খগেন মহন্তৰ ৮১সংখ্যক জন্মদিন
জন্মদিনতে তেখেতৰ গীতেৰেই তেখেতক স্মৰণ
নতুন প্রজন্মৰ শিশু, কিশোৰ-কিশোৰীৰ মুখত কিছু চিৰসেউজ গীত
তেওঁলোক খগেন মহন্ত সোঁৱৰণী সংগীত প্রতিযোগিতাৰ শ্রেষ্ঠ প্রতিযোগী
সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈ আহিছে সেইখন প্রতিযোগিতা
নলবাৰীৰ নাট্যমন্দিৰত প্রতি বছৰে অনুষ্ঠিত হৈ আহিছে সেই প্রতিযোগিতাৰ
য’ত বিচাৰক হিচাপে থাকে খগেন মহন্তৰ এসময়ৰ সহ-শিল্পীসকল
সেই প্রতিযোগিতাৰেই শ্রেষ্ঠ প্রতিযোগীসকল আজি ‘অভিমত’ৰ অতিথি
বিগত ৮ বছৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছো আমি
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত
#pratidintime #khagenmahanta
17 авг 2023