Тёмный

চুমি-তাৰ্কিকৰ গোটেই নাটকখন ৰচনা কৰিছে নেকি আৰক্ষীয়ে? 

Pratidin Time
Подписаться 2,2 млн
Просмотров 148 тыс.
50% 1

চুমি বৰা আৰু তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰিলে নে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে? উদ্ভট যুক্তি আৰক্ষী অধীক্ষকৰ। জড়িত হৈ আছে নেকি আৰক্ষীও? গোটেই নাটকখন ৰচনা কৰিছে নেকি আৰক্ষীয়ে? অসম আৰক্ষী এইয়া সফলতা নে বিফলতা!
#PratidinTime #assam #dibrugarhpolice #Sumiborah #tarkikborah

Опубликовано:

 

16 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 449   
@janardanbora2803
@janardanbora2803 5 дней назад
প্ৰতি দিন টাইম এৰি নিদিব আপোনালোকে কেতিয়াও🎉🎉🎉
@arnabdeka8815
@arnabdeka8815 5 дней назад
স্পষ্ট কথা, ধন্যবাদ নিতুমণি শইকীয়া ❤
@hemantatumung4084
@hemantatumung4084 5 дней назад
চোৰ-পুলিচৰ বুজাবুজি চুক্তি আছে ৷
@CEO-of-YouTube-timcook
@CEO-of-YouTube-timcook 5 дней назад
Ghosh khuwa police 🚨🚨🚨
@RakeshPathak-k7b
@RakeshPathak-k7b 5 дней назад
Right
@uniquenayan8488
@uniquenayan8488 5 дней назад
Right 👍👍
@dipumpbora7904
@dipumpbora7904 5 дней назад
আছে
@dhurbagogoi5343
@dhurbagogoi5343 5 дней назад
মূঠতে পুলিচ মেনেজ হৈ গল
@brvideo752
@brvideo752 5 дней назад
হয়
@user-bh9nq6rp3n
@user-bh9nq6rp3n 5 дней назад
টকা হ'লে দোষী ও সাৰি যাই। টকা নহ'লে সকলো শেষ। দুখিয়া বিলাকৰ তেজ খোৱা এইবিলাক
@user-mp4lc9nn9j
@user-mp4lc9nn9j 5 дней назад
😢😢পুলিচ যে দেলালি সকলোৱে জানে ,, সত্য বাতৰি প্ৰচাৰ কৰিবলে সাহস লাগিব তেইটো সাহস আছে অসমৰ ভিতৰত এক মাত্ৰ নিউজ চেনেলটো হৈছে প্ৰতিদিন টাইম ❤❤❤❤,,অসম আৰক্ষীযে সৰু সৰু মানুহক ধৰিব পাৰে আৰু ভুৱা ancounter কৰিব পাৰে
@MonjitSaikia-k9p
@MonjitSaikia-k9p 5 дней назад
Right✅
@krishnaphukan6834
@krishnaphukan6834 5 дней назад
ঠিক কথা কৈছে আপুনি
@RidipXonowal-i1q
@RidipXonowal-i1q 5 дней назад
This true
@htcreation07
@htcreation07 5 дней назад
চৰকাৰ খন মিলি আছে, চৰকাৰ আৰু পুলিচে মিলি সহায় কৰি আছে, চুমী বৰাক
@dipankarsaikia-c8s
@dipankarsaikia-c8s 5 дней назад
হয়
@rekharajkhowa4754
@rekharajkhowa4754 5 дней назад
সত্য বাতৰি পৰিৱেশন কৰা বাবে ধন্যবাদ । নাটকৰ সামৰণি পৰিল ।
@dhurbakonwar7037
@dhurbakonwar7037 5 дней назад
অসম আৰক্ষী এতিয়া সন্দেহৰ আবতট আছে
@anamika-n3o
@anamika-n3o 5 дней назад
নিতুমনি ডাঙৰীয়া, আপুনি এই বাতৰি তু বাদ দি দিয়ক কাৰণ ইয়াত সৰকাৰ আৰু প্ৰশাসন জৰিত হৈ আাছে, আমি জনগণ ই যিমানে নিবিছাৰু কিয় যে দোষিয়ে এনেকুৱা শাস্তি পাওক যাতে দ্বিতিয় বাৰ কোনো লোকে দোষ কৰাৰ আগতে ১০০ বাৰ ভবিব লাগিব , কিন্তুু কি কৰিব ৰক্ষকে ভক্ষক হলে তো আৰু It's নাই, কেইদিন মান পিছত এই কালপ্ৰিত কেইটাই ৰাজ অতিথ্য গ্ৰহন কৰি ওলাই আহি আপোনালোকক সমালোচনা কৰিব । ৰিল বনাব চিনেমা বনাব আৰু আামাৰ অসম বাসীয়ে বাহবাহ দিব
@htcreation07
@htcreation07 5 дней назад
@@anamika-n3o বাদ দিওঁতে দিওঁতে অসম খন আজি এনে অৱস্থা।।
@jamunaray4032
@jamunaray4032 5 дней назад
Bujabuji ase administrative aru kouti tokar malik malikoni r
@runigoswami1108
@runigoswami1108 5 дней назад
যি দেখিছোঁ অতি সোনকালে চুমী ওলাই আহিব , গোটেই Assam police সোপাকে কিনি থলে নেকি
@KD-dj1iq
@KD-dj1iq 5 дней назад
Kinibo parea tahatohor usrot 2000 cr asea, sobok 1cr dileai hool hol 10ta maanok, sob manage hoi jabo
@tonmoy4553
@tonmoy4553 5 дней назад
Kukur court r kam ki buji lo. Court te adinote bail di dibo.
@PranjalDaimary-i2k
@PranjalDaimary-i2k 5 дней назад
​@@tonmoy4553proyojonio nothi potro homuh Jodi lukuwai diyeh court ot dakhil nokoreh Tetiya tohh bail dibo lagiboi
@brvideo752
@brvideo752 5 дней назад
হয় সচাঁকে
@MalaHazarika-hl2bx
@MalaHazarika-hl2bx 5 дней назад
Nitumoni daa ai thik kotha koise
@nabadeep_
@nabadeep_ 5 дней назад
Good Nitu Da ❤️
@Dasrahull
@Dasrahull 5 дней назад
মই কলোঁ অসমত যেতিয়ালৈকে pratidin time এই চেনেলটো আছে নহৈ তেতিয়ালৈকে অসমে শুদ্ধ নিউজ পাই থাকিব । আপোনালোকে এনেকৈয়ে নিউজ দি যায় যেন 🎉
@shreyasaikia6267
@shreyasaikia6267 5 дней назад
অসম আৰক্ষীক ধিক্কাৰ দিছো। আপোনালোকৰ ওপৰত আস্থা আৰু বিশ্বাস নাইকীয়া হৈ পৰিছে....
@Bhunomali
@Bhunomali 5 дней назад
Aitur karone moi Assam police ok val napau baki mumbai police or pora bohut hikibo lage
@NKMedia-d6k
@NKMedia-d6k 5 дней назад
এই কেচটোত অসম চৰকাৰৰ মন্ত্ৰীও জৰিত আছে আৰু প্ৰশাসনৰো বৰ মুৰীয়া আছে সংবাদ মাধ্যম নিৰলস ভাবে কৰি থকা বাতৰি আৰু ৰাইজে চোচিয়েল মিডিয়াত যি জনমত গঠন কৰিলে তাৰবাবেহে ইহত দুয়ো আত্মসমৰ্পণ কৰিছে সম্পূৰ্ণ নাটকখন প্লেনিং কৰি নিৰ্মাণ কৰা হৈছে
@north2061
@north2061 5 дней назад
assam police poisa khua he aru kiba ase janu.
@sanjaygoswami3793
@sanjaygoswami3793 5 дней назад
😅
@ranubhuyan8091
@ranubhuyan8091 5 дней назад
ৰিল বনাবলৈ চুমিক সোনকালেই এৰিও দিব পাৰে।
@assamesedolisa
@assamesedolisa 5 дней назад
এইবোৰ নাটক চব মেনেজ হ'ব কাৰণ চুমিৰ টকা আছে।সকলোকে কিনিব।আপোনালোকক যদি মুখ বন্ধ কৰে সকলো বন্ধ হৈ যাব
@rabencreationallmix5569
@rabencreationallmix5569 5 дней назад
সকলো আৰক্ষীয়ে চুমীৰ সৈতে একমত যেন পালো ❤
@ROHITTHAKUR-eh2uc
@ROHITTHAKUR-eh2uc 5 дней назад
টকা থাকিলে সবকে কিনি থবি পাৰি, এয়াৰ এক উদাহৰণ
@mithukonwar1590
@mithukonwar1590 5 дней назад
Thik koise
@bot.R55
@bot.R55 5 дней назад
আৰক্ষী অধিক্ষকৰ আছলটো কোৱা বধা আছে । এতিয়া কথাবোৰ বনাই বনাই আমাক বুৰ্বক বনাই কৈ থাকিব ।
@north-eastentertainment8895
@north-eastentertainment8895 5 дней назад
To the point ত হৈছে যুক্তিবোৰ ভাল লাগিছে। কিবা এটা অন্তৰ্নিহিত কাৰণ আছে যেন লাগিছে
@durnadutta3514
@durnadutta3514 5 дней назад
ডিব্ৰুগড় আৰক্ষী অধীক্ষক জন সন্দেহৰ থল আছে
@DesiredmixTube01
@DesiredmixTube01 5 дней назад
Police protecting criminals and punishing innocent 😇
@souravdeka2607
@souravdeka2607 5 дней назад
That's the harsh truth of Indian judiciary system
@Sushiii2345
@Sushiii2345 5 дней назад
Police bur a okol poisar karone Mori thake ajir datet police buli kole police ke doubt lage kelaa😮🙂🙂🥱🥱😥
@krishnagogoi1657
@krishnagogoi1657 5 дней назад
আইন সকলোৰে বাবে সমান হব লাগে | নাটক নহলেই হল |
@Akankhya123
@Akankhya123 5 дней назад
Poisa hole sob hosa kotha lukai jai
@Simanta8707
@Simanta8707 5 дней назад
তাৰমানে চুমি বৰা আৰু তাৰ্কিক বৰা বহুদিন আগৰ পৰাই পুলিচ কাষ্টাডিত আছিল ! তাৰ্কিক বৰাৰ পিতৃগৃহতে গৃহবন্দী কৰি ৰাখিছিল নেকি ! এইয়া মাথো আত্মসমৰ্পণৰ এখন নাটক হে আছিল !
@moromorkokaidew
@moromorkokaidew 5 дней назад
মইও সন্দেহ কৰিছোঁ আৰক্ষীক 😂😂😂
@joligogoi3363
@joligogoi3363 5 дней назад
এখন অসম পুলিচৰ আৰু চৰকাৰ চিনেমা অসমৰ ৰাজেয় চাব লাগিব
@ArifsVlogs-bo2ge
@ArifsVlogs-bo2ge 5 дней назад
তাইৰ হাতত হাজাৰ কোটি টকা আছে ৷ তাৰ পৰা 100 কোটি টকা কাৰোবাক দিলেওঁ একো নহয় ৷
@apurbakalita7388
@apurbakalita7388 5 дней назад
সকলো দাম দৰ থিক হোৱাৰ পিছতহে সিহঁতক ওলাই আহিব দিছে। ৰাইজৰ যিয়ে নহওক কেইটামানৰ যে পকেট গৰম হল সেয়া খাটাং।
@rituborah4966
@rituborah4966 5 дней назад
Aybeli Puja vl koi sab পাৰিব পুলিচ বিলাকৰ ঘৰ mahnuhy Sumi pura de Ase toka অসম পুলিচ ঘৰ mahnuhy পূজা বজাৰ vl vl কাপোৰ কানি লব পাৰিব aybeli😅😅😅😅
@ripunjoyborkakoty309
@ripunjoyborkakoty309 5 дней назад
উকিল আৰু পুলিচে মোটা টকাৰ অংকৰ লৈ চুমিক বচাব যেন লাগিছে
@SanilSadda
@SanilSadda 5 дней назад
তাইক বচোৱা মানুহ বহুত আছে তাই বাচি যাব একো শাস্তি নাপায় তাই পইচাৰ দি মিলাই লব চবকে
@vandyavlogs
@vandyavlogs 5 дней назад
ইয়াত বাঘা বাঘা লোক জড়িত হৈ আছে । তদন্ত কি হয় ঠিকনা নাই ।
@Sankarjitcreation
@Sankarjitcreation 5 дней назад
ধিক্কাৰ জনাইছোঁ
@tarunchandraborah208
@tarunchandraborah208 5 дней назад
অসমৰ।smart.পুলিছ সেই।বাবে।নাটক
@krishnaphukan6834
@krishnaphukan6834 5 дней назад
সম্পূৰ্ণ নাটকখনেই ৰচনা কৰিছে অসম আৰক্ষীয়ে.....আৰক্ষীয়ে ভালকৈ পইচা ঘটি আছে নাটক ৰচনা কৰোঁতে
@bipulbora8814
@bipulbora8814 5 дней назад
নাটক খন চৰাৰীভাৱে ৰচিত যেন লাগিছে ।
@uniquenayan8488
@uniquenayan8488 5 дней назад
রিপোর্টার ভাই সকল এরি নিদিবো...লাগি থাকক 👍💕
@rakeshchoudhury3768
@rakeshchoudhury3768 5 дней назад
Kam nai Policer... Ihot a pocket mar keitako dhoribo noware... aru Sumik dhoribo... Ihote Surrender korise...😂😂😂
@tanmoy5334
@tanmoy5334 5 дней назад
😂😂😂😂
@hemkantaborah7434
@hemkantaborah7434 5 дней назад
চোৰ-পুলিচৰ নাটক
@ali_goria8149
@ali_goria8149 5 дней назад
নামতু সলনি কৰিবৰ হ'ল স্মাৰ্ট আৰক্ষী নহয় মেনেজ আৰক্ষী....
@Hahipriya
@Hahipriya 5 дней назад
আচৰিত , আস্থা হেৰুৱাই পেলাইছো। সত্য অনুসন্ধান কৰক সেইয়া মাত্ৰ আপোনালোকে পাৰিব।
@ManjitKalita-yf6qx
@ManjitKalita-yf6qx 5 дней назад
Nitumani dai thik kotha koisa
@spiritualiq-n8g
@spiritualiq-n8g 5 дней назад
Nitumoni saikia 💥💥💥
@lobbip
@lobbip 5 дней назад
Sumi bora logot prem hobo sagey tarr😂😂😂
@anirbansarmah903
@anirbansarmah903 5 дней назад
Sumi nageen shree devi
@lobbip
@lobbip 5 дней назад
@@anirbansarmah903 take.....nagin..tai......
@lobbip
@lobbip 5 дней назад
Sredvrkt tai upur mall
@ShortVideos-byNiha
@ShortVideos-byNiha 5 дней назад
পঢা যোৱা 15 tarekhe xm , পালেহি নহয়, sumi ক চাই থাকিলে নহব😂😂😂😂😂😂
@Hahipriya
@Hahipriya 5 дней назад
এটা কথা মনত ৰাখিব, সত্য অনুসন্ধান কৰিব যিদিনা সেইদিনা বুজিবা সত্যৰ মাজত থাকে বহু মিছলিয়া।
@Aditygogoi123
@Aditygogoi123 5 дней назад
এইজনী কোনো পধ্যেই ক্ষমাৰ যোগ্য নহয়,,এৰি নিদিব।।
@rituborah4966
@rituborah4966 5 дней назад
অসম আৰক্ষী পুলিচ লাজ লগা নি ayjoni সাধাৰণ মাইকী হাতত বিক্ৰি হৈ গল চি চি চি লাজ লাগিব lagy assam পুলিচ ৰ কিমান টকা কিনিলে পুলিচ ok baru
@zaridulhaque7737
@zaridulhaque7737 5 дней назад
Sri. Nitumoni Saikia da..👏👏👏👏👏😄👍
@SatyavratRaj781
@SatyavratRaj781 5 дней назад
ইয়াত ৰাজনীতি চলি আছে । সব নাটক । বিজেপি দল আৰু চৰকাৰ উভয়ে এখন সুপৰিকল্পিত নাটক দেখুৱালে ।
@jetukimech3484
@jetukimech3484 5 дней назад
এই খন চুৰ পুলিচৰ নাটক যে কোনো সন্দেহ নাই
@hiranmayedeka2520
@hiranmayedeka2520 5 дней назад
চুমী গাটৰ পৰাই ওলাই আহি যে কলে অসমৰ টিভিৰ চেনেলৰ সংবাদ মাধ্যমৰ মিডিয়া বোৰে হেনো ফাঁচি দিলে। ফাঁচি দিয়ে আইনে। চুমি পেচত কোনোবা উকিল আছে। উকিলে যেনেকৈ কব দিছে তেনেকৈ কৈছে। তাকি উকিল জনে কেছতো চলাই থাকিব পাৰে। নিতুমণি আপোনালোকে নিউজ অসমৰ জনতাৰ আগত দিনেই নিশাই বজাই থাকিব। সাধাৰণ ঘৰৰ দোকানীৰ ছোৱালী হৈ অসমৰ জনতাৰ টকা চোৰ কৰি অসমৰ ভিতৰত প্ৰথম ধনী মহিলা হব খুজিছিল। অসমৰ নিউজ চেনেল বোৰে এৰি নিদিব। আপোনালোক জনতাৰ আগত ফাঁচী দিয়া বুলি ডাঙৰ অপৰাধ সজাইছে। নিউজ চেনেল বোৰক কৈছো তাইক এৰি নিদিব জনতা আপোনালোকৰ লগত আছে।
@kailashrabha-b1n
@kailashrabha-b1n 5 дней назад
চেৰেংকৈ লাগিলে চুমিৰ জুই পুলিচৰ বুকুত
@myassam1697
@myassam1697 5 дней назад
😂😂😂
@NayanmoniLagachu-j9o
@NayanmoniLagachu-j9o 5 дней назад
😂😂😂
@kushaldeuri9451
@kushaldeuri9451 5 дней назад
Media jinda bad🎉
@rahulphukan3936
@rahulphukan3936 5 дней назад
Media News chanal bure bohut bohut vaal kaam korile.
@Legal_weapon295
@Legal_weapon295 5 дней назад
আৰক্ষী মেনেজ্ হৈছে , বিশেষ একো নকওঁ।
@Ronaldo-urz
@Ronaldo-urz 5 дней назад
চুমি বৰা ৰ 50%Vishal ফুকন ৰ 50%ডিব্ৰুগড় ৰ DGP SP ছবেই লৈছে সিহঁতৰ property 😂😂😂😂😂ডিব্ৰুগড় ৰ police ঘোচ দিলে 50%50%
@mrinalkumar99
@mrinalkumar99 5 дней назад
কথাই ওলাই নাহে তাৰ আৰু তদন্ত কৰিব। যেন একোৱেই নাজানে
@Atankiiiiiiiiigaming
@Atankiiiiiiiiigaming 5 дней назад
Assam police Exposed 😂😂😂😂
@HarenPuzari-y3z
@HarenPuzari-y3z 5 дней назад
Perfect analysis
@RiciHajorika
@RiciHajorika 5 дней назад
Nitu moni da, apuni kua kotha khini 100% really hoi . Police nij burbok krn teuluke ji khon natok krise teuluke ki axomor mnu khinik burbok vbise nk hokolu buji pi gl j police department khokol natok rosona solai ase🙏🙏. Axomor mnu khinik he burbok buli vbile nk prokhakhon bixoya khokol🙏. hsatu kb gole sumi borak eia bosuwar sestar natok solai ase police department khokol.🙏
@tbordoloi
@tbordoloi 5 дней назад
চুৰৰ লগত আগতে বহি বুজা বুজি কৰি লৈ এতিয়া অসমৰ মানুহক কি বোজাব বিচাৰিছে ৷চুৰ পুলিচ দুয়োটা এটা পইচাৰ ইপিঠি সিপি ঠি হয় ৷ চুৰ মানেই পুলিচ পুলিচ মানেই চুৰ ৷অসম মানুহৰ পইচা লৈ সকলোৰে পকেট গৰম কৰি ধৰা দি ঘৰীয়ালৰ চকু পানী বোবাইছে বেছেৰীয়ে
@MukulHazarika-zi7yx
@MukulHazarika-zi7yx 5 дней назад
সঁচা কথা।এইয়া নাটক হয়।
@ManjuBorah-p8i
@ManjuBorah-p8i 5 дней назад
যি কেইজন উকিলৰ লগত কথা হৈ আছিল সেই কেইজনকো জেৰা কৰিব লাগে কাৰণ আৰক্ষীক তেওঁ লোকে খবৰ দিব লাগিছিল।
@mrigangkasonowal4691
@mrigangkasonowal4691 5 дней назад
right
@chintubordoloi6337
@chintubordoloi6337 5 дней назад
News channel burole eta request koru...apunaluke ei news2 enkei bojai thkbo...nhle ehoti sol pbo...
@manojtalukdar6647
@manojtalukdar6647 5 дней назад
ৰজা-মহাৰাজাই যাক ভাল পায় তাৰ ভৰিত গুলি নেলাগে 💯💯💯@ ৰাজ আতিথ্য পায় 👍👍👍।। নাটক ৰচিছেও আৰু কৰিছে আৰক্ষীয়েঈ গতিকে লাজ ক'ত 😋❓❗ লাজ ৰাইজেহে পাব লাগিব , কাৰণ এই সকল আমাৰ ৰক্ষক হৰ্টাকৰ্তা ⁉️⁉️⁉️
@mukutgogoi6240
@mukutgogoi6240 5 дней назад
We believe in PROTIDIN TIME.
@NituDhadumia-ky9dk
@NituDhadumia-ky9dk 5 дней назад
Nitumoni sr Val lagil...
@user-yt5fb5cf3b
@user-yt5fb5cf3b 5 дней назад
নাটকৰ অৱশেষত যৱনিকা পৰিল।
@kangkanboro1288
@kangkanboro1288 5 дней назад
Sob politics mili asay kithik Aime borah o mili asay hompau
@rupjyotisaikiaofficial
@rupjyotisaikiaofficial 5 дней назад
Umm muru lage tenekua, pijush mili ase
@durnadutta3514
@durnadutta3514 5 дней назад
এই নাটকে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব
@dhirenborah5733
@dhirenborah5733 5 дней назад
Right nitumani da
@sumideka7001
@sumideka7001 5 дней назад
Good news ❤
@dimbeswardas6640
@dimbeswardas6640 5 дней назад
ধন্যবাদ নিতু মনি
@01achyut
@01achyut 5 дней назад
Raije hokolu Buji pale . ED , CBI investigation hobo lage
@tanmoy5334
@tanmoy5334 5 дней назад
Aku lab nai 😂 sob upor mal logot link asa
@Jacklahm
@Jacklahm 5 дней назад
Aku Lap nai oh, Junmoni Rabhar hoitakarir kot gol bisar. Nijor Bhorokhat nije sulibo sesta kor Kaku bisakh kora to bad d diye kam nai Ajikali.
@Rahulali499
@Rahulali499 5 дней назад
যদি অসম আৰক্ষীয়ে সঁচা নাটক কৰি আছে cm চাৰে খেবোৰ পুলিচৰ উপৰত action লব লাগে?
@ujonirgitashree8043
@ujonirgitashree8043 5 дней назад
Thik koise Nitumoni sir
@user-oy1qz5qd8g
@user-oy1qz5qd8g 5 дней назад
2200 কোটি টকীয়া কেলেংকাৰি ত বেছা কিনা হোৱা নাইটো?
@Danirojasfc6
@Danirojasfc6 5 дней назад
It's time to raise your voice otherwise they will even take away your right to speech Keep it up 👍 প্ৰতিদিন TIME
@rumi3848
@rumi3848 5 дней назад
V v good news
@DURLAVBARUAH-qg3iy
@DURLAVBARUAH-qg3iy 5 дней назад
Good news
@SanilSadda
@SanilSadda 5 дней назад
মই কলোঁ আপোনালোকক চুমি এ একো শাস্তি নাপায় চাব্ আপোনালোকে 😢
@suranjitadutta7299
@suranjitadutta7299 5 дней назад
Bapre tai val kam he korise senek police protect kori nise amar axom police anekuI
@diptirani625
@diptirani625 5 дней назад
শ্ৰদ্ধাভাজন নাট্য প্ৰেমী ৰাইজ কিছু সময়ৰ পিছতেই "পাতি লোৱা ভাইটি" নামৰ নাটকখনৰ যৱনিকা পৰিব। আমি আপোনালোক আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনত "ম‌ই পলাই থকা নাছিলোঁ লুকাইহে আছিলোঁ " নামৰ সুন্দৰ নাটকখন আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ নাটকখনৰ শেষ অংশলৈ আগবাঢ়িছো। ধন্যবাদেৰে (Dipti Rani )
@tobrejali3969
@tobrejali3969 5 дней назад
Good NEWS👍
@rijubarthakur8641
@rijubarthakur8641 5 дней назад
ঐঐঐঐ তোৰ চেনেহৰ ভাইটিতো কত গল । তাৰ লগত একেলগে আছিলি নহয় এতিয়া চিনি নোপোৱা হলি কিয় ??
@naba2544
@naba2544 5 дней назад
Shame Assam Police
@niyarikahassandi2736
@niyarikahassandi2736 5 дней назад
Right
@user-eq9fu2qj3n
@user-eq9fu2qj3n 5 дней назад
এই trading ত জনতাৰ সন্দেহ আছে চৰকাৰৰ ওপৰত Trader সকলে গুজৰাট ত প্ৰশিক্ষণ লৈছে বুলি ও কালি বিৰোধী য়ে স্পষ্ট কৈ কৈছে বণিয়া চৰকাৰে সকলো তে trading কৰে আনকি আমবানীয়ে তৈয়াৰ কৰা চিনথেতিক কাপোৰৰ জাতীয় পতাকা ই হ ওক
@protimadutta2890
@protimadutta2890 5 дней назад
মামাৰ আৰু অসম পুলিছ লগহৈ এইখন নাটক কৰিছে---সাপ ও নমৰে লাথি ও নাভাগে----বহুত ক'লা টকা সোমাই আছে টো--- লগতে আছে পুলিছ / শিল্পী ???? ডাঙৰ অফিছাৰ আৰু Dr---
@localalien-f4u
@localalien-f4u 5 дней назад
Readymade । Assam or ৰাইজ ইনে হাবাথুৰি খায় আছে । মালামাল হব police, উকিল আদি। অসমৰ ৰাইজ জমনি কিন্তু 😂😂
@deepdas28
@deepdas28 5 дней назад
ইয়াত পুলিচৰ দোষ নাই আছলতে উপৰৰ পৰা বগা কাপোৰ পিন্ধা বৰমূৰীয়াৰ হেছাত হে এনেকুৱা নাটক কৰিব লগা হৈছে
@bulusaikia6951
@bulusaikia6951 5 дней назад
পুলিচে টো চুৰ সিহতে চুমিৰ পৰা কিবা পাই চাগে।
@RJHMvideoblogs
@RJHMvideoblogs 5 дней назад
এয়া নৃত্যনাটিকাহে। কি কাহানী হইছে বাদ মে পতা লাগিব।
@subarnakalita2357
@subarnakalita2357 5 дней назад
Tq you nitumoni saikia
@sagarikaszone8133
@sagarikaszone8133 5 дней назад
Eri nidibo axom police k ....mediai he jodi .... justice dibo pare .....media jindabad
@cmbordoloivlog
@cmbordoloivlog 5 дней назад
100% ari nidibo sumi bora'k
@user-fq9qj5lp4l
@user-fq9qj5lp4l 5 дней назад
POLITICIANS AND POLICE INVOLVED. GP SINGH YOUR GAME IS UP.
Далее