কথা এটা সুধিছো কোলাচল বধৰ কাহিনী ভাগ সম্ভৱ ৰাম সৰস্বতী এ লিখছিল। আৰু এই কাহিনী ভাগ খুব সম্ভৱ মহাভাৰত ৰ হব চাগে(মই সম্পূৰ্ণ চোৱা নাই)। কিন্তু এই কাহিনী ভাগ অসমীয়া ভাওনা বাহিৰে আন কতো পোৱা নাই বহুত বিছৰিলোঁ you tube টু নাই। নে অকল অসমত হে এই কাহিনী ভাগ প্ৰচলন আছে জানিলে জনাব চোন কোনোবাই।