📌ঘোচখোৰ চৰকাৰী বিষয়াৰ বাসগৃহত জাপে জাপে ওলাইছে টকা। অভিযন্তা জয়ন্ত গোস্বামীৰ টকাৰ ভঁৰাল দেখি চকু কপালত দুৰ্নীতি নিবাৰক শাখাৰ। ঘৰতে ওলাইছে ৮০ লাখ টকা। বেংকৰ একাউণ্টত কোটিৰ ঘৰত টকা। নামী-বেনামী অজস্ৰ সম্পত্তি জয়ন্ত গোস্বামীৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
20 авг 2024