Тёмный

খৰিৰ জুইত বনোৱা ছাগলী মাংসৰ জুতি। দুটা surprise কি আছিল ? নিজে ভাললগা ধৰণে জীৱন উৎযাপন কৰি যাব লাগে। 

Munna's kitchen & Vlogs
Подписаться 563
Просмотров 96
50% 1

ভন্টি জনীৰ জন্ম দিন বুলি ছাগলী মাংস বনাইছিলো খুৱ সাধাৰণ ভাৱে তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ । বহুতে বনাই চাগে মই মাথো আমাৰ মাই বনোৱা পদ্ধতিতোহে দিছো। যি সকল ন শিকাৰো তেওঁলোকৰ অলপ হ'লেও সুবিধা হওক বুলি। জন্ম দিন বুলি ৰচমলাই আৰু আটাৰ কেক এটাও বনালো। ৰেচিপি দিয়া হোৱা নাই, ৰেচিপি লাগিলে কমেন্ট কৰি জনাব। আপোনালোকৰ মৰম আৰু আৰ্শীবাদ সদাই বিচাৰোঁ। ভিডিঅ'তো ভাল পালে লাইক,কমেন্ট, শ্বেয়াৰ আৰু subscribe কৰিব নাপাহৰিব।#youtube
#youtubevideo
#motton
#mottoncurryrecipe
#assameserecipes
#birthdaycelebration
#familytime
#food
#birthdaycake
#eassyrecipe
#mottonrecipe
#sisterlove

Опубликовано:

 

4 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1   
@anamikakalita1256
@anamikakalita1256 4 дня назад
বঢ়িয়া 👌
Далее
НЕ БУДИТЕ КОТЯТ#cat
00:21
Просмотров 638 тыс.