Тёмный

ছিপাঝাৰৰ ভুক্তভোগীয়ে স্বপ্ননীল দাসৰ সন্দৰ্ভত ডি ডি অসমৰ আগত কি ক'লে? 

DD News Assamese
Подписаться 264 тыс.
Просмотров 491
50% 1

দিছপুৰ আৰক্ষীয়ে অনলাইন ট্ৰেডিং সন্দৰ্ভত মঙলবাৰে স্বপ্ননীল দাস নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অনলাইন ট্ৰেডিঙৰ নামত বহুজনক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে স্বপ্ননীল দাসৰ বিৰুদ্ধে। ছিপাঝাৰৰ ভুক্তভোগীয়ে স্বপ্ননীল দাসৰ সন্দৰ্ভত ডি ডি অসমৰ আগত উল্লেখ কৰে যে ধনৰ লোভ দেখুৱাই ট্ৰেডিঙৰ প্ৰতি আকৰ্ষিত কৰা হৈছিল।
#ddnewsassamese #ddnewsassam #assam #news #sipajar #victims #Trading #fraud #onlinetrading

Опубликовано:

 

15 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2   
@DebojitBorah-q5o
@DebojitBorah-q5o 10 дней назад
Tar kotha etate dhorib pari jee... sebit register thakile hikab nwre oo mohakhoi😅
@DebojitBorah-q5o
@DebojitBorah-q5o 10 дней назад
Eyaku police e dhori thobo lagee😂...
Далее