Тёмный
No video :(

ADRE Exam 2024: চতুৰ্থ বৰ্গৰ পদত গ্ৰেজুৱেট, তৃতীয়-চতুৰ্থ বৰ্গৰ পদত প'ষ্ট গ্ৰেজুৱেটৰ আবেদন কিয়? 

ND24
Подписаться 381 тыс.
Просмотров 45 тыс.
50% 1

#LIVE |📌চতুৰ্থ বৰ্গৰ পদত গ্ৰেজুৱেট, তৃতীয়-চতুৰ্থ বৰ্গৰ পদত প'ষ্ট গ্ৰেজুৱেটৰ আবেদন কিয়?
📌এয়া নিবনুৱা পৰিস্থিতিৰ ভয়াৱহ ছবি?
📌নে লক্ষ্যহীন হৈছে অসমৰ শিক্ষাৰ্থী?
📌একাংশই দৰ্শাইছে কাৰণ, আন একাংশৰ কটুক্তি
📌NEWS EDITOR মানস প্ৰতিম ডেকাৰ সৈতে আজিৰ HASHTAGত
#adreexam #govtjobs #jobalert #assamesenews #nd24news #nd24live #nd24assamese #livenews #manashpratimdeka
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 RU-vid channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Опубликовано:

 

5 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 283   
@bhbxyz
@bhbxyz Месяц назад
তৃতীয়-চতুৰ্থ বৰ্গত Graduate আৰু Postgraduate সকলে Apply কৰাৰ মূল কাৰণ হ'ল উপযুক্ত চাকৰি নাই। Traditional Degree কৰি একো চাকৰি নাই। 3rd grade, 4th Grade, Assam Police আৰু TET Teacher নকৰি কি কৰিব। Counseling ৰ অভাৱ। TDCত পঢ়ি মই নিজেই এজন ভুক্তভোগী। লগতে বৰ্ধিত জনসংখ্যাৰ অনুপাতে চাকৰি নাই। এইয়াই সমস্যা। চৰকাৰে বৃত্তিমুখী পাঠ্যক্ৰমত গুৰুত্ব দিব লাগে, নিজাববীয়াকৈ কিবা এটা উদ্যোগ নাইবা খেতি-বাতি কৰিবলৈ আগ্ৰহী সকলক সহজতে লোণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইসমূহ বিষয়ৰ ওপৰত প্ৰধানকৈ আলোচনা হ'ব লাগে। এবাৰ খেতি কৰি খালী হৈ পৰি থকা পথাৰবোৰ দুই-তিনিবাৰ খেতি কৰিবলৈ সুবিধা কৰিব লাগে। উদ্যোগী হ'বলৈ উৎসাহিত কৰিব লাগে। "অমুকৰ পুতেকে চাকৰি পালে, তোৰহে পঢ়ি শুনিও একো লাভ নহ'ল অ!" - এইবোৰ মানসিকতা বন্ধ হ'ব লাগে। তেতিয়া হ'লে দিন ৰাতি এক কৰি চাকৰিৰ পাছত দৌৰি নুফুৰে।
@user-jf4ms6ri6r
@user-jf4ms6ri6r Месяц назад
Hosa kotha koise... Nohale ki korib
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Месяц назад
একদম সত্য কথা কলা তুমি 😢
@ParishmitaTamuliSonowal
@ParishmitaTamuliSonowal Месяц назад
Right
@bhabensahariah2984
@bhabensahariah2984 Месяц назад
Iman dighal comment kia karisa.comment karile ki labh hai...
@manashjd3365
@manashjd3365 Месяц назад
Ri8
@milanray8776
@milanray8776 Месяц назад
আজি কালি চাকৰিত মাথোঁ মেধাৰ হে অগ্ৰাধিকাৰ।কোনোমতে পাছ কৰাবোৰৰ মূল্য নাই।
@7gc970
@7gc970 Месяц назад
আগৰ চাকৰিত বহুত গেযোৱেট লৰা ছোৱালীৰ সকলে চতুৰ্থ চাকৰিৰ কৰি আছে ।
@ipshikha1709
@ipshikha1709 Месяц назад
Hmm .. job tho paise atya aru ki hobo job to najay na
@assamesevideo8121
@assamesevideo8121 Месяц назад
Amer gowr ase
@Manjai-ks3rg
@Manjai-ks3rg Месяц назад
চৰকাৰে Education departmen টো Develop কৰাত কোনো গুৰুত্ব নিদিয়ে, কেৱল ভোটৰ সংখ্যা বঢ়াবলৈ আঁচনিত গুৰুত্ব দি থাকে যাতে আজিবন ৰজা হৈ নিজে খাই থাকিব পাৰে।
@parthapratimdutta3061
@parthapratimdutta3061 Месяц назад
চাকৰি নকৰো বুলি নিজে ব্যবসায় আৰম্ভ কৰিলো।। গাড়ী কিনিলো চৰকাৰ যি নতুন নতুন আইন গাড়ী ৰাস্তাত উলিয়াব নোৱাৰি ফৰেষ্ট, MVI,Local Police ৰ যি উতপাত সেইকাৰনে চব বাদ দিলো। এইবাৰ চাকৰি লাগিব😢
@C.Barman7
@C.Barman7 Месяц назад
বি.এ পাছ কৰি দুদিনমান চকীদাৰ পদত চাকৰি কৰিব । আৰু দুদিন পিছত ভাল সুবিধা পালে চকীদাৰৰ পদটো এৰি দিব । শেষত ফলটো হ'ব কি … দুখীয়া ঘৰৰ সেই অষ্টম শ্ৰেণী পাছ কৰা যুৱকজন সকলোফালৰ পৰা বঞ্চিত হ'ব ।
@dinzons92
@dinzons92 Месяц назад
Mur frend ejone tenkuwa korise
@niordutta7815
@niordutta7815 Месяц назад
Habuli gadho atak sorkari sakori debo nuwari nhoi
@a2ztechandfun241
@a2ztechandfun241 Месяц назад
ADREত পোৱা বিলাকে এনেকুৱা কৰিলে তথ্য সহকাৰে প্ৰমাণ দিব পাৰিলে বিভাগীয় অনুসন্ধান কৰিব আৰু চাকৰিৰ পৰা নিলম্বনো হ'ব পাৰে যদিহে বিজ্ঞাপন ওলোৱাৰ আগতে BA Complete কৰি ভুৱা তথ্য দি চতুৰ্থ বৰ্গৰ চাকৰিত সোমায়।
@ipshikha1709
@ipshikha1709 Месяц назад
​​@@a2ztechandfun241 joya barot to paisei B.a pass kra sokole cakori .... Xeikarnee agotei government te .. nohole aru ki aku pabo.
@onlinecreator7
@onlinecreator7 Месяц назад
RTI KORIBO LAGIBO ​@@a2ztechandfun241
@djaxom955
@djaxom955 Месяц назад
কমই ধৰ্ম। নাখাই মৰাতকৈ যি পোৱা কৰি যোৱা।
@PIXELEXPRESSION
@PIXELEXPRESSION Месяц назад
Forget post graduate...even Ph.D people applied for grade 3...too much unemployment
@dkfunmosti6097
@dkfunmosti6097 Месяц назад
Cast reservation উঠাই দিয়ক, নহলে এদিন general cast ৰ লৰা ছোৱালী বোৰ পথৰ ভিক্ষাৰী হৱ গৈ আছে, General cast ৰ এজন লৰা ছোৱালীয়ে ৯০ নম্বৰ লাভ কৰিও চাকৰি নাপায় কিন্তু বেলেগ cast ৰ লৰা ছোৱালীয়ে ৭০ নম্বৰ লাভ কৰিও চাকৰি পায়, General cast ত জন্ম হোবাতো সিহতৰ পাপ আছিল চাগে। Adre, Assam police,Tet ত কেইজন General cast ৰ লৰা ছোৱালীয়ে চাকৰি পাইছে হিচাপ এটা কৰি চাব চোন। General castৰ মানুহ থকা গাও এখনত গৈ চাব কিমান শিক্ষিত নিবনুৱা এক, দুই নম্বৰৰ বাবে বেকাৰ হৈ পৰি আছে, , এই মানুহ খিনিৰ ভবিষ্যতৰ কথা অলপ ভাৱক , সকলোৰে মেধাশক্তি সমান নহয়, General cast তো ঠেলা ৰিক্সা চলোৱা, মগনীয়া মানুহৰ লৰা ছোৱালী আছে, সাধৰণ 4th Grade ৰ চাকৰিটো উপযুক্ত নম্বৰ পোৱাৰ পিছতো আজি সি General cast ৰ হোৱা বাবে বেলেগে কাঢ়ি নিয়ে, বৰ দুখ লাগে ইয়াক লৈ মাত মাতিব কাৰো সাহস নহয়।
@user-jhdk777j
@user-jhdk777j Месяц назад
General cast buli sakorit aku castei ni o bhai.. Ami general cast buror aku okadei ni.. Unreserved buli he ahe kela
@dkfunmosti6097
@dkfunmosti6097 Месяц назад
@@user-jhdk777j amr nija eko e nai... Sobre logt jyudha karibo lage
@priskyboy___
@priskyboy___ Месяц назад
On my part,, মাথোঁ চৰকাৰী চাকৰি এটা থাকিব লাগে।। 👍 কিছুমানে Graduate কৰিলেও Graduation ৰ knowledge 2 নাথাকে।। সকলো কথা নিজৰ ওপৰত defense কৰে কাৰণ ভাল শিক্ষিত এজন কেতিয়াও III grade & IV grade ৰ চাকৰি এটা বিচাৰি নাথাকে অৰ্থাৎ 'কোনে কিমান বিলৰ মাছ ' কোনেও ধৰিব পৰা নাযায় অকল নিজেহে নিজক চিকাৰ কৰিব পাৰি ।। 😌
@puspajitkonwar1997
@puspajitkonwar1997 Месяц назад
শিক্ষাগত অৰ্হতা চাই apply কৰিব দিয়া বাবে চৰকাৰক ধন্যবাদ। পৰীক্ষাৰ ২দিন আগত সংবাদ মাধ্যমে আবুল তাবুল বকি ছাত্ৰ ছাত্ৰীৰ সকলক বিমুৰত নেপেলাই যেন
@howtodrawing1105
@howtodrawing1105 Месяц назад
শিক্ষাৰ্থীক কিবা বান্ধনত ৰখা বস্তু নেকি? যে বিএ পাছ কৰিলে ৪ৰ্থ বৰ্গৰ পদত চাকৰি লব নোৱাৰে, নাজানে। এনেকুৱা হলে দেখন বিদ্যা অৰ্জন কৰি কিব পাপ কৰা যেন হে হৱ ।তাৰমানে বিয়ে পাছ কৰা কেইটাই ৪বৰ্গৰ কাম খিনি চলাব নোৱাৰিব। শিক্ষাৰ্থীৰ নিজা choice থাকিব লাগে, শিক্ষাৰ্থীয়ে যিমান দুৰ পাৰে পঢ়াৰ স্বাধীনতা থাকিব লাগে আৰু নিজৰ ইচ্ছা অনুযায়ী যোগ্যতা অনুসৰি চাকৰি কৰাৰ স্বাধীনতা থাকিব লাগে।। শিক্ষাৰ্থীক চাকৰিহে লাগে কেৱল,, যেনে তেনে পাচ কৰা কেইটাই চাকৰি পাল চকুৰ আগত,, আৰু আমি এম এ পাছ কৰি চাকৰি পাব পৰা নাই। গতিকে শিক্ষাৰ value একো নাই ---আমাৰ সমস্যা -এম এ বিএ পাছ কৰা বাবে grade 4 ত নাপাওঁ চাকৰি,, এইফাৰে graduate levelৰ candidate বেছি পদ সেই অনুপাতে কম ওলাই, প্ৰশ্ন পেপাৰ আহে মস্ত টান, লাগে সাগৰ সদৃশ বিশাল জ্ঞান।
@nayanmonikalita7387
@nayanmonikalita7387 Месяц назад
Right bro 100%
@hrishikeshbaruah7570
@hrishikeshbaruah7570 Месяц назад
Post graduate atiya ru ako dangor degree hoi thoka nai.. Regular khini axei a..efale distance t baki khini o korei..so post graduate degree thoka aji r dinot horu kotha.. NET thakileo Phd nhle specially GEN a sakori powa 2 o bohut difficult
@Gt64xhu7xh
@Gt64xhu7xh Месяц назад
অসমৰ দৰে এখন ককাল ভগা ৰাজ্যত এই সমূহ বিষয়ত আলোচনাৰ পৰা একো ফলাফল আশা কৰিব নোৱাৰি । কাৰন অসমত ইমান চাকৰি নাই আৰু উপযুক্ত আন্তঃগাঁথনিৰ /সুবিধাৰ অভাৱ ।
@northeasttraveler5740
@northeasttraveler5740 Месяц назад
hslc kori noporhi time pass kori thakibo atia pek pekabo...maximum qualification r kunu limit thakibo nelage june pai pabo...baki hokolok kune porhibo dia nasil ba kio noporhile ru,,ne 4th grade aply korim bulia porha nasil, jodi heibulia porha nasil tente hihot dekhun bor durodorkhi..
@Nilko1998
@Nilko1998 Месяц назад
Right
@mriduldutta8000
@mriduldutta8000 Месяц назад
আজি বৰ্তমান সময়ত এটা চাকৰি পোৱাটো বহুত টান নিবনুৱাই ভৰি আছে। সেয়েহে চতুৰ্থ বৰ্গ তৃতীয় বৰ্গ বাচিবলৈ গলে চাকৰিয়ে নাপাব ।
@gkassam8838
@gkassam8838 Месяц назад
Right
@bikashbeylindok5321
@bikashbeylindok5321 Месяц назад
Bohut hundor debate ....no kachara
@debajanibaruah3105
@debajanibaruah3105 Месяц назад
শিক্ষাৰ গৌৰৱ কৰি বহি থাকলে কত হব ।শিক্ষা অনুযায়ি চৰকাৰে চাকৰি নিদিলে চতুৰ্থ বৰ্গ বা অন্য কিবা ভাবি থাকিলে কেনেকে জীৱন চলিব ।সেয়ে আমিও ডিগ্ৰী থাকিলেও লৰা হতক কিজানি বা সৰু চাকৰিকে পোৱা যায় বুলি আবেদন কৰিব দিচো ।কাৰনো ভালকৈ চাকৰি লব মন নেযায় ।বিচৰা মতে চৰকাৰে চাকৰি দিব জানো ।সকলো চৰকাৰৰ ভূল ।
@smritirekhakakotidutta.3663
@smritirekhakakotidutta.3663 Месяц назад
যদি graduate student তে চতুৰ্থ বৰ্গৰ চাকৰি কৰিব বিচাৰে/কৰে তেন্তে Matric level ৰ student তে কি কৰিব।
@diepzyotigogoi1773
@diepzyotigogoi1773 Месяц назад
Jur jar muluk tar...hslc, hs , graduate, post graduate kori lav nai.sidha kotha beyapai lav nai
@user-tz8rm5tr5g
@user-tz8rm5tr5g Месяц назад
Hoi. সকলোৱে চাকৰি পাব লাগে.. Post graduate lorai sakori nepale matic pass kori sakori puwa buro ghortu hazira koribo lagibo dekhn😢😢
@sharifdigital
@sharifdigital Месяц назад
Ejon graduate te ketiwaw grade IV t apply koribo nuware aru Jodi korise then sakori palew anytime job gusi jabo pare ,
@a2ztechandfun241
@a2ztechandfun241 Месяц назад
ADR t powa skolo departmentte advertisement published howar agot degree complete kora lora-suwaliye sakori Kori ase ​@@sharifdigital
@kapil912
@kapil912 Месяц назад
Mri jaw jen lage ketiyaba..... Jibonr sinta kri 😢😢
@satyamnath4960
@satyamnath4960 Месяц назад
😢😢
@rockstaryt8965
@rockstaryt8965 Месяц назад
Mor o sem conditions vi
@Nayanj272
@Nayanj272 Месяц назад
Same
@tapanvisit
@tapanvisit Месяц назад
Ki condition tor jhra hat vori disi
@bikisaikia11
@bikisaikia11 Месяц назад
Hoi Bhai depression anxiety hoi goise
@technicalrubulbhai2022
@technicalrubulbhai2022 Месяц назад
সময় উপযোগী নিউজ।
@Himanta441
@Himanta441 Месяц назад
Even IIT Guwahati Graduates applied for it .😅
@RisaBasu
@RisaBasu 24 дня назад
😂u r right bro
@apurbaborthakur2305
@apurbaborthakur2305 Месяц назад
যিসকলৰ স্বাভীমান তথা উচিৎ লক্ষ নাথাকে তেনে মানুহে এনেদৰে আগবাঢ়ে
@bitopanpatowary5476
@bitopanpatowary5476 Месяц назад
Aim thake but competition is very tough everyday
@One-of-a-kind1_ADRE
@One-of-a-kind1_ADRE Месяц назад
Kotha bur misao nhoi graduate ps kora ketar krny cutt off bohrise 4th grdt aru post Graduation ba Engineering student, phd kora student master digree kora MSC MBA aesb kora blkr krny 3rd grdr cutt off bahrise. Average student burr axa khekh korise
@SahabulAli3
@SahabulAli3 Месяц назад
চতুৰ্থ বৰ্গৰ নিযুক্তি লাভ কৰা সকলক ঘৰৰ পৰা দূৰৈত posting দিছে। 😢
@C.Barman7
@C.Barman7 Месяц назад
অভাৰলেপীং সমস্যাটো উত্থাপন কৰিব বুলি আশা কৰিছোঁ ।
@anuragsankarofficeal6045
@anuragsankarofficeal6045 Месяц назад
অসম চৰকাৰে আঁচনি বাহিৰে কি দিব পাৰে।চাকৰি ওলাব 10 হাজাৰ কিন্তু apply 18 লাখ।ইয়াতে প্ৰমাণ চৰকাৰ কিমান বিফলতা।শিক্ষিত নিবনুৱা বৃদ্ধি দিনক দিনে।যাৰ বাবে engineering কৰিও 4rd চাকৰিত apply কৰিব লগা হৈছে।ইয়াতকৈ লাজৰ কথা কি হব পাৰে।কেৰেলা চৰকাৰে industry খুলি অসমৰ লাখ লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিব পাৰে অসমে কিয় নোৱাৰে ?industry খুলক তেতিয়া নিবনোৱা কমিব কিন্তু আঁচনি দিলে নিবনোৱা বাঢ়িব লগতে ভক্তৰ পৰিমানো কমিব।
@AratiDewri
@AratiDewri Месяц назад
Right
@satyamnath4960
@satyamnath4960 Месяц назад
Great news ❤❤❤❤❤
@HPK-i7s
@HPK-i7s Месяц назад
PG kora hokolure babe tente extra k recruitment ulaok eman jodi problem hoise.. PG kora hokolor babe collegeot prof. vacancy bohaouk tente kio kora nai, 1ta vacancy karone 1500 rs d application dbo lage tente 10 khon collegeot jodi interview dbole hoi kiman fee hbo nije vabi saok.
@LakhiramDas-jo6wn
@LakhiramDas-jo6wn Месяц назад
Very good news
@rowstarchannel
@rowstarchannel Месяц назад
Vacancy nai ki no koribo ,, June jot pay korok, graduation kori jodi 4th grade koribo bisare korok tat eko Mur Kobo loga nai ,,moio pale korim 😢
@aaa-yd6jd
@aaa-yd6jd Месяц назад
teacher job krib krne. d.eld. lge. BA. passed keitai kt apply krib jar d.eld ni .
@rdeka4690
@rdeka4690 Месяц назад
সঁচা কথা কৈছে
@lcffworldgaming1365
@lcffworldgaming1365 Месяц назад
মুঠতে gredution কৰা লৰা ছোৱালীক কেই জনে 4th গ্ৰেড লৰা ছোৱালীক কেইজনৰ চাকৰি কেইটা খবা নালাগে😢😢😢😢😢😢
@kabitasaikia8713
@kabitasaikia8713 Месяц назад
PG hoi jodi sakori pua ny then graduate job bisaratu vul neki... apuni diyok job.
@C.Barman7
@C.Barman7 Месяц назад
চৰকাৰ খনে মানৱ সম্পদৰ ওপৰত গুৰুত্ব দিব লাগে ।
@BiswajitGogoi-pq3ep
@BiswajitGogoi-pq3ep Месяц назад
চাকৰি কৰি আছে,High qualified candidates এ যোৱা বাৰ ADRE
@nayanmonisaikia4517
@nayanmonisaikia4517 Месяц назад
যোৱা বাৰ আধাখিনি graduate তেই IV grade ত চাকৰি লৈ বহি আছে ।
@rinkumanibarua8890
@rinkumanibarua8890 Месяц назад
কাৰ বা* বকি আছা hslc pass কৰি বহি নাথাকি কষ্ট কৰি porha2 vul hol নকি কিমান পইচা akhubidha হয় আমি he জানোঁ আমি পঢ়িলেও laz nkro g t কৰিম.. Btech যদি chai ৱালা hoi it's simple পঢ়াক লৈ গৌৰৱ কৰি বহি থাকি লাভ নাই
@nabajyotibora124
@nabajyotibora124 Месяц назад
Right
@user-mw6ez5in9d
@user-mw6ez5in9d Месяц назад
Chance hokaloke ebar diba lage in all categories ❤❤❤
@amnxbgmi6015
@amnxbgmi6015 Месяц назад
4th grade ot o degree pass bhut a sakori a kri ase 2022 or
@RisaBasu
@RisaBasu 24 дня назад
Hoi bro illegally
@nurjamalhoke7325
@nurjamalhoke7325 Месяц назад
Good news
@baharali8785
@baharali8785 Месяц назад
Thanks for sankar Baruah.
@user-jq7vg5us6c
@user-jq7vg5us6c Месяц назад
Important news
@JyotiprasadBordoloi-wl8fj
@JyotiprasadBordoloi-wl8fj Месяц назад
Right
@krishnavlogsoishwariya
@krishnavlogsoishwariya Месяц назад
ঠিকেই কৈছে গেজুৱেত সকলে যেতিয়া 4th grd apply কৰিব নোৱাৰে তেন্তে পষ্ট গেজুৱেত সকলেও গেজুৱেত পষ্টত apply কৰিব নোৱাৰে
@sailendrasaikia630
@sailendrasaikia630 Месяц назад
Dangoriyani tenehole apsc , upsc r khetrot ki hobo .
@Dipakborah-hz4bn
@Dipakborah-hz4bn Месяц назад
Karon to hol vacency kom post ulab 7000 aru studet hobo 12 lakh 😢 99.99% fell 😢hai student bur ki koribo sakori ata hokoluke lage 3rd 4gd bisarile nohobo 😢
@rh1604
@rh1604 Месяц назад
Sokari powa a tan ...grade 4 grade 3 sai lav nai...sakori pale hol
@Shm995
@Shm995 Месяц назад
Anekuwa jodi hoy tenehole civil services babe graduate kiyo dise?😮😮
@Roster_Yogi_0.2
@Roster_Yogi_0.2 Месяц назад
Covidt pass korai diya khupa ki hb baru 🤔🤔😂😂😂
@madhabdas6014
@madhabdas6014 Месяц назад
খুব ভাল কথা
@PoseidonH7
@PoseidonH7 Месяц назад
You are missing the point. Eitu competition r jug. Survival of the fittest. Aru himanta biswa sarma dangoriyai tekhetor mohanota aru durodorshitar porichoy di Kom sikshito jubok juboti hokolor babe grade 4 sakorir bebosta korile. Kintu kisuman usso sikshito jubok jubotiye Kom shikshito hokolor petot lath mariboloi grade4 apply korise. Usso shikshito hokolor babe grade 3 sakori khuli dise, logote apsc upsc banking sob option ase, jot Kom sikshito hokole apply koribo noware. Heibabe moi kou je himanta mamai Amar dore Kom sikshito hokolor Kotha sinta Kori grade 4 r babe eta highest qualification limit dhori di eta mohan Kam korise. Mama live long and prosper 🙏🙏🙏🙏
@user-ve6gh2oj6g
@user-ve6gh2oj6g Месяц назад
বহুত গুৰুতৰ কথা বৰ্তমান সময়ত
@jsjsvjkdka
@jsjsvjkdka Месяц назад
Even aliens from the planet Mars and Jupiter is expected be seen in this ADRE exam. 🦧
@RajibPayeng-hp7er
@RajibPayeng-hp7er Месяц назад
Right❤❤
@duzuku
@duzuku Месяц назад
সঁচা অৰ্থত কবলৈ গলে বৰ্তমান সময়ত চৰকাৰী চাকৰি নথকা সকলোৱে নিজকে নিবনুৱা বুলি গণ্য কৰে, সেয়াই হৈছে আটাইতকৈ ডাঙৰ সমস্যা। এই ADRE পৰীক্ষাটো বৰ্তমান সময়ত সংস্থাপন লাভ কৰি থকা বহুতে Apply কৰিছে। কিন্তু applicants ৰ সংখ্যাই নিবনুৱা হৈতে জঢ়িত হব নোৱাৰে। কিয়নো ব্যক্তিগত খণ্ডত নিয়োজিত বা নিজস্ব ব্যৱয়াই কৰা ব্যক্তি এজনক আমি নিবনুৱা বুলি কব নোৱাৰে। কাৰণ তেওঁলোকে জীবনৰ নূন্যতম প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিব পাৰিছে। মাথোঁ জীৱন ধনৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰী চাকৰি এটা বিচাৰি আছে
@sanjaykalita7395
@sanjaykalita7395 Месяц назад
Bohut dukhia Lora aamar eyat ba porhile Haitu a vul hol
@wondeerbe25
@wondeerbe25 Месяц назад
Railway group D postt mechanical engineeraru apply koribo pare...kunu pg ug kotha nai...minimum qualification saok....mximm nhoi....tnx me later
@pranabkataki2414
@pranabkataki2414 Месяц назад
Eibar kiya graduate holey 4th grade r exam dibo nuarey ....agorbar dekhun masrter dgreeloi exam di bortoman service kori asei ...47 years r candidate ei sakori kori asei
@trishnanath6052
@trishnanath6052 Месяц назад
❤❤
@jintugogoi3536
@jintugogoi3536 Месяц назад
Fail korar system a nai application akhn val koi likhib najana manuh o atia graduate.so nibonuwa bahi boi.matric aru HS exambor agr nisina alp hard hb lage .
@SoloSurvivor-w3k
@SoloSurvivor-w3k Месяц назад
COTTONr deka graduate tur kothakini bor val lagil❤
@anuragsankarofficeal6045
@anuragsankarofficeal6045 Месяц назад
BJP ৰ পৰা যিয়ে নিমখ খাব পাৰে সি ভুল শুদ্ধ কি বিচাৰ কৰিব পৰা জ্ঞান শক্তি নোহোৱা হয়।like এই হাজৰিকাটো 😂তহঁতৰ শিক্ষা ব্যৱস্থাক আৰু exam পতা ব্যৱস্থাক wak থু বুলি হে কলো।
@user-wj9xg5or3h
@user-wj9xg5or3h Месяц назад
Tridip bhagawati right 👍👍
@Sunflower-on7et
@Sunflower-on7et Месяц назад
Investigations কৰিব লাগে আৰু ৰেজেক্ট কৰি দিব লাগে
@roxmixture4896
@roxmixture4896 Месяц назад
Kintu juwabsr bhute ple...akoi nhol. ami bur he rejectt
@a2ztechandfun241
@a2ztechandfun241 Месяц назад
Dhorat nporile no problem. Jowabar powa bohute atiyao sakori Kori ase.
@ritamdeka9246
@ritamdeka9246 Месяц назад
"ছাগলী"ৰ বেপাৰ কৰাতোৱেই ভাল হব যেন পাইছোঁ। ডিগ্ৰীধাৰি সকলে এই কামটো কৰিব পাৰি নে নাই বা
@ddrchannel8481
@ddrchannel8481 Месяц назад
11 lakhur viturut 5 employee candidates kam kori thaka aru 6 lakh unemployee candidates aru kisumane agotei 4th grade naiba belek department nut kam kori thuka burei 3rd grade tut applied korise.
@sanjaykalita7395
@sanjaykalita7395 Месяц назад
Assam OT besi porhile beya, Kintu central OT Val jiman porhileu digdar nai
@NirmolRay1996
@NirmolRay1996 Месяц назад
চাকৰি লব লাগিলে APSC ক্লিয়াৰ কৰি গ্ৰেড 3 ,গ্ৰেড 4 ৰ চাকৰি লব লাগিব,অন্যাথা মিচা,টুক্কাত মাৰি পাচ কৰিম বুলি ভবাসকলেটো আকাশত চাংপতা কথা হব। 2:47 কোনে মাথা পাগলে কৈছে গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীয়ে গ্ৰেড 4ৰ চাকৰি পোৱা বুলি কৈছে।গ্ৰেজুৱেটে গ্ৰেড3 ত হে এপ্লাই কৰিব পাৰে,গ্ৰেড 4 ত নোৱাৰে।। 24:40 এনকৰে যিটো কথা কলে যে গ্ৰেজুয়েটে গ্ৰেড 4ত এপ্লাই কৰিছে।।।ঠিক আছে এপ্লাই কৰিছে, এতিয়া কথা হল সেইসকলে যিমান ভাল ৰিজাল্ট কৰিলেও চাকৰি নাপায়,কাৰণ তেও এমপ্লয়মেণ্ট এক্সচেঞ্জ আপডেট দিয়া নাই।গতিকে এতিয়া ঠগিলেও ধৰা পৰে।
@AmukTaL
@AmukTaL Месяц назад
Hoi mur bondhu ajone apply krise , graduation complete krise 2022 kintu ,,12 pass di employment exchange card upgrade krise..aru mur department te MA pass kri 4th grade kri ase 😑
@parthajitdas5541
@parthajitdas5541 Месяц назад
Hazarika dangoriya and goswami dangoriya r kothat t moi akdom lojjajnk bcz i am a ADRE applicant,
@bittunaohalia3148
@bittunaohalia3148 Месяц назад
চৰকাৰৰ মতে চাকৰি এটা লাগে বুলিহে হয় HS/Graduation লৈকে পঢ়িলে পঢ়। তাতকৈও বেছি পঢ়িলে চৰকাৰৰ দূষ নাই ভাই। মানে, শিক্ষা আমি জ্ঞান বা নিজৰ কাৰনে ল'ব নালাগে,তাতে উচ্চশিক্ষাৰতো কথাই নকও। ভৱিষ্যতে ছাত্ৰ ছাত্ৰীয়ে তেন্তে শিক্ষাটো লওতে নিজৰ জ্ঞানৰ বা লাভৰ কাৰণে নলই চৰকাৰৰ উদ্দেশ্যবোৰৰ কাৰনেহে ল'ব। এইটোৱে আজিৰ শিক্ষা নীতি। চকৰি এটাৰ বাবে উপযুক্ত পদত শিক্ষাৰ অৰ্হতাৰ কথাটোলৈকে ঠিকেই আছে।সেই বুলি উচ্চশিক্ষাৰ লোৱা মানে এইটো নহয় যে,সেইকেইটা পদৰ কাৰণে ইমান কিয় পঢ়িলি! আগতে আছিল চাকৰিৰ বাবে নূন্যতম অৰ্হতাই Graduate. সেইয়া লাগিলে যিমানেই উচ্চশিক্ষিত নহওক। বৰ্তমান শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি অহাত চৰকাৰৰ হাতত ৰ্পয্যাপ্ত পৰিমানৰ চকৰিয়ে নাই। গতিকে HS/Graduation ৰ লগতে postgraduate বা বিভিন্ন qualification থকা সকলৰো পদ উলিয়াওক।সকলো postgraduate এ professor হ'ব নোৱৰেটো।
@HealerPeace
@HealerPeace Месяц назад
Sakori dbo nuarile tu krboe lgbo apply
@JibanGowala-qr4ji
@JibanGowala-qr4ji Месяц назад
Great news
@nabanilborah1954
@nabanilborah1954 Месяц назад
যোৱা বাৰ 4th grade t সৰহ সংখ্যক graduation ল'ৰা ছোৱালীয়ে 4th grade r job loise চৰকাৰে কি কৰিলে নো।
@muninda6459
@muninda6459 Месяц назад
45% Bihari and UP lora aahise
@MoinulBhai7755
@MoinulBhai7755 Месяц назад
halodhiya sola pindha sir jone bohut val kotha koise.kintu atiya kotha hol exm ahil apply korise,atiya koi ki lab hobo,ata kotha kobo pare je graguate xokole 4gradeত selection holew sakori diya nohobo
@btcbaksa6180
@btcbaksa6180 Месяц назад
Ami jiman pohileo ata sakori puwa ny gotike 4 grd sakori ata Paleo amr dukhiyar babe bhut hokam hob
@a2ztechandfun241
@a2ztechandfun241 Месяц назад
Vlke porhi written exam clear kora
@sharifdigital
@sharifdigital Месяц назад
Graduate keita qualification komai exchange no bonai grade IV t apply kori job loise bohutei .RTI koribo Lage.
@crazyworldcrick
@crazyworldcrick Месяц назад
Even mtech from IIT applied for 3rd grade
@user-ny4rh1pd8m
@user-ny4rh1pd8m Месяц назад
APSC CEE exam r babeu educational level Graduate ai hoi...tat ki post graduate aa apply nakore neki ? Aru APSC t kiman post ahe... assistant professor r babeu Phd , NET, SLET lagiboi....eta lorar age r kothau thake.... teacher job baboloiu B.ed lage...gotike Age tu roi nathake.....aru assam r khetrat 1jon lorak sakori eta bohut proyujon.
@BhaitiPegu-vr8ws
@BhaitiPegu-vr8ws Месяц назад
Good imprometion
@sankarpathori6109
@sankarpathori6109 Месяц назад
Past yearr Forth grade application t to. bohot graduet.... appointment pale.. heibor ki hol goi.. hibilakk again varification hobo lage...
@Mk-assam-cb1zq5vx7k
@Mk-assam-cb1zq5vx7k Месяц назад
Sankrjoti sire best vl koise♥️👍👌
@pranabkalita2613
@pranabkalita2613 Месяц назад
2022 t oh III & iv grade t bahute uper graduate lora sowalie sakori kori ase. Karon employment exchange update deote post r logot mila dharane update die aru moi legal category follow kori 1st step qualified kori oral exam dibo nidile. Baki alosona koribo
@chayanikabora854
@chayanikabora854 Месяц назад
Apsc conduct kora exam burot kio only graduate diye tenehole? Is Apsc CCE is 3rd grade level post...??
@dekavideos6404
@dekavideos6404 Месяц назад
All ready sakori ji xokole kri ase kheibureo akow blg post apply kore mure Frnd dujon mn asil juwabar adret
@rupjyotisarma7434
@rupjyotisarma7434 Месяц назад
এইবিলাক এতিয়া কৈ লাভ নাই। যোৱাবছৰতেই apply কৰা হৈছিল। Graduate সকলে নিয়মমতে চতুৰ্থ বৰ্গত apply কৰিব নোৱাৰিছিল।। কিন্তু এতিয়া যদি নিয়ম সলনি কৰে তেন্তে কিছুমানৰ কাৰণে অন্যায় কৰা হ'ব।।। বহুত graduate য়ে চতুৰ্থ বৰ্গত apply কৰা নাই
@sweethazarika7653
@sweethazarika7653 Месяц назад
Thik kotha koise agote manuh bur huwi asil atiya porikhya agot alusona kori govt or bodnam korat lagi goise
@satyamnath4960
@satyamnath4960 Месяц назад
🙏🙏🙏🙏🙏❤️❤️❤️❤️
@pabitragogoi4912
@pabitragogoi4912 Месяц назад
Investigation কৰিব লাগে
@manashjd3365
@manashjd3365 Месяц назад
Kali new education system aha agrloike ji khokol nibnua lra suwali khebur ki bl sigib ..
@user-wj9xg5or3h
@user-wj9xg5or3h Месяц назад
Tridip bhagawati right 👍👍 jui
@keshabboruah7806
@keshabboruah7806 Месяц назад
Bisar koribo lagy sorkarey
@bhairabgogoigogoi7798
@bhairabgogoigogoi7798 Месяц назад
যিমান টকা থাকিলেও ডাঙৰ officer,minister ঘোচ খাই ঠিক তেনে দৰে যিমান বেছি পহিলেও নিজৰ সুবিধা লবই মুঠৰ উপৰত টকা লাগে ছবকে এনেই হুলস্থুল কৰি লাভ নাই
@mf-xz6es
@mf-xz6es Месяц назад
Ji pabo lage hi npabo
@vlogtapan5129
@vlogtapan5129 Месяц назад
যোৱা বাৰতো বহুতে পাইছে চাকৰি, স্নাতক ডিগ্রি লৈ চতুর্থ বগৰ চাকৰি ৮ পাছৰ।।
@kalpanadas1724
@kalpanadas1724 Месяц назад
শংকৰ আপোনাৰ কথা একেবাৰে সচা |
@aktarbhuyan650
@aktarbhuyan650 Месяц назад
Investigation koribo lage
@dinzons92
@dinzons92 Месяц назад
Indusrtilasition obihone ekhon dekh ktyao developed hbo nuware.
@mainibora-hb7pg
@mainibora-hb7pg Месяц назад
8 pass buli enai ha koi... Sobe graduate bilak a pai... Madhabi... Amar nesena mnuh hai npai..
@bimalpegu8869
@bimalpegu8869 Месяц назад
110 % write
@joynalhoque7317
@joynalhoque7317 Месяц назад
চাকৰি কৰি আছে বহুতো লোকে সেই কাৰণেও নতুন কৰি apply কৰি আছে aaibaro,CID তদন্ত দিব লাগে?
Далее
Timings hated him #standoff #timing #meme
00:14
Просмотров 489 тыс.
La Tierra Robó El Anillo De Saturno #planetballs
00:14
Паук
01:01
Просмотров 2,8 млн
Rashlila || EP- 59 || 06-09-2024 ||
20:58
Просмотров 89 тыс.
Timings hated him #standoff #timing #meme
00:14
Просмотров 489 тыс.