Тёмный

জগত বণিয়া বাপ || ভাগৱত পাঠ আৰু বাখ্যা || Bhagawat Path Bakhya || Jagat Bania || Anupom Bitupon 

Anupom Bitupon
Подписаться 654 тыс.
Просмотров 992 тыс.
50% 1

ভাগৱত পাঠ আৰু বাখ্যা
শ্ৰীযুত জগত বণিয়া বাপ
স্থান- যোৰহাট জিলা , নাওহলিয়া গাওঁ
যোগাযোগৰ নম্বৰ-৯৬৭৮৪৭৭৯০০
Anupom Bitupon
Jagat Bania
Anupam Bitupon
Bhagawat Path
Bhagawat Bakhya
#anupombitupon #anupambitupon #bhagawat_path #bhagawat_katha #bhagawatkatha #Bhagawat_path_bakhya
#jagat_bania
Bhagawat Path Bakhya || Anupom Bitupon

Опубликовано:

 

1 июл 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 950   
@MALATIRAJKHOWA
@MALATIRAJKHOWA 7 месяцев назад
কৃষ্ণ বহুত ধুনীয়া কৈ স্পষ্টকৈ বুজা ই দিছে 👏👏👏
@dhrubanath6772
@dhrubanath6772 3 месяца назад
Krishna Krishna Krishna Krishna Krishna Ram Ram Ram Ram Ram
@gunodharnath3247
@gunodharnath3247 6 месяцев назад
Krishna Krishna Krishna bap parbhu parnam
@rimpibordoloi1900
@rimpibordoloi1900 8 месяцев назад
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ।
@norensaikia9999
@norensaikia9999 7 месяцев назад
ওঁম নমো ভগৱতে বাসুদেবায়ঃ সাৱলীল ব্যাখ্যায়ে আমাক অতিকে আপ্লুট কৰিলে । আপোনাৰ চৰণত আমাৰ সহশ্ৰ প্ৰণাম ।কৃষ্ণ কৃষ্ণ কৃষ্ণ-----
@bhugewsarnath3295
@bhugewsarnath3295 3 месяца назад
He bhagaban xokoluke kuxole rakhiba 🙏 Krishna Krishna Krishna 🙏
@puspalataborah8895
@puspalataborah8895 2 месяца назад
Krishna Krishna bapjana apunar sharanat hewa aag brahaisu prathamete apunar enehen bhagwatar hundar Byakhai jagatar natun prajanam AK mrityorpara jibanaloi bat dekhuai diak jen eai bhagawanar ushuarat prathana
@nirupamasaloi4578
@nirupamasaloi4578 10 месяцев назад
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ...আপোনাৰ ভাগৱত ব্যাখ্যা শুনি সঁচাকৈয়ে অভিভূত হ'লো...নজনা কথাবোৰ জানিবলৈ আৰু নজনা নীতি-নিয়মবোৰ শিকিবলৈ সদায়ে ইচ্ছা কৰো । প্ৰভু ঈশ্বৰ নেদেখা জনক এশ শতাংশই বিশ্বাস কৰো । নজনা খিনিৰ সদায় ক্ষমা বিচাৰোঁ। আপোনাক অশেষ শ্ৰদ্ধা নিবেদিলোঁ 🙏🙏🙏
@bhagyashreeduarah9272
@bhagyashreeduarah9272 10 месяцев назад
😂
@khyatimaldeka2644
@khyatimaldeka2644 4 месяца назад
সুন্দৰ বাখ্যা শুনি খুব ভাল লাগিল ।শুনি থাকিবৰ মন যায় । আপোনাক শতবাৰ নমস্কাৰ । কৃষ্ণ কৃষ্ণ 🙏🙏
@dipkamaldeka9696
@dipkamaldeka9696 8 месяцев назад
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল। বাপক সেৱা জনালো।
@jayshreedeka
@jayshreedeka 6 месяцев назад
কৃষ্ণ কৃষ্ণ❤❤
@pradipgogoi3182
@pradipgogoi3182 10 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ বাপ আপোনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল।
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 7 месяцев назад
🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ ভাল লাগিল
@santanukaushikborah5142
@santanukaushikborah5142 7 месяцев назад
অনন্ত প্ৰভূ তোমাৰ মহিমা । বহু অভিজ্ঞতা আপোনাৰ প্ৰভূ । কৃষ্ণ ৰাম ।।
@jintuvolgs7327
@jintuvolgs7327 7 месяцев назад
Xuni bor vll lagel bap janai bor dhuniya bojai deserve🙏🙏🙏
@user-hg1dp8uj1y
@user-hg1dp8uj1y 7 месяцев назад
Jogòt bonia bapor bhagotr baykha. Hunny eman bhal lagil god bĺess you .
@atulchandrabaglari8008
@atulchandrabaglari8008 5 месяцев назад
কৃষ্ণ কৃষ্ণ🙏🙏🙏
@pradipsarma6762
@pradipsarma6762 11 месяцев назад
Ram Krishna
@Nikhita7959
@Nikhita7959 11 месяцев назад
Joi apha bwrai bathou Hari
@promodborah3768
@promodborah3768 7 месяцев назад
আপোনাৰ ভাগৱত শ্ৰৱণ ণে আমইবশউত বুজি পায় অতি আনন্দ পালোঁ আপোনাৰ অধিক গুৰুত্ব প্ৰদান কৰিলোঁ
@Anurag_819
@Anurag_819 11 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত শ্ৰৱণ কৰি পৰম কৃতাৰ্থ হলো।
@HiraChetia
@HiraChetia 10 месяцев назад
Amuk to u look good😊
@sasadharrajbangshi4147
@sasadharrajbangshi4147 7 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ 🙏🙏🙏🙏
@binarajkhowa8408
@binarajkhowa8408 2 месяца назад
কৃষ্ণ কৃষ্ণ বাপ🙏🙏
@pranashwardas3574
@pranashwardas3574 9 месяцев назад
অতি আনন্দ অতি সুন্দৰ
@nivaborah8126
@nivaborah8126 8 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@susmitatalukdar5111
@susmitatalukdar5111 9 месяцев назад
গা মন জুৰ পৰি যায় ভাগৱত পাঠ খুনিলে...Jay shree krishna 🙏❤
@binandabora8356
@binandabora8356 11 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম
@Rupa-cv2eu
@Rupa-cv2eu 11 месяцев назад
কৃষ্ণ কৃষ্ণ বাপজন সেৱা গ্ৰহন কৰে যেন
@nirurajkhowakonch4324
@nirurajkhowakonch4324 11 месяцев назад
সৌভাগ্য বশতঃ শুনিবলৈ পায় এই ভাগৱত
@rameshbonia
@rameshbonia 10 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগবত ব্যাখ্যাই সংসাৰ পৰিচালনাত ভাল নীতি নিয়ম প্ৰদান কৰিছে।🙏🙏🙏
@kamalbora4500
@kamalbora4500 11 месяцев назад
শুদ্ধ ব্যাখ্যাৰে মানৱ জাতিক শুদ্ধ ধৰ্মীয় পন্থ চিনাক্ত কৰৱক ।কৃষ্ণ বাপ। ।
@Pd-nt7dw
@Pd-nt7dw 2 месяца назад
কৃষ্ণ‌ কৃষ্ণ বহুত ভাল লাগিল শুনি ❤❤🙏🙏🙏 সেৱা গ্ৰহণ কৰে যেন
@parthasaikia632
@parthasaikia632 4 месяца назад
কৃষ্ণ প্ৰভু 🙏🙏🙏
@nipulkalitakalita6774
@nipulkalitakalita6774 11 месяцев назад
পোন প্রথমে আপোনাৰ চৰণত কৌটি বাৰ নমস্কাৰ। আপোনাৰ ভাগৱত পাঠ আৰম্ভ পৰা শেষলৈ শুনিলো ও চালো। এতিয়া কথা হল । এতিয়া মই অনুভৱ কৰি আছো নৰকত যেন আনিয়ে বাস কৰি আছো। এতিয়াই যেন আপোনা ওচৰলৈ উৰামাৰি যাম। প্রভূ আপোনাক মোৰ এই বিষয়বাসনাত বন্দি হৈ থকা মনতো পৰা কৌতি কৌতি বাৰ সেৱা জনাইছে। ওম ভাগৱত বসুদেবায়।
@alakabrahma5821
@alakabrahma5821 11 месяцев назад
Aktha bhul hol neki guru Mata Sita halmara hei mati tholot he paise Droupati he jhogho Kori aagunor paisoo
@nipulbora1190
@nipulbora1190 8 месяцев назад
প্ৰভু আপোনাৰ চৰণত,শতকোতি,সেৱা জনাইছোঁ
@dipabhuyan3684
@dipabhuyan3684 8 месяцев назад
কূতি কূতি প্ৰাথনা জনালোঁ প্ৰভূ
@kartick1957
@kartick1957 10 месяцев назад
পুৱাই সুন্দৰ ভাগঔত ব্যাখ্যাই মন পৱিত্ৰ কৰি গল । কৃষ্ণ, কৃষ্ণ ।
@dhanadabaruah9397
@dhanadabaruah9397 10 месяцев назад
কৃষ্ণ প্ৰনাম হে সন্ত মহান মণিষা। আপোনাৰ বিচক্ষণ বাখ্যা ই আমাৰ মনৰ মিল দুৰ কৰিলে। আপুনি পৰাকৈ দিগদশক। ধন্যবাদ।
@saikiaatul560
@saikiaatul560 3 месяца назад
কৃষ্ণ প্ৰভূ কৃপা কৰা।
@user-xj4uq5ws8z
@user-xj4uq5ws8z 4 месяца назад
প্রভু তোমাৰ কৃপাতে আমাৰ জীৱন বোৰ চলি আছে 🙏🙏🙏🙏
@sarumaibora9687
@sarumaibora9687 2 месяца назад
কৃষ্ণ কৃষ্ণ মন প্ৰাণ শান্ত হৈ যায়❤️
@bijaykaman2138
@bijaykaman2138 8 месяцев назад
ৰাম কৃষ্ণ প্ৰভূ দয়াময়।🙏🙏🙏
@user-xg4ls5gk3f
@user-xg4ls5gk3f 6 месяцев назад
Krishna krishna prabhu🙏🙏
@deeptihazarika9934
@deeptihazarika9934 4 месяца назад
কৃষ্ণ কৃষ্ণ প্ৰভূ।
@nityagogoi478
@nityagogoi478 11 месяцев назад
প্ৰণাম , আপোনাৰ সুন্দৰ আধ্যাত্মিক তত্ব ব্যাখ্যাই বৰ্তমানৰ বিপথগামী নৱপ্ৰজন্মৰ বহুপৰিমাণে উপকাৰ সাধিব ,
@amalkalita5581
@amalkalita5581 7 месяцев назад
জয় শ্ৰীকৃষ্ণ।
@kushalnath-jw8uw
@kushalnath-jw8uw 8 месяцев назад
Nomo ram nomo krishana nomo Hari nomo ananta nomo gobinda ❤❤❤❤❤
@user-db5mz4pf4y
@user-db5mz4pf4y 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@user-qr8qo9kn3m
@user-qr8qo9kn3m 9 месяцев назад
কৃষ্ণ কৃষ্ণ প্ৰভু
@kantheswarnath6996
@kantheswarnath6996 6 месяцев назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰে‌ হৰে
@nijarabharali1285
@nijarabharali1285 9 месяцев назад
বাপজনাৰ ভাগৱত বাণি শুনি বহুত বহুত ভাল লাগিছে
@akanibora8050
@akanibora8050 11 месяцев назад
Krishna provu doyamoy 🙏🙏🙏🙏
@babligogoi3340
@babligogoi3340 10 месяцев назад
প্ৰভু হৰে কৃষ্ণ
@debaphukan489
@debaphukan489 10 месяцев назад
কৃষ্ণ জয়গুৰু শঙ্কৰ সেৱা,নিবেদিলো,
@promodborah3768
@promodborah3768 7 месяцев назад
Krishna aapka video bahut Sundar Laga thanks 🙏🙏🙏🙏🎉🎉🎉❤❤❤❤
@dipalisonowal2350
@dipalisonowal2350 7 месяцев назад
বহুতো কথাজানিব পাৰি নিজকে ধন্য মানিছোঁ কৃষ্ণ
@kaushikhandique1117
@kaushikhandique1117 11 месяцев назад
প্ৰভু আপোনাৰ চৰণত শতকোতি সেৱা জনাইছোঁ🙏
@Anamikaborah448
@Anamikaborah448 9 месяцев назад
কৃষ্ণ কৃষ্ণ সুন্দৰ
@MukutNeog-bc4wn
@MukutNeog-bc4wn 11 месяцев назад
Ram Ram Ram Ram........
@tarunmedhi8907
@tarunmedhi8907 6 месяцев назад
Krishna Krishna Krishna Krishna Krishna Bashudebai Namah ❤
@binukakoty5048
@binukakoty5048 6 месяцев назад
কৃষ্ণ কৃষ্ণ হৰি হৰি
@mahanandaadhikary3778
@mahanandaadhikary3778 3 месяца назад
কৃষ্ণ কৃষ্ণ
@birabha-gk9xs
@birabha-gk9xs 2 месяца назад
Krishna 🙏🙏🙏
@sumeruborpujari2348
@sumeruborpujari2348 10 месяцев назад
🌹🙏 শ্ৰী সাই বাবাই স্বয়ং শ্ৰী গনেশ স্বয়ং সাই বাবাই দৈবকী নন্দন
@z-e-n-garden7449
@z-e-n-garden7449 4 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা এইদৰে বহুকাল থাকক।
@manashporan200
@manashporan200 11 месяцев назад
🙏🙏🙏 খুব ধুনীয়া কথা কৈছে
@user-es1ix1oq7f
@user-es1ix1oq7f 8 месяцев назад
আকৌ এবাৰ সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 11 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ। অনুপম ব্যাখ্যা। সেৱা জনাইছোঁ। কৃষ্ণ।
@monujdeka2022
@monujdeka2022 10 месяцев назад
Krishna bap akunar mhot baniye homajok uddhar kore je krishna Joy guru Sankar 🙏
@kusumboruah2407
@kusumboruah2407 9 месяцев назад
বাপ জনালৈ শত কোটি সেৱাহে জনালো কৃষ্ণ কৃষ্ণ ।
@nipaphukon4931
@nipaphukon4931 10 месяцев назад
OM Bhagawate basudevai namo namah
@Meghali369
@Meghali369 7 дней назад
জয় শ্ৰী কৃষ্ণ হে ভগৱন্ত
@sewalibormudoi4731
@sewalibormudoi4731 8 месяцев назад
কৃষ্ণ প্ৰভু সকলোৰে মংগল কৰা 🙏🙏🙏
@luhitboruah9638
@luhitboruah9638 8 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ নামেৰে কৃপাৰসাগৰ
@RHaz-vo6hv
@RHaz-vo6hv 10 месяцев назад
এইজনা গুৰু লৈ প্রণাম সহজ ভাষাত কথাবোৰ বুজাই আমাক উপকৃত কবিব। ৰামকৃষ্ণ ৷
@parishmitabora3512
@parishmitabora3512 2 месяца назад
কৃষ্ণ বাপ আপোনাৰ অমূল্য অনুবাদ শুনি ধ্যন হলো 🙏
@pranitabaishya6622
@pranitabaishya6622 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ, ভাগৱত পাঠ কৰাৰ আগ মূহুৰ্তত ওম নমঃ ভগবতে বাসু দেৱায় কোৱাত কিবা বাধা আছে নেকি বাপ জানিবৰ কাৰণে ইচছা আছিল কৃপা কৰি জনাব কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 6:40
@bashantadas1542
@bashantadas1542 9 месяцев назад
Krishna krishna baniya baap jai jai jai krishna bhagaban tomar sarana coti coti pranam
@krishnakalita373
@krishnakalita373 10 месяцев назад
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@labanyabarman3470
@labanyabarman3470 3 месяца назад
ভাগৱতৰ সুন্দৰ ব্যাখ্যা শুনি বহুত শিকিলোঁ। 🙏🙏 জয় শ্ৰীকৃষ্ণ।
@user-bf3lx6fh1z
@user-bf3lx6fh1z 6 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি মনোমোহা বাখ্যা ভাগিয়ে কৃতাৰ্থ কৰিলে কৃষ্ণ বাপ ভক্তিৰ সেৱা ভাগি জনালো কৃষ্ণ
@swapnasarma6034
@swapnasarma6034 11 месяцев назад
বহুত ভাল লাগিল।কৃষ্ণ কৃষ্ণ
@Hrishi2231
@Hrishi2231 4 месяца назад
🙏কৃষ্ণ 🙏 🙏জয় গুৰু শংকৰ 🙏
@dilipgogoi-wq1cm
@dilipgogoi-wq1cm 11 месяцев назад
বাপ জনৰ ভাগৱতৰ কথা শুনি মোৰ চকূৰ পানি উলাই গল,
@nobinchandrakaptak7755
@nobinchandrakaptak7755 10 месяцев назад
Sri Radha Krishna Radh Krishna বানিয়া বাপলৈ কোটি কোটি নমস্কাৰ।
@karnabray7990
@karnabray7990 11 месяцев назад
Hare Krishna prabhuji 🙏🙏
@mamonikonwar4686
@mamonikonwar4686 11 месяцев назад
ওমঁ নমো ভগৱতে বাসুদেৱায় ৷ সুন্দৰ ৷ঈ্শ্বৰৰ ওচৰত আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘাও কামনা কৰিলো ৷
@user-iw5dt2pu8x
@user-iw5dt2pu8x 10 месяцев назад
বাপজনাৰ ভাগৱতৰ অমৃত বাণী শুনি থাকিলে সকলো পাহৰি যাও
@ajitmech5043
@ajitmech5043 8 месяцев назад
বৰ দেওতা মই সৰণ লব লাগিব কেনেকেৱৈ কিৰিবলাগিব কৃষ্ণ কৃষ্ণ প্ৰভু ।
@bantisarma4894
@bantisarma4894 11 месяцев назад
বাপ আপোনাৰ ভাগবত পাঠ শুণি আপ্লুত হলো । ভগবানে যেন আমাকো তেওৰ গুনাণো কীৰ্তণ কৰিবলৈ শক্তি দিয়ে এইয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
@naniborah2089
@naniborah2089 11 месяцев назад
বৰ সুন্দৰ শাস্তৰ বাখ্যা বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
@dineshdeka1600
@dineshdeka1600 11 месяцев назад
সুন্দৰ বাখ্যা প্ৰভু
@chndrabharali9675
@chndrabharali9675 11 месяцев назад
কৃষ্ণ কৃষ্ণ প্ৰভু আমাক শক্তি দিয়া তোমাক শ্ৰৱণ কীৰ্তন কৰিবলৈ ।
@user-us3pe7uj9y
@user-us3pe7uj9y 3 месяца назад
Krishma bhagaban
@dipakborah9311
@dipakborah9311 9 месяцев назад
কৃষ্ণ কৃষ্ণ হেভগবান আপোনাক কুতি কুতি বাৰ নমস্কাৰ জনাইছো ঈছৰৰ ওচৰত প্ৰাথনা কৰিছো
@alokkumarbaruah8194
@alokkumarbaruah8194 3 месяца назад
Bagut bhal lagil krisna
@nagenhazarika8896
@nagenhazarika8896 5 дней назад
কৃষ্ণ প্ৰভূ ,বৰ সুন্দৰ কৈ বুজাই দিয়া বাবে ধন্যবাদ জনালো।
@user-bf3lx6fh1z
@user-bf3lx6fh1z 7 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ অতি সাৱলীল বাখ্যা ভাগিয়ে আল্পুত কৰিলে কৃষ্ণ বাপ ভক্তিৰ সেৱা নিবেদিলো কৃষ্ণ
@user-kr4st9ii6j
@user-kr4st9ii6j 3 месяца назад
🎉🎉🎉kishna🎉🎉🎉Krishna Nomura vogobonto
@user-kr4st9ii6j
@user-kr4st9ii6j 3 месяца назад
🎉🎉🎉
@LabanyaGogoi-rj3xi
@LabanyaGogoi-rj3xi 11 месяцев назад
পৰম শ্ৰদ্ধাৰ বাপজনাৰ শ্ৰীচৰণে প্ৰণিপাত জনালোঁ ।
@sasadharrajbangshi4147
@sasadharrajbangshi4147 11 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏 প্ৰভু‌
@himanimahanta6700
@himanimahanta6700 3 месяца назад
Krishana Ram.Ram.Ram krishana Krishana Ram Ram.Ram.
@dipanjolihazarika6101
@dipanjolihazarika6101 11 месяцев назад
জয় ৰাম জয় কৃষ্ণ জয় নাৰায়ন জয় গুৰু শঙ্কৰ কৃষ্ণ
Далее
🎙ПОЮ твои ЛЮБИМЫЕ ПЕСНИ 🌇
3:11:38
The courier saved the children
00:33
Просмотров 1,4 млн
যোৰহাট কাকজান @sashiborah3303
51:52
🎙ПОЮ твои ЛЮБИМЫЕ ПЕСНИ 🌇
3:11:38