Тёмный

জড়ক চৈতন্য কৰিবলৈ যোৱা জনক শাস্ত্ৰই কি কৈছে  

Sashi Borah আধ্যাত্মিক
Подписаться 105 тыс.
Просмотров 2,7 тыс.
50% 1

#pranjalprotimborah #assamesevirel #jagotbonia

Опубликовано:

 

19 июн 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 10   
@JayantaDhing-py2to
@JayantaDhing-py2to 5 дней назад
কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ
@khirodagogoi625
@khirodagogoi625 7 дней назад
কৃষ্ণ কৃষ্ণ বাপ।।
@prahladchetia4233
@prahladchetia4233 7 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@user-fn3hx6rf8q
@user-fn3hx6rf8q 7 дней назад
Ram Krishna Ram
@rubigogoi258
@rubigogoi258 7 дней назад
Ram krishna .
@asomiaasom6008
@asomiaasom6008 3 дня назад
তঁহতে ঈশ্বৰ ভক্তি ধৰ্ম কৰিছানে অন্য লোকে কৰা বৈদিক সনাতন শাস্ত্ৰ বিহি ত ঈশ্বৰ ভক্তি আৰাধনা তপ জপ যাগ যোজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰত দেৱ দেৱী মুৰ্তিৰ বিৰোধ কৰি নিন্দা ঘৃণা তুচ্ছতাচ্ছিল্য কটুসমালোচনা কৰি জেহাদ যুদ্ধ কৰি আছা ?তঁহতে ঈশ্বৰৰ স্বৰূপ মুৰ্তি পূজা সেৱা নকৰা নকৰিবা আন লোকে বিশ্বাস কৰি পূজা সেৱা কৰে তাত তঁহতে বিৰোধিতা কৰি অনাহকত কটুসমালোচনা কৰি থাকিবলৈ কিহে পাইছে তঁহতক ?তঁহতে মুৰ্তি পূজাৰ বিৰোধ কৰি আলোচনা নকৰিলে তঁহতৰ শংকৰী একশৰণীয়া বৈষ্ণৱ ধৰ্ম শুদ্ধ নহয়নেকি ?তঁহতে মূৰ্তি পূজা ,শিৱ দেৱ দেৱী পূজা,তপ জপ যাগ যোজ্ঞ শ্ৰাদ্ধ পিণ্ড দান ব্ৰতৰ বিৰাধিতা কৰি নিন্দা ঘৃণা তুচ্ছতাচ্ছিল্য কটুসমালোচনা নকৰিলে তঁহত শংকৰী কৃষ্ণভক্ত একশৰণীয়া বৈষ্ণৱ সকল মুক্তি বৈকুণ্ঠ গতি নোপোৱানেকি ?আন গুৰু দেৱ নাম ভকতক ,বেদ বিহিত তপ জপ যাগ যোজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰত ,মুৰ্তি ,শিৱ দেৱ দেৱীক বিৰোধ নিন্দা ঘৃণা কটুসমালোচনা কৰা শংকৰী একশৰণীয়া বৈষ্ণৱ ধৰ্মহে দি গলনে শংকৰ মাধৱে ?আনক নিন্দা বিৰোধ কৰি কটুসমালোচনা কৰা ভণ্ড দুৰাচাৰী পাষণ্ড শংকৰী বৈষ্ণৱ ধৰ্ম কৰাতকৈ তেনে বৈষ্ণৱ নকৰাই শ্ৰেয় । তঁহত শংকৰী সকলে ঈশ্বৰ ধৰ্ম আচৰণৰ তত্ব মহিমা একো নাজানাতকাৰণে জড় মূৰ্তি বুলি বিৰোধ কৰিছা ।ঈশ্বৰ সকলোতে বিৰাজমান ।বিশ্বাসে মিলয় হৰি উদাহৰণ প্ৰহ্লাদে দেখুৱাইছিল জড় প্ৰস্তৰ খুটাত নৰসিংহৰ আবিৰ্ভাৱ ।ঈশ্বৰৰ জড় মুৰ্তি দৰ্শন কৰি পাপী লোক নোহোৱা হৈছিল যমৰজাৰ অনুৰোধত ঈশ্বৰৰ জড়মুৰ্তি মুহ বালিৰে পুতি ৰাখিছিল তাৰ পিছতহে যমৰজাৰ কাম পুনৰ আৰম্ভ হৈছিল ।শাস্ত্ৰ মেলি চাব ভকত ।তঁহতৰ গুৰু শংকৰদেৱেও কলা শিলৰ বিষ্ণুৰ জড় মুৰ্তি পূজিছিল ।তঁহতে গুৰু শংকৰদেৱক মানক ,শংকৰদেৱক বিৰোধ কৰা কিয় ?ভাগৱত কিতাপ খন জড় কাগছৰ ,জড় কাগজৰ আখৰ লিখা জড় কিতাপ ভাগৱতক তঁহতে গুৰু আসনত থাপি ভজা কিয় ?মূতি যেনেকুৱা জড় ভাগৱত কিতাপ খনো একেই জড় ।ঈশ্বৰৰ আকৃতিৰ মূৰ্তি জড় কিতাপ ভাগৱত খনো একেই জড় ।মুৰ্তিত যদি একো নাথাকে কাগজৰ কিতাপ খনতো একো নাথাকে ।কিতাপ ভাগৱতক বাঙময় মূৰ্তি বুলি ভোজা ভজিপ পায় আনে ঈশ্বৰৰ স্বৰূপ মুৰ্তিক ভজিলে একো নাপায় ভজিব নালাগে তঁহত ভণ্ড নহয় কি ?
@DipaMoran-kk7gw
@DipaMoran-kk7gw 6 дней назад
🙏🙏🙏
@probingogoi9774
@probingogoi9774 7 дней назад
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা নিবেদন কৰিলো। প্ৰভূ ৰূপী ভাগৱতী ভকত জনাইঅতি সুন্দৰ জ্ঞানৰ নদী হোৱাই দিছে আমি এই অধমৰ হৃদয়ত জ্ঞান, ভক্তি আৰু আনন্দ অনুভৱ কৰিলো। ভগৱন্তই যেন আপোনাক কৃপা কৰি দীঘায়ু কৰে, সেই কামনাৰে পুনৰ সেৱা নিবেদন কৰিলো। কৃষ্ণ কৃষ্ণ...
@pallabikagohain5720
@pallabikagohain5720 7 дней назад
কৃষ্ণ বাপ বহুত সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ
@jadumonihazarika998
@jadumonihazarika998 6 дней назад
Ki no km aru madhurjya borah bap Jane kale aku sankardev o murti puja birodh Kara nasil bole.
Далее
СТРИМ ► Elden Ring - Shadow of the Erdtree #5
5:07:46
JagotBonia @sashiborah3303
24:17
Просмотров 3,5 тыс.
СТРИМ ► Elden Ring - Shadow of the Erdtree #5
5:07:46