Тёмный

খণ্ড ১|| নাৰীক শৰণ দিব লাগে নে নালাগে গুৰু জনাই কি কৈছে || মন্দিৰা ভৰালী বৰা || ভাগৱত পাঠ ও ব্যাখ্যা 

ভক্তিৰ  সাগৰ Bhaktir sagor
Подписаться 84 тыс.
Просмотров 105 тыс.
50% 1

নাৰীক শৰণ দিব লাগে নে নালাগে গুৰু জনাই কি কৈছে
মন্দিৰা ভৰালী বৰা
ভাগৱত পাঠ ও ব্যাখ্যা
©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike (অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব )

Опубликовано:

 

10 апр 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 88   
@arsanabora5747
@arsanabora5747 9 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ আই সেৱা জনালোঁ
@runjunkakatideka9145
@runjunkakatideka9145 Год назад
আই কৃষ্ণ🙏🙏🙏
@upenchandranath4519
@upenchandranath4519 Год назад
Aigorakiloi sotokuti pronam eman sundor bakhya hia satporigpise eswre.dirghau.korok
@pranitachoudhury-my4do
@pranitachoudhury-my4do 8 месяцев назад
কৃষ্ণ কৃষ্ণ আই মাতৃ আপোনাৰ চৰণত আৰু তাত উপস্থিত থকা সমুহ ভক্ত সকলক মোৰ ভক্তিভৰা সেৱা আগবঢ়ালো কৃষ্ণ 🙏❤❤❤❤
@hemanjolidas
@hemanjolidas 4 месяца назад
Krishn prbhu mm
@suhaniborah2809
@suhaniborah2809 Год назад
Krishna Krishna 🙏🙏
@anupomgogoi5374
@anupomgogoi5374 19 дней назад
Krishna krishna aai
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Год назад
অতি সুন্দৰ ব্যাখ্যা আইগৰাকীৰ। কৃষ্ণ 🙏।
@bobymuktiar4753
@bobymuktiar4753 Год назад
Krishna krishna bor xundor
@PremanandaDeori-sr2kj
@PremanandaDeori-sr2kj Год назад
I'm very very happy
@keshamaisaikiaborah6610
@keshamaisaikiaborah6610 Год назад
ধন্য আই 🙏🙏
@junumech7558
@junumech7558 Год назад
কৃষ্ণ কৃষ্ণ আই অতি সুন্দৰ ব্যাখ্যা শুনি বৰ ভাল লাগিছে মধুৰ হৰি কথা শুনি বৰ কৃতকৃত সলে কৃষ্ণ দাখিৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
@assmesvideo6000
@assmesvideo6000 Год назад
বাপ আই সকললৈ ভক্তি ভৰা সেৱা জনাই উ টি ফ ৰোগে ভাগৱত শ্ৰবন কৰিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃপাময় ভগৱন্তই সবাকে শুমতি প্ৰদান কৰা কৃষ্ণ
@bokulboruah837
@bokulboruah837 Год назад
Bor,dhuniabyakhya,suni,dukh,lagi,goise,j,sosakhotha,burkoise
@FatikPhukan-ts6gz
@FatikPhukan-ts6gz Год назад
Krishna. Krishna.
@chinugogoi5411
@chinugogoi5411 Год назад
কৃষ্ণ কৃষ্ণ আই গৰাকীৰ সুন্দৰ ভাগৱত বাখ্যা শুনি ধন্য হৈছোঁ কৃষ্ণ
@keshabbora7742
@keshabbora7742 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল আপোনালোকৰ চৰণ পঙ্কজত ভক্তি ভৰা সেৱা জনাইছো
@purnakantagogoi7064
@purnakantagogoi7064 Год назад
কৃষ্ণ কৃষ্ণ আই।অতি সুন্দৰ উপস্থাপন কৰিছে। সেৱা জনালোঁ। উপস্থিত থকা সমস্ত জনৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ।জয় গুৰু শংকৰ।
@banoshreekalita6073
@banoshreekalita6073 Год назад
🙏🙏🙏❤️❤️❤️
@kumudgayan1664
@kumudgayan1664 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ।আইমাতৃ আপোনাৰ অমৃতময় ভাগৱত বাখ্যাই সকলোৰে অন্তৰত কৃষ্ণ ভক্তিৰ পৰিবেশ সৃষ্টি কৰাত নিশ্চিত ভাৱে কৃপা কৰিব, সেয়ে আইমাতৃ আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@kalpanahazarika7631
@kalpanahazarika7631 Год назад
কৃষ্ণ কৃষ্ণ প্ৰণাম আই গৰাকী।সেৱা জনালো গ্ৰহণ কৰিব।আপোনাৰ পাঠ শুনি বৰ ভাল লাগে।পাঠ শুনিব পাম বুলি কিয় জানু আশা কৰি থাকো।আজি বাইখা শ্ৰৱণ কৰাৰ সৌভাগ্য হ'ল। কৃষ্ণ কৃষ্ণ প্ৰণাম।বৰ সময় উপযোগীকৈ হৈছৈ।আই সকলৰ বাবে। কৃষ্ণ সেৱা জনালো।
@junubhuyan8563
@junubhuyan8563 Год назад
আই গৰাকীক সেৱাহে জনালোঁ
@dibyagogoi7823
@dibyagogoi7823 Год назад
কৃষ্ণ আই 🙏 ব্যাখ্যা ভাগীয়ে পৰম কৃতাৰ্থ কৰিলে। পাঠাচাৰ্য বাপ জনা লৈ সেৱা জনাইছো গুৰু গৃহত উপবিষ্ট সমস্তজনৰ চৰণপংকজলৈ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@atulboruah4025
@atulboruah4025 Год назад
কৃষ্ণ আই 🙏 গুৰুজনাই কৃপা কৰক ।
@anadiphukan5778
@anadiphukan5778 Год назад
কৃষ্ণ কৃষ্ণ হৰি ৰাম ৷সেৱা জনালোঁ আই ৷
@dilipgogoi-wq1cm
@dilipgogoi-wq1cm Год назад
আই মাতৃ আমাৰ সেৱা নিবেদিলো । দিলিপ গগৈ যোৰহাট ।
@manjuladas8072
@manjuladas8072 Год назад
ধন্য,,,,, আই মন শাত্ পৰি গৈছে আপোনাৰ কথাৰে ভাগৱতৰ অমৃত বাণী 🙏💝
@nagendrabaruah8232
@nagendrabaruah8232 Год назад
কৃষ্ণ কৃষ্ণ আই, আপোনাৰ শ্ৰী মুখে নিগৰিত হোৱা অমৃত ময় বানিয়ে আমাক আপ্লুত কৰি মন প্ৰাণ কাঢ়ি নিলে।আপোনাক গুৰুৱে কৃপা কৰক। আমি মঙলদৈ ৰ নগেন্দ্ৰ বৰুৱা ই কই ছোঁ।
@pran8488
@pran8488 Год назад
কৃষ্ণ 🙏🙏🙏আই আপোনাৰ ব্যাখ্যা ইমান ভাল লাগিছে ।অন্ত ৰ চুই গৈছে।🙏🙏🙏🙏
@probinmoran1392
@probinmoran1392 9 месяцев назад
🙏🙏🙏
@rekhagogoi322
@rekhagogoi322 Год назад
কৃষ্ণ কৃষ্ণ আই মাতৃসৱ আপোনাসৱৰ চৰণ পঙ্কজত আমাৰ সেৱাভাগি অৰ্পণ কৰিলো ।
@diptiphukan4267
@diptiphukan4267 Год назад
❤ Ct😮zxf se
@abhijitborgohain8734
@abhijitborgohain8734 Год назад
Krishna
@sabitaborgohain5560
@sabitaborgohain5560 Год назад
আই গৰাকীৰ বাখ্যা শুনি ভাল লাগিল🙏....কৃষ্ণ
@MoinaNath-uy9ei
@MoinaNath-uy9ei Год назад
কৃষ্ণ আই গৰাকী সুন্দৰ হৈছে।কিন্তো নাৰী বুলিলে আমি শৰীৰ বুলি হে জানো নাৰী বুলিলে মহিলা বুলি ধৰিব নোৱাৰি।
@renudas5944
@renudas5944 Год назад
কৃষ্ণ, কৃষ্ণ আই সুন্দৰ।
@minaramborah4572
@minaramborah4572 Год назад
অতি সুন্দৰ ভাগৱত বাখ্যা 🙏🙏
@debrajbori1559
@debrajbori1559 Год назад
শুনি ভাল লাগিল। ধন্যবাদ।
@jinuchawrok9178
@jinuchawrok9178 Год назад
🙏🙏🙏🙏 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম । সমস্ত বাপ আই মাতৃলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদিলোঁ । কৃষ্ণ ।
@amitgogoi63
@amitgogoi63 Год назад
Krishna Krishna aai,Hundor poribakhar majara bukhar aag bohaisa.Apunar bohumulia bukhara notun prajomar harthak hob buli vabisu .Krishna Aparath binakhan 🙏🙏🙏
@renubordoloi3714
@renubordoloi3714 Год назад
ব্যাখ্যা শুনি বহুত ভাল লাগিল। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼
@DipaMoran-kk7gw
@DipaMoran-kk7gw Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
@sabitrimedhi6564
@sabitrimedhi6564 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@user-be2rh7du2y
@user-be2rh7du2y Год назад
সুন্দৰ কণ্ঠ 🙏🏻🙏🏻🙏🏻🙏🏻
@krishnagogoi1657
@krishnagogoi1657 Год назад
জয় গুৰু শংকৰ | কৃষ্ণ কৃষ্ণ আই |
@rubigogoi5227
@rubigogoi5227 Год назад
কৃষ্ণ🙏
@pradipdeka4732
@pradipdeka4732 Год назад
Bar val lagil.
@kangkanabora1782
@kangkanabora1782 Год назад
আই বৰ ভাল লাগিল 💖💖💖
@brindakanwor370
@brindakanwor370 Год назад
Jai krishna
@minakshidas5656
@minakshidas5656 Год назад
কৃষ্ণ কৃষ্ণ
@lakhyamonihazarika5592
@lakhyamonihazarika5592 Год назад
🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
@jyotismitasaikia2680
@jyotismitasaikia2680 Год назад
Krishna aai bor hundar hisa👃
@jitumanidas2026
@jitumanidas2026 Год назад
Krishna
@akhilgogoi1869
@akhilgogoi1869 Год назад
Krishna Krishna bhal bhal Krishna Krishna.
@sanjaydedar4889
@sanjaydedar4889 Год назад
Your channel is famous in Haryana and Rajasthan because many people devotee of Lord krishna thank you very much For your great work
@putalimahanta6878
@putalimahanta6878 Год назад
কৃষ্ণ আই 🙏🏻🙏🏻🙏🏻🙏🏻
@sailagogoi940
@sailagogoi940 Год назад
কৃষ্ণ কৃষ্ণ আই গৰাকী বহুত ভাল লাগিল কৃষ্ণ।
@rupkantapathori9666
@rupkantapathori9666 Год назад
মুখে ৰাম নাম হাতে কৃষি কাম ।কাম নকৰিলে কোনোবাই খাবলৈ দিব জানো।দিনৰ দিনটো হৰি নাম লৈ থাকিলে জীৱনত উন্নতি হব জানো।
@horinamoramiyarokh3890
@horinamoramiyarokh3890 Год назад
মাতৃলৈ সেৱা,,কৃষ্ণ।
@bornalikonch2233
@bornalikonch2233 Год назад
Bohut bhal korise akhomiyat bhangani kori
@harichandranath421
@harichandranath421 Год назад
কৃষ্ণ 🙏🏼
@jintidas6948
@jintidas6948 Год назад
কৃষ্ণ আই।
@inudutta-os3eb
@inudutta-os3eb Год назад
কৃষ্ণ আই 🙏
@manjurajkonwar2807
@manjurajkonwar2807 Год назад
ধন্য মাতৃ আপোনাৰ ভাগৱত বাখ্যা শুনি অতি আনন্দ লভিলো । কৃষ্ণ কৃষ্ণ 🙏 কৃষ্ণ কৃষ্ণ। আপোনাক ভগবানে কোশলে ৰাখক ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণ কৃষ্ণ ।
@niruborah7915
@niruborah7915 Год назад
O
@paramananda5403
@paramananda5403 Год назад
কৃষ্ণ🙏🙏🙏
@popiray1743
@popiray1743 4 месяца назад
Krishna dei aii
@girishborah1138
@girishborah1138 Год назад
আইগৰাকীৰ ভক্তি তত্ব প্ৰকাশত আপ্লুত হলো।
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Год назад
কৃষ্ণ আই 🙏🏻 অতি সুন্দৰ ব্যখ্যা ❤️❤️ বহুত উপকৃত হলো 🙏🏻🙏🏻🙏🏻🙏🏻
@jalendrarabha9474
@jalendrarabha9474 Год назад
Krishan krishan🙏🙏🙏🙏🪔
@hrittiksaikia4089
@hrittiksaikia4089 Год назад
Borhia
@keshabgogoi2063
@keshabgogoi2063 Год назад
আই গকাৰি সুন্দৰ হৈছে, কৃষ্ণ ।
@updeshmala2737
@updeshmala2737 Год назад
এটা কথা কিন্তু ভাগৱতত প্ৰকাশ কৰিছে যে যেতিয়াই বেদৰ মন্ত্ৰ, শ্ৰাদ্ধ ধৰ্ম, দান সংসাৰত নাইকিয়া হৈ যাব তেতিয়াই শ্রীহৰিয়ে কল্কী অৱতাৰ লৈ ম্লেছক সংহাৰ কৰিব আৰু পুনৰ বেদৰ মন্ত্ৰ, শ্ৰাদ্ধ ধৰ্ম, যজ্ঞ দান মনুষ্যক শিকাব ।এতিয়া ম্লেছ কোন ?বাইদেউ আপুনি ভুল কোৱা যেন লাগিছে। ভাগৱতৰ ৰহস্যক কলী নৰে কিঞ্চিতো নাই বুজা যেন লাগে।
@sanjaydedar4889
@sanjaydedar4889 Год назад
Jai shree krishna From RAJASTHAN Please speak Hindi
@pradipkalita5825
@pradipkalita5825 Год назад
Xokti , dharjjy bor dorkar hob’a,xeya lob’a
@subhamjyotiborah5179
@subhamjyotiborah5179 Год назад
কৃষ্ণ কৃষ্ণ 🙏
@gurubayan8370
@gurubayan8370 Год назад
অনুষ্ঠান উপভোগ কৰি খুবেই ভাল লাগিল সচা কিন্তু! শ্ৰোতাই যে কাঠত বহা নাই; বুজি পোৱা নাই
@junuhazarika6804
@junuhazarika6804 Год назад
Junu BorSund9r
@junuhazarika6804
@junuhazarika6804 Год назад
Junu BorSund9r Hoise
@krishnakakaty2624
@krishnakakaty2624 Год назад
Dei. Karone. Deco. Roxatole. Goise
@rupkantapathori9666
@rupkantapathori9666 Год назад
মুখে ৰাম নাম হাতে কৃষি কাম কৰিবলৈ উপদেশ দিয়ক।অসমীয়া মানুহক ভাগৱতৰ দোহাই দি বেছি কৰমবিমুখ নকৰিব।
@chinkisarma1422
@chinkisarma1422 9 месяцев назад
ভাষাতো শুদ্ধকৈ লিখিবলৈ শিকক আগতে।দেশ পাছতো উদ্ধাৰ কৰিব পাৰিব 😉🤪
@updeshmala2737
@updeshmala2737 Год назад
জাতত ব্ৰাহ্মণ বুলি প্ৰকাশ কৰাটো কিমান দূৰলৈকে সত্য। কোনো গীতাই ব্ৰাহ্মণ জাতি বুলি প্ৰকাশ কৰা নাই।আপুনি কৰ পৰা পালে ? গীতাই কৈছে যে ক্ষুদ্ৰ হুইয়া জন্ম লৱে যতেক মনুষ্য সংস্কাৰ আৰু উপবীত ধাৰনেসে দ্বিজ। । বেদ অধ্যয়ন কৰি বিপ্ৰ নামে খ্যাত ব্ৰহ্মক জানিয়া নৰ ব্ৰাহ্মণ প্ৰখ্যাত। । সংস্কৃত শ্লোকৰ মতে জন্মনা জায়তে ক্ষুদ্ৰ সংস্কাৰাদে দ্বিজ উচ্চতে। বেদাভ্যাসে ভবেদ বিপ্ৰ ব্ৰহ্মনা জায়তি ব্ৰাহ্মণ। । মনুষ্য সকলোৱে ক্ষুদ্ৰ হৈ জন্ম লয় ,ব্ৰাহ্মণ হৈ জন্ম কোনেও নলয় ।সংস্কাৰ হোৱাৰ পিছত আৰু উপবীত ধাৰণ কৰাৰ পিছত দ্বিজ বুলি কোৱা হয়।বেদ অধ্যয়ন কৰি বিপ্ৰ নামে খ্যাত হয় ,ব্ৰহ্ম জ্ঞান প্ৰাপ্ত কৰি ব্ৰহ্মক জনাৰ পিছত ব্ৰাহ্মণ বুলি কোৱা হয়। এইটোৱেই বেদ শাস্ত্ৰৰ পুৰ্ণ সিদ্ধান্ত। আপুনি ব্ৰাহ্মণ জাতি কৰ পৰা পালে বাৰু?বেয়া নেপাব শুধাৰ বাবে। আৰু নাৰীৰ শৰণ নাই ।এইটো সত্য। সেয়েহ কৃষ্ণই গীতাত কৈছে যে নাৰী ক্ষুদ্ৰ নিষ্টে দুয়ো পাপ যোনি সাৰ পুজা আৰু বেদ মন্ত্ৰে নাহি অধিকাৰ ।। প্ৰণবক উচচাৰিতে সিটো নলাগয় যত দিন উপবীত সংস্কাৰ নহয়।। যদিওবা নুপুজিলে ভজে কেন ভাৱে মোৰ নাম সংকীৰ্ত্তনেসে সিও গতি পাৱে।। অৰ্থাত যিসকলে পুজা তপ যজ্ঞ দান কৰি আছে সেই সকল অধৰ্মী নহয়। আপোনালোকতকৈও শ্ৰেষ্ঠ। পুজাৰ বিধান, যজ্ঞৰ বিধান নজনাৰ বাবেই গুৰুজনাই কীৰ্ত্তন কৰিবলৈ উপদেশ দিছে। কিন্তু একাংশই কীৰ্তন পাই লৈ বেদ মন্ত্ৰ, বেদ পাঠ, হোম যজ্ঞ ৰক্ষা কৰি সনাতন ধৰ্মৰ অস্তিত্বক সুৰক্ষিত কৰি থকা কেইজনক নিন্দা কৰিবলৈ আৰম্ভ কৰিছে। নিজৰ অস্তিত্ব কি তাক কিন্তু নাজানে। সগুণে পুজিব প্ৰথম যোগী গণে কহে পাছে নিৰ্গুণত মন আপুনিসে ৰহে। । কৃষ্ণই নিৰাকাৰ ভক্তি কৰিবই দিয়া নাই। অৰ্জ্জুনকো তাকেই বুজাইছিল। কিন্তু আমাৰ একাংশই বৈকুণ্ঠৰ আশা কৰি আছে।মনত ৰাখিব অৰ্জ্জুনকে ধৰি পাঁচ পানদব বৈকুণ্ঠৰ পিছৰেই কথা স্বৰ্গও নেপালেগৈ। কলী যুগ ধৰ্ম্ম কি ? অকণমান ভালকৈ বুজাই দিব। গীতাই তেওঁলোকৰ অস্তিত্ব কি প্ৰকাশ কৰি ৰাখিছে। জয় মহাদেৱ।
@sangitadas7629
@sangitadas7629 Год назад
কৃষ্ণ🙏
@anilgogoi8010
@anilgogoi8010 Год назад
Jai krishna
@anitaborgohain1949
@anitaborgohain1949 Год назад
Krishna Krishna 🙏🙏
@digantanath1894
@digantanath1894 Год назад
Krishna
@anjalidas5880
@anjalidas5880 Год назад
কৃষ্ণ🙏
Далее