১৯বহাগ তাৰিখে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠিত হোৱা হুঁচৰি প্ৰতিযোগিতাৰ শেষৰ প্ৰতিযোগী দল চৰাইদেউ বিহু হুঁচৰি দলৰ বিহু হুঁচৰি প্ৰদৰ্শন আমি আপোনালোকৰ বাবে এটা ভিডিও ৰূপ দি আমাৰ RU-vid channelত আপল'ড দিছোঁ । আশা কৰিছোঁ আপোনালোকে ভিডিওটো উপভোগ কৰিব । আমাৰ RU-vid channelৰ পৰা চৰাইদেউ বিহু হুঁচৰি দলৰ সকলো সদস্যলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধু সকল এটা অতি সুখৰ খবৰ যে চৰাইদেউ বিহু হুঁচৰি দলে প্ৰথম স্থান লাভ কৰিছে হুঁচৰি প্ৰতিযোগিতা খনিত । অভিনন্দন জ্ঞাপন কৰিছোঁ দলটিলৈ । ধন্যবাদ ।
17 сен 2024