Тёмный

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ-বিধি। Use of Assamese phoneme Chandrabind।by Dr. BinduBhushan।বিন্দু ভূষণ বৰা। 

BINDU BHUSHAN BORAH
Подписаться 16 тыс.
Просмотров 15 тыс.
50% 1

Topic: This video is related to Assamese Language of Assam state, used by almost all individuals of eastern India. It is recognised language of nation India. In this video I explained the methods and causes of nasalize tune in Assamese language. The Assamese phonem CHANDRABINDU plays a vital role in Assamese linguistics.
বিষয় :
এই আলোচনাত অসমীয়া ভাষাৰ উল্লেখযোগ্য আখৰ চন্দ্ৰবিন্দুৰ ব্যৱহাৰবিধি সম্পৰ্কে বিস্তৃত বিশ্লেষণ আগবঢ়োৱা হৈছে। কি সাতটা কথা মনত ৰাখি আমি সদায় চন্দ্ৰবিন্দুৰ প্ৰয়োগ শুদ্ধকৈ কৰিব পাৰোঁ সেইবিষয়ে ইয়াত বিস্তৃতভাৱে বিশ্লেষণ কৰা হৈছে।
#চন্দ্ৰবিন্দুৰব্যৱহাৰ
#Chandrabindu
#nasal_tune_of_Assamese_phonem
#অসমীয়াচন্দ্ৰবিন্দুরব্যৱহার
#Bindubhushanborah
#TET_EXAM
#SET_EXAM
#NET_EXAM
#ব্যাকৰণ
#অসমসাহিত্যসভা
#Gauhati_university
#Dibrugarh_University
#North_Lakhimpur_college
#Bodoland_university
#Bhattadev_university
#Madhabdeb_university
#Rabindranath_University
#BHUSHAN
#Knowledge_of_Assamese_language
#অসমীয়াভাষাতঅনুনাসিকতা
#international_phonetics
#অসমীয়াভাষা
#বিন্দুভূষণবৰা
#Assamese_Pg_course
#চন্দ্রবিন্দু
#HS1st_and_2nd_year_assamese_class
#class_seven_Assamese
#Assamese_Major
My FB profile link:
/ bindubhushan.borah
I'm on Instagram as @bindu_bhushan_borah.
Install the app to follow my photos and videos. www.instagram....
Related video link:
অসমায়া স্বৰবৰ্ণৰ শুদ্ধ উচ্চাৰণ আৰু বিশিষ্ট স্বৰবৰ্ণ:
• স্বৰবৰ্ণ আৰু বিশিষ্ট স...
আশাকৰোঁ, এই পাঠৰ পৰা ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব! ভাল পালে ভিডিঅ'টো আনলৈ প্ৰেৰণ কৰিব; subscribe কৰিব। পৰৱৰ্তী সময়ত কি বিষয়ৰ পাঠদান কৰিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব মন্তব্য-কৰণিত মন্তব্য কৰি জনাব।
পাঠটো চোৱাৰ বাবে অশেষ ধন্যবাদ।
If you like, please like, coment and share my channel. Thank you.
বিনয়াবনত
বিন্দু ভূষণ বৰা
BHUSHAN

Опубликовано:

 

11 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 165   
@PrabhatBorthakur
@PrabhatBorthakur 5 месяцев назад
ধন্যবাদ জনাইছো আপোনাক, অসমীয়া ভাষাৰ চন্দ্ৰবিন্দু টোৱে বৰ অসুবিধা দি আছিল, চন্দ্ৰবিন্দু আছেনে নাই confirm কৰিবলৈ অভিধান চাওঁতে শব্দটোৱেই নাপাওঁ, গতিকে আপোনাৰ পাঠটোৱে বহুত উপকাৰ কৰিছে, আকৌ ধন্যবাদ।
@BHUSHAN21
@BHUSHAN21 5 месяцев назад
জানি সুখী হ’লোঁ৷ অশেষ ধন্যবাদ৷
@Jaya_006
@Jaya_006 11 месяцев назад
Kaile MIL exm ase. Aji video tu sai xohai palo.❤ Dhonyobad.
@BHUSHAN21
@BHUSHAN21 11 месяцев назад
Welcome.
@entertainmentboby
@entertainmentboby 9 дней назад
বৰ উপকৃত হ'লো দেই🙏
@mamita7478
@mamita7478 4 месяца назад
Hundor
@BHUSHAN21
@BHUSHAN21 4 месяца назад
অশেষ ধন্যবাদ৷
@prabitrakrsaikia6060
@prabitrakrsaikia6060 Год назад
উপকৃত হ'লো যথেষ্ট, ভাল লাগিল ছাৰ
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷
@rkabbas3154
@rkabbas3154 Год назад
Thank you so much sir...... Very interesting video......
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you.
@kishorekrishnadas
@kishorekrishnadas 3 года назад
ইমান এটা ভাল শিক্ষণ তাত কেইজন মানে dislike কৰাৰ কাৰণ দিলে ভাল আছিল। বিন্দু চাৰে সুন্দৰ বিশ্লেষণ কৰিছে। শুভেচ্ছা থাকিল আপোনালৈ।
@BHUSHAN21
@BHUSHAN21 3 года назад
জানি সুখ পালোঁ। অশেষ ধন্যবাদ।
@kolpochitra3869
@kolpochitra3869 Год назад
বৰ সুন্দৰ। আপোনাৰ চন্দ্ৰ বিন্দুৰ ব্যৱহিত ভিডিঅ' চাই উপকৃত হলো। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
@BHUSHAN21
@BHUSHAN21 Год назад
অশেষ ধন্যবাদ৷
@nirmalideka8787
@nirmalideka8787 Год назад
ভাল লাগিল বিন্দু। বৰ দৰকাৰী কথা। মোৰ ভুল হৈয়েই থাকে।
@BHUSHAN21
@BHUSHAN21 Год назад
অশেষ ধন্যবাদ৷
@sangitadutta9204
@sangitadutta9204 3 года назад
অতি প্ৰয়োজনীয় পাঠ এটি সুন্দৰকৈ বিশ্লেষণ কৰিলে।ধন্যবাদ।
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ।
@tinkudaz7929
@tinkudaz7929 2 года назад
Apunar trick bur pora bhut upokit hoixu ...ata kotha nokou vabixilu kinto nuarilu koi dixu ..APUNAR DORE JODI SORKARI SCHOOL T HIKALE HOI AJI AMAR lora suwali bhut aag bahil hoi ...
@BHUSHAN21
@BHUSHAN21 2 года назад
Thank you.
@pritiborah5686
@pritiborah5686 2 года назад
Thanks Bindu
@r.hussain4948
@r.hussain4948 10 месяцев назад
উপকৃত হ'লোঁ ছাৰ । কিছুমান নতুন নিয়ম জানিব পাৰিলোঁ । এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ ভিডিঅ' চাই ছাত্ৰ-ছাত্ৰীসকলোকো শিকাব পাৰিম ।
@BHUSHAN21
@BHUSHAN21 10 месяцев назад
জানি সুখ পালোঁ৷ বাকীবোৰ পাঠ কেনে পাইছে জনাব৷
@jilmildevi2331
@jilmildevi2331 Месяц назад
Very helpful video
@BHUSHAN21
@BHUSHAN21 Месяц назад
Thank you.
@paporidutta8190
@paporidutta8190 2 года назад
very helpful. Thanks.
@BHUSHAN21
@BHUSHAN21 2 года назад
Thank you.
@BoishnabjyotiDoley-xg4tn
@BoishnabjyotiDoley-xg4tn 11 месяцев назад
Nice to whatch sir
@BHUSHAN21
@BHUSHAN21 11 месяцев назад
Thank you.
@dharitrisonowal7311
@dharitrisonowal7311 3 года назад
উপকৃত হ'লোঁ ছাৰ
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ ধৰিত্ৰী।
@bholanathpadi8350
@bholanathpadi8350 Год назад
Thank you sir 🙏 for this video
@hiyadas327
@hiyadas327 3 года назад
কথাখিনি জানি বহুত উপকৃত হৈছোঁ ছাৰ ।
@sufiabegum7974
@sufiabegum7974 Год назад
Thank you sir
@SOMOLOY
@SOMOLOY 2 года назад
ভাল ভিডিঅ।
@BHUSHAN21
@BHUSHAN21 2 года назад
ধন্যবাদ সমলয়৷
@assamnibirgaming3182
@assamnibirgaming3182 2 года назад
ধনঞবাদ
@BHUSHAN21
@BHUSHAN21 2 года назад
স্বাগতম৷
@-noiporia484
@-noiporia484 3 года назад
সুন্দৰ ককাইদেউ
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ।
@shreeyapori
@shreeyapori Год назад
Thank you so much sir 🙏🙏
@BHUSHAN21
@BHUSHAN21 Год назад
Most welcome.
@chitrangihandiqui7552
@chitrangihandiqui7552 9 месяцев назад
Thanks sir..... I love santapur chichapather high school......
@BHUSHAN21
@BHUSHAN21 9 месяцев назад
Most welcome. বাকীবোৰ পাঠ কেনে পাইছে জনাব৷
@HrittishRay
@HrittishRay Месяц назад
Thank you sir 🎉🎉🎉
@BHUSHAN21
@BHUSHAN21 Месяц назад
All the best.
@lifejindabad5590
@lifejindabad5590 2 года назад
উপকৃত হʼলোঁ। ধন্যবাদ।
@BHUSHAN21
@BHUSHAN21 2 года назад
Welcome.
@DikshitaBhuyan-x8k
@DikshitaBhuyan-x8k Год назад
ধন্যবাদ sir. MDU
@BHUSHAN21
@BHUSHAN21 Год назад
স্বাগতম৷
@petsunivers8496
@petsunivers8496 2 года назад
Very impressive. Thanks
@menokabasfor7964
@menokabasfor7964 3 года назад
বহুত ভাল হৈছে ভিডিঅ'🤗👌👌👌👌👌👌👌
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ জনাইছোঁ।
@thulungaswargahari6657
@thulungaswargahari6657 2 года назад
Thanks for making this video
@BHUSHAN21
@BHUSHAN21 2 года назад
Welcome.
@bindassbanditadas9723
@bindassbanditadas9723 3 года назад
বহুত বহুত ধন্যবাদ ডাঙৰীয়া , বহু খিনি উপকৃত হব পৰিলোঁ । কিন্তু মবাইলত টাইপিং কৰিলে চন্দ্ৰ বিন্দু টো া কৰাত এ বহে । ভাঙি/ভাগি ইয়াৰ ব্যৱহাৰ ৰ এটি ভিডিও দিব ।
@BHUSHAN21
@BHUSHAN21 3 года назад
জানি সুখ পালোঁ। আপুনি অসমীয়া আখৰ লিখিবৰ বাবে কি কীবৰ্ড ব্যৱহাৰ কৰে?
@cckexam7078
@cckexam7078 2 года назад
Very impressive. Thanks for this video.
@BHUSHAN21
@BHUSHAN21 11 месяцев назад
Thank you.
@dipikadevi2996
@dipikadevi2996 3 года назад
ধন্যবাদ ছাৰ
@MSCassamese
@MSCassamese 3 года назад
চাৰলৈ ধন্যবাদ। এনে video পাই থাকিম।
@BHUSHAN21
@BHUSHAN21 Месяц назад
অশেষ ধন্যবাদ৷
@moyurpanging9764
@moyurpanging9764 3 года назад
Tqqqq sir kub vl lgise , concept clear oisu ji saisu
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@dr.syedanasifaislam1270
@dr.syedanasifaislam1270 3 года назад
ধন্যবাদ ছাৰ ।
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ।
@satyashikshan1598
@satyashikshan1598 3 года назад
সুন্দৰ...। আৰু আশা কৰিলোঁ...
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ জনাইছোঁ।
@anjumoniphukon2206
@anjumoniphukon2206 2 года назад
বহুত বহুত ধন্যবাদ ছাৰ। 🙏
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@abidasultana8650
@abidasultana8650 3 года назад
বহুত ভাল লাগিল...
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@upenchaki1191
@upenchaki1191 2 года назад
অশেষ ধন্যবাদ...
@BHUSHAN21
@BHUSHAN21 2 года назад
স্বাগতম৷
@purnashilpam6361
@purnashilpam6361 3 года назад
উপকৃত হʼলোঁ। অশেষ ধন্যবাদ 🙏
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷
@himjyotidas3426
@himjyotidas3426 Год назад
Good
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@achyutgogoi2866
@achyutgogoi2866 3 года назад
ভাল কাম হাতত লৈছে বিন্দু দা।
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@abidasultana8650
@abidasultana8650 3 года назад
বহুত ভাল লাগিল
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@Hkg698
@Hkg698 2 месяца назад
ভাল লাগিল ছাৰ ❤❤❤
@BHUSHAN21
@BHUSHAN21 2 месяца назад
ধন্যবাদ৷
@bokulborah3792
@bokulborah3792 2 года назад
Bhal lagil sir.
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@kangkanamalakar9278
@kangkanamalakar9278 2 года назад
Thnk u sir..
@BHUSHAN21
@BHUSHAN21 2 года назад
Most welcome.
@bharadwajsisters1312
@bharadwajsisters1312 3 года назад
Bhal lagil
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@rantudutta3540
@rantudutta3540 3 года назад
ভাল লাগিল বিন্দু দাদা৷ মই ৰণ্টু দত্ত
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ ৰণ্টু। মিঠা ফল ভগাই খাবা।
@gitanjalidas4396
@gitanjalidas4396 3 года назад
Thank you Sir for explaining so clearly.
@BHUSHAN21
@BHUSHAN21 11 месяцев назад
Thank you Gitanjali.
@pragyarabha3868
@pragyarabha3868 3 года назад
অশেষ ধন্যবাদ ছাৰ
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@Monalishakutumpanging
@Monalishakutumpanging 3 года назад
বৰ ভাল লাগিল , ধন্যবাদ ।
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@rajsony9656
@rajsony9656 3 года назад
Thank you for clarifying nicely...
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@antaripkakoti2022
@antaripkakoti2022 3 года назад
অশেষ ধন্যবাদ 💚
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@mumskakolivlog1730
@mumskakolivlog1730 3 года назад
Val lagil sir🙏
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ কাকলি।
@Partha_533
@Partha_533 9 месяцев назад
মহাশয়!!! নিত্য বৰ্তমান,স্বৰূপ বৰ্তমান আৰু অতীত কালৰ বাক্যৰ অসমাপিকা ক্ৰিয়াত চন্দ্ৰবিন্দু বহেনে?
@BHUSHAN21
@BHUSHAN21 9 месяцев назад
বাক্যটো আৰু স্পষ্টকৈ কওকচোন৷ এটা উদাহৰণ দিয়ক৷
@Partha_533
@Partha_533 9 месяцев назад
@@BHUSHAN21 মোৰ এটা ভুল হৈ গ'ল। ক্ষমা কৰিব। ইয়াত অসমাপিকা ক্ৰিয়াৰ সলনি নিষেধাত্মক বাক্য আৰু শব্দৰ ক্ষেত্ৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয় নে নহয় সেয়াহে সুধিবলৈ বিচাৰিছিলোঁ। কিন্তু মোৰ এই সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ মাজত খেলিমেলি লাগি থকাৰ বাবে এনেদৰে সুধিলোঁ।
@BHUSHAN21
@BHUSHAN21 Месяц назад
যেনে - বাক্য এটা কওক৷
@abhijitdutta8254
@abhijitdutta8254 2 года назад
Tq sir
@BHUSHAN21
@BHUSHAN21 2 года назад
welcome.
@bedantaborah8689
@bedantaborah8689 3 года назад
নজনা বহু খিনি জানিলো উপকৃত হলো
@badshasong6619
@badshasong6619 3 года назад
Thank you 🙏🙏
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@Adityapromax999
@Adityapromax999 Год назад
ছাৰ মজা😊❤
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you.
@BHUSHAN21
@BHUSHAN21 Год назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-spOWJa1MCd0.html
@zahangiralon7684
@zahangiralon7684 Год назад
Sir, class 11 assamese grammar r সকলো বিষয়ের video লাগে
@BHUSHAN21
@BHUSHAN21 Год назад
দিয়া আছে৷ মোৰ চেনেললৈ গৈ ‘ভাষা শিক্ষণ’ Playlist চাব৷ মন্তব্যৰ বাবে ধন্যবাদ৷
@a2zok300
@a2zok300 3 месяца назад
Hello ছাৰ আপনি টান টান xopdho বৰ সহজ পদ্ধতিৰে কেনেকৈ লেখিব পাৰি video ata বনাব
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@biswajitgogoi7037
@biswajitgogoi7037 Год назад
চাৰ, 'স' আগৰটো শব্দৰ আগত, মাজত আৰু শেষত থাকিলে শব্দটোৰ উচ্চাৰণ কেনে হয়, উদাহৰণ দি বুজাই দিব বুলি আশা কৰিলোঁ।
@biswajitgogoi7037
@biswajitgogoi7037 Год назад
আখৰটো হব লাগিছিল।
@MUSICAL.DD.STUDIO
@MUSICAL.DD.STUDIO Год назад
🎉🎉🎉🎉❤❤
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@lipikaboruah2859
@lipikaboruah2859 Год назад
ছাৰ অনুগ্ৰহ কৰি মোক তলৰ প্ৰশ্ন তিনিটাৰ শুদ্ধ উওৰটো বিচাৰ কৰি দিয়কচোন। ১/ দাঁত শব্দটোত চন্দ্ৰবিন্দু ব্যৱহাৰৰ কাৰণ হৈছে ---- ক) ইয়াৰ মূল হৈছে 'দন্ত' শব্দ আৰু ইয়াত ন বৰ্ণ লোপ পাই চন্দ্ৰবিন্দু হৈছে। খ) মূলৰ পৰা বেলেগ কৰি লিখিবলৈ চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হৈছি। গ) চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ফলত সমাৰ্থক শব্দৰ পৰা পৃথক অৰ্থ সূচাইছে। ঘ) দাঁত শব্দই দন্ত প্ৰতিশব্দ সূচাইছে। ২/যি ধ্বনিৰ উচ্চাৰণত তলৰ ওঁঠটোৰে ওপৰৰ ওঁঠত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰবাহ খন্তেকৰ বাবে সম্পূৰ্ণ ৰোধ কৰি এৰি দিয়া হয়, সেইবোৰ ধ্বনি হৈছে ক) নাসিক্য খ) উষ্ম গ) ঔষ্ঠ্য প্ৰস্ফোট ঘ) ঔষ্ঠ্য অস্ফোট ৩/ হাতীটোৱে আমাক দেখি _______ ডাল ডাঙি দিলে। ক) সুৰ খ)সুঁৰ গ)শুৰ ঘ) শুঁৰ
@BHUSHAN21
@BHUSHAN21 Год назад
পাঠটো পুনৰ চাই উত্তৰ দিবলৈ চেষ্টা কৰাঁ৷
@lipikaboruah2859
@lipikaboruah2859 Год назад
১/ ক) ৩/ঘ) ২ নং টোৰ প্ৰস্ফোট, অস্ফোট ধাৰণাটো ল'ব পৰা নাই যদিও ঔষ্ঠ্য প্ৰস্ফোট শুদ্ধ হ'ব নেকি।
@_Utpal_Axom_
@_Utpal_Axom_ Год назад
❤️❤️❤️❤️ (MDU)
@himjyotidas3426
@himjyotidas3426 Год назад
ব্যাকৰণ খনৰ নাম উল্লেখ কৰিব লাগিছিল
@BHUSHAN21
@BHUSHAN21 Год назад
আপোনাৰ বয়স জনাব৷
@himjyotidas3426
@himjyotidas3426 Год назад
@@BHUSHAN21 30
@neelbora5125
@neelbora5125 Год назад
8:19 ত চাৰ অতীত কালৰ উদাহৰণ কেইটাত আ-কাৰৰ ওপৰত চন্দ্ৰবিন্দু বহিলচোন
@BHUSHAN21
@BHUSHAN21 Год назад
মবাইল টাইপিঙত কিছুমান কীবোৰ্ডত আ-কাৰৰ ওপৰতহে বহে বাবে তেনে হৈছে৷
@karobiphukon9687
@karobiphukon9687 Год назад
চাৰ ,' ওচৰা উচৰি ' বুলি লিখোতে কিয় এটাত উ হয় আৰু আন টোত ও হয়?
@BHUSHAN21
@BHUSHAN21 Месяц назад
শেষৰ ’ৰ’টোত থকা দীৰ্ঘ স্বৰ ’ই’ মানে ি ডালৰ প্ৰভাৱৰ বাবে৷
@mypast6256
@mypast6256 3 месяца назад
কৰিলোঁ + হেঁতেন= কৰিলোঁহেঁতেন হ'বনে কৰিলোহেঁতেন হ'ব?
@BHUSHAN21
@BHUSHAN21 3 месяца назад
হ’ব৷
@dharanidharkalita2136
@dharanidharkalita2136 Год назад
প্ৰত্যয কেই প্ৰকাৰ ৱিদিঅ দিবচোন
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷ দিয়া আছে৷ Bindu Bhushan Borah yoytubeত search কৰি play listত চাব৷ সকলো পাব৷
@dimbeswarrongpi3664
@dimbeswarrongpi3664 2 года назад
মহোদয় মই এটা কথা বুজি পোৱা নাই -- বিজ্ঞানসন্মত্ মানে নো কি অনুগ্রহ কৰি জনাবচোন
@BHUSHAN21
@BHUSHAN21 2 года назад
অনুগ্ৰহ কৰি অভিধান চাওক!
@assamteaching2228
@assamteaching2228 2 года назад
বহু ত শিকিব পাৰিলো
@BHUSHAN21
@BHUSHAN21 2 года назад
Thank you Assam Teaching. এনে আৰু ২৫ টা পাঠ দিয়া আছে৷ বাকী পাঠবোৰ চাই কেনে পালে মন্তব্য দিব৷
@aradhyaslittleworld7688
@aradhyaslittleworld7688 2 года назад
৭ নং বিধিত দিয়া উদাহৰণবোৰ যেনে খালোহেঁতেন । ইয়াত খালোৰ ওপৰত চন্দ্ৰবিন্দু নালাগে নেকি ? যিহেতু প্ৰথম পুৰুষত ওঁ বিভক্তি যোগ হয় ।
@BHUSHAN21
@BHUSHAN21 2 года назад
দিব লাগে আচলতে৷ আজিকালি অতীত কালৰ ক্ৰিয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কমিছে৷
@bitopan
@bitopan 3 года назад
মবাইলৰ Keyboard কিবা আছেনে ব্যঞ্জন বৰ্ণৰ ওপৰত ৺ দিবলৈ ? কাঁইট 😵 কঁাইট 😏 এতিয়ালৈকে মই বিচাৰি পোৱা নাই
@BHUSHAN21
@BHUSHAN21 3 года назад
কাঁইট
@Flute__Riburaj
@Flute__Riburaj 3 года назад
3:24 😂
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@birdmencrew8653
@birdmencrew8653 3 года назад
Who dislike this video...
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@mkk4382
@mkk4382 2 года назад
Bakhya korute কথাফাঁকি buli likho j e aitu correct ne
@BHUSHAN21
@BHUSHAN21 2 года назад
সমুচ্চাৰিত শব্দ - পাঠটো চাব৷
@laxmimayasunar2241
@laxmimayasunar2241 2 года назад
Tq so much sir 🙏 🙏🙏🙏
@BHUSHAN21
@BHUSHAN21 2 года назад
Welcome.
@aratisaikia5058
@aratisaikia5058 Год назад
Very helpful.
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@mdwashimallinone.2641
@mdwashimallinone.2641 3 года назад
Thank you sir
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@matuhazarika1355
@matuhazarika1355 3 года назад
Thank you Sir
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
@nilakshidevi2125
@nilakshidevi2125 3 года назад
thank u sir
@BHUSHAN21
@BHUSHAN21 Месяц назад
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
Далее
20 British Accents in 1 Video
21:55
Просмотров 3,4 млн