Тёмный

গৌৰৱ গগৈয়ে প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰৰ জবাব হিমন্তবিশ্ব শৰ্মাৰ হাতত আছেনে? 

NorthEast Now
Подписаться 317 тыс.
Просмотров 56 тыс.
50% 1

📌গৌৰৱ গগৈ বিজেপিৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান!
📌সত্যৰ মোকাবিলা কৰাৰ হাথিয়াৰ নাই হিমন্তবিশ্বৰ হাতত!
📌গৌৰৱ গগৈয়ে প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰৰ জবাব হিমন্তবিশ্ব শৰ্মাৰ হাতত আছেনে?
📌পৰেশ মালাকাৰৰ প্ৰাসংগিক প্ৰশ্ন!
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Опубликовано:

 

14 июн 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 87   
@aparadevisarma5797
@aparadevisarma5797 13 дней назад
গৌৰৱ ৰ জয় যোৰহাট জিলাৰ খনৰ গৌৰৱ
@balendas4259
@balendas4259 13 дней назад
গৌৰৱ গগৈ বহু বছৰৰ মূৰত এজন সুদক্ষ সুনিপুণ, যুক্তিবাদী, অধ্যয়ণ পুষ্ট, মৃদুভাষী, সদাচাৰী, সূদূৰদৰ্শী, বাকপটুতা থকা নেতা পাবলৈ সক্ষম হল । আমি গৌৰৱৰ পৰা শিকিব লগীয়াত আছে । দেউতাক প্ৰয়াত তৰুণ গগৈ দেৱে গৌৰৱক হয়তো বহুতো কথাই শিকাই থৈ গৈছে । বৰ্তমান বিজেপিৰ মুধাফুটা নেতা সকলৰ মিছা অন্তসাৰশূণ্য বক্তব্যবোৰ শুনি শুনি জনতাই আমনি পাইছে । সেই কাৰণে গৌৰৱৰ বক্তব্য ই মানুহক আকৰ্ষণ কৰিছে । যোৰহাটবাসীয়ে দেখুৱাই দিলে যে এতিয়াও সৎ নিষ্ঠাৱান মানুহক নিৰ্বাচনত কেনেকৈ জয়ী কৰিব লাগে । আমাৰ হাতত কৃতজ্ঞতা, আৰু অভিনন্দনক বাহিৰে যোৰহাট বাসীক দিবলৈ একোৱেই নাই ।
@jitenrahang1276
@jitenrahang1276 8 дней назад
🎉🎉🎉🎉🎉❤❤❤❤❤❤❤.........
@momitaborah5336
@momitaborah5336 13 дней назад
গৌৰৱ গগৈ পৰৱৰ্তী মুখ্য মন্ত্ৰী হ'বলৈ গৈ আছে। 🎉🎉❤
@bipinchandraphukan1452
@bipinchandraphukan1452 13 дней назад
গৌৰৱ গগৈ এগৰাকী ভাল নেতা।
@RojitaDas
@RojitaDas 13 дней назад
Only Congress only Gourav Gogoi 🖐️🖐️🖐️🖐️🖐️👍👍👍👍👍👍
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr 12 дней назад
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী ❤❤❤❤
@hemantamahanta5578
@hemantamahanta5578 13 дней назад
গৌৰৱ গগৈ এতিয়া অসম আৰু ভাৰতবৰ্ষৰ এটা উজ্জ্বল নক্ষত্ৰ ।
@sanjibbora1789
@sanjibbora1789 13 дней назад
হিমন্ত চাৰৰ ওচৰত সকলো বান আছিল কিন্তু তেখেতে কৰ্ণৰ দৰে সময়ৰ শৰ সময়ত প্ৰহা ৰ কৰিব পাহৰিব।তৰুণ গগৈ দেৱে অভিশাপ দি থৈ গৈছে।
@babulsonowalbabulsonowal5888
@babulsonowalbabulsonowal5888 13 дней назад
2026 gourov gogoi CM huwatu bisaru moi
@HemodharKutum-vb2tf
@HemodharKutum-vb2tf 13 дней назад
পিয়ুজ হাজৰীকা কেতিয়া কথা ৰাখি পদত্যাগ কৰিব ?
@lulalu6707
@lulalu6707 12 дней назад
অসমৰ মাননীয় গৌৰৱ গগৈ ডাঙৰিয়া জিন্দাবাদ গোলাঘাট 🙏 🙏 ☝️জয় আই অসম 🌹 🌹 🌹 🌹 🌹 🌹 🌹 🌹 🌹 🌹
@TarunChDeka-cb4go
@TarunChDeka-cb4go 13 дней назад
প্ৰতিনিধিজন লোকসভাত দক্ষ হয়নে তাক ৰাইজে লক্ষ্য কৰি ভোট দিছে,চকী দখলৰ বাবে নপঠায় যিহেতু ভোটাৰ শিক্ষিত
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 13 дней назад
গৌৰবৰ নেতৃত্বত হ'বলৈ গৈ আছে এখন চৰকাৰ, মুখ্য মন্ত্ৰীৰ শৰাইঘাট ৰণ অসমীয়াই ভালদৰে বুজি পাবলৈ ধৰিছে
@BhumidharNath-im7ml
@BhumidharNath-im7ml 13 дней назад
গৌৰৱ গগৈ বৰ্তমান অসমৰ বাবে গৌৰৱ। গৌৰৱ গগৈৰ দৰে আৰু কেইজনমান সততা থকা নেতা ওলাই এই অয়্তাচাৰী অপসাশন ওফৰাই পেলাব লাগে।
@imdadali9519
@imdadali9519 13 дней назад
সত্যটো ভগবানে দেখে আৰু অপেক্ষা কৰে।বওমান সেইটোবেই হৈছেগৈ।❤
@dipkamaldeka9696
@dipkamaldeka9696 13 дней назад
হাজাৰ গৌৰৱৰ প্ৰয়োজন অসমত তথা ভাৰতত। গৌৰৱৰ জয় অকল যোৰহাটৰ জয় নহয় গোটেই অসমৰে জয় । সত্যম শীৱম সুন্দৰম।
@dilipborah8700
@dilipborah8700 13 дней назад
গৌৰব গগৈ জিন্দাবাদ
@ritishachangmai6708
@ritishachangmai6708 13 дней назад
জনতাৰ হকে জনতাৰ স্বাৰ্থত মাত মাতিব পৰা দক্ষ আৰু নিকা ভাল মূৰ্তিৰ উচ্চ শিক্ষিত প্ৰাৰ্থী দিয়ক জনতাই নিশ্চিত ভাৱে ভোট দিব। প্ৰতীক চাই ভোট সকলো ভাটাৰে ভোট নিদিয়ে। ভাটাৰ সজাগ আৰু সচেতন হ'ল
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 13 дней назад
আমাক ৰাজনৈতিক দল নেলাগে, এজন উপযুক্ত, নিকা,দ ক্ষ,বাকপটু,কেনদিডেট লাগে ।গৌৰৱ ক হৰুৱাবৰ কাৰনে বিজেপিয়ে জনবল,ধনবল খৰছ কৰিও বিফল হল।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 13 дней назад
গৌৰৱ গগৈ নিৰ্ভৰযোগ্য ৰাজনৈতিক নেতা। তেওঁ নিশ্চয় অসমৰ ৰাইজৰ বাবে ৰাইজে বিচৰাৰ দৰে এক পৰিবেশ ৰচনা কৰাত অদূৰ ভৱিষ্যতে সফল হ'ব।
@xzaxe
@xzaxe 13 дней назад
Gourab Gogoi jindabaad!
@cottageofhappiness9436
@cottageofhappiness9436 13 дней назад
2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছতহে প্ৰকৃত ছবিখন স্পষ্ট হ'ব।
@Danirojasfc6
@Danirojasfc6 13 дней назад
#গৌৰৱ গগৈৰ জয় মানেই অসমৰ জয়। #গৌৰৱ গগৈৰ জয় মানেই অসমৰ ভাষিক অসমীয়াৰ জয়। #গৌৰৱ গগৈৰ জয় মানেই অসমৰ জাতি মাটি ভেটিৰ জয়। জয় আই অসম। জয় মা-কামাখ্যা।🙏
@rishirajomivaidya5648
@rishirajomivaidya5648 13 дней назад
Gaurav gogoi kamakhya mondir jbo time nai...masjid t goi Namaz pohribo time asw ...allah hu akbar
@pororforfolopjofor
@pororforfolopjofor 13 дней назад
​@@rishirajomivaidya5648 তহতৰ মাথাত মন্দিৰ মছজিদ ৰ বাহিৰে বেলেগে আৰু কিবা আছে নে বাৰু? তই ভৰি চেলেকা মামা এ দেখোন ইছলাম ধৰ্মক সকলোতকৈ পৱিত্ৰ ধৰ্ম বুলি কৈ থৈছিল। তেতিয়া ঘৈনিয়েৰৰ মেখেলা তলত সোমাই আছিলি নে তোৰ চকুত মামা এ মুতি থৈছিল। 😂😂😂😂😂😂
@rishirajomivaidya5648
@rishirajomivaidya5648 13 дней назад
@@pororforfolopjofor Islam dhormo bhal beya kobo njau ami muthote amr hindu manuhok vote dim auro di ahesu...mama k bhal beya kobo njau kunu perfect nhoi..kintu nijor dhormo nijor identify sess nkoru...Congress r ideology ami njanu ami amr party k vote krim Vote for development vote for 3rd largest gdp Country vote for India vote for my religious identity....Thats it....
@pororforfolopjofor
@pororforfolopjofor 13 дней назад
@@rishirajomivaidya5648 baperor muratu boki aso kela.. 26 t fus hoi jabi 🤣🤣🤣
@rishirajomivaidya5648
@rishirajomivaidya5648 13 дней назад
@@pororforfolopjofor eaitu time ye kobo time t gm pam...
@jitenrahang1276
@jitenrahang1276 8 дней назад
গৌৰৱ গগৈ অসম গৌৰৱ=এটা সূৰ্য দৰে নক্ষত্ৰ।❤❤❤❤
@karabibaruah2135
@karabibaruah2135 13 дней назад
So true sir❤👏..love gaurav gogoi ❤
@user-kd4pv9nf8s
@user-kd4pv9nf8s 6 дней назад
গৌৰৱক সকলো দলৰ মানুহে সমৰ্থন কৰক।তেওঁ অসমৰ এগৰাকী যোগ্য ব্যক্তি।
@jitendrarabha4660
@jitendrarabha4660 13 дней назад
ৰজাই শুনিলে নচচা শোলত দিব বাপ্পেকে,সঁচা কথাবোৰ ইমানকৈ ন’কব৷
@tileswaryein1295
@tileswaryein1295 11 дней назад
Bislekon to bhal lagil. Malakar dangoriyaloi thank you thakil.🎉🎉🎉.
@MontuBorah-pu6og
@MontuBorah-pu6og 13 дней назад
Yes sir good news u you are good reporter
@santanudas7169
@santanudas7169 13 дней назад
Good chenal
@debojyotihazarika81
@debojyotihazarika81 3 дня назад
আপুনি আপোনাৰ ব্যক্তব্য বহুত সুন্দৰ কৰি আগবঢ়ালে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@abdulmannanahmed787
@abdulmannanahmed787 13 дней назад
A rising personality Gaurav Gogoi is evidently a formidable challenge to BJP.
@arpitadutta9888
@arpitadutta9888 13 дней назад
Varu Good Sir
@user-cl9eb9hv3e
@user-cl9eb9hv3e 12 дней назад
Gaurav gogoi adin Bharatr val draita pabo Assam loi gaurav anibo aru Assam hoke gotei Assam onnatir dikhat aguwai nibo buli amar akha ase ❤❤❤
@mukshedullah6863
@mukshedullah6863 13 дней назад
Moi ekebare nissito,je oxombakhi raijor akhirbadot, Gaurav Gogoi dangoriyai ekhon hustho,hundor totha ogrogami Axom gorhi tulibo paribo." joy aai Axom".
@Nani_712
@Nani_712 13 дней назад
Yes sir
@lakshyasaikia6597
@lakshyasaikia6597 12 дней назад
All politician should be like Gourav Gogoi.....He is a good politician....proud we
@rasmibegum2861
@rasmibegum2861 13 дней назад
Bahut val
@madhurjyamazumdar1577
@madhurjyamazumdar1577 13 дней назад
কংগ্ৰেছৰ ভূলৰ বাবে বৰপেটা হেৰুৱালে।
@tonkeswargogoi5761
@tonkeswargogoi5761 13 дней назад
গৌরবর জয় হক।
@jaijawanagrifarm2416
@jaijawanagrifarm2416 13 дней назад
Gourav Daa should be in Assam not in Delhi...
@Assameselyricssongs-kl1ez
@Assameselyricssongs-kl1ez 13 дней назад
I LOVE I.N.D.I.A #RahulGandhiZindabad #GouravGogoizindabad
@tileswaryein1295
@tileswaryein1295 11 дней назад
. ,ভূপেন দাই গাই গৈছে আকৌ হ'ব পাৰে শৰাই ঘাট। গতিকে আমি সাৱধান হোৱা উচিত।
@user-ie6dx5zb5i
@user-ie6dx5zb5i 13 дней назад
Gourab Gogoi Asamar Naynar Moni , We Support Gourab Gogoi . .
@NP-gf7fo
@NP-gf7fo 13 дней назад
Simple Vodra qualified Good Parliamentarian Good in English and Hindi No third class talk like payaj hazarika maaladev Mama Siri So teok erri belogok dia tuai bhul
@user-dm9qs4fo8w
@user-dm9qs4fo8w 7 дней назад
@ruhitdihingia8210
@ruhitdihingia8210 13 дней назад
মালাকাৰৰ দেৱ, দুধুৰ - মুধুৰ নহয়, it was strategy in the eye of BJP at the eleventh hours.
@ramchandratimung3320
@ramchandratimung3320 12 дней назад
😊
@rishirajomivaidya5648
@rishirajomivaidya5648 13 дней назад
As a opposition he is good...let him stay in opposition. ...for Democracy
@LibiyaMichahary
@LibiyaMichahary 13 дней назад
Gaurav gogoi ebar hobo lagey cm
@rishirajomivaidya5648
@rishirajomivaidya5648 13 дней назад
Namaz main...
@lnbora7529
@lnbora7529 13 дней назад
Bhal katha koise apuni
@kanakdas7213
@kanakdas7213 12 дней назад
হিমন্তৰ চক্ৰান্তত গৌৰৱ গগৈ পৰাস্ত হ'লে সমগ্ৰ ভাৰত বাসীয়ে অসম বাসীক ধিক্কাৰ দিলেহেতেন।হেম বৰুৱা, দীনেশ গোস্বামী ৰ পাছত সদধত মাত মাতিব পৰা একমাত্ৰ ব্যক্তি জনেই গৌৰৱ গগৈ। বিজেপিৰ ভ্ৰষ্টাচাৰৰ বিষয়ে কাকো কেৰেপ নকৰাকৈ নিৰ্ভীকতাৰে মুখা খুলিবলৈ দ্বিধাবোধ নকৰা ব্যক্তি জনক প্ৰতিহত কৰা ষড়যন্ত্ৰ ওফৰাই দিয়া যোৰহাট সমষ্টিৰ ভোটাৰ সকলক কৃতজ্ঞতা জনাইছোঁ।
@bhogeswarsaikia1520
@bhogeswarsaikia1520 3 дня назад
Piyaj Hazorika bule mukhyo montri hobo bichare ( pijujush Hazorika)
@PrafullaBorah-og7zn
@PrafullaBorah-og7zn 12 дней назад
Nice
@BalenDas-dt8fq
@BalenDas-dt8fq 13 дней назад
গুৰুত্বপূৰ্ণ মন্তব্য
@bijumedak7733
@bijumedak7733 13 дней назад
ok
@KangkanaBorah-dp5kt
@KangkanaBorah-dp5kt 13 дней назад
Gaurab Gogoi jindabad ❤
@barasharajbangshi719
@barasharajbangshi719 13 дней назад
🖐🖐🖐🖐🖐🖐🙏🙏🙏🙏🙏👍👍👍👍👍👍👍👍👍👍
@RinaGohain-en1pc
@RinaGohain-en1pc 13 дней назад
Gaurov ammar gaurov
@lokengogoi5007
@lokengogoi5007 2 дня назад
Who is the best HIMANTA OR GORUV FOR GENERAL PUBLIC OF ASSAM ?
@user-nr8ln6lw7i
@user-nr8ln6lw7i 12 дней назад
Gaurav is political idol
@debojyotiboruah9167
@debojyotiboruah9167 13 дней назад
Gaurab is the Gaurab of Assam
@kripalsaikia924
@kripalsaikia924 12 дней назад
Gaurav da 2026=Assam CM
@Danirojasfc6
@Danirojasfc6 13 дней назад
It's time to raise your voice otherwise they will even take away your right to speech.
@phanindradevagoswami4635
@phanindradevagoswami4635 13 дней назад
হিমন্তই চিপৰাং মৰা দগাবাজী কাৰ্যসূৃচীৰে অসমৰ মুখ্যমন্ত্ৰী হ'ল !এতিয়া মোদীক লেং মাৰি ভাৰতৰ প্ৰধান মন্ত্ৰী হোৱাৰ পথত!!মোদীক বাদেই গৌৰৱ গগৈক বলে পাৰে নে নোৱাৰে সুনাগৰিকে দেখক।জয়ন্তাসুৰ- আইমীয়াসুৰ তাৰ সাহস?
@kripalsaikia924
@kripalsaikia924 12 дней назад
সৰ্বাদা =fUTURE PM
@beria842
@beria842 13 дней назад
Cong
@utpalboro8855
@utpalboro8855 13 дней назад
Pijus r podotyag ki hol??😂😂😂
@budheswarsaikia3103
@budheswarsaikia3103 13 дней назад
Malakar retirement lobor hoise, word bur olop jot lagi dhora hoise.
@sashibhatta5198
@sashibhatta5198 13 дней назад
যোৰহাট, কৰিমগঞ্জ, ধুবুৰী অথবা নগাঁৱৰ বাহিৰে আন সমষ্টিত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়া হলে তেওঁ জিকিব নোৱাৰিলেহেঁতেন ৷ নগাঁও, ধুবুৰী আদি স্থানত বিগত লোকসভাৰ নিৰ্বাচনৰ সময়টোত আজমল ডাঙৰীয়াৰ জনপ্ৰিয়তা ইমানেই হ্ৰাস পাইছিল যে তাত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কোটিপতি গছৰ মূঢ়া দুটা থিয় কৰিলেও হয়তো জয়ী হৈ আহিলহেঁতেন ৷ যোৰহাটৰ সমাজখনে হয়তো নিজৰ মানুহ গৌৰৱ গগৈয়ে অহা পাঁচ বছৰীয়া কাৰ্যকালটোত কি কৰে এবাৰ চাই লবলৈহে ভোট দিলে ৷
@user-fk6oz6k
@user-fk6oz6k 13 дней назад
No one can defend garouv in my Jorhat consitucy, ghenta ghenta ghenta ghenta ghenta ghenta 100000000 Modi 11111112000000 himanta kela
@GamePlay-ib2cj
@GamePlay-ib2cj 13 дней назад
Bamun manu vote nidu
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc 12 дней назад
মোডী আহিলেও হাৰিব অসমত ।
@gopalmili1309
@gopalmili1309 13 дней назад
Dol bagora nethar kunu Kam nai
@probirsharma3703
@probirsharma3703 13 дней назад
Vahi Tarun Gogoi Asam ka Lanka Aag Lagane wala 15 Salon Mein medical sector Garden sector education sector bus connectivity aur aap kah Rahe Hain Ki Gaurav Ho Gai Murti hai dusri bar Jahan Silchar se Aadhar state Upar jaane ke liye Guwahati per jakar train Chalna Padta tha Jahan homeguard openly respect leta hai TT Rizwan leta hai Jahan Railway sector zero Vahi Rahul Gandhi ka party ka baat kar raha hai aap Jo Aalu Se Sona nikalta Hai😅😅😅😅
@rabinpathak8715
@rabinpathak8715 13 дней назад
Faltu kothare soday nosole
Далее
🎤Пою РЕТРО Песни ✧˖°
3:04:48
Просмотров 1,7 млн