Тёмный

কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১ 

Lohor-লহৰ
Подписаться 43 тыс.
Просмотров 298 тыс.
50% 1

কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১
নমস্কাৰ, জয় জয়তে সকলোলৈকে পবিত্ৰ ভাদ মাহৰ সেৱা নিবেদিছো। শংকৰ মাধৱ গুৰু দুজনা বৈকুণ্ঠগামী হোৱা এই পবিত্ৰ ভাদ মাহতে অসমৰ সত্ৰ নামঘৰ আৰু প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে গুৰু দুজনৰ অৱদান কীৰ্ত্তন, ঘোষা, ভাগবত আদিৰ ব্যাপক চৰ্চা কৰা হয় । এইসমূহ পুথি পাঠ কৰোতে ইয়াৰ কিছুমান পৰম্পৰাগত সুৰত পাঠ কৰা হয়। সেই সুৰ সমূহ নৱপ্ৰজনমৰ মাজত শুদ্ধ ৰূপত প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে যাতে অদূৰ ভৱিষ্যতলৈও এই সুৰ সমূহ সংৰক্ষিত হৈ থাকে। ধন্যবাদ।

Опубликовано:

 

30 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 560   
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
সকলোৰে চৰণত আমাৰ সেৱা নিৱেদিলো। আমাৰ ভিডিঅ 'সমূহ চাই গঠনমূলক দিহা পৰামৰ্শৰে উৎসাহিত কৰাৰ বাবে সকলোৰে ওচৰত আমি কৃতজ্ঞ। কীৰ্ত্তনৰ শ্লোক ভাগি আমি নিতান্তই সংস্কৃতত উচ্চাৰণ কৰিব লাগে, সেইকথা আমাৰ অবিদিত নহয় । কিন্তু আমি পৰম্পৰাগত পাঠৰ ওপৰত গুৰুত্ব দিয়া বাবে পূৰ্বজ সকলক অনুসৰণ কৰি ইয়াৰ উচ্চাৰণ মাতৃভাষাত কৰা হ'ল। আপোনাসৱৰ ওচৰত ইয়াৰ মাৰ্জনা বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ' সমূহত এই ভুলৰ পুনৰাবৃত্তি নহ'বৰ বাবে আমি দায়বদ্ধ।
@shyamborah7138
@shyamborah7138 Год назад
00😅😅
@manikadutta7126
@manikadutta7126 Год назад
🙏🏽
@anandiramdeka9406
@anandiramdeka9406 4 месяца назад
😊
@anandiramdeka9406
@anandiramdeka9406 4 месяца назад
😊😊😊😊😊😊😊😊😊😊😊😊0😊😊😊😊😊😊😊😊😊😊
@dhirendutta7989
@dhirendutta7989 Месяц назад
জঙ্ঘ্ৰায় নে জঙ্ঘ্ৰায়
@ankurbaruah3576
@ankurbaruah3576 Год назад
আপোনাৰ কীৰ্তনৰ শুৰৰ কথা বাদেই দিয়ক শব্দ উচ্চাৰণেই শুদ্ধ হোৱা নাই।
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
হয়, আমাৰ শব্দৰ উচ্চাৰণ ভুল হোৱাৰ বাবে আগতেই ক্ষমা প্ৰাৰ্থনা মাগিছো
@RJHMvideoblogs
@RJHMvideoblogs Год назад
কৃষ্ণ । ঠাইভেদে সূৰৰ তাৰতম্য নুই কৰিব নোৱাৰি। বৰপেটা অঞ্চলৰ সূৰ বেলেগ। প্ৰকাশহে কৰিছো সমালোচনা কৰা নাই 🙏😊
@ronujbhuyan5217
@ronujbhuyan5217 Год назад
সকলো শুনিলো শিকিলো দুটা কথা আপোনাৰ পৰা ভাল লাগিল। এটা কাম নকৰিব ব ৱ দুটা বেলেগকৈ উচ্চাৰণ কৰিব।
@BhubonChDas
@BhubonChDas 4 месяца назад
🙏🙏🙏Krishna Krishna Krishna
@babitasaikia4793
@babitasaikia4793 Год назад
শ্লোকৰ উচ্চাৰণ শুদ্ধ হোৱা নাই । পুৰণা কীৰ্তন আৰু নতুন কীৰ্তন মানে কি ? ছপা নহয়, সাঁচিপতীয়া কীৰ্তন হে পুৰণি ।
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
মন্তব্যৰ বাবে ধন্যবাদ, মই পুৰণি শব্দৰ দ্বাৰা আগৰ ছপা কীৰ্তনৰ কথাহে কৈছোঁ।
@kumudkalita698
@kumudkalita698 Год назад
সংস্কৃতত থকা শ্লোকত স'ৰ উচ্চাৰণ চ'ৰ দৰে নহয় নেকি বাপ। কৃষ্ণ।
@shyammahanta7317
@shyammahanta7317 Год назад
আপোনাৰ সুৰ সুন্দৰ হৈছে| কিন্তু শ্লোকৰ উচ্চাৰণ শুদ্ধ হোৱা নাই | সংস্কৃতত স ৰ উচ্চাৰণ চ হয়| বেয়া নাপাব | বাকী প্রচেষ্টা আৰু উদেশ্য সলাগ লৈছো|🙏🙏👍👍
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ
@mbharali2627
@mbharali2627 Год назад
ঠাই বিশেষে বেলেগ বেলেগ সুৰ। শ্লোকটো সঙষ্কৃতত আছে। আমাৰ সমাজত বাচুদেৱায় (বাসুদেৱায়) বুলি গোৱা হয়।
@birenborah2773
@birenborah2773 Год назад
কীৰ্তনৰ শ্লোক ভাগ সংস্কৃত ভাষাত লিখিত গতিকে স ৰ উচ্চাৰণ অসমীয়া চৰ দৰে হ'ব লাগে বুলি ভাবিছো। ভুল‌ হ'লে ক্ষমা কৰিব।
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ।
@mahendradutta9567
@mahendradutta9567 Год назад
শ্লোকভাগিৰ সংস্কৃত উচ্চাৰণ সঠিক হোৱা নাই ৷
@nizoraborah2237
@nizoraborah2237 Год назад
কৃষ্ণ । বাপজনালৈ অশেষ ধন্যবাদ ও সেৱা নিবেদি লো । সম্পূৰ্ন কীৰ্তন টি শুনাই গ'লে কৃতাৰ্থ হম ।কৃষ্ণ।
@purnalaldas.purnalaldas1556
Nice
@umahazarika
@umahazarika 20 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏
@mridusmitasaikia7123
@mridusmitasaikia7123 Год назад
হে কৃষ্ণ হে বাসুদেৱ 🙏🕉️🙏 । কৃষ্ণ কৃষ্ণ বাপ 🙏। শ্লোক ভাগত দৈৱকী নহয় দেৱকী বুলি উচ্চাৰণ হয় । যিহেতু শ্লোক ভাগ দেৱ ভাষা সংস্কৃত হয় । অনুগ্ৰহ কৰি সংস্কৃত পণ্ডিতসকলৰ পৰাৰ জানি লব মোৰ ভুল হলে ক্ষমা কৰিব 🙏। আমি এনেকৈ আপোনাৰ পৰাৰ শিকিব পাৰি কৃতাৰ্থ হৈছোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
আপোনাৰ মন্তব্য আৰু উপদেশৰ বাবে ধন্যবাদ।
@priyakshiborah5527
@priyakshiborah5527 Год назад
Hoi provu,
@nayanmonidutta9768
@nayanmonidutta9768 Год назад
শ্লোক ভাগিত সংস্কৃত উচ্ছাৰণ শুদ্ধ হোৱা নাই।
@muninoza4944
@muninoza4944 Год назад
কৃষ্ণ বাপ সুন্দৰ হৈছে, সংস্কৃতত স,শ,ষ চ উচ্চাৰণ কৰিব লাগে, আৰু দৈৱকী নহয় দেৱকি হব লাগে নেকি ? বাপ অপৰাধ হলে ক্ষমা কৰিব । কৃষ্ণ।
@lkdipankorsaikia9012
@lkdipankorsaikia9012 3 месяца назад
হয় বাৰু কথাটো
@mamonidas1659
@mamonidas1659 Год назад
Krishna probhu 🙏🙏🙏🙏
@sushantadassiv8175
@sushantadassiv8175 Год назад
Krishna bohut val lagil.❤ Bondhu holu❤ apuni u hobo dei
@RuprekhaphukanRuprekhaphukan
​@@sushantadassiv8175😂😂
@UpenSahariya
@UpenSahariya Год назад
​@@sushantadassiv8175.
@debaphukan6120
@debaphukan6120 Год назад
মহাপুৰুষৰ তিৰোভাৱ নহয় ।মহাপুৰুষৰ অৰ্থ কি প্ৰভুজনা জনাবচোন।
@monjurikagogoi1406
@monjurikagogoi1406 Год назад
প্ৰভু আপোনাক সেৱা জনালোঁ। নাম অপৰাধৰ ঘোষা আৰু পদৰ সুৰটো গাই শুনাই দিলে পৰম উপকৃত হ ম
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
নিশ্চয়
@updeshmala2737
@updeshmala2737 Год назад
শংকৰদেৱে গোৱা সুৰটো কি আছিল? সেই সুৰটো জনা হলে ভাল লাগিল হেঁতেন।
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
সেই ভাগ আমাৰ জ্ঞাত নহয়, আপোনালোকৰ দৰে বিজ্ঞ সকলৰ পৰা শুনিবলৈ পালে ধন্য হ'ম।
@jatindas5035
@jatindas5035 Год назад
আপোনাৰ উপদেশ বৰ মনোগ্ৰাহী হৈছে। কৃষ্ণ।
@DipaliKalita-pz2rz
@DipaliKalita-pz2rz Год назад
❤❤❤❤❤❤❤❤❤😮
@dhrubadeka52
@dhrubadeka52 Месяц назад
ভাল লাগিল বাপ বাপ আমি অৰ্থ ইমান নাজানো শব্দ দিশন্দিত হলে বহুত দুখ লাগে । আপোনাৰো শব্দৰ দি শন্দিত হৈছে কৃষ্ণ ।
@kanaksaikia7067
@kanaksaikia7067 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏 কলিয়াবৰ
@madhujyagogoi9721
@madhujyagogoi9721 Год назад
বাপ জনা, শ্লোক ভাগি উচ্চাৰণ সংস্কৃত ৰ হোৱা নাই । সংস্কৃত খ উচাৰণ নহয় ।
@jadumonideka1786
@jadumonideka1786 Год назад
আপোনাৰ সীমিত অভিজ্ঞতা তথা অধ্যয়নৰ পৰা যি দৰে নৱপ্ৰজন্ম শিকাব যত্ন কৰিছে বা প্ৰচেষ্টা এটা হাতত লৈছে এইটো সঁচাকৈ য়ে সুন্দৰ পদক্ষেপ। কিন্তু তাৰ আগতে আপুনিও অভিজ্ঞতাপুষ্ট জেষ্ঠ্য সকলৰ পৰা কিছু শিকাৰ প্ৰয়োজন আছে বুলি ভাবিছো । আপোনাৰ কথাত এনে লাগিল যেন আপুনি য়ে সকলোৰে উৰ্ধত। আমাৰ নামনি অসমৰ ফালে কিন্তু কিছু পৃথক। শুনিবলৈ য়ো ভাল লাগে। কথা হল কাৰোবাৰ মাত ডাঙৰ, কাৰোবাৰ সৰু। কাৰোবাৰ সুৰ অলপ ভাল আৰু কাৰোবাৰ অলপ বেয়া। উদ্দেশ্য কিন্তু এটায়ে । ঈশ্বৰ ভক্তি, কৃষ্ণ ভক্তি। কথাখিনি কোৱাৰ বাবে ভুল নধৰিব। মাৰ্জনা কৰিব। শ্ৰীকৃষ্ণাই নমো নমঃ।
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
আপোনাৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। আপুনি ঠিকেই কৈছে ভক্তিয়েই মূল। আমি আপোনাৰ দৰে অভিজ্ঞতাপুষ্ট জেষ্ঠ্যসকলৰ পৰা কিছু শিকিবলগীয়া আছে।
@assam9674
@assam9674 Год назад
মোৰ দেউতা ৰ সুৰ লগত মিলিছে । বহুত ভাল লাগিছে শুনি।। পুৰণা সুৰ
@TapanBora-x2g
@TapanBora-x2g Год назад
শ্লোক ভাগৰ উচ্ছাৰণ শুদ্ধ নহল ।
@dibakardutta9371
@dibakardutta9371 Год назад
কেশৱ , যাদৱ উচ্চাৰণ কেশব, যাদব হৈছে। কৃষ্ণ
@DimbeswarGogoi-i3l
@DimbeswarGogoi-i3l Месяц назад
কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ
@birajbaruah7681
@birajbaruah7681 Год назад
শ্লোক ভাগ যিহেতু সংস্কৃতত গোৱা হৈছে উচ্চাৰণ সু ঠাইত চু হব নেকি বাৰু ? কীৰ্তনৰ পাঠ ৰ পৰম্পৰাগত সুৰ ঠাই ভেদে বেলেগ হোৱা দেখা যায় l বাকী আপোনাৰ কণ্ঠ খুব সুন্দৰ। কৃষ্ণ।
@Kimtaehyungbiased
@Kimtaehyungbiased Год назад
কৃষ্ণ কৃষ্ণ 🙏🙏
@satyenborgohain5683
@satyenborgohain5683 Год назад
কৃষ্ণ কৃষ্ণ ! প্ৰণাম জনালোঁ ।
@bonsontaborah9215
@bonsontaborah9215 Год назад
বাপজন ; উত্তৰ মুৱাকৈ পাঠ কৰা হয় বুলি কোৱা হৈছে । ব্যাখ্যা শুনাৰ প্ৰয়াস থাকিল । কৃষ্ণ ।
@rupalimili244
@rupalimili244 Год назад
পুৰণি সুৰত বা পৰম্পৰাগত সুৰত প্ৰতিটো পাঠ পঢ়ি শুনিবলৈ অনুৰুধ জনাইছো। প্ৰভু 🙏🙏🙏
@rojoniprovabaruah5461
@rojoniprovabaruah5461 Год назад
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@surjyalatadutta1626
@surjyalatadutta1626 24 дня назад
কৃষ্ণ কৃষ্ণ
@maheswarsaikia2368
@maheswarsaikia2368 Год назад
শ্লোকটো যিহেতু sanskritত আছে তেতিয়া kha উচচাৰণ নকৰি 'sha' উচচাৰণ কৰিব লাগে ।
@HoreshNeog-k3x
@HoreshNeog-k3x 4 месяца назад
কূষ্ণ।শ্লোকভাগৰ উচ্চাৰণ কোনো সংস্কৃত পণ্ডিত বৈষ্ণৱৰ পৰা জানি ললে আৰু ভালহ'ব।কৃষ্ণ ।
@naliniadhikary6791
@naliniadhikary6791 2 месяца назад
বাপজনা সেৱা নিবেদিলো। শ্ৰীকৃষ্ণায় বাসুদেৱায়---শ্লোক ভাগ সংস্কৃত ভাষাত আছে, বাবে উচ্ছাৰণ ত কিছু ত্ৰুটি দেখা গ'ল। কৃষ্ণ 🙏
@pranjitojah7241
@pranjitojah7241 Месяц назад
শঙ্কৰদেৱে আৰু মাধৱদেৱ বৰপেটাত সএৰত আছিল। তেওলোকে যি সুৰ ৰচনা কৰিছিল। আপোনাৰ সুৰ তেওঁৰ লগত মিলা নাই। নেকি
@HareshDutta-ol7fs
@HareshDutta-ol7fs Год назад
কৃষ্ণ 🙏🙏 কথা এটি কওঁ বেয়া নাপাব - যিহেতু শ্লোক ভাগ সংস্কৃত ভাষাত লিখা সেয়ে সেয়ে উচ্ছাৰণত আপোনাৰ বহুত ভুল ৰৈ গৈছে ।
@alokkardowerah
@alokkardowerah Год назад
মহাশয়, নৱপ্ৰজন্মক মাৰ্গদৰ্শন কৰোৱাৰ বাবে ধন্যবাদ।
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
🙏🏻 কৃষ্ণ
@prasantabora5563
@prasantabora5563 Месяц назад
কীৰ্তনৰ শ্লোক যিহেতু সংস্কৃত ভাষাত লিখা আছে , গতিকে উচ্চাৰণ সংস্কৃত ভাষাৰ দৰে হব লাগে ।
@babulsarmah-wr6wx
@babulsarmah-wr6wx 11 месяцев назад
Nam ghara বিভিন্ন স্থানৰ নাম জানিব বিচাৰো,আপোনাৰ কীৰ্তনৰ সুৰ শুনি আপ্লুত
@tulshiborah221
@tulshiborah221 Месяц назад
আপোনাৰ সূৰভাগ হৈছে, কিন্তু আমাৰ লগত মিলা নাই। যদিও বা আচল সূৰ মই ভাবোঁ হোৱা নাই।
@pranjitojah7241
@pranjitojah7241 Месяц назад
কৃষ্ণ কীৰ্তন পৰম্পৰাগত সুৰ হোৱা নাই। কত পালে পৰম্পৰাগত সুৰ আপুনি?
@yahooij962
@yahooij962 5 дней назад
বৰ শুৱলা কণ্ঠস্বৰ, শুনি ভাল লাগিল l 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏
@laxmikripabarhoi9858
@laxmikripabarhoi9858 4 месяца назад
কৃষ্ণ বাপ সেৱা নিবেদিছোঁ, আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নহয় জানো?
@babysaikiababysaikia4911
@babysaikiababysaikia4911 Год назад
সুন্দৰ পদক্ষেপ 🙏🙏🙏
@BaikunthaChetia-ub8wp
@BaikunthaChetia-ub8wp 28 дней назад
Krishna 🙏
@jajneswarborgohain7694
@jajneswarborgohain7694 Год назад
কৃষ্ণ প্ৰভু বাপজনলৈ সেৱাহে জনালোঁ৷সুন্দৰ কন্ঠ তেখেতৰ৷
@biruvaibiruson.8207
@biruvaibiruson.8207 Год назад
যাদৱা নন্দহে নেকি প্রভূজন...ব উচ্ছাৰণ কৰিছে
@amarjyotigaonkhowa3498
@amarjyotigaonkhowa3498 Год назад
কৃষ্ণ গুৰু দেৱ আপোনি য়দি যিতো ভাগ ধৰে সমৰ্পিত কৰিলে আমাৰো সিকিবলৈ সহজ হব দয়া কৰি.....
@bubulgogoi3852
@bubulgogoi3852 4 месяца назад
কৃষ্ণ বাপ, কীৰ্ত্তন পাঠৰ উত্তৰ দিশৰ কথাটো অলপ বুজাই দিলে উপকৃত হম 🙏
@dipanjalibailung9347
@dipanjalibailung9347 Год назад
কৃষ্ণ কৃষ্ণ
@prabhatborah1433
@prabhatborah1433 Месяц назад
😅আমাৰ মতে উওৰ ফালে বহি দক্ষিণফালে মুখ কৰি গোৱা ‌হয়
@FulBoragogoi
@FulBoragogoi 11 месяцев назад
হে প্ৰভু কীৰ্তন শ্লোক টোৰ অৰ্থ কি সহজ ভাৱে বুজাই দিব নে
@babid5785
@babid5785 Месяц назад
Moi na hikaru... Kirtan pathor niyambur eneke hikai jaabo.. Krishna..
@padumkakati2938
@padumkakati2938 Год назад
একে সুৰ আমাৰ সৈতে। বীলাপ হে হল।
@BipinSaikia-ty7ju
@BipinSaikia-ty7ju Месяц назад
যদুমনি যাদব নহৈ যাদৱ হ'ব লাগিছিল। কৃষ্ণ।।
@assamunlimited348
@assamunlimited348 2 месяца назад
দাড়ি মোচ থাকিলে পাঠ কৰাত কিবা অসুবিধা আছে নেকি
@bkgogoi8636
@bkgogoi8636 Год назад
আপোনা লোক ঈশ্বৰ তুল্য ভগৱানে দয়া কৰক কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
@jagatnamrup3941
@jagatnamrup3941 Год назад
কৃষ্ণ🙏🙏🙏🙏🙏
@prasantakumarnath9469
@prasantakumarnath9469 Год назад
কৃষ্ণ কৃষ্ণ
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
কৃষ্ণ 🙏🏻
@liligogoi9816
@liligogoi9816 Год назад
কৃষ্ণ কৃষ্ণ ভাল লাগিল
@gobinsharma7346
@gobinsharma7346 20 дней назад
অতি উত্তম ব্যবস্থা. ধন্যবাদ. (শুধৰণি )
@phukan123
@phukan123 Год назад
প্ৰণাম প্ৰভু জনা , আপ্লুত হলো ❤❤ সম্পূৰ্ণ কীৰ্তন ভাগ পাঠ কৰি ব্যাখ্যা কৰিলে কৃতাৰ্থ সম।
@hiranyadas3255
@hiranyadas3255 Месяц назад
🕉️🙏🌷🌷🌷🌷☝️🙏 Shree Krishna Basudabay Ram Ram Ram Hari Hari Ram Ram Ram Ram Ram Jay shree Krishna Krishna Krishna Krishna Krishna Hari Hari Hari Hari Hari Hari ❤❤❤❤🎉🎉🎉🎉🎉
@nirjurajgogoi319
@nirjurajgogoi319 Год назад
গুৰুদুজনাৰ তিৰুভাৱ তিথিৰ বিষয়ে জনালে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম ৷ বাকী আপোনাৰপৰা কীৰ্ত্তনপাঠৰ অণুশীলণ কৰাৰ আৰম্ভ কৰিছো ৷ আগৰেপৰাই ঘৰতে পাঠ কৰি আহিছো যদিও বৰ ভাল হোৱা নাই বুলি মই নিজে ভাবোঁ ৷ কৃষ্ণ ৷
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
অশেষ ধন্যবাদ জনালো 🙏🏻 কৃষ্ণ
@bipulkalita6116
@bipulkalita6116 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏
@jintuborah3292
@jintuborah3292 Год назад
কৃষ্ণ,,,,,, সুন্দৰ নিদৰ্শন। ( নাৰায়ণপুৰ)
@lilaramdas9065
@lilaramdas9065 Год назад
Shri krishaye bashudebaye nomu
@panchanandevagoswami6488
@panchanandevagoswami6488 Месяц назад
ভাল লাগিল। শ্লোকৰ কংসৰ শব্দৰ স টো সংস্কৃতত চ ৰ দৰে কব লাগেনেকি। চাব
@manuranjanchetia6867
@manuranjanchetia6867 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@biddyotnath6411
@biddyotnath6411 Год назад
উপেন
@RumiBasumatary-y8x
@RumiBasumatary-y8x 25 дней назад
কৃষ্ণ কৃষ্ণ 🙏 বহুত উপকৃত হলো
@nityasashibsaikia3571
@nityasashibsaikia3571 4 месяца назад
কৃষ্ণ প্ৰভু ! আজি ভকত , বৈষ্ণৱ তথা নৱ প্ৰজন্ম ই অনুকৰণ কৰে যেন ।
@bhupenkalita8703
@bhupenkalita8703 21 день назад
ভাগবত আৰু গীতা ৰ সুৰ কেনেকুৱা হব?এবাৰ কলে সুখী হম।
@hiranyadas3255
@hiranyadas3255 Месяц назад
Jay shree Krishna Jay shree Krishna Krishna Krishna Ram Ram Ram 🙏☝️🌷🌷🌷🌷🌷👐 Jay shree Ram Ram Ram Ram Ram
@DebuDutta-z4n
@DebuDutta-z4n Год назад
সুন্দৰ
@hemakonwar7459
@hemakonwar7459 Год назад
আগলৈ আগবাঢ়ি গৈ থাকক, ঈশ্বৰ সহায় হওক
@Sevengamingaxom02
@Sevengamingaxom02 11 месяцев назад
Hey guru dev ......apuni eman mohan bhabe path koribo hekaise tar babe moi apunar usort hodai kitogyo...mur ata prosno asil muk ajon guru deva koi sil gamusa khn henu tulokhi mala he bhag janu bhorit loi....moi oigyania tar uttor bisarelu....
@ProdipBoruah-b3o
@ProdipBoruah-b3o 6 месяцев назад
সেৱা গ্ৰহণ কৰিব প্ৰতি তো ঘোষা পাঠ কৰি দিবচোন বাপ
@pranjitojah7241
@pranjitojah7241 Месяц назад
ৱাপ কৃষ্ণ আপোনাৰ লগত আমাৰ সুৰৰ মিল নাই।
@deepakdas71
@deepakdas71 2 месяца назад
বাপ ক্ষমা কৰিব আপোনাৰো‌ সুৰ অলপ ল হয় ছে ।
@gobinsharma7346
@gobinsharma7346 20 дней назад
?????অতীত.উত্তম ব্যৱস্থা.ধন্যবাদ।
@boluramtamuly5093
@boluramtamuly5093 Год назад
ভাল। ভাল বহু তে ভাগবতর সুর দি কীৰ্তন কৰিলে বেয়া শুনি।
@Khagengogoi123
@Khagengogoi123 Год назад
প্ৰভু শ্লোকভাগ শুদ্ধ নাই হোৱা।কোনোবা সংস্কৃত জনা ব্যক্তিৰ পৰা জানি ললে ভাল হ'ব। কীৰ্ত্তনৰ সুৰতোও সম্পূৰ্ন শুদ্ধ হোৱা নাই।আজি কালি দুই এক ব্যক্তিয়েহে শুদ্ধকৈ গোৱা দেখো।
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
কৃষ্ণ বাপ আপোনাৰ মন্তব্যই আমাক উৎসাহিত কৰিছে, আপোনি কোৱাৰ দৰেই সংস্কৃত শিকিবলৈ যত্ন কৰিম লগতে কীৰ্তনৰ শুদ্ধ সুৰ ভাগ শুনিবলৈ পালে পৰম কৃতাৰ্থ হ'ম
@probinbo9316
@probinbo9316 Год назад
কৃষ্ণ বাপ, অতি সুন্দৰ হৈছে।
@bhupenhazarika5077
@bhupenhazarika5077 Год назад
কৃষ্ণ বাপজন। সুন্দৰ পৰিবেশন। দুই এটা কথা উনুকিয়াই দিছোঁ, আশাঁকৰো সমালোচনাত্মক দৃষ্টিভঙ্গীৰে গ্ৰহণ কৰিব। কীৰ্ত্তনৰ প্ৰথম শ্লোকভাগ সংস্কৃত ভাষাৰ। সংস্কৃত ভাষাত অসমীয়া স, শ, ষ উচ্চাৰণ নাই। সি 'ছ'-ৰ দৰেহে হয়। ঠিক একেদৰে অন্তস্থ য উচ্চাৰণ য় - ৰ দৰে হয়। সেয়ে শ্লোকভাগ মাতোতে সেইদৰে উচ্চাৰণ কৰাতোহে যুক্তিসংগত। যেনে বাসুদেৱায় টো ঠিক বাছুদেৱায়ৰ দৰে উচ্চাৰিত হ'ব, বা যৎ কৃপা নকৈ য়ৎ কৃপা কোৱাহে সমীচিন হ'ব। আৰু এটা ভুল উচ্চাৰণ শুনা পালোঁ। পঙ্কজংঘ্ৰায়ে নহয়, পঙ্কজাংঘ্ৰয়ে হে। গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ সম্পুৰ্ণ শুদ্ধ হোৱা ভাল বুলি ভাবি উনুকিয়াই দিলোঁ। আপোনালৈ সেৱা জনালোঁ। কৃষ্ণ।
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
আপোনাৰ মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ
@anilchatia5868
@anilchatia5868 13 дней назад
ইতিহাস প্ৰমাণ ভগৱান কৃষ্ণ দেৱৰ জীৱন কালৰ বিষয়ে আমি সকলোৱে জানো পঞ্চপাণ্ডৱ গোটেই জীৱন কৃষ্ণ দেৱৰ লগতে নিৰ্বাহ হয় অলপ গভীৰতাৰ দৃষ্টিৰে চালে পাণ্ডৱৰ সম্পূৰ্ণ জীৱন দুখ কষ্টেৰে ভৰা l আজি সমাজৰ ধৰ্ম পথ পদৰ্শ হৈ থকা পণ্ডিত বিদুৱান সকলে কৃষ্ণ ভক্তি কৃষ্ণ নামৰ বাদে আৰু নাজানে l পাণ্ডৱক কৃষ্ণ দেৱে দেহ ত্যাগ কৰা আগ মুহূৰ্তত কি আদেশ কৰিলে lধৰ্ম প্ৰাণ সকলৰ কলিজা কপিব জানিলে কৃষ্ণ ভগৱানে কলে পাণ্ডৱ তোমালোক মোৰ অতি প্ৰিয় গতীকেলৈ মোৰ অন্তিম অাজ্ঞা পালন কৰা তোমালোকৰ মহাভাৰত যুদ্ধত বহুত পাপ কৰিলা এই পাপখণ্ড কৰিবলৈ ৰাজ্য এৰি হিমালয়ত তপস্যা কৰি দেহ ত্যাগ কৰা l ভগৱান এই আদেশ পাই অৰ্জুন হিয়াদুকি কাণ্ডিলে নিজৰ হাতযোৰ কৰিভাগৱনক সুধিলে প্ৰভু গীতা জ্ঞান কোৱা সময়ত গীতা অধ্যায় 2 শ্লোক 37*38 অৰ্জুন তোমাৰ দুই হাতত লাড়ু আছে যুদ্ধ জিকিলে ৰাজ্য ভোগ কৰিবা আৰু মৃত্যু হলে স্বৰ্গ প্ৰাপ্ত হব আমিটো নাই ৰাজ্য ভোগ কৰিলোঁ নাই স্বৰ্গ পাপ্তি হলো ভগৱান আপুনি আমাৰ লগত কিয় এনে কৰিলে l কৃষ্ণ দেৱ চকুলো টুকি কলে অৰ্জুন আমাক আগুচৰ শক্তিয়ে পৰিচালনা কৰি আছে মই নাজানো তোমালোকৰ গুৰু অন্তিম আদেশ পালন কৰা কথা হল কৃষ্ণ ভাৱানে সাক্ষাৎ থাকি পাণ্ডৱ সাধাৰণ স্বৰ্গ।প্ৰাপ্ত কৰাব নোৱাৰিলে আজি ভকত সমাজে হেই কৃষ্ণ দেৱৰ নাম গুণ গান কৰি আজিলৈকে কোনো ধৰ্ম প্ৰাণৰ কল্যাণ সাধিছে যিহেতু আমাৰ প্রবিত্ৰ শাস্ত্ৰ তত্ত্ব জ্ঞানক বুজাব পৰা তত্ত্ব দৰ্শি সন্ত ৰ শৰণনত যাব লাগিব মাধৱ দেৱে নিজৰ বানিত কয় অজ্ঞান অন্ধাৰে পৰীয়া জীৱৰ জ্ঞান পথ ভৈল নাশ নাম অঞ্জনিয়া বিনে নাপায় হৰি পাশ ঘোষাত মাধৱ দেৱে বাৰ বাৰ শাস্ত্ৰ গুৰু কথা উল্লেখ কৰিছে গুৰু দুজনাৰ অন্তিম সিধান্ত প্রাবিত্ৰ ঘোষা ধাৰ্মিক মাৰ্গৰ সমাজৰ বাবে আত্মা কল্যাণ কৰাৰ পথ সুলভ কৰিছে মহাপুৰুষৰ বাণী অৰ্থক নজনা বাবে আজি এই অৱস্থা l ধাৰ্মিক সজন সকললৈ আমাৰ অনুৰোধ আৰু হাত যোৰ কৰি প্ৰাথনা নিজৰ আত্মা কলায়ানৰ বাবে গুৰুত্ব দিব নিস্বাৰ্থ ভাৱে
@TeamLohorGolaghat
@TeamLohorGolaghat 13 дней назад
বাপ আপোনাৰ জ্ঞানৰ গভিৰতাক প্ৰণাম🙏🏻
@mintutravelnfoodblogs9871
@mintutravelnfoodblogs9871 Год назад
কৃষ্ণ
@pranjoldutta7038
@pranjoldutta7038 Год назад
ধন্যবাদ 🥰 জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿
@khagenborah7371
@khagenborah7371 Год назад
Keno
@BolinSaikia-wq9qu
@BolinSaikia-wq9qu Месяц назад
Prbhu namghorr duyar mukht ki prthna korib lage
@Jagannath-n7k
@Jagannath-n7k Год назад
কৃষ্ণ।প্লভূ অতি উত্তম হৈছে।পাচে শ্লোক ভাগ যিহেতু সংস্কৃতত আছে। উচচাৰণ ভাগ সংস্কৃতত হলেহে ভাল হবনে কি বাৰু?
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
মন্তব্যৰ বাবে অশেষ ধন্যবাদ
@DilipBharali-j1y
@DilipBharali-j1y 2 месяца назад
কৃষ্ণ,কিছু নজনা কথা শিকিলোঁ ।, এনে দৰে শিকিবলৈ আৰু আশা কৰিলো লগতে ভগৱানে সদায় আপোনাক দীঘায়ু কৰি কুশলে ৰাখক তাৰ ও কামনা কৰিলো 🙏🙏🙏
@TeamLohorGolaghat
@TeamLohorGolaghat 2 месяца назад
ধন্যবাদ ভৰালী দেৱ।
@subhashhazarika5509
@subhashhazarika5509 Год назад
কৃষ্ণ বাপজনা ৷ ন শিকাৰুক গুৰুজনাৰ অৱদানবোৰ জ্ঞাত কৰিব খুজিছে সি উত্তম কথা ৷ পিচে তেওঁলোকে শেষ পদফাকি গোৱাৰ পিচত পুথিখনি কেনেকৈ সামৰিব , ইশ্ৱৰক কেনেকৈ স্মৰণ ককৰিব , অপৰাধ মাজ্জ’না ৰ কোনযোকা ঘোষা গাব , গুৰুবন্দনা কৰি ভকতক কোন ঘোষাৰে সেৱা ধৰি আসনৰ পৰা উঠি আাহিব এইবোৰ একোৱেই নকলেচোন ৷ শিক্ষা আধৰুৱা নহল জানো ? আশাকৰো ভবিষ্যতে এইবোৰ খৰচিমাৰি ন শিকাৰুক জ্ঞান দিবলৈ সেৱা ধৰা হল ৷ । উজনি অসমৰ সুৰ অলপ বেলেগ আৰু বৰ মিঠা , তথাপি আপোনাৰ প্ৰয়াসক সন্মান জনাইছো ৷______”অপৰাধ বিনাসন.........৷“
@TeamLohorGolaghat
@TeamLohorGolaghat Год назад
আপোনাৰ মন্তব্যৰ জড়িয়তে প্ৰয়োজনীয় কথা কেইটা আমাক সোঁৱৰাই দিয়াৰ বাবে অশেষ ধন্যবাদ, এই বিষয়ে এটি ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম 🙏🏻 কৃষ্ণ
@krishnakakaty2624
@krishnakakaty2624 Год назад
Krishna. Krishna. Provu. Xewahe. Jonaisu. Aahor. Puroni. Niti. Niyom. Mote. Ago. Bahise. Xundor. Lagise. Krishna.
@jitulmorang8449
@jitulmorang8449 Год назад
কৃষ্ণ কৃষ্ণ,বাপজনা, ভাল লাগিল। পৰৱৰ্তী Video ৰ বাবে বাট চাই ৰলো।
@tulshiborah221
@tulshiborah221 Месяц назад
আমাৰ লগত অলপ মিলিছে। কিন্ত এই সূৰ ভাগ মিলা নাই
@bubulsarmah1349
@bubulsarmah1349 Год назад
বহুত ভাল্ কৰ্ৰিছে আপুনি
@jitusaikia8532
@jitusaikia8532 16 дней назад
Sluk vul hoise
@BolinKrDas
@BolinKrDas Год назад
কৃষ্ণ
Далее
Свадьба Раяна Асланбекова ❤️
00:12
Qalpoq - Amakivachcha (hajviy ko'rsatuv)
41:44
Просмотров 406 тыс.
# Rural Funny Life Wang Ge
00:18
Просмотров 692 тыс.
Свадьба Раяна Асланбекова ❤️
00:12