Тёмный
No video :(

চৰকাৰী দৰমহাই পুহি ৰখা তিনি গুণ্ডা আৰক্ষী বিষয়াৰ নিশাৰ মহানগৰত তাণ্ডৱ। 

Asom Live 24
Подписаться 566 тыс.
Просмотров 130 тыс.
50% 1

চৰকাৰী দৰমহাই পুহি ৰখা তিনি গুণ্ডা আৰক্ষী বিষয়াৰ নিশাৰ মহানগৰত তাণ্ডৱ। কোনে লগাব নাকি?
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 620   
@ranjitbora734
@ranjitbora734 Месяц назад
পুলিচেই হওক বা ফুলিচেই হওক মই পোৱা হলে ইহঁত তিনিওটাৰে হাত কেইখন দেহাৰপৰা আতৰাই দিলোহেঁতেন, যিহেতু চিভিল ড্ৰেচত পালোহয়।
@MainoDutta
@MainoDutta Месяц назад
Dress t Nathakile ji mon jai koribo pari.... Moi korisu mur experience ase
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
​@@MainoDutta👏👌👍কি কৰিছিল ?
@gunajitdas9374
@gunajitdas9374 Месяц назад
Sihote training kori police hoise, so gotei keitak pitise. Kisuman leura bheura a hat body r pora atorai dibo nuare diya jikhini janu training r bikhoye.
@ramenbarman5617
@ramenbarman5617 Месяц назад
Right
@Mintul12454
@Mintul12454 Месяц назад
পুলিচ নহয় চৰকাৰী গুণ্ডা হে এইবিলাক
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
একদম ঠিক কথা😡
@shrimantaboro
@shrimantaboro Месяц назад
💯 Khosa kotha😡
@kutandey4444
@kutandey4444 Месяц назад
Right 👍
@ImranKhan-sv8mr
@ImranKhan-sv8mr Месяц назад
ইহঁত কেইটাক চৰকাৰে চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু লগতে উচিত শাস্তি বিহিব লাগে। জয় আই অসম
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
হয় একদম ঠিক কথা
@deephazarika887
@deephazarika887 Месяц назад
পুলিছক সন্মান কৰো সেইবুলি পুলিছ হল বুলিয়ে সকলোতকৈ ওপৰত নেকি ৰাইজে ধৰি ধুমুছেৰ হাত ভৰি পিছি এৰিদিব লাগে
@MainoDutta
@MainoDutta Месяц назад
Right
@Infentry_soldier
@Infentry_soldier Месяц назад
😂thik disa aisat
@BirajSonowal-uz4rz
@BirajSonowal-uz4rz Месяц назад
পুলিচ আৰু সন্মান 😆😆 ভাল জমনি। কাকো ঘিণ কৰিব নেপায় যদিও।পুলিচ নামৰ প্ৰাণীবিধক ঘিণ লাগে।
@prabinmallabaruah8845
@prabinmallabaruah8845 Месяц назад
গৃহ বিভাগ তথা আৰক্ষী বিভাগ গেলি গৈছে। নীতি নিয়ম ধোৱা চাঙত উঠিছে । সৰ্ব সাধাৰণ ৰাইজৰ বাবে আৰক্ষী সন্ত্ৰাস হৈ পৰিছে ।
@bipuldeka3364
@bipuldeka3364 Месяц назад
কস্ট কৰি চাকৰি পালে মানুহৰ দুখ কস্ট বুজি পালে হয় .পইচা দি চাকৰি লৈ দুখীয়াৰ ওপৰত টান্দৱ
@kalitarupam
@kalitarupam Месяц назад
mor ghrt o police ase vai poica di sakori lowa boli kole mani lowa toh tan hoi ksta kori loise skaori anei kiba kibi koi lav nai
@jyotikagogoi582
@jyotikagogoi582 Месяц назад
😮😮
@rajivgogoi2132
@rajivgogoi2132 Месяц назад
@@kalitarupam GHUS KHUA POLICE JIMANE KOSTO NAKARAK KIO TAK KUNEU HANMAN NIDIA
@palashbora5038
@palashbora5038 Месяц назад
​@@kalitarupamtme ghor police kijan aru ghus kur hoi sage
@kalitarupam
@kalitarupam Месяц назад
@@palashbora5038 nije ata loi sa jodi okad ase
@surenboruah3241
@surenboruah3241 Месяц назад
সিহঁতক চাকৰিৰ পৰা অতি সোনকালে বৰ্খাস্ত কৰিব লাগে
@jagadishkalita6657
@jagadishkalita6657 Месяц назад
টকা দি চাকৰি লোৱা এইবোৰ, পুলিচ জাতি টোৱেই জহৰা হয়। লৰা বোৰ পুলিচ ট চাকৰি পোৱাৰ পিছত আৰু মদাহী হয়।
@eagleeyesgamerassam3059
@eagleeyesgamerassam3059 Месяц назад
Right
@musicstation6064
@musicstation6064 Месяц назад
oaa sob toka di sakori loise
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
😂
@user-ti1iw8qr9p
@user-ti1iw8qr9p Месяц назад
ধন্যবাদ সাংবাদিক দাদা, এনেকৈ সচা ছবি দাড়ি ধৰিবো লাগে❤
@ratulsarma2100
@ratulsarma2100 Месяц назад
এইকেইটা পুলিচ অসম চৰকাৰৰ সম্পদ হয় ৷ চৰকাৰক মদ খাই tax দি আছে যে
@dulalsarma4875
@dulalsarma4875 Месяц назад
যদি বাতৰিটো সম্পূৰ্ণ সত্য তেতিয়া হ'লে ইহঁত তিনিটাক এনকাউণ্টাৰ কৰিব লাগে। পুলিচৰ নামত কলংকৰ।
@zaved2008
@zaved2008 Месяц назад
ক্ষমতাই মূৰত ধৰি গৈছে।
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
হয়
@MWorld134
@MWorld134 Месяц назад
আইন ভংগ কৰা পুলিচক চাকৰিৰ পৰা নিলম্বন কৰি কি হ'ব দুদিন পিছত আকৌ চাকৰিত যোগদান কৰি আকৌ গুন্দা গিৰি কৰিব গতিকে Direct চাকৰিৰ পৰা BORKHASTHO kori dibo lage
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
নকৰে
@user-yo9hn4md4j
@user-yo9hn4md4j Месяц назад
বিদায় দিব লাগে | কিমান সুশিক্ষিত লৰা ছোৱালী বেকার হৈ আছে !
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
হয় একদম ঠিক কথা
@bontisarmah7541
@bontisarmah7541 Месяц назад
এইবোৰ গেলি গেলি মৰিব চিন্তা নকৰিবা মানুহে বিচাৰ নকৰিলেও ভগৱানে বিচাৰ কৰিব
@sanamdutta3703
@sanamdutta3703 Месяц назад
কলি যুগ বাইদেউ, এইবোৰৰ আয়ুস বহুত বেছি হয় আৰু ভাল মানুহবোৰ বেছি দিন নাথাকে।
@dhirajfddfbarua1276
@dhirajfddfbarua1276 Месяц назад
ৰাইজে জানিব লাগিব চৰকাৰৰ স্মাৰ্ট পুলিচৰ নমুনা এনেকৈ বুলি।
@mdfakir9424
@mdfakir9424 Месяц назад
Vai right 👍👍👍👍
@BhumidharNath-im7ml
@BhumidharNath-im7ml Месяц назад
আচলতে কব গলে পুলিচৰ ওপৰৱালা কিছু মান গুন্ডা অফিচাৰৰ বাবে এনেকুৱা ঘটনা ঘটিছে।আনক শাসন কৰাতো সহজ, কিন্তু নিজে নিজক শাসন কৰাতো টান।
@dipsikhachetia111
@dipsikhachetia111 Месяц назад
এনেকুৱা অভদ্ৰ আৰু অযোগ্যবোৰক চাকৰিত ৰখাতকৈ আমাক দিয়ক বাৰে বাৰে S.I পৰীক্ষা দিও অসফল হৈছো ।২০১৯ চনত .৫ ৰ বাবে পাচ নকৰিলোঁ।এইবোৰ দেখিলে গা সিৰসিৰাই যায় ..নিষ্ঠা আৰু সততাৰে কাম কৰিব খোজাসকলে চাকৰিয়ে নাপায়।
@samsulhaque4571
@samsulhaque4571 Месяц назад
এই তিনি জন পুলিচক চাকৰিৰ পৰাই বৰসাস্ত্ৰ কৰক DGP মহোদয় ।
@monimonsterofficial7112
@monimonsterofficial7112 Месяц назад
DGP দম আছে জানোঁ 🤧
@Thekingwithoutatherone
@Thekingwithoutatherone Месяц назад
bro news swa 🤣
@Shiva_adhikari
@Shiva_adhikari Месяц назад
Ki hol pise​@@Thekingwithoutatherone
@7gc970
@7gc970 Месяц назад
আৰক্ষীৰ কিছুমানে আৰক্ষীৰ পোছাক যোৰ পিন্ধিব পাই নিজকে ৰজাৰ বুলি ভাবে আৰক্ষীৰ কিছুমানে উপদ্ৰৱ কৰে । এনেকুৱা আৰক্ষীক জনসাধাৰণে ধৰি গৰু পিটন দিব লাগে ।
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
একদম ঠিক কথা
@parthapratim694
@parthapratim694 Месяц назад
বিহিত ব্যৱস্থা কি ললে দেখুওৱাবলৈ নাপাহৰিব..... মাল দিলেই সকলো ঠাণ্ডা হৈ যায়
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
চব ফুচ 😂
@user-rk4fp8fy1j
@user-rk4fp8fy1j Месяц назад
পুলিছ নহয় গুনদা চুৰ দকাইত এহেত
@never_backdown8611
@never_backdown8611 Месяц назад
অসম পুলিচৰ বেজত ব্যবহাৰ কৰা " জন হিত জন সেৱাৰ্থে" বাক্য শাৰী আতৰাই দিব লাগে। মোৰ অসম পুলিচ দেখিলেই ঘিন লাগে , ইহঁতৰ ব্যবহাৰৰ পৰা।
@bishwadeepgogoi5436
@bishwadeepgogoi5436 Месяц назад
এই কেইটাক আন্ধাৰে মুন্ধাৰে পালে খুব পিতিম অ'😅
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
😂👍
@nkvlog8919
@nkvlog8919 Месяц назад
নিলম্বন
@MJToonz11
@MJToonz11 Месяц назад
Suspension to punishment nohoi, eito eta kind of minor punishment. Termination he punishment.
@bichitranarayanbora9689
@bichitranarayanbora9689 Месяц назад
মানুহেই মানুহক চিনি নাপায় ছৰকাৰে পুলিছৰ নামত গুন্দা হে পুহিছে।
@rajenbora2222
@rajenbora2222 Месяц назад
চৰকাৰে এই কেইটাক এনকাউন্টাৰ কৰিব লাগে।
@bimalboro401
@bimalboro401 Месяц назад
ইহঁতক ভালকৈ একচন লোৱাৰ দৰকাৰ , কোনো ব্যবস্হা নললে আমি গুণ্ডা পুহিছে বুলি ভাবিবলৈ বাধ্য হম আমি ।
@user-wp3ix3lv6m
@user-wp3ix3lv6m Месяц назад
Assam পুলিচ কমেণ্ট বোৰ চাই ভাল লাগিছে নে বেয়া নালগেনে তহতৰ ঘৰৰ মানুহবোৰক এনেকুৱা কৰিলে কেনেকুৱা লাগিব nilaj তহঁত
@TridipSaikia-od3ko
@TridipSaikia-od3ko Месяц назад
এই অসম পুলিচ
@user-eq9fu2qj3n
@user-eq9fu2qj3n Месяц назад
নিৰ্দোষী জনতাৰ ওপৰত কিহৰ দাদা গিৰি দোষী হলে বেলেগ কথা
@rambalram2610
@rambalram2610 Месяц назад
জন সাধাৰণৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষীয়ে জনসাধাৰণ কেই অত্যাচাৰ, মাৰ পিত, গুণ্ডাগীৰী... ইঁহতক ভাল এসেকাঁ দিবৰ হল...😮😮😮 জুন মণি ৰাভাৰ মৃত্যুৰ লগত জৰিত SI মহাশয় যি কোটি টকীয়া অট্টালিকা সাজি আছিল তাৰ হিচাপ হল নে...??? মিডিয়া ও শুই পৰিল দুই এটা বাতৰি কৰি.... 😮😮😮 এই issue বিলাক গুৰি লৈকে লৈ যাওক... তেহে শান্তি আহিব 😢😢😢😢
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
চব ফুচ হৈ গ'ল আৰু 😏
@rambalram2610
@rambalram2610 Месяц назад
😂😂 Fooos... Kot ase xeitu ??
@ratanbarman163
@ratanbarman163 Месяц назад
Lots of thanks to Axom live 24
@user-mq1fx7zl8r
@user-mq1fx7zl8r Месяц назад
মামায়ে এতিয়া নেদেখে আৰু কানে নুশুনে,,,কলা হৈল মামা
@jatindutta2244
@jatindutta2244 Месяц назад
নতুনকৈ চাকৰি পাই টকা চুবলৈ পাইছে যে, মানুহ কি আছিল পাহৰি গৈছে।
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
হয় একদম ঠিক কথা😡
@debagogoi4422
@debagogoi4422 Месяц назад
আদালতত গৈ অভিযোগ দাখিল কৰক... ইহতৰ case শেষ নোহোৱালৈকে ইহঁতৰ পদোন্নতিৰ বন্ধ হৈ যাব...
@kishoridas6447
@kishoridas6447 Месяц назад
চৰকাৰে সোনকালে উপযুক্ত ব্যৱস্থা লওক।
@Gorkhafitnessboy123
@Gorkhafitnessboy123 Месяц назад
এইবোৰক উলিয়াই দিয়ক আকৌ post উলিয়াই দিয়ক বহুত দুখীয়া ঘৰৰ লৰাবোৰে কষ্ট কৰি আছোঁ। সিঁহতক পাব সুবিধা দিয়ক। এইবোৰৰ মানসিক জ্ঞান নাই
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
হয় একদম ঠিক কথা
@amiyadas303
@amiyadas303 Месяц назад
মই প্ৰথমে কষ্ট কৰি নিশা ভাড়া মাৰি থকা জনলৈ নমস্কাৰ জনালো। দা দা দুখিয়াৰ দুখ আজি যোগত চিৰন্তন সত্য।দুখিয়াৰ সঁচা কথা আৰু সচাপথ কাৰু বিশ্বাস নহয়। যি কেইজন আৰক্ষী বিষয়াই যদি হচাকৈ এইবোৰ কৰিছে তেন্তে আপোনা লোকৰ এখন হৃদয় নাই নেকি? সকলোৰে নিজা নিজা একো টা স্বত্ব আৰু সন্মান আছে। আপোনালোকৰ আজে ভাবি চিন্তি আগবাঢ়ি যাব সকলোৰে গাত দাগ নেপেলাব। মূখ্যমন্ত্ৰী মহোদযে যদি কোনো বাই কিবা বে আইনি কাম কৰে তেওঁৰ গাত দুখ দিয়াটো অনুচিত। প্ৰথমে কোন দুখি বিচাৰ কৰি উচিত শাস্তি প্ৰদান কৰক। আমাৰ কবলৈ একো নাই। এতিয়া যি কৰিব আইনে বিচাৰ কৰিব। ৰাতি যদি ভাড়ালৈ যায় নিজৰ নিজৰ এলেকাৰ আৰক্ষী বিষয়াইক আপোনালোকে এবাৰ জনাই আই পুৰোপ লৈ গলে হয়টো বিপদত পৰিব লগিয়া নহব পাৰে নেকি মই হে ভাবিছো হয়টো মোৰো ভূল হব পাৰে।
@user-hn2vd4ml6i
@user-hn2vd4ml6i 15 дней назад
ৰজাঘৰীয়াই কৰিলে লীলা, আৰু আমাৰ দৰে সাধাৰণ লোকে কৰিলে ধৰি বান্ধি কিলা।
@laikhayadhargogoi8540
@laikhayadhargogoi8540 Месяц назад
ইহঁতে এইটো কথা হয়তো গম নাপায় যে চৰকাৰী চাকৰি কৰিলেও দৰমহা চৰকাৰে ৰাজ্যৰ ৰাইজৰ/ জনতাৰ (Publicৰ), ক'ৰ(Tax)ৰ পৰাহে দৰমহা দিয়ে। কাৰণ জনতাক সুৰক্ষা দিয়া, ভুক্তভূগী লোকসকলে ন্যায় পায় আৰু দোষীয়ে উচিত তদন্ত পায়। কিন্তু এতিয়া এনেকুৱা হৈছে গৈ যে Private School ত পঢ়ি Government Job কৰে নতুবা দুখীয়া ঘৰৰ পৰা চৰকাৰী চাকৰি এটা পালো বুলি মানুহ চিনি নোপোৱা হয়/ নতুন ধনী হয়। নহ'লেনো এনেই ৰাস্তাৰ/ পথৰ কাষত ৰ'দ-বৰষুণত থিয় দি থাকিব লগা কিহৰ প্ৰয়োজন হয়...???? মন্ত্ৰী/বিধায়কৰ কথাত উঠা-বহা কৰা Gulami হে। চৰকাৰী চাকৰি কৰিলেও পইচা/ টকা/ বেতন বোৰ ৰাইজে দিয়া ভিক্ষা হে গ্ৰহণ কৰে। কবলৈ গ'লে এক কথাত ভিক্ষা লোৱা ভিক্ষাৰীহে ইহঁত। ভিক্ষাৰি জাত।।। দৰমহা বছৰত কেইবাৰ সময়মতে পোৱা হয় চৰকাৰী চাকৰি কৰা লোকসকল???? ঋণ/ ধাৰ/ বাকী কিমান মান আছে হয়???? চৰকাৰী চাকৰি কৰাৰ পাছতো????
@kishorbarman3411
@kishorbarman3411 Месяц назад
অসম পুলিচ ৰ ভূল নাই মিছা কথা
@kailyandowarah68
@kailyandowarah68 Месяц назад
এই পুলিচ গিৰি দেখুওৱা এই কেইজনক উচিত বিচাৰ কৰিব লাগে
@therhythms7092
@therhythms7092 Месяц назад
এই অভদ্ৰ গুণ্ডা আৰক্ষী কেইটাৰ ওপৰত অতি কঠোৰ ব্যৱস্থা লব লাগে। নতুনকৈ চাকৰী পাই অসুৰ হোৱা এইবোৰ ৰাক্ষস।
@SD-ff1wc
@SD-ff1wc Месяц назад
মাৰপিতৰ বিষয়টো বাৰু বেলেগ ৷আচৰিত আৰু সন্দেহ জনক বিষয়টো হ’ল মাজ নিশা পুলিচ কেইজনে নদীত নামি কি কৰি আছিল কাৰণ মাজনিশা নদীত কোন মানুহে গা ধুব যাব সেই স্থানত নিশ্চয় দুইনম্বৰী কাম কৰি আছিল যাৰ কাৰণে নেকি সেই ড্ৰাইভাৰ জনে সিহঁতক দেখা বুলি ভয় খাই মাৰপিত কৰিছিল৷ভালদৰে তদন্ত কৰিলে ওলাই যাৱ৷ মই সাংবাদিক সকলক অনুৰোধ জনাইছো যে তেওঁলোকে নিজাববীয়াকৈ সেই স্থানত গৈ বিছাৰ খোছাৰ কৰক গৈ৷
@mitulahmed5581
@mitulahmed5581 Месяц назад
টকা দি চাকৰি লোৱা এই বিলাক পুলিচে বেলেগ ৰ মূল‌ কি বুজি পাব । বহিস্কাৰ কৰিব লাগে অতি সোনকালেই এনেকুৱা পুলিচক😡😡
@hiramaggi
@hiramaggi Месяц назад
ৰাতি civil dressত দুজনতকৈ বেছি লোকে গাড়ী আগুৰিলে কেতিয়াও নৰখাব, চিধাই পিঠা কৰি থৈ থানাত সোমাই দিব !
@robinkumarbora6401
@robinkumarbora6401 Месяц назад
তিনিও জনকে বৰ্খাস্ত কৰিব লাগে। তাতে আকৌ ইহঁত প্ৰবেচন ত আছে বুলি জানিব পৰা গৈছে ।
@nabanath100
@nabanath100 Месяц назад
চিভিল চাৰ্ভিচ কৰা মানুহ এজন যদি ঘৰৰপৰা বাহিৰত ৰাতি দেৰিলৈকে থাকিব নোৱাৰে, তেন্তে এই পাখণ্ড কেইটাই চিভিল ড্ৰেছত ৰাতি ইমান দেৰি লৈকে বাহিৰত কি কৰি আছিল?
@kishanbora2248
@kishanbora2248 Месяц назад
মানু্হ nohoi গৰু এইকেইটা, জোজ কৰোঁ কৰোঁ কে থাকে
@NKedixon5607
@NKedixon5607 Месяц назад
ইহঁতে কি কাৰণে পুলিচৰ চাকৰি কৰিছে সেইটো বুজা গৈছে........ এই তিনি পাখন্দৰ নিচিনা আৰু বহুত আছে...... সিহঁতে সাধাৰণ মানুহক অত্যাচাৰ কৰিবহে দৰমহা লৈ আছে.....
@deepjyotiboruah9496
@deepjyotiboruah9496 Месяц назад
আমাৰ ধেমাজীত আহি যা । তই পুলিচ হলেও কিমান দম আছে দেখা যাব !
@jayantapegu1726
@jayantapegu1726 Месяц назад
মামা আপোনাৰএই কুকুৰ তিনিটা ক ভালকে চম্ভালিব মানুহক এনেকৈ কামুৰি পুৰিলে কোনোবাই মাৰি পেলাব ।
@kangkanmedhi
@kangkanmedhi Месяц назад
কেইটামান নতুন পুলিচ ৰ উৎপাত টো বেছি e দেখিছোঁ। আৰু এচাম নতুন gd e to মানুহ ঘুনীয়া কৰিম বুলি এ target কৰে
@himantadas379
@himantadas379 Месяц назад
তীৰ্থ ডেকা, দিপিলা , দৰং । যোৱাবছৰ SI ত পাইছিল
@padmadharkalita3775
@padmadharkalita3775 Месяц назад
পুলিশক কণ্ট্ৰোলৰ বাবে পুলিশ কণ্ট্ৰোল টিম গঠন কৰিব লাগে
@sankarmirdha1448
@sankarmirdha1448 Месяц назад
দল সংগঠনে নিমাত কিয় ৷ প্ৰতিবাদ কৰিব লাগে ৷
@rajeshhazarika1663
@rajeshhazarika1663 Месяц назад
সিহঁত এতিয়া বিজেপিৰ টকাত মচগুল😂
@pratuldas6125
@pratuldas6125 Месяц назад
হয় ঠিকেই কৈছে , এই পুলিচ কেইটাৰ মুখৰ অবয়ব দেখিলেই ধৰিব পাৰি য়ে এই কেইটা দগাবাজ ৪২০
@heydipak685
@heydipak685 Месяц назад
Sutmarani buli Kom .Dhanyabad
@irabc7581
@irabc7581 Месяц назад
এনে ব্যক্তিক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে | ইহঁতে দাদাগিৰি কৰাৰ অনুজ্ঞাপত্র পাইছে নে ৰাইজৰ কাম কৰা চাকৰিয়াল?
@villagebhai1676
@villagebhai1676 Месяц назад
Leura... Si... Toka di sakori luwa hoi.. Pohi kasto kori sakori pale.. Respect koribo
@mithunsaikia857
@mithunsaikia857 Месяц назад
ইমানবোৰ নতুন নতুন আইন বনাই আছে চৰকাৰে, এনেকুৱা চোৰ ডকাইত ৰূপী জহৰা পুলিচ কিছুমানৰ ওপৰতো নতুন আইন এখন বনাওঁক I
@bipulborah2193
@bipulborah2193 Месяц назад
Direct Constable কৰি দিব লাগে।
@CHINMOYDAS-dt4fm
@CHINMOYDAS-dt4fm Месяц назад
Sakorir pora dismiss kri dbo lgbo ..ru lifet kto kam nupuwa kri thobo lgbo ....
@RibjulAli-vm5wl
@RibjulAli-vm5wl Месяц назад
গুনডাহ তিনিতাক অতি সোনকালে অসমৰ পৰা বিদাই দিব লাগে
@one5622
@one5622 Месяц назад
ইহঁতক খুদাই নেৰিব G.p.sing sir,লগতে c.m. sir কো জনালো
@amritkalita7315
@amritkalita7315 Месяц назад
এই তিনিও জনকে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে
@user-ow4pc9yf5u
@user-ow4pc9yf5u Месяц назад
গৃহমন্ত্ৰীয়ে এইবোৰ দেখিছেনে?এই সকল চৰকাৰী "গুণ্ডা" নিয়ন্ত্ৰিত হ'বনে?
@sanamdutta3703
@sanamdutta3703 Месяц назад
গাত ৱাৰ্ডিটো আহি গ'লে, ইহঁত কিছুমানে নিজে নিজক প্ৰভু ঈশ্বৰ বুলি ভাবি লয়। 😂
@boramohan1
@boramohan1 Месяц назад
হেই বাবে ইহঁতৰ লৰা ছোৱালী বোৰ পলিও হোৱা দৰে হয়।লাজ নাই ইহঁতৰ
@mrrsindian2559
@mrrsindian2559 Месяц назад
We are love assam police very much please don't make us negative thoughts to assam police it's request to Assam police
@diyaanbora
@diyaanbora Месяц назад
Ai news2 share korok sbai n anytime news ot bojaouk
@upenborah2605
@upenborah2605 Месяц назад
Vaah asomiya vaah, asomiyai asomiyak mara
@rebulali1210
@rebulali1210 Месяц назад
ইহত তিনুকে নিলম্বন কৰিব লাগে 5:04 এনে পুলিচৰ কাৰনে সকলো পুলিচ ৰ বদনাম হৈছে।
@santinath2340
@santinath2340 Месяц назад
sakrir pora bahir korib lage 3tak.
@sonpakhilideori2267
@sonpakhilideori2267 Месяц назад
Great
@straightpoint6419
@straightpoint6419 Месяц назад
Public ধুলাই খালে চিধা হৈ যাব চব।
@user-xc5jv6xi1t
@user-xc5jv6xi1t Месяц назад
Very good police action
@HimangshuKalita-z3d
@HimangshuKalita-z3d Месяц назад
Right
@user-fb6ji8qi6m
@user-fb6ji8qi6m Месяц назад
অসম পুলিচে এই আৰক্ষী ৰূপী গুণ্ডা কেইটাক encounter কৰিব পাৰে দেখোন 😂😂😂
@Abduljalil-yv8qx
@Abduljalil-yv8qx Месяц назад
অসম পুলিচৰ লগত কিয় তৰ্ক কৰিব লাগে। সিহঁত আইনৰ মানুহ হয়। ৰাইজক যাতা কৈ মাৰিবও পাৰে। আইন সিহঁতৰ হাতত। আমি একো কৰিব নোৱাৰো। এওঁলোক নিজৰ কৰ্তব্য নিজে বুজি নাপায়। সিহতে চাকৰি পোৱাৰ পিচত নিজকে চিনি নোপোৱা হৈছে। গতিকে সিহঁতক চেলুট কৰিব লাগে, হয় হুজুৰ হয় হুজুৰ কৰিলেহে ভাল পালে হেতেন।
@putubordoloi2504
@putubordoloi2504 Месяц назад
খাকী পোছাক জোৰ গাত থাকিলে গুৰুগোসাই নামানা কেইটাক ভাৰত পাকিস্তানকৰ সীমান্তত উগ্ৰপনঠীৰ লগত যুদ্ধ কৰিবলৈ পঠাব লাগে ।তেতিয়াহে কিমান পুৰুষ হয় গম পোৱা যাব ।নিৰিহৰ ওপৰত বীৰ হৈ দেখুৱাই একো লাভ নাই
@user-dq3hy7ou7i
@user-dq3hy7ou7i Месяц назад
মামা, পুলিচ হ'লে ৰেহায় দিব নেকি ? কিন্তু আপোনাৰ টো এইটো নিয়ম নাছিলে । তেতিয়া হ'লে এই তিনি গুন্দাৰ এতিয়া লৈ ৰাইজে বিচৰা ধৰনে নহ'ব নেকি ?
@JanJan-py2th
@JanJan-py2th Месяц назад
মামাৰ মানুহে এনেকুৱা কৰেনে
@dilipgorh2921
@dilipgorh2921 Месяц назад
চাকৰি পৰা বহিস্কাৰ কৰিব লাগে এনে আৰক্ষী।
@user-ov3qj1ee7w
@user-ov3qj1ee7w Месяц назад
নমস্কাৰ , হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ হাত ত থকা এই বিভাগ টোৰ কি এনুকুৱাই ব্যৱ্হাৰ নেকি?? আপুনি যে কৈ থাকে পুলিচৰ ৰ ওপৰত আঙুলি নুতুলিব বুলি কিন্তু আঙুলি নুটুলা কৈ নো কেনেকৈ থাকিম 😂 আপোনাৰ এই গুণ্ডা বাহিনীৰ কাণ্ড কাৰখানা দেখিলে আঙুলি নুটোলা কৈ কোনো থাকিব নোৱাৰে 😂 । অনুগ্ৰহ কৰি আপোনাৰ এই গুণ্ডা বাহিনীক অলপ ব্যৱ্হাৰ সিখাব , নহলে কোনোবা দিনা ৰাইজে ৰি গুণ্ডা বাহিনীৰ উপৰত আঙুলি নহৈ লাঠীৰে সুধাব।।। পুলিচ ৰ চাকৰি মানে ঘোষ লোৱা চাকৰি, পুলিচ বিলাকৰ মৰণ নো ভাল কৈ নহয়, কৰবাত দুৰ্ঘটনা হৈ মৰে 😆 ex- জোনমনি ৰাভা , জোনমনি জনি মনত আছে ৰাইজ কেনেকৈ ঘোষ লৈ দুৰ্ঘটনাত মৰিল 🤣বেয়া কাম কৰিলে বেছি দিন নাৰাখে, তাত আকৌ পুলিচ বিলাকৰ ঘোষ লৈ লৈ আয়ুস কমি গৈছে 😂 I hate Police I hate police I hate polce আৰু এটা কথা , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ টোক নিজৰ প্ৰইটিক সম্পতি বুলি ভাবে চাগে।।
@radheradhe14542
@radheradhe14542 Месяц назад
Nokol kori pass kori sakori lowa.. Police xihot o manuh xokolo manuh xoman nohoi xokolo police beya nohoi
@mohansarania8130
@mohansarania8130 Месяц назад
I Love only indian army, asom police manei kolongko
@user-qk6tp8xm2b
@user-qk6tp8xm2b Месяц назад
লৰা ৰজা দিন যি কোনো হব পাৰে তেহতৰ বেছি দিন নাই
@Neeraj-eg2ri
@Neeraj-eg2ri Месяц назад
গৃহ মন্ত্ৰীৰ দিন উকলিল
@indian9943
@indian9943 Месяц назад
To our Honarable CM u must take immediate strict action upon these officer's, i repeat do something immediately. Or else the day is not far wen public will take law in hands n responsibility of its own. Wardi pindha Gunda nalage amak 🙏🏻
@mohiruddin1328
@mohiruddin1328 Месяц назад
Right Sir
@user-wp3ix3lv6m
@user-wp3ix3lv6m Месяц назад
এই কেইটাক দেখিলেই গুণদা যেন লাগে
@achyutmedhi9855
@achyutmedhi9855 Месяц назад
ইহতক encounter কৰিব লাগে
@sulatadasbarman6966
@sulatadasbarman6966 Месяц назад
U R 100℅ RIGHT❤❤❤❤❤❤❤.. BJP❤
@asinayang6189
@asinayang6189 Месяц назад
পক্কা SI নাই হোৱা।PSI হৈ আছে।😂
@puspaborgoyary1589
@puspaborgoyary1589 Месяц назад
Suspension is not enough their services should be dismissed.
@kobitagogoi2473
@kobitagogoi2473 Месяц назад
CM sir please action lok
@lankeswardas1596
@lankeswardas1596 Месяц назад
New police Action
@anandaramgowala6634
@anandaramgowala6634 Месяц назад
Such hero police should be posted in state border to give them chance to show their heroism
@khansirfans1636
@khansirfans1636 Месяц назад
ঘণ্টা পুলিচ ক খুব পিতিব লাগে লেউৰি হতক
Далее
When I met the most famous Cristiano
01:03
Просмотров 11 млн
SHIRT NUMBER OR SWIM 🙈💦
00:32
Просмотров 5 млн
Əliyev və Putin kilsədə şam yandırıblar
00:29
Просмотров 186 тыс.
Baahubali Kalakeya War Scene.
27:36
Просмотров 54 млн
When I met the most famous Cristiano
01:03
Просмотров 11 млн