Тёмный

জাতিক বিক্ৰী কৰিবলৈ "কা" অনা হিমন্ত চৰকাৰৰ কামত কি ক্ষেত্ৰত ইতিবাচক দেখিলে আছুৱে? 

NorthEast Now
Подписаться 344 тыс.
Просмотров 14 тыс.
50% 1

⛔জাতিক বিক্ৰী কৰিবলৈ "কা" অনা হিমন্ত চৰকাৰৰ কামত কি ক্ষেত্ৰত ইতিবাচক দেখিলে আছুৱে?
⛔জানি-বুজি নিমাতী কন্যাৰ ভাওত অৱতীৰ্ণ হৈছে নেকি আছুৰ শীৰ্ষ নেতৃত্ব?
⛔ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হিমন্তবিশ্বৰ পাকচক্ৰ বুজিও অবুজন নেকি আছুৰ নেতৃত্ব?
⛔কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰাৰ ক্ষমতা থকা প্ৰতিবেদন এখন কেনেকৈ হিমন্ত চৰকাৰে ৰূপায়ণ কৰিব?
⛔ৰাজ্য প্ৰশাসনে সামান্য অৰ্ডাৰ এটা পাছ কৰাই কৰিব পৰা কাম এটাৰ বাবে কমিটিখনৰ জানো প্ৰয়োজন আছিল?
⛔অসমীয়া-খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা কৱচ, চাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণ, বিধানসভাত আসন সংৰক্ষণ এইবোৰ বিষয় গুৰুত্বসহকাৰে লোৱা নাই কিয় আছু আৰু হিমন্ত চৰকাৰে?
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Опубликовано:

 

27 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 89   
@aqua8245
@aqua8245 3 часа назад
আছু আজি আছু হৈ থকা নাই
@guptasarmah8949
@guptasarmah8949 3 часа назад
যিয়ে হিমন্ত বিশ্ব শৰ্মাৰ কুটিল পাকচক্রত পৰি তেওঁৰ ফান্দত ভৰি দিব, সিয়ে জুইত চগা পৰাৰ দৰে পুৰি ছাই হ'ব।
@dipankarkhargharia9952
@dipankarkhargharia9952 3 часа назад
কা আন্দোলন পিছতে আছুক ৰাইজে বুজি পালে লোককে দেখুআই কেতাহি মাৰিবা ভিতৰি নেৰিবা বেথা
@MukulHazarika-zi7yx
@MukulHazarika-zi7yx 2 часа назад
সঁচা কথা। 2026 নিৰ্বাচনী পাৰ হোৱা পৰিকল্পনা কৰিছে । তাৰ পাছত ফুটোকা ফেনত পৰিণত হোৱাটো খাটাং ।
@ShgVkg
@ShgVkg 3 часа назад
ৰাজনৈতীক দলৰ ষৰযন্ত্ৰত পৰি আছুৱে যাতে নি জক পাহৰি না যায়।
@dipankarkhargharia9952
@dipankarkhargharia9952 3 часа назад
৪ বছৰে মনত নপৰিল এই কাৰ্ড খন ২০২৬ ত কামত লগাম বুলি থৈছিল ২০১৪ আহি এজনে ক'লে ১৬ মে বাঙলাদেশি তোপোলা বান্ধিব
@afazulhoque4032
@afazulhoque4032 2 часа назад
আপোনাৰ কথাত ময়ো একমত প্ৰকাশ নকৰি থাকিব নোৱাৰিলোঁ। কিয়নো বিদেশী আমাৰ অসমীয়া মানুহৰ এটা গধুৰ সমস্যা। যেতিয়া প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ১৬ মে তাৰিখৰ পৰা বিদেশী তালি- টোপোলা লৈ অসমৰপৰা যাব লাগিব বুলি কৈ কিয় ভোট লৈছিল । ইয়াৰ উপৰিও কা খন কিয় আমাৰ অসম চৰকাৰে মানি ললে।
@bipinchandraphukan1452
@bipinchandraphukan1452 3 часа назад
কথা বোৰ তেনেই সচা। উদ্দেশ্য '২৬ ৰ নিৰ্বাচন।
@janardonbora2795
@janardonbora2795 3 часа назад
বিজেপি হাৰিব 26 ত
@RakibAhmed66
@RakibAhmed66 Час назад
হাঁহিলো হে প্ৰভুক চিন্তি
@raktimborthakur2455
@raktimborthakur2455 2 часа назад
৬৫ বছৰীয়া নাবালক ছাত্ৰনেতা জনে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আহিছে।
@afazulhoque4032
@afazulhoque4032 Час назад
অসমত ছাত্ৰ নেতাৰ অভাৱ হৈছে নেকি ? এই ৬৫ বছৰ বয়সৰ নেতাজন অসমৰ অভিভাৱক হৈছে একমাত্ৰ অসমীয়া মানুহৰ দুৰ্বলতা আৰু সৰলতাৰ বাবে।
@NurulIslam-xe1vc
@NurulIslam-xe1vc 2 часа назад
১০০ঃসচা আলোচনা আছু ৰ উপদেষ্টা সমজজুল ভট্টাচার্য কাম কায সন্দেহ ৰ আবৰতত
@IkramAli-t6l
@IkramAli-t6l 2 часа назад
আছু আজি আছু হৈ থকা নাই কাৰোবাৰ পকেটত খুমল
@UjwalDoley-t1g
@UjwalDoley-t1g 3 часа назад
26 election
@dipakbaruah8987
@dipakbaruah8987 3 часа назад
Article - 370 কাশ্মীৰৰ পৰা আতৰাই দিয়া হ'ল, এতিয়া অসমক প্ৰয়োজন Article - 371 ৰ জাতীয় সুৰক্ষাৰ কাৰণে । এই বিলাক কেন্দ্ৰীয় চৰকাৰৰ সন্মতি নহ'লে অসম্ভৱ । দেৰ বছৰ পিছত অসমত বিধানসভা নিৰ্বাচন আৰু তাৰ আগে আগে এই নতুন ইছু এটা CM এ সন্মুখত লৈ আনিছে । যিজন CM এ পৰিয়ালৰ বাবে বৰ্তমানো মাটি, চাহ বাগিচা, বিদ্যালয় বা ৰিজৰ্ত জাতীয় ব্যৱসায় বিচাৰি ফুৰে সেই জনে জাতিৰ কাৰণে কিবা কৰিব জানো ? AASU ৰ নিচিনা সংগঠনেও সেই জন CM ৰ কথা শুনাটো বৰ লাজৰ বিষয় । নতুন ইছু এটা মোৰ ফালৰ পৰা CM sir ক দিবলৈ বিচাৰিছোঁ, যিহেতু মিঞা সকলৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে পুৰণি আন্দোলন এটা নতুন কৈ কৰক " নছবন্দী কা তিন দালাল- ইন্দিৰা,ৰেড্ডী,বংশীলাল"
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d 2 часа назад
মোটা আঙ্কৰ সোপা মাৰিছে।মুঠতে ২৬ ৰ বৈটৰণি পাৰ হবৰ বাবে প্ৰতিবাদি ফুটাবোৰত মোটা আঙ্কৰ টোপোলাৰে সোপা মৰা কাম আৰম্ভ কৰিলেই।
@ashiqahmed1375
@ashiqahmed1375 3 часа назад
100 PER CENT TRUE, AASU HAS TAKEN MAAL FROM BJP.......BJP HAS BEEN TRYING HIS BEST TO COME AGAIN IN THE THRONE BY HOOK OR CROOK BY USING....... PEOPLE HAVE BRAIN TO UNDERSTAND.......
@madhisonowal9945
@madhisonowal9945 Час назад
নিৰ্বাচন আহিলেই বহুত প্ৰতিশ্ৰুতি চৰকাৰী পক্ষ ৰ পিছত ফুতুকাৰ ফেন।
@abdulmannaf5519
@abdulmannaf5519 2 часа назад
আসমীয়া মানুহে কিয় এই বোৰ সংগঠনক এতিয়াও বিশ্বাস কৰি আছে বুজিব পৰা নাই। বাৰে বাৰে বিশ্বাস ঘটকতা কৰি গৈ আছে।
@DipendraTakam
@DipendraTakam 2 часа назад
Asomiyar hit chinta ko BJP CM a CAA implement korile .atiya 6no. Dofa rupayan korar protisruti di 2026 r deona par Kora top matho
@HaidorAli-mq2yt
@HaidorAli-mq2yt 2 часа назад
কা আইন বলবৎ কৰাৰ পিছত ছাত্ৰ সন্থাই কি লোভত পৰি 6 নম্বৰ দফা কাৰযকৰী কৰিলে কি লাভ হব বুলি ভাবিলে।
@hndekari8011
@hndekari8011 Час назад
কাহিনী যদিও বাস্তৱিকতে সেয়া ঘটিব ধৰিছে ৷ দুডাল শুৰ থকা হাতীৰ উপদ্ৰৱত জনসাধাৰণ অতীষ্ঠ ৷৷
@Nilu-q3s
@Nilu-q3s 2 часа назад
Hundred percent correct
@hndekari8011
@hndekari8011 Час назад
যি দেখা গৈছে; ডবল-ইঞ্জিন বিজেপি চৰকাৰে অসম-চুক্তি তথা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি দলীয় ৰাজনীতিত লিপ্ত হৈছে ৷ ইয়াৰ মূল কাৰণ হ’ল অসম চুক্তি স্বাক্ষৰিত হৈছিল কংগ্ৰেছ চৰকাৰৰ আমোলত আৰু এই চুক্তি ৰূপায়িত হ’লে কংগ্ৰেছৰ মূল্য বৃদ্ধি পাব যিটো বিজেপিয়ে কামনা নকৰে ৷ আনহাতে; প্ৰতিবেদনখনে যিহেতু হিন্দু-মুছলমান উভয় বিদেশীকে আইনতঃ বহিষ্কাৰ কৰিব লাগে যদিও হিন্দু বিদেশীক বহিষ্কাৰ কৰাৰ পৰিপন্থী বিজেপি চৰকাৰ ৷ দুখৰ বিষয় যে আপোচকামী আছুৱে অৱধাৰিতভাৱে এই দিশেৰে গতি কৰি আহিছে আৰু সচেতন মহলে সেয়া দেখি আহিছে ৷ সাম্প্ৰতিক প্ৰেক্ষাপটত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু কংগ্ৰেছৰ কৰ্মী ৰূপা কলিতায়েও বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন তথা অসম চুক্তিক লৈ চলা ৰহস্যজনক স্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে যিখিনি প্ৰণিধানযোগ্য ৷ মুঠৰ ওপৰত অসম চুক্তি ৰূপায়নক ৰাজনীতিকৰণ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু সকলো জনগোষ্ঠী আৰু অভিজ্ঞলোকৰ সহযোগিতাৰে কামবোৰ আগুৱাই নিব লাগে ৷৷
@DhaneswarNath-r8f
@DhaneswarNath-r8f 3 часа назад
EMan Bhalkoi Bujaì Ase Bisoito Kintu ,,,,SabAiber Dubi Maribo
@debakumar5124
@debakumar5124 2 часа назад
অল্প বিদ্যা ভয়ঙ্কৰী, AASU এতিয়া অপৰিপক্ক,,,,
@taradoi7957
@taradoi7957 2 часа назад
মোৰ দৃষ্টিৰে-------------বহুবোৰ কাৰণত অসমৰ জনসাধাৰণে আজিৰ তাৰিখত সদৌ অসম ছাত্ৰ সন্হাক বিশ্বাস নোলোৱাই ভাল । বহু দেখিলো , বহু শুনিলোঁ , বহু বুজিলোঁ সেয়ে মই কৈছো ।
@ankitabarman9770
@ankitabarman9770 3 часа назад
AASU nahay NASU he.
@chapakhowatownhighschool2109
২০২৬ৰ নিৰ্বাচন জিকাৰ উত্তম ৰণকৌশল ।
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 2 часа назад
অসমৰ মুখ্যমন্ত্ৰী কোনো কামৰ মুখ্যমন্ত্ৰী নহয় তেওঁ দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতি মুখ্যমন্ত্ৰী তেওঁ পত্নী ৰিনিকি ভূঞা শৰ্মা ৰাজহুৱা সম্পত্তি মালিক গোটেই অসমতে ভূমি কেলেংকাৰী
@HariCharanKalita-fu8kt
@HariCharanKalita-fu8kt 12 минут назад
অসম চুক্তিৰ ৩৯ বছৰ হল, চুক্তি খন আৰু ৬ নং দফা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান ভালুকৰ সাঙিত পৰিণত হৈছে।আচল কথাটো হল কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী আৰু গৃহ বিভাগেৰ নিৰ্দেশ মৰ্মে বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন সমিতি পাতি ৬ নং দফাটো কাৰ্যকৰী কৰণৰ বাবে এখন প্ৰতিবেদন প্ৰস্তুত কৰিব দি সেইখন কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীক অৰ্পন কৰিব দিছিল । কিন্তু গৃহমন্ত্ৰী কিম্বা কেন্দ্ৰীয় গৃহ বিভাগে নীতিগত ভাবে গ্ৰহণে কৰা নাই। তেনে স্থলত অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু আছুৱে কাৰ্যকৰী কৰিলে সাংবিধানিক ভাৱে বৈধ হব নে ? পিচত যদি ৰাজ্য কিম্বা কেন্দ্ৰীয় চৰকাৰে সূতি নাটি বিচাৰি প্ৰতিবেদন খনে অবৈধ বুল নস্যাৎ কৰিব। হিমন্তৰ কূটঘাত মুলক কাৰচাজি আৰু আছুৰ এৰাধৰা কাণ্ড কাৰখানাৰ বাবে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদ আৰু 'কা' আন্দোলনৰ ৫ জন শ্বহীদৰ তপত তেজ পিৱলৈ কুণঠবোধ নকৰিব।
@BhumidharNath-im7ml
@BhumidharNath-im7ml 2 часа назад
সকলো বোৰৰ অৰ্থ হৈছে কেৱল মাত্ৰ চাৰ্থপুৰণ। নিজৰ নিজৰ পেত ভৰাৰ পিছত সকলো শেষ। ৬ নং দফা আৰু কিবা দফা চুট মাৰি দি। চব ফটকাৰ ফল।
@nijeshray2303
@nijeshray2303 Час назад
শ্ৰী কৃষ্ণক যুধিষ্ঠিৰে সুধিছিল যে কলিৰ যুগত কি হব? কৃষ্ণ তেতিয়া যুধিষ্ঠিৰক কলে তুমি বনলৈ যোৱা আৰু প্ৰথমে যি দেখিবা বনৰ পৰা ঘুৰি মোক কব লাগিব ৷ কথা মতে কাম বনৰ পৰা ঘুৰি আহি কলে প্ৰভু মই এটা হাতী দিখেছো যিটো হাতীৰ দুডাল শুৰ আছে, তেতিয়া কৃষ্ণই কলে যে কলিৰ যুগৰ মানুহে মুখৰে কব এটা আৰু কৰিব বেলেগ এটা ৷ গতেকে আজিৰ নেতাবোৰে কৈছে এটা আৰু হাতে কামে কৰিছে বেলেগ এটা ৷ কলিৰ যুগৰ নেতাই ৰাইজক ধ্বংশ কৰিহে কৰিব ৷
@pompipatgiri
@pompipatgiri 38 минут назад
আমাক।।পাগল।কৰিলে।নেকি।।
@bagadbilla452
@bagadbilla452 Час назад
ASSU নহয় আপোচ। 😂
@WrituponWritupon-ds9us
@WrituponWritupon-ds9us Час назад
অতি বুদ্ধি নেকি ?
@devakantaborah2973
@devakantaborah2973 50 минут назад
আচুৰ একো কাম নাই
@DipeshRay-pt3zp
@DipeshRay-pt3zp Час назад
Tahoti.axmor.purna.homaisa.bor.hamadhan.kriboly.bisara.nai
@purnakantachutia7433
@purnakantachutia7433 Час назад
Abegik jatituk akou tupi pindhiboloi apat abegik astro...bohut hol...bidekhi borpira pari bohil...
@DilipGogoi-x2h
@DilipGogoi-x2h Час назад
আচুয়ে অসমখনক দালালি কৰী বিক্ৰী কৰিছে
@jibeshrabha
@jibeshrabha 2 часа назад
AASU should give pressure to govt. implement NRC.
@RomiyoDutta
@RomiyoDutta 6 минут назад
Horba da apuni bhul kora babe aapunak atri Diya hol kintu atiya himontoi bisok uforai pothabo
@PrasannaGogoi-tg9my
@PrasannaGogoi-tg9my 33 минуты назад
Aasur kiba ortho ase janu.aasuk biswakhr kunu karon nai.
@HaidorAli-mq2yt
@HaidorAli-mq2yt 2 часа назад
নাগৰিক পঞ্জী ৰ দ্বাৰা বিদেশী চিনাক্ত হৈছে প্ৰায় 20 লাখ ।এই বিশ লাখৰ ভিতৰত প্ৰায় 17 লাখ হিন্দু বাংলা দেশী ।কা আইন বলৱৎ কৰিছে ইয়াৰ যোগেদি এই বিদেশী বাংলা দেশী সকলক নিৰ্যাতন হোৱা লোক বুলি নাগৰিকত্ব দিব। ইয়াৰ উপৰিও সময়ে সময়ে পয়োজন হ'লে হলে বাংলা দেশত নিৰ্যাতন হোৱা বুলি নাগৰিকত্ব দি ভোট বাঙক বনাব
@assam8744
@assam8744 52 минуты назад
Satra santha axomia samaj byobostha r pora atori goise
@jugeswarphukan9726
@jugeswarphukan9726 2 часа назад
Assu.atiea.assu.hai.thaka.nai.assu.burahal.buragaruea.bagh.dhariba.nueare.
@Gautambhattacharjya
@Gautambhattacharjya Час назад
Sutcase rajnitit ASU Jindabad.....
@RomiyoDutta
@RomiyoDutta 4 минуты назад
Assu aji assu hoi thoka nai assu bikiri hoise
@tajbaba00-ws3tq
@tajbaba00-ws3tq 2 часа назад
সমজ্জুল ভতাচার্য্য শৃঙখল চলিহা মন্ত্রি হব সাজু হৈ আছে
@mahammadali1557
@mahammadali1557 30 минут назад
2014 SNOR PARA BANGLA DSAHERPARA OHA HAKAL ASOMOR NAGARK.... ASSU KEY KAI 😢😢❤❤
@MilanBorah-j9h
@MilanBorah-j9h Час назад
Where is now , Prafulla Kr. Mahanta ? , Is he now alive ?
@abvlogs7049
@abvlogs7049 2 часа назад
Aasue aru. Ketiao raijar. Manat. Somab noware
@babuagcompany3004
@babuagcompany3004 6 минут назад
Ha ha ami Katea bi janu
@gh12138.
@gh12138. 2 часа назад
Aasu and agp =bjp😂😂😂😂
@MeghaliBaruah-lh8ni
@MeghaliBaruah-lh8ni 2 часа назад
Asukhatamhabaporikram
@Gkgg834
@Gkgg834 2 часа назад
নঙ নহয় নম্বৰ ।
@hafizuddin4134
@hafizuddin4134 Минуту назад
CAA khon AAsua manineki?
@RajabAli-h4r
@RajabAli-h4r 2 часа назад
Apunak say vot disilo
@ManturamDas-d9i
@ManturamDas-d9i 3 часа назад
Assu direct bjp r agent spasta hoise
@ghanashyamsaikia3292
@ghanashyamsaikia3292 Час назад
100%
@Ali-cv7ih
@Ali-cv7ih Час назад
0
@dhareswarlahkar2936
@dhareswarlahkar2936 3 часа назад
Axomar para BJP k naikiya kAriba nowarine?
@commonswaraj-u2i
@commonswaraj-u2i 2 часа назад
তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়াই লাখ লাখ অবৈধ প্ৰৱেশকাৰীক অসমলৈ অনাৰ পথ সুগম কৰিলে, সেইটো আছিল অসমৰ সমাজক বিক্ৰী কৰাৰ প্রথম স্টেপ। বিজেপিয়ে আৰু এক শ্রেণী ওপৰলৈ গৈ কিছুমান অবৈধ প্ৰৱেশকাৰীক নাগৰিকত্ব দিলে। কিন্তু মনত ৰাখিব, কংগ্ৰেছে প্ৰথমতে অবৈধ প্ৰৱেশকাৰীক অনাৰ সূচনা কৰিছিল। এতিয়া অসমীয়া মানুহ বিভ্ৰান্ত আৰু নেজানে কাক সমৰ্থন কৰিব। আঞ্চলিক দলবোৰে আঞ্চলিকতাৰ আৰু স্থানীয় অনুভূতিৰ কথা কৈছে। কিন্তু তেওঁলোকে নিৰ্বাচন জিকিব পাৰিবনে, যেতিয়া অসমীয়া অসমত ৫০ শতাংশৰো কম? আৰু আমি সকলোৱে জানো আঞ্চলিক দল AGP এ কি কৰিলে !
@jitugogoi7164
@jitugogoi7164 2 часа назад
কংগ্ৰেছে অসমৰ মানুহক বহুত থগিলে
@jugeswarphukan9726
@jugeswarphukan9726 2 часа назад
Atiea.assam.hekh.kone.karise.nakaleu.gam.paise.himantar.palnat.parile.hieo.adin.himantar.dare.haba.mane.congesat.thakute.kiman.doinambari.kari.taka.ghatil.haine.tarpisat.kihal.daraparar.usalaloi.bjpit.jain.karile.kaku namane.himantai.hieajane.hakalu.aine.jakaetae.kiba.bisare.kinibabisare.hait.manuh.kina.manuh.jan.kibuli.kaba congesat.thakute.mla.burak.garit.toli.dekhueaisil.sa.aikeita.haras.kinianisu.lag.naihaihupa.mla.kiea.manuhe.vot.diea.tene.manuh.thakile.assam.unatinahai.haitu.100pearsent.haitiea.bjp.mane.atiea.doinambari.kinaikara.hakalu.bikire.kari.bond.bikire.kari.assam.salise.akal.lon.bhabisak.akal.lonloi.manuh.adhariba.paribane.haitu.kibulikam.atihunkale.asamieajagak.nahale.asamiea.hekh.buli.dharak.amiaru.udhariba.nuaru.jadi.bjp.asamat.thake.bahira.mane.bahiragatatai.asama.dhankha.jate.tate.mati.kini.bahiragate.asamieak.hekh.kariba.mat.mata manuh.asamat.nai.jimate.tak.opamankare.kisarkar.ahil.asamat.khedibarhal.ajieakhedak.nahale.asamiea.bulibale.bhakha.nai.ainure.rajniti.dhorandabur.kam.kiea.himantak.jurdi.nakai.je.kiea.kar.karane.akal.lonlai.sarkar.salabalagahal.agate.bahut.cmhal.tetieatu.anekuea.nahaisil.sarkar.dhonieake.saliasil.matara.bjp.ahi.asamieak.hekh.karibale.lagigol.asemlit.ajane.matmate.tsk.aku.opluonga.kare.tar.birudhe.manuh.lagaba.lagahal.akhil.gogi.asamiea.jiban.manat.rakhak.kajinangat.kihaisil.akhilak.kikatibabisarisil.atiea.kayhatu.hal.bjp.mane.himanta.hal.ghorakina.manuh.kiman.ghora.kinile.jarmuluk.tar.sarkar.psisa.kharas.kariba.lagiba.agate.haitu.nasil.manuhe.agbahai.disil.kon.mal.haba.amar.hamastit.bina.patidanditai.mla.haisil.ajikali.dekhisene.ajikali.kihai.takadiba.lagiba.haitaka.nagainiea.hale.nepaba.kidin.ahil.nelageo.bjp.asamat.aponak.lagibane.jafilage.aponar.taka.paisa.thakiba.lagiba.nahake.aitieai.no.boli.kaba.kihaise.adamat.bipad.atiea.karhaba.jikhini.midulmen.haikhinir.karane.bipad.aru.jikhini.ritearmen.manuh.haikhinik.jieai.jieai.mariba.hihatar.darmaha.bahiea.thake.ritermen.paisabahieathake.ji.sarkarar.sakarial.32basar.35.basar.sakarikaril.pensan.kiman.pai.hunile.dekhile.aponar.laglagiba.paimathu.1200.15oo .aitu.kipensan.halneki.agate.haitu.nasil.riterarmenbure.kiman.paise.saliba.parisene.kintu.aije.bjp.mla.manti.bur.darmaha.nijeasa.mate.bahai.laba.pare.kondekhar.aine.ane.amijanu.10years.pisat.perivisijhai.hihatar.kiea.jetieatetieaihai.tarmane.nijr.dhanihuea.apaitu.ulieai.loise.haitu.hubidha.kone.dise.amiea.haiburak.hubidhatu.disu.disu.mane.aije.mahiala.asani.bur.dise.mahilak.arpara.tole.ghorai,phoraise.aji.amuk.karak.kali.tamuk.karak.kintu.rijaltu.kihalge.aponi.haijanu.bjp.membar.haitu.jarute.mane.saute.arukiaman.din.lagiba.ketiea.paba.labhnai.nijar.bibekatuk.hudhak.mata.keitakaman.paisar.karane.jatituk.nibikiba.bahiragatai.sanidharise.asama.jate.tate.mati.kone.kinise.gote.asambikire.kariba.atiea.himanta.sarkare.nijeo.loise.anaku.dibale.bisarise.aru.alsp.dinar.pisat.kihaba.baru.sirilongka.kanda.bangladesar.kanda.darehaba.assam.besidin.nai.bhabak.bhabisak.manuhe.jetiea.manuh.kiniba.tetiea.kihaba.aitu.kibhal.kamneki.kone.kine.hisarthapar.nije.dhanihuear.hapon.haitu.hatu.asamat.habale.dibanuareiba.aru.nidiea.asamieai.jihaiase.haitu.bhal.hueanai.ami.asamiea.nahau.dukhiea.jidhukhiea.kariba.asamiea.jati.taru.nister.nahaba.geli.gelimariba.aji.akal.hai.hubidha.badi.rajnitibur.karane.ami.nedekhar.dare.haisu.amak.atiea.bat.dekhueai.loi.jabarkarane.paujan.asamiea.konasamiea.jenekari.thailendar.para.ahom ahi.600years.rajata.karajaati.amak.lage.aibur.hubidha.badi.doinambari.rajniti.nelage.bidaidieak.atihunkale.nahale.adamadam.hai.nathakiba.barbearajniti.humal.asamat.sinakta.kari.hihatak.khedak.anekarikhedak.jate.aku.ahibanuare.
@tajbaba00-ws3tq
@tajbaba00-ws3tq 2 часа назад
AASU এতিয়া AASUহৈ থকা নাই এতিয় AATU হৈছে
Далее
Kenji's Sushi Shop Showdown - Brawl Stars Animation
01:55