চিবিআইয়ে লাভ কৰিলে মৌমিতাৰ আচল ভিডিঅ | দেখিলে গাৰ নোম ডাল ডাল হব আপোনাৰ | Lady Doctor Real Story
ABOUT THIS VIDEO- আজিৰ ভিডিঅ'টোত প্ৰকাশ কৰা তথ্যই আপোনাৰ বুকু কপাই তুলিব। কলকাতাৰ মহিলা চিকিৎসকৰ লগত সংঘটিত ঘটনাই নতুন মোৰ লোৱা বুলি প্ৰকাশ পাইছে। শেহতীয়াকৈ ঘটনাৰ মূল অভিযুক্তৰ পত্নীয়ে চিবিআইৰ হাতত এটা ভিডিঅ অৰ্পণ কৰাৰ তথ্য পোহৰলৈ আহিছে। ভিডিঅটোত দেখা পোৱা দৃশ্যই তদন্তকাৰীবিষয়াৰ চকু কপালত তুলিছে বুলিও জনা গৈছে। আচলতে চিকিৎসক গৰাকীৰ লগত সেইদিনা কি হৈছিল সেই কথা এই ভিডিঅটোৰ দ্বাৰা স্পষ্ট হৈ পৰিছে। আপুনিও আজিৰ ভিডিঅটো চাই সেই কথা জানি লওক।
DISCLAIMER - এই ভিডিঅ'টোত প্ৰকাশিত তথ্য বিভিন্ন মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে। এই তথ্য ১০০ শতাংশ শুদ্ধ হয়নে নহয় আমি স্পষ্ট নহয়। বহু মাধ্যমত প্ৰকাশিত তথ্যসমূহ কেৱল সমাজক সজাগতা সৃষ্টিৰ বাবেহে আগবঢ়োৱা হৈছে। ভুল তথ্য প্ৰকাশ কৰাটো আমাৰ উদ্দেশ্য নহয়। আমি সমাজৰ পৰা অন্যায় অবিচাৰ দূৰ কৰাৰহে প্ৰয়াস কৰিছো।
OTHER VIDEOS-
• বন্ধুক লগ কৰিবলৈ যোৱা ...
• Video
• ৩টা লক্ষণ থকা নাৰীক ভু...
• কি ফুল শুঙিলে বা গোন্ধ...
#chitraranjannathvideos
#chitraranjannathmotivation
#chitraranjannathassamese
#justiceformoumita
#justiceforfemale
#justiceforladydoctor
#kolkatastory
#kolkata
#story
#realstory
#stories
#hearttouching
#assamese
30 сен 2024