Тёмный

গছৰ খোৰোঙত থকা মৌ এজাক সহজে কেনেকৈ ধৰা হয় চাওঁ আহক। 

Rupam
Подписаться 666
Просмотров 12 тыс.
50% 1

খোৰোঙত থকা মৌ কেনেকৈ ধৰিব?

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 19   
@rintugogoi111
@rintugogoi111 Год назад
Nice
@sarbesorhazorika9785
@sarbesorhazorika9785 4 месяца назад
Mukali thait mouwkanekoi dhariba pari janabasun
@nripenkachari9627
@nripenkachari9627 Год назад
Matir gatat humai thaka mou kenekoi dharibo parim janabosun
@niranjanpayeng6674
@niranjanpayeng6674 2 года назад
আমাৰ ঘৰৰ নিচেই ওচৰত এজোপা গছৰ খোৰোঙত মৌ আছে, তাকে আপোনাৰ পদ্ধতিৰে ধৰি আনিম, যদি ধৰি হয় তেতিয়া আকৌ এবাৰ coment কৰিম, যিহেতু মৌ ধৰিবলৈ যোৱা বছৰেই বাকচ এটা বনাই থৈছো,ধাইনবাদ। (মাজুলী)
@handcraftingsurajitgogoi4866
সুন্দৰ ভিডিঅ' আপোনাৰ বন্ধু হলো মোৰ ভিডিঅ'বোৰ চাই সহাঁৰি জনাব
@edustudytechnical1751
@edustudytechnical1751 3 года назад
Vl lgil...... Keep it up 🙏🙏
@rupam826
@rupam826 3 года назад
ধন্যবাদ
@alimazumder5477
@alimazumder5477 Год назад
কিহর কাবনে বাকস ত মধু ন বনায়
@moinadoley2273
@moinadoley2273 2 года назад
নমস্কাৰ মোৰ ব্যৱহাৰ নোহোৱা লেটিন থেংকি এটাৰ ভিতৰত মৌ বাঁহটো আছে । বাঁহটো পাৰিবলৈ এটা পৰামৰ্শ দিয়ক লগতে আপোনি গছৰ খুৰুঙৰ পৰা উলিওৱা পদ্ধতিত উলিয়াব পাৰিমনেকী? জনাবচোন
@rupam826
@rupam826 2 года назад
9373516480অনুগ্ৰহ কৰি কল কৰিব
@lankeswardas4037
@lankeswardas4037 2 года назад
Nice bro
@jph3765
@jph3765 2 года назад
দাদা মৌ এবাহৰ পৰা কেনেকৈ দুবাহ বনাব পাৰি ভিডিঅ'এটা বনাব চোন।
@niranjanpayeng6674
@niranjanpayeng6674 2 года назад
আগতে coment এটা কৰিছিলো succes হলে পুনৰ coment কৰিম বুলি, আগৰ coment2 কোনোবা এজন বন্ধুৱে like কৰা বাবেহে আকৌ cometn কৰিবলৈ আগ বাঢ়িলো । এতিয়া মোৰ coment2 হ'ল কি ১৩ দিনলৈ ৰাখিও কাম নহ'লে। যেহেতু video কৰা বিয়কতি জন সাত দিনতে success হোৱা দেখুৱাইছিলে।
@rupam826
@rupam826 2 года назад
শুদ্ধকৈ কৰিলে 100% সফল হব। 9373516480 কল কৰিব।
@gakuldeka4608
@gakuldeka4608 3 месяца назад
ম ই ও সফল নহ'ল।এনে ফল্টুমি কৰিলে
@rajenbasumatary7820
@rajenbasumatary7820 3 года назад
Apunar heitu poddotire moi tey korisilu kintu mou ata colony nuhumal Aro ata colony polai he gol
@rupam826
@rupam826 3 года назад
আপুনি video টো ভালকৈ চাব এবাৰ। তাৰ পাছত কৰি চাব। নিশ্চয় সফল হব।
@kashemsarkar7017
@kashemsarkar7017 3 года назад
Please send your address.
Далее
September 26, 2023
0:16
Просмотров 51 тыс.