Тёмный

গেৰুৱা বাহিনীয়ে একো নিদিলে ৷ ভৰষাৰ জোলোঙা লৈ ঘৰমুখী ৰাণা, অংকিতা আৰু মানস ৷ 

Pratibimba Live
Подписаться 25 тыс.
Просмотров 88 тыс.
50% 1

গেৰুৱা বাহিনীয়ে একো নিদিলে ৷ ভৰষাৰ জোলোঙা লৈ ঘৰমুখী ৰাণা, অংকিতা আৰু মানস ৷ কিন্তু গৌৰৱৰ স্পষ্ট কথা- "বেয়া দিনত কংগ্ৰেছ ত্যাগ কৰাসকল ঘূৰি অহাটো নিবিচাৰো ৷

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 218   
@bakulboruah2026
@bakulboruah2026 Месяц назад
ধন্যবাদ গৌৰৱ গগৈ।কোনো কাৰণতে যাতে এওঁলোকক ঘুৰাই লোৱা নহয়।বেয়া দিনত নিজৰ ঘৰখনক এৰি থৈ যোৱা মানুহক কেতিয়াও ক্ষমা কৰিব নালাগে।
@kankankalita5747
@kankankalita5747 Месяц назад
গৌৰৱ গগৈৰ সঠিক কথা
@santanurajkonwar4093
@santanurajkonwar4093 Месяц назад
কি ঠিক, দল ভাঙিবলৈকে চাগে পুনৰ কংগ্রেছলৈ ওভতিব বিচাৰিছে। গৌৰৱ গগৈয়ে উপযুক্ত সিদ্ধান্তই লৈছে।
@krishnabhatta636
@krishnabhatta636 Месяц назад
আৱৰ্জনা নবঢ়াবলৈ কঙ্গেচৰ প্ৰতি অনুৰোধ জনালোঁ।
@padmapaninath
@padmapaninath Месяц назад
সেই বাবেই স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগে জীৱনত । দল বাগৰাৰ পৰিণাম এয়া
@RatulBorah-xk6ir
@RatulBorah-xk6ir Месяц назад
ইহতক ফটা মখেলাৰে আদৰিব লাগে
@user-tm2rf2ii9d
@user-tm2rf2ii9d Месяц назад
Ehotok adorile ami congrese k vote nidu sidha kotha😊
@manojkumardutta8590
@manojkumardutta8590 Месяц назад
গৌৰব গগৈয়ে উচিত সিন্ধান্ত লৈছে। বিশ্বাস ঘাতক লোকক কংগ্ৰেছত স্হান নিদিয়াই ভাল।
@dipagogoi9673
@dipagogoi9673 14 дней назад
গৌৰৱ গগৈ জিন্দাবাদ। উচিত সিদ্ধান্ত লৈছে।
@moshmibarman7661
@moshmibarman7661 Месяц назад
ৰানা অঙকিতা বিসমিতাক কোনোবা দলক লাগিলেও ৰাইজক নালাগে।মনত ৰাখিব ৰাইজেই ৰজা।।
@puranjitbarua8820
@puranjitbarua8820 Месяц назад
Very good
@mrinalmedhi8346
@mrinalmedhi8346 Месяц назад
সুবিধাবাদী, ধূৰন্ধৰ বোৰক দললৈ আহিলেও একো গুৰুত্ব দিব নালাগে।
@bkp9774
@bkp9774 19 дней назад
হয় ঠিক কথা, গুৰুত্ব দিয়া বাৱে আজি প্রকিত বিজেপি সকলে ভোগ কৰিছে, ইয়াৰ পৰা সকলোৱে শিক্ষা লোৱা উচিত।
@NirmolRay118
@NirmolRay118 Месяц назад
এইবিলাক চব সুবিধাবাদী।।।
@jayadass2681
@jayadass2681 27 дней назад
ভাল হৈছে।লুভেই পাপ,পাপেই মৃত্যু।
@jayantanath4070
@jayantanath4070 Месяц назад
স্হান হেৰালে মান হেৰুৱায়।
@jibonjyotidutta622
@jibonjyotidutta622 Месяц назад
Right
@user-qo2bb4jv8s
@user-qo2bb4jv8s Месяц назад
Right
@rohitdutta3064
@rohitdutta3064 Месяц назад
Right
@ruhitdihingia8210
@ruhitdihingia8210 Месяц назад
আমি ৰাজনীতি নকৰোঁ, কিন্তু ৰাজনীতি পঢ়ো। ৰানা গোস্বামীয়ে ৰাহুলক চিনি পালে বুলি কলে মানি নলও। ১০ নহলেও প্ৰায় ৮ বছৰ ধৰি ইটোৰ পিছত সিটো অভিযান চলালে অভিযান চলাই ভাল পোৱা সকলে, কিন্তু চুলি এদালো চিঙিব নোৱাৰিলে। ভাৰতৰ ভিতৰতে প্ৰথম জন বিখ্যাত স্বচ্ছ - নিকা ব্যক্তি, নেতা।নেতা হিচাপেও অ'তুলনীয়। চাব জানিব লাগিব। বিৰোধীৰ দলপতি হৈ যি মহিমা মন্দিত performances. আৰু নকও। এতিয়া শেষৰ লাইনত বহি কেনে লাগিছে????? অসমতো তেনে এজন নেতা, ইচ্ছা কৰা হলে জেচিবিৰে ছপাব পাৰিলে হেঁতেন। কেৱল জনতাৰ বাবেহে ৰাজনীতি কৰি গৈছে। বিস্ময়কৰ জনপ্ৰিয়তা। স্বচ্ছ আৰু নিকা ভাৱাপন্ন উঠি অহা আপোচবিহীন নেতা। আজি বিৰোধী উপ দলপতি সংসদত। Personality cultivate নকৰা ৰাণা গোস্বামীৰ দৰে মানুহে বুজি নপাই কাৰণে পৰ ঘৰত চকী ল'বলৈ গৈ পিৰা এখনো পাইছে নৈ নাই আজিৰ দিনটোত অতিকৈ প্ৰাসঙ্গিক প্ৰশ্ন। আমি সন্দেহ কৰো:-- ৰাণা গোস্বামীয়ে গৌৰৱ গগৈক পৰাজয় নিশ্চিত কৰিবলৈকে গৈছিল। এজন উচ্চ স্তৰীয় লোকে এটা মতবাদৰ ওপৰত লিখা এটা পষ্টে খৰখেদা লগোৱা নাছিলতো???
@TaraliMedhi-f3l
@TaraliMedhi-f3l Месяц назад
BJP mur monor dustbin t thoka ata dol jodiu kritogyata jonaisu j ihotok uporor mal nobonale. Nohole uporor pra pori raijor gat porile raije dukh ple hoi
@jibanandachoudhury8859
@jibanandachoudhury8859 Месяц назад
এনেকুৱা বোৰক ভালকৈ এসেকা দিব লাগে।
@mofidrohman6393
@mofidrohman6393 Месяц назад
গৌৰৱ গগৈয়ে ঠিক কৰিলে, এই কেইগৰাকী কংগ্ৰেছত যোগদান কৰিব নিদিব।
@tapanchangmai2261
@tapanchangmai2261 Месяц назад
ল'ব নালাগে
@prasantagogoi4965
@prasantagogoi4965 Месяц назад
মজ্জা। দুৱাৰৰ দাং মাৰিব লাগে কংগ্ৰেছে।
@user-fp6ud8ym5k
@user-fp6ud8ym5k Месяц назад
Very good. Gaurav Gogoi is doing his best to re -establish Congress party in Assam but some of the opportunists are trying for their own benefit.
@nkalita6391
@nkalita6391 Месяц назад
গৌৰব গগৈ দাঙৰীযাৰ জিনদাবাদ।
@TridipSaikia-od3ko
@TridipSaikia-od3ko Месяц назад
এই কেইতাট আকৌ দলত লব নালাগে .চুৱা ছেলেকা সিহত
@mohantalukdar6067
@mohantalukdar6067 Месяц назад
বেয়া দিনত নিজৰ বুকুৰ ঘৰখনক আৰু বেছি বেছিয়া লৈ থেলি থৈ যোৱা স্ব ৰ্থ পৰ বিলাকক ঠাই দিয়াৰ কথায়ে আহিব নালাগে ।।নহলে ভবিষ্যতে আৰু নস্ত কৰিব ।এইবোৰক ঠাই নিদিব ।
@RupankarBora-tg2ff
@RupankarBora-tg2ff 16 дней назад
Val a hol...pabo u laga
@AzizurRahman-yg7qx
@AzizurRahman-yg7qx 19 дней назад
Good step গৌৰব গগৈ ডাঙৰীয়া
@ratuldas4987
@ratuldas4987 Месяц назад
সুন্দৰ
@farukhussin5010
@farukhussin5010 Месяц назад
অতি সুন্দৰ নিউজ
@krishnabhatta636
@krishnabhatta636 Месяц назад
ৰাইজৰ মতামতক উপেক্ষা নকৰিলে ভাল গগৈ ডাঙৰীয়া।
@PankajHazarika-d3y
@PankajHazarika-d3y Месяц назад
কোনো কাৰণতে এই প্ৰতাৰক কেইটাক দলত পুণৰ ঠাই দিব নালাগে।
@incentive7159
@incentive7159 Месяц назад
Very good Gaurav Gogoi Sir
@anupamvlogs1552
@anupamvlogs1552 Месяц назад
Mza
@user-ko9ie1gk9s
@user-ko9ie1gk9s Месяц назад
এ মজা!
@Abdulrazak-so2jq
@Abdulrazak-so2jq Месяц назад
Decission of Mr Gourav Gogoi might be finalized,
@user-xw2sz7hr2w
@user-xw2sz7hr2w Месяц назад
Bah ki moja pali. Atia kanae moja? Sunga sai hupa. Pisae hupa tu saw dekha o aiee bupa hot o.
@user-ky9bh9ze2m
@user-ky9bh9ze2m Месяц назад
Right gorav
@Village_vlock_786
@Village_vlock_786 Месяц назад
Kheti kori khok Deya Atiya.😂😂😂❤
@user-tl4sh2xj4l
@user-tl4sh2xj4l 14 дней назад
বামুনৰ ৰাজনৈতিক চাকনয়াত পাকখাই দিক বিদিক হেৰুৱাই এতিয়া আধামৰা হৈ আছে বেচেৰা হঁত।
@niponchetia6768
@niponchetia6768 Месяц назад
Mojja hoisa
@pradipsarma9199
@pradipsarma9199 Месяц назад
দললৈ আহিছেহে কিছুবছৰ ৰব লাগিব।এনেকুৱা নেতা বিজেপি ত বহুত আছে।
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Месяц назад
2nd hand sur neta imn ase jaa hahe khai u aadai korebo nuware
@sunilgoswami6174
@sunilgoswami6174 Месяц назад
সুবিধা লোভী সুবিধা পাবই |দুদিনীয়া খঙবোৰ দুৰতে থৈ দিয়ক |
@user-lm6ih9lk9p
@user-lm6ih9lk9p Месяц назад
Mozaaaaaa mozaaaaaa
@bkp9774
@bkp9774 19 дней назад
অংকিতা আহিব পাৰে মোৰ ঘৰলৈ, কাম দিম মই, বাই জনি এক সপ্তাহ অহা নাই মানস আহিলে ভাল আছিল, গৰু মহ চৰোৱা মিয়া লৰা টো মামা বাৰীত ঈদ খাৱলৈ গৈ আহা নাই। ৰানা আহিলে আহিব পাৰে, পাছে গাহৰি ফাৰ্ম ত কাম কৰা boro লৰাটো তাৰ গাঁৱৰ ছোৱালী এজনী লৈ পলাই গল। গাহৰি ৰ দানা দিয়া বৰ অসুবিধা হৈছে। 😊😊😊
@user-hz1yf6fl9n
@user-hz1yf6fl9n Месяц назад
Good step
@sadeksaikia8168
@sadeksaikia8168 Месяц назад
এইকেইজন নহাই ভাল। জাবৰৰ কাম নাই।
@user-ti3nt4xt5w
@user-ti3nt4xt5w Месяц назад
Bohiya .
@sharipali1279
@sharipali1279 Месяц назад
anibo nalage
@gagankakati394
@gagankakati394 Месяц назад
ৰাজনৈতিক নেতাবোৰ কোনোবা দলত যোগদান কৰিলে বণ্ড চাইন কৰাব লাগে ।
@jadavgogoi944
@jadavgogoi944 Месяц назад
"আগ নুগুণি গুণে পাছ , বৰশীৰ ( টোপ ) লোভত মৰে মাছ ।" এওঁলোকৰ সেই দশা নিজ গুণে হৈছে।
@pranabkhakhalary539
@pranabkhakhalary539 Месяц назад
লোভেই পাপ,পাপেই মৃত্যু।
@bapandeka
@bapandeka Месяц назад
B j p. Jindabad
@gitarthadutta3978
@gitarthadutta3978 Месяц назад
Valai hol
@jagamohanbora3301
@jagamohanbora3301 Месяц назад
এওঁলোকক বিশ্বাস নকৰাই ভাল। কব নোৱাৰি এওঁলোকক কোনোবাই খতুৱাব পাৰে। কংগ্ৰেছক বিপথে পৰিচালিত কৰাৰ কু অভিসন্ধিও হব পাৰে।
@jibonjyotidutta622
@jibonjyotidutta622 Месяц назад
Nice
@rajanewar3634
@rajanewar3634 Месяц назад
Congress party please nlobo... Jodi loi we against the congress. .....thank you
@imdadali9519
@imdadali9519 Месяц назад
ঠিকেই কৰিলে।
@dilipmahanta8479
@dilipmahanta8479 Месяц назад
নিজৰ একোটাকৈ দল খুলিব পাৰে।টিকট নোপোৱাৰে দল সময়ত ভৰি যাব।
@tahimabegum5896
@tahimabegum5896 10 дней назад
ভালেহে পায় ভাল জাবরে পায় খাল।
@padmanathdoley3510
@padmanathdoley3510 Месяц назад
ধৰ্য্য ধৰা ৰানা, অংকিতা আৰু মানস। মাত্ৰ ২+৫ বছৰহে, আকৌ আহিব পাৰিবা দিয়া আপোন দললৈ।
@MoinaMoina-vs3dd
@MoinaMoina-vs3dd Месяц назад
Gourab da apuni ji korise bhal korise...
@user-tm2rf2ii9d
@user-tm2rf2ii9d Месяц назад
Aigalok jodi ako cngresst loi ami congrese k support nidiu ru vote u nidu....sidha kotha
@rituparnasaikia1701
@rituparnasaikia1701 Месяц назад
ৰানা গোস্বামীয়ে উপমুখ্য মন্ত্ৰী নে উপসভাপতিৰ পদ এটা পালে।
@TechSavieR
@TechSavieR Месяц назад
A.J.P যাওক... 🚢
@MuktaDas-ld9xc
@MuktaDas-ld9xc Месяц назад
Go Back
@dibyajyotigogoi4801
@dibyajyotigogoi4801 12 дней назад
হিমন্তৰ পাল্লাত পৰিছিলি নহয় এতিয়া কেনেকুৱা লাগিছে।
@nibirkrbarua1394
@nibirkrbarua1394 Месяц назад
এইবোৰক ঘুৰি আহিব দিলে কংগ্ৰেছ আকৌ আগৰ জেগালৈয়ে যাব তাত কোনো সন্দেহ নাই…..নেতাবোৰে দল এৰাতকৈ কৰ্মীয়ে দল এৰিলে ক্ষতিৰ সম্ভাৱনা অধিক গতিকে কৰ্মীসকলৰ কথাও ওপৰমহলে চিন্তা কৰা ভাল।
@girinkalita8995
@girinkalita8995 Месяц назад
Raije nibisarile atori Dib lage
@nripenborgohain201
@nripenborgohain201 Месяц назад
চালাকি নাখাটে - কংগ্ৰেছৰ ভিতৰুৱা কথা
@BhumidharNath-im7ml
@BhumidharNath-im7ml Месяц назад
চাৰ্থলোভী হত! আৰু কৰবাত কিবা কৰিব পাৰি নেকি অলপ চাই ল।
@abarmanabarman103
@abarmanabarman103 Месяц назад
মজা
@user-dg4vz2sl1k
@user-dg4vz2sl1k Месяц назад
ভুপেন বৰা দাঙৰিয়া আৰু গৌৰৱ গগৈ দাঙৰিয়াক আহ্বান জনালোঁ দ'ল এৰি জোয়া চুয়া চেলাকা বিলাক আকৌ দলত কেতিয়াও নলব নহ'লে ৰাইজৰ বিশ্বাস নাইকিয়া হৈ জাৱ আপোনালোকলৈ আৰু বেয়া দিনত দ'ল এৰি জোয়া বিলাক হৈছে সুবিধা বাদি কৈত গ'লে টকা সম্পত্তিৰ পাহাৰ কৰিবলৈ পাৰিব সেই বিলাক বিচাৰি থাকে আৰু সেই বিলাক ফেঁটী সাপ হয় সুবিধা পালেই খোত মাৰি দিব দ'লৰ বদনাম কৰি বেয়া দিনত জোয়া কোনো মানুহকে নলৱ নহ'লে আপোনালোকক মানুহে বিশ্বাসত নলৱ
@subrojitsaikia
@subrojitsaikia Месяц назад
Nalega o 😂😂😂 pokore hol rana😂😂
@user-jy5vz7bk6r
@user-jy5vz7bk6r Месяц назад
এই বোৰ ক পুনৰ দলত যোগদান কৰিবলৈ নিদিয়ে যেন।।
@digantajyotibordoloi5528
@digantajyotibordoloi5528 3 дня назад
এক ফুল দুই মালী ৰ ভৱিষ্যত কি হব হিমালয় ৰ কোনোবা মন্দিৰৰ পূজাৰীৰ হোৱাৰ বাদে কোনো গত্যন্ত নাই
@pratimasarma1737
@pratimasarma1737 Месяц назад
এই বোৰ ফটা কঠা ,তিতে মানে গা লৈকে গধূৰ। ইহঁতক আৰু ডাঙিব নালাগে। য' আছে তাতেই থাকক, নোৱাৰিলে ব্ৰহ্মপুত্ৰত জাহ দিয়ক। বিশ্বাস ঘাটক বোৰ জীয়াই থাকিব নালাগে।
@user-fo9fq6zi8m
@user-fo9fq6zi8m Месяц назад
Thik. Hidhata -Nice
@bolingoswami6490
@bolingoswami6490 Месяц назад
যোৱাটো কাৰ্যকালত কলিয়াবৰ লোকসভা সমষ্টিত কি কি উন্নয়ন সাধন কৰিলে, নেদেখিলো। যোৰহাটতো এতিয়া সেই একে গতি হলে বেয়া লাগিব।
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Месяц назад
Topon Gogoi a imn a kam kre fale thoi goisa ja gourav a akuwai krebo nalage
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Месяц назад
1250 tokiya vikhare hupai hazar seyorelau gourav or num adal u lorabo nuwaro 26 ot Saroda mama r lgt jail jabole ready hoi thak
@nirmalchoudhury1496
@nirmalchoudhury1496 21 день назад
Once gone। Forever gone
@ranjitbora734
@ranjitbora734 Месяц назад
বানপানীৰ সোতে উটুৱাই লৈ ফুৰিছে। 😅😅😅😅😅😅
@Legal_weapon295
@Legal_weapon295 Месяц назад
কংগ্ৰেছতো স্থান দিব নালাগে ডলাৰ বগৰীবোৰক।
@sadeksaikia8168
@sadeksaikia8168 Месяц назад
ইহতক বিজেপিয়ে ঠিকেই কৰিলে । চুৱা চেলেকাৰ গতি এনেকুৱাই হব ।
@user-gr1bc2lo1h
@user-gr1bc2lo1h Месяц назад
অধিক মাছত বগলী কনা ৰ দৰে হৈছে এই কেইটাৰ অৱস্থা ।
@mohammadsiddique3617
@mohammadsiddique3617 Месяц назад
I urge Rahul Gandhi & Gaurav Gogoi not to allow them to rejoin Congress party. If they are allowed we will leave Congress forever
@kushalsaikia3561
@kushalsaikia3561 Месяц назад
এইবোৰ বিশ্বাস ঘাট। কেৱল ক্ষমতা লোভী
@TafikAli-hw2vq
@TafikAli-hw2vq Месяц назад
লুভিয়া হ'লে এনে খুৱাই হয়
@BhumidharNath-im7ml
@BhumidharNath-im7ml Месяц назад
এই বিলাক ডলাৰ বগৰীবোৰে এতিয়া ডাঙৰ ডাঙৰ বিজেপি নেতা ৰ ঘৰত কাম কৰাকে থাকিলেই হল। কাৰণ এই বিলাকক টকাহে লাগে।
@PuneswarChutia-to4rx
@PuneswarChutia-to4rx Месяц назад
Good
@bulengogoi4723
@bulengogoi4723 17 дней назад
এইসকল কাপুৰুষ আৰু সুবিধাবাদী ৰাজনীতি ব্যক্তি,গতিকে এওঁলোক চচ্চাৰ বিষয় নহয় 😂😂😂
@MantuChutia-pb6iv
@MantuChutia-pb6iv Месяц назад
Ankita duttai bohut bea koi koisil congressok. Ketiau sthan dia nohobo..
@murchona2469
@murchona2469 Месяц назад
Right
@user-bq9ve8yv2r
@user-bq9ve8yv2r Месяц назад
মজা 👌🤣😂🤣🤣😂
@mofizur199
@mofizur199 12 дней назад
সুবিধাবাদী সকলৰ চৰিত্ৰ কেতিয়াও পৰিৱৰ্তন নহয়
@KishanGogoi-zw8ed
@KishanGogoi-zw8ed Месяц назад
বিজেপিয়ে কি দিব লাগে হে ? ফতোৱা বাতৰি
@DigantaPathak-vn2wj
@DigantaPathak-vn2wj Месяц назад
😂😂😂 mjaa
@utpalgoswami1990
@utpalgoswami1990 24 дня назад
অংকীতাক আমি কৈছিলো বহুবাৰ, বি জে পি খেৰৰ জুই দপদপকৈ জলিছে, সালকাথৰ জুই কংগ্ৰেছ, তোমাৰ দেউতা ককা তোমাতকৈ মূৰ্খ আছিল নেকি বাৰু যে কংগ্ৰেছৰ বেয়া দিনত আহোতে দল এৰি আঁতৰি নগৈছিল ? এতিয়া নাভাবিবা কংগ্ৰেছলৈ আহিম, আঙুলি চুপি চুপি ঘৰতে বহি থাকা ।
@prabinmallabaruah8845
@prabinmallabaruah8845 Месяц назад
"স্থান হেৰালে মান হেৰাই" বুলি কোৱা কথাষাৰ এওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হল নেকি?
@user-hg3di5bz7w
@user-hg3di5bz7w Месяц назад
Padum or thari bhangi goise.
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru 6 дней назад
Karma fall
@jatinbaishha3540
@jatinbaishha3540 Месяц назад
নিজৰ ওপৰত এওঁলোকৰ বিশ্বাস নাই।
@abarmanabarman103
@abarmanabarman103 Месяц назад
ইহঁতক কেতিয়াও দলত স্থান নিদিব
@nujrulali8395
@nujrulali8395 Месяц назад
Congress Ari Jou Khakole Congressot Aru Nahibo Nohale Akhomor Raije Congressok Chandelor Mala Pindhabo
Далее
СЛАДКОЕЖКИ ПОЙМУТ😁@andrey.grechka
00:11
PEDRO PEDRO INSIDEOUT
00:10
Просмотров 2,4 млн
SR : Freddy Malsawmdawngzela Thihna Chungchang
43:17
Просмотров 88 тыс.
СЛАДКОЕЖКИ ПОЙМУТ😁@andrey.grechka
00:11