aso. Mor ghar to uttarmukhi un karo bar dakhinmukhi. Matilhini jano mor nijar. Prithibi khan to sakalare.
@amiyachetia2017
@amiyachetia2017 3 месяца назад
এই বিলাক বিষয়ত বেছি সোমাই পৰিলেই আউল লাগে। মূল দিশ কেইটা মিলিলেই হয়।আগৰ দিনত তেনেকৈ বনাইছিল। এতিয়া দেখোন একো এটা মানে ফুল দানী টোও যতে ততে থব নোৱাৰি ।এই দিশত নথব ইটো দিশত হে থব লাগে ইত্যাদি।
@bhadreswardeka1695
@bhadreswardeka1695 3 месяца назад
নিজ হাতেৰে কাম নকৰিলে বস্তু শাস্ত্ৰ ই ধনী কৰি দিব পাৰিব নেকি ? নিজকে ভাবি চোৱা।
@kamalsaikia1151
@kamalsaikia1151 3 месяца назад
আনৰ অজুহাত লৈ আনেকোৱা কথা যে কৈছে,পঞ্চতত্ত্ব বিষয়ে বৰ্ণনা নকৰিলে কিয়? যিসকলে নামানে NE toilet বনাই চাওঁক ,SW পুখুৰী খান্দি পানী নাৰাখে কিয়? 😂 SSW পৰিয়ালৰ এখন ফটো ওলমাই নেৰাখে কিয় ? শুনক মহাশয়,আপুনি মইনো কোন স্বয়ং ভগৱান পৃথিৱীত জন্ম ললেও বাস্তুশাস্ত্র মানিচলিব ,কাৰণ তেওঁৰেই সৃষ্টি, নহলে কোনো শাৰী যাব নোৱাৰে।পঞ্চতত্ত্ব নহলে জীৱ সৃষ্টি কোনো কাৰণত হবয়েই নোৱাৰে। জল আৰু পানী নহলে নমনাসকলে জীয়াই থাকিব পাৰিব নহনে ?নিজৰ কুৰকর্ম ফলত কোনোবা ধংস হোৱাটো স্বাভাৱিক কথা। সত্যত থাকক নিজৰ নিজৰ ঘৰত five Elemens সঠিক দিশত ৰাখক আৰু সুস্থহৈ থাকক 🙏
@rubigogoi5237
@rubigogoi5237 3 месяца назад
ভগৱানক বিশ্বাস কৰো বাবে, বাস্ত শাস্ত্ৰৰ নিয়ম- নীতি মানি চলো।
@ruparajkhowa4985
@ruparajkhowa4985 3 месяца назад
দক্ষিণ দিশ বেয়া কেতিয়াও নহয়। কিন্তু কিছুমান নিৰ্দিষ্ট কৰি দিয়া ঠাই হে অশুভ কৈছে
@bidyutgogoi1969
@bidyutgogoi1969 4 месяца назад
সম্পূৰ্ণ জ্ঞান নথকাকৈ শাস্ত্রভাগীৰ অপমান নকৰিবা, ময়মতম,নাৰদ পুৰান, বিশ্বকৰ্মা পুৰাণ আৰু ৰূকবেদ আৰু অৰ্থৱ বেদত বাস্তুৰ বিষয়ে বিতংকৈ আছে আৰু দক্ষিণ দিশৰ বিষয়ে যি কলে সেইয়া মই কোৱাতো আপোনাৰ দৰে মানুহক প্ৰয়োজন বোধ কৰা নাই।
@ilataye9579
@ilataye9579 3 месяца назад
আমি বাস্ত বিজ্ঞান সকলো সকলো বিশ্বাস কৰোঁ,কু কৰ্ম,কু বুদ্ধি আৰু মিছা ঠগ প্ৰৱঞ্চক সেইবোৰ ঘিণ কৰোঁ, নিজৰ মাক দেউতাকৰ আৰু পূৰ্ব পুৰুষ সকলৰ পূজ পিণ্ড দান ভালকৈ কৰক।
@paragsocial7156
@paragsocial7156 3 месяца назад
বাস্ত শাস্ত্ৰ এখন শাস্ত্ৰ হয় । আপোনাৰ কাহিনী কিমান দূৰ সঁচা নাজানো, কিন্তু আপোনাৰ মতামত একমত নহয়।
@jugamayadutta7272
@jugamayadutta7272 2 месяца назад
বাস্তূ শাস্ত্ৰ ই কোনো দিশেই বেয়া বুলি কোৱা নাই।
@sumisharma1022
@sumisharma1022 4 месяца назад
এই বিলাক মানিবলে গলে আমাৰ ঘৰ খন সম্পূৰ্ণ ভাঙি বনাব লাগিব ।
@golapidas8323
@golapidas8323 3 месяца назад
আপোনাৰ ঘৰখন এতিয়ালৈকে ভগৱানে ভালে ৰাখিছে নিশ্চয়।
@korobidas5121
@korobidas5121 3 месяца назад
ঠিকেই
@bontigogoi2622
@bontigogoi2622 4 месяца назад
Right messege
@SurenDutta-ck2jp
@SurenDutta-ck2jp 4 месяца назад
এটা বিষয়ৰ ওপৰত নজনাকৈ কিয় ভিদিঅ কৰিছা প্ৰথমে বাস্তুৰ জ্ঞান লৈ লোৱা
@unique232
@unique232 4 месяца назад
বিষয়টোৰ ওপৰত মোৰ ব্যক্তিগত কোনো মন্তব্য প্ৰকাশ কৰা নাই। এজন ব্যক্তিয়ে লিখা এটা প্ৰৱন্ধ আৰু "Times property"ৰ ৱেবছাইটত প্ৰকাশ কৰা তথ্যৰ ভিত্তিতহে ভিডিও প্ৰস্তুত কৰিছো।(udaypai.in/is-vastu-fact-or-fake/ )- কোনো ব্যক্তিৰ নিজস্ব চিন্তা চৰ্চা বা বিশ্বাস অবিশ্বাসক মই সন্দেহ কৰা নাই।
@khagenbhuyan6727
@khagenbhuyan6727 4 месяца назад
Mor jibon to ek matra Vogobanok biswash Kori kotalo, nijor MON thik thakilei hol,🙏🙏🙏
@lavitasarma862
@lavitasarma862 4 месяца назад
Mor o atjya anekuwa hoise. Ghr bonuwa hoi gol vul jegat ase kisumn bostu. Kholoni koribo o nuwaro.. Bastu vediobur saai sai depression he hoisu vabi vabi😢husbandor kimn gaali o khaisu. Bhogowanot bahire ako nai. Teor oporte vorokha korisu..
@animakapathak1790
@animakapathak1790 4 месяца назад
Thank u vai lagil sai
@binashnath8552
@binashnath8552 2 месяца назад
Vastu xastro r proman ami paisu...... Jar vastu dox ase taro fol powa dekhisu
@gitikadas6724
@gitikadas6724 3 месяца назад
Bhal lagil
@kushalbaruah8438
@kushalbaruah8438 3 месяца назад
Right
@sailendranathdas7345
@sailendranathdas7345 3 месяца назад
It is a science how to balance gravitational magnetic and universal laws of gravitation and to balance air water and fire mean heat element.You canot directly refused the importance of vastu.Because in basti there are some principle which is related to science
@xmdi3687
@xmdi3687 4 месяца назад
সুন্দৰ পৰামৰ্শ
@deepalideka718
@deepalideka718 4 месяца назад
পৃথিৱী ঘূৰণীয়া।দিশ বুলি কথা নাই‌‌
@DevYansh-g1g
@DevYansh-g1g 3 месяца назад
Science east bula bostu tu kot pale অলপ ভাবি ছাব । লিখিব পাৰোঁ বুলি যি টি নিলিখিবি
@DatabaseDevi
@DatabaseDevi 4 месяца назад
বাসতুজ্ঞসকল নিজে সুখী নে বাৰু
@vikrambrahma5554
@vikrambrahma5554 3 месяца назад
I believe in Vastu.
@maharnabshivamnath9835
@maharnabshivamnath9835 Месяц назад
আমাৰ ঘৰটোৱো দক্ষিনমুখী। ৰাস্তাটৌ দক্ষিন ফালে।
@MaaChakravarty
@MaaChakravarty 3 месяца назад
Moi vagaban bisas koru kintu aibor bisas nokoru kintu hoi kisumane agar dinat kisuman manuh asil ji koi dib pare xasakoi kintu atiya nai
@prasannasaharia2402
@prasannasaharia2402 3 месяца назад
কেৱল জনপ্ৰিয়তাৰ বাবে ভিত্তিহীন কথা।
@rajumonibaruah8389
@rajumonibaruah8389 4 месяца назад
কাম নাই ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক
@jurinathkalita64
@jurinathkalita64 3 месяца назад
ঠিকেই কৈছে। যিয়ে মানে মানক নমনাক জোৰ কৰা দৰকাৰ নাই। বিশ্বাস টো নিজৰ কথা
@NiranRabha-l3w
@NiranRabha-l3w 3 месяца назад
মনা নমনা নিজৰ কথা।কিন্তু আনক উপদেশ দিয়াৰ বাবে কাৰণ দৰ্খাব নালাগে
@dhaniramdas7116
@dhaniramdas7116 3 месяца назад
ভগবাৰ প্ৰথম আইন খনে হৈছে বাস্তু মানে ঘৰ মানিৱ পাৰিলে ভাল
@manashnath9575
@manashnath9575 3 месяца назад
rakhe hari mare kune mare hari rakhe kune .............. harirk sinta kora aneu sob thik hbo.......
@amardas8527
@amardas8527 3 месяца назад
Half knowledge is always dangerous…
@mausumipatowary7147
@mausumipatowary7147 3 месяца назад
অলপো নকৰোঁ ৷ কিন্ত ভগৱান বিশ্বাসী মই ৷
@roiumbon5172
@roiumbon5172 4 месяца назад
শিৱ জানো বাস্তৱ ? তাতে শিৱৰ ঘামৰ পৰা কুৎচিতেই হউক বাসুন্দৰে হউক,ঘামৰ পৰা মানৱ জন্ম, তাকেই আমি হাৰে হিমজোৱে সত্য জ্ঞান কৰি লো, আমৰ লগত আমৰ উঠি অহা প্ৰজন্মই দুমোজাত নপৰিবনে !
@gdas8965
@gdas8965 2 месяца назад
Bastu kitap porhi ghar khon sajab pare...koto sab loga prayojan nai😊
@অসমীয়াবনৌষধ-ল৫ছ
অলপ মানিবলৈ চেষ্টা কৰিব। ❤
@unique232
@unique232 4 месяца назад
আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ। ইয়াত মোৰ কোনো ব্যক্তিগত মন্তব্য নাই। এজন লোকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি লিখা এটা প্ৰৱন্ধ আৰু times property- এ প্ৰকাশ কৰা লেখাটোহে দাঙি ধৰিছো। (udaypai.in/is-vastu-fact-or-fake/)- পঢ়ি চাব। বিষয়টোৰ ওপৰত বহু প্ৰশ্ন বহুতৰে আছে, গতিকে মই Times property আৰু উপৰোক্ত লিংকৰ প্ৰৱন্ধটো তুলি ধৰিছো। মই বাস্তুৰ বিৰোধিতাও কৰা নাই, বা সমৰ্থনো কৰা নাই।
@RinkuLahon-n9l
@RinkuLahon-n9l 4 месяца назад
Manile dhan namanile potan.🙏
@Borah7877
@Borah7877 4 месяца назад
Bussiness policy
@CHIRANJEETCHETIA1111
@CHIRANJEETCHETIA1111 4 месяца назад
VASTU ATA SCIENCE HOI PROKITIR SAKTIK IYAT BALENCE KORA HOI
@kamalthakiria5156
@kamalthakiria5156 4 месяца назад
Vastu is real best
@dipalikumar6530
@dipalikumar6530 3 месяца назад
Karmai dharma .🙏
@_R_B_K_777
@_R_B_K_777 4 месяца назад
মই বাস্ত বিশ্বাস কৰো
@unique232
@unique232 4 месяца назад
বিশ্বাস অবিশ্বাস সম্পূৰ্ণ ব্যতিগত কথা। সকলোৰে চিন্তা, যুক্তিক আমি শ্ৰদ্ধা কৰিব লাগে। সকলো বস্তুৰে ভাল- বেয়া দুয়োটা দিশেই থাকে।
@babulborah9448
@babulborah9448 3 месяца назад
Vastu srastro bish নকৰোঁ মানুহ ভয় খাই মাৰিব
@editionboy8479
@editionboy8479 4 месяца назад
বাস্তূ +
@rajibbora1813
@rajibbora1813 4 месяца назад
মানসিক চাপ নলোৱা ভাল ❤
@rupadehingia5595
@rupadehingia5595 3 месяца назад
মই বহুত কৰো
@dnjlovelove5998
@dnjlovelove5998 3 месяца назад
কৰ্ময়ে ধৰ্ম
@rajkumarpatir2204
@rajkumarpatir2204 4 месяца назад
Road tu south t thakile ghorkhon r probesh duwar uttarot dibo lagibo nohoy janu.jot pisfalorpora hubidha nay.ghor khon north,east,west,south,jimuwai houk main door tar biporit hobo pare tate ki hoise manuhor comment kori jonabo.ami gaonr manuh bur basthu r koatha 99%najanu.ghor akhon lage veti chek kori bonai thaku.
@deboofficheal
@deboofficheal 4 месяца назад
আগতে যি ভুগিলো বাসতু কিতাপপঢ়ি পৰমান পালো আনৰ কথা নকও
@golapidas8323
@golapidas8323 3 месяца назад
আপুনি বাস্তুশাস্ত্ৰৰ কিতাপ কিনিছে নেকি বাৰু ?
@astrologertroilokyabaruah
@astrologertroilokyabaruah 3 месяца назад
Misguide people... Little learning is too dangerous...
@jt7021
@jt7021 4 месяца назад
Aapuni science r student hoi jen paisu. Heiye anekoi koise. Vastu is real.❤
@RumiHukai
@RumiHukai 4 месяца назад
Bhul bastu bonaletu. Bhul hoboi kintu bastu khastro bhul nohoi
@purbakantabarman431
@purbakantabarman431 4 месяца назад
বাস্তু শাস্ত্ৰৰ কোনো বৈজ্ঞানীক প্ৰমাণ নাই। ই সম্পূৰ্ণ ৰূপে ভাৱবাদ।মোৰ মতে ই এক অন্ধ বিশ্বাস হে, বাস্তৱতা একো নাই।
@Divarsh601
@Divarsh601 3 месяца назад
ভাল কাম কৰিলে ভাল ফল পাম বেয়া কামত বেয়া ফল পাম
@সন্যাসীনী
@সন্যাসীনী 4 месяца назад
Moi nkru. Kormoi dhorma.
@kiransharmah
@kiransharmah 3 месяца назад
আপোনালৈ বহুত বহুত ধন্যবাদ ।
@RumiHukai
@RumiHukai 4 месяца назад
Bitorko video nobonabo pleas
@MoniDas-z9t
@MoniDas-z9t 4 месяца назад
Trust it
@unique232
@unique232 4 месяца назад
আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ। ইয়াত মোৰ কোনো ব্যক্তিগত মন্তব্য নাই। এজন লোকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি লিখা এটা প্ৰৱন্ধ আৰু times property- এ প্ৰকাশ কৰা লেখাটোহে দাঙি ধৰিছো। (udaypai.in/is-vastu-fact-or-fake/)- পঢ়ি চাব। বিষয়টোৰ ওপৰত বহু প্ৰশ্ন বহুতৰে আছে, গতিকে মই Times property আৰু উপৰোক্ত লিংকৰ প্ৰৱন্ধটো তুলি ধৰিছো। মই বাস্তুৰ বিৰোধিতাও কৰা নাই, বা সমৰ্থনো কৰা নাই।
@nilishaika5262
@nilishaika5262 4 месяца назад
Bastu. Ye. Dakhin...mukhi . Ghor. Ahuvo. Buli. Kunu. Din. Kuwa. Nai.
@unique232
@unique232 4 месяца назад
According to Vastu Sastra, any house or establishment with an entrance from the south is inauspicious and doom is guaranteed….” udaypai.in/is-vastu-fact-or-fake/ According to this article, plz read
@bidyutgogoi1969
@bidyutgogoi1969 4 месяца назад
বুৰ্বক বোৰক বুজাই লাভ নাই
@manjuphukan5280
@manjuphukan5280 3 месяца назад
Moi nkoru.ak atro vogobank he bisxas koru
@mrinalidas1471
@mrinalidas1471 4 месяца назад
চাবলৈ গ'লে একো নহয়। আচলতে মানুহে পূবলৈ মুৰ কৰি পুজা কৰে কাৰনে পায়খানা টেংকী নবনায়। কোনো ধৰ্মত পশ্চিম ফালে মুৰ কৰি পুজা কৰে।সিহঁতৰ কাৰনে পশ্চিম ফালে দৰজা ভাল।কথাটো একেটাই।
@bhupenkakati-v2v
@bhupenkakati-v2v 4 месяца назад
Bor xundar koi Bornona korise. Bastu Sastror Namot Brihat Bepar Aarombha korise.
@rupadehingia5595
@rupadehingia5595 3 месяца назад
Bishas nokora keitai nesalei hol
@sumendradewri2275
@sumendradewri2275 Месяц назад
মই বিশ্বাস নকৰো৷
@leenamoongogoi3581
@leenamoongogoi3581 3 месяца назад
Mohadev ei hokolu
@sailenmedhi2684
@sailenmedhi2684 4 месяца назад
এটো এটা বিশ্বাস ৰ বসটু
@unique232
@unique232 4 месяца назад
ঠিক কৈছে।
@subodhbhuyan9791
@subodhbhuyan9791 4 месяца назад
Bishakh
@guningogoi1009
@guningogoi1009 4 месяца назад
Andhokumar.
@gunajitsarma5579
@gunajitsarma5579 4 месяца назад
Aagote apuni alop nijei jani louk tar pisat video bonabo .karobat ki alop suni ba dekhi video bonuwa2 usit nohai .
@GeeatwaliDeka
@GeeatwaliDeka 4 месяца назад
বেলেগ বেলেগ বাস্তুশাস্ত্ৰবিদৰ মতামত বেলেগ হোৱা দেখা যায়
@purnanandarajkhowa8712
@purnanandarajkhowa8712 4 месяца назад
মাথো সাধুৰ দৰে কাহিনী।এটোপাল ঘাম! তাৰ পাছত ৰাক্ষস আৰু এটিয়া আমাৰ ঘৰত,ব্যৱসায়ত! জানিব পাৰি ভাল লাগিল মানে বাছিলোঁ।
@unique232
@unique232 4 месяца назад
বিশ্বাস অবিশ্বাস সম্পূৰ্ণ ব্যক্তিগত কথা
@ajnggi
@ajnggi 4 месяца назад
Gutai prithibit vastu mata ghor bonai vai.
@anantabasumatry7308
@anantabasumatry7308 4 месяца назад
যি সকলে বাস্ত শাস্ত্ৰ বিশ্বাস কৰে তেওঁলোক হৈছে মহা মূৰ্খ
@reetaborthakur2255
@reetaborthakur2255 4 месяца назад
Bebohai
@animakapathak1790
@animakapathak1790 4 месяца назад
Amaru daxinmukhi
@satimansai3136
@satimansai3136 4 месяца назад
Thick koisey .
@jayantanath6998
@jayantanath6998 4 месяца назад
মইঅ এইবোৰ নামানো
@BobitaTalukdar-dj2tu
@BobitaTalukdar-dj2tu 4 месяца назад
Vastuvid sokole pagol bonai arib
@anjumanidevi5935
@anjumanidevi5935 3 месяца назад
Tortoise কোন ফালে ৰাখিম
@rajumonibaruah8389
@rajumonibaruah8389 4 месяца назад
দুৰ্বল মানুহৰ কাম
@ajnggi
@ajnggi 4 месяца назад
Tur jonma howta j suwaisila bapara. Bapara morila suwabi putara . Ki aibur tana
@sukumarsarma2350
@sukumarsarma2350 4 месяца назад
Bopai o ki bujala video tu re.study Kori video bonaba.view pabor babe video bonaisa thike ase.val knowledge lob lagibo.
@dsaikia8980
@dsaikia8980 3 месяца назад
বেজ আৰু বাস্তু কেতিয়াও বিশ্বাস নকৰিব ।
@golok..kakati
@golok..kakati Месяц назад
What...a ..faĺtu...
@manojkumardutta8590
@manojkumardutta8590 4 месяца назад
Aibur akebare faka.g biswas kore teu bipod
@unique232
@unique232 4 месяца назад
বিশ্বাস-অবিশ্বাস সম্পূৰ্ণ ব্যক্তিগত কথা।
@MoniDas-z9t
@MoniDas-z9t 4 месяца назад
Tumi Kun hoi, aahila kakurra
@unique232
@unique232 4 месяца назад
আপোনাৰ মতামত জনোৱাৰ বাবে ধন্যবাদ। ইয়াত মোৰ কোনো ব্যক্তিগত মন্তব্য নাই। এজন লোকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি লিখা এটা প্ৰৱন্ধ আৰু times property- এ প্ৰকাশ কৰা লেখাটোহে দাঙি ধৰিছো। (udaypai.in/is-vastu-fact-or-fake/)- পঢ়ি চাব। বিষয়টোৰ ওপৰত বহু প্ৰশ্ন বহুতৰে আছে, গতিকে মই Times property আৰু উপৰোক্ত লিংকৰ প্ৰৱন্ধটো তুলি ধৰিছো। মই বাস্তুৰ বিৰোধিতাও কৰা নাই, বা সমৰ্থনো কৰা নাই।
@subodhbhuyan9791
@subodhbhuyan9791 4 месяца назад
Bishakh
Далее
На самом деле, все не просто 😂
00:45