Тёмный

খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰি চাৰিটা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ 

Assamese Education
Подписаться 37 тыс.
Просмотров 501
50% 1

খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰি চাৰিটা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
🟥 'পাঁচ বছৰৰ পৰিবৰ্তে তিনি বছৰ সৰ্ব শিক্ষাত চাকৰি কৰিলেই চাকৰি নিয়মীয়াকৰণৰ বাবে আবেদন কৰিব পাৰিব শিক্ষকে'
🟥 'যিসকল শিক্ষকৰ এইবাৰ নিয়মীয়াকৰণ নহ'ল তেওঁলোকে আবেদন কৰক, অহা বিত্তীয় বছৰত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰি দিম'
🟥 'চৰ অঞ্চলত চাকৰি কৰি থকা শিক্ষকৰ তিনি বছৰৰ ভিতৰত ভাল ঠাইলৈ কৰা হ'ব বদলি'
🟥 'আজি স্থায়ী হোৱা শিক্ষকে ৬০০০ প্ৰধান শিক্ষকৰ পদৰ বাবেও কৰিব পৰিব আবেদন'
🟥 খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰি এই চাৰিটা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
#himantabiswasarma
#assamcm

Опубликовано:

 

15 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее
How Digital Maturity Helps Achieve AI Maturity
25:28
Просмотров 2,7 тыс.