Тёмный

জুবিন গাৰ্গক উভতি ধৰিলে সত্ৰাধিকাৰে। জুবিন গাৰ্গক শাৰীৰিকভাৱে অপদস্থ কৰাৰ হুংকাৰ সত্ৰাধিকাৰৰ 

Asom Live 24
Подписаться 553 тыс.
Просмотров 221 тыс.
50% 1

জুবিন গাৰ্গক উভতি ধৰিলে সত্ৰাধিকাৰে। জুবিন গাৰ্গক শাৰীৰিকভাৱে অপদস্থ কৰাৰ হুংকাৰ সত্ৰাধিকাৰৰ। দুৰাৰোগ্য ৰোগ হৈ তললৈ নামিব বুলিও সমালোচনা জুবিনক
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Опубликовано:

 

31 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,2 тыс.   
@ssassam_1.5Million.
@ssassam_1.5Million. 3 месяца назад
সত্ৰাধিকাৰ হৈ কিয় এনেকৈ কব জুবিন দাই যি কৈছে ঠিকেই কৈছে support কৰো জুবিন দাক সত্ৰাধিকাৰ হ'ল বুলিয়েই প্ৰভূ ঈশ্বৰ হব পাৰে নি যদি প্ৰভূ ঈশ্বৰেই হয় তেন্তে প্ৰভূ ঈশ্বৰৰ মুখত কিয় এনেকুৱা কথা। Support কৰিলে like কৰা।
@imonbaruah3126
@imonbaruah3126 3 месяца назад
সত্ৰাধিকাৰ মহোদয়, আপোনাক কৈছো। আপোনাক মই কিহৰ ভিত্তিত প্ৰভুত্ব সন্মান কৰিম? আপুনি ক'ৰ অবতাৰি পুৰুষ বাৰু? আপুনি এজন ঠগিলং ঠগিলং বামুন হে। ৰাইজৰ অৰিহণা ৰ ভিত্তিত আশীৰ্বাদ দি দক্ষিণা লোৱা এজন মানুহ। জুবিন গাৰ্গ ক অভিশাপ দিবলৈ আপুনি প্ৰথমে জুবিন গাৰ্গ ৰ দৰে এজন প্ৰকৃত মানুহৰ লগৰ মানুহ হৈ দেখুৱাই দেখাওক।
@tutumonibaruah1945
@tutumonibaruah1945 3 месяца назад
জুবিনক ইমান ডাঙৰ বেমাৰ হ'ব বুলি তেওঁ কেনেকৈ ক'ব পাৰিলে ভাবিব পৰা নাই , জুবিনক চৰ দিয়ক আমি একো নকওঁ কাৰণ তেওঁ জুবিনৰ পিতৃৰ স্বৰূপ কিন্তু ইমান ডাঙৰ বেমাৰ হ'ব বুলি কোৱা টো এজন সত্ৰাধিকাৰৰ মুখত শোভা নাপায়।
@Ranidas5280
@Ranidas5280 3 месяца назад
Ummm
@Digantaborah21
@Digantaborah21 3 месяца назад
সত্ৰাধিকাৰ ভাষা ব্যবহাৰ ইমান বেয়া হব নেলাগে দেই। সত্ৰাধিকাৰ কেতিয়াও ভগৱান হব নোৱাৰে আপুনি নিজকে ভগৱান বুলি ভাৱি লৈছে যদি আপোনাৰ ডাঙৰ ভূল হৈছে। জুৱিন দাই একো বেয়া কথা কোৱা নাই।
@ChandanJyotiSaikia-de9ow
@ChandanJyotiSaikia-de9ow 3 месяца назад
অভিশাপ কিয় দিছে মই এইবোৰ ভাল নাপাওঁ অভিশাপ দিয়াটো
@desiboys1887
@desiboys1887 3 месяца назад
এয়াই নেকি ভগৱানৰ গুন
@user-ic7fo7tk1k
@user-ic7fo7tk1k 3 месяца назад
জুবিন গাৰ্গ বেয়া আমি বুজি পালোঁ জুবিন গাৰ্গে মদ খাই মাতাল হৈ থাকে খাইটো আমি বুজিলো কিন্তু প্ৰভু আপোনাৰ মুখৰ ব্যৱহাৰ কেনে আছিল আপুনি কি ভাল ব্যৱহাৰ কৰিলে জুবিন গাৰ্গে বেয়া ব্যৱহাৰ কৰিছিল জুবিনৰ বাপেকে কৰিছিল জানো আপুনি তেওঁকো মাজত টানি আনিলে প্ৰথমে নিজৰ ব্যৱহাৰ ভাল কৰক তাৰ পাছত আনলে আঙুলিয়াব।
@monigogoi8157
@monigogoi8157 3 месяца назад
হযতো কিছুমান সত্ৰাধিকাৰিযে নিজকে ভগৱান বুলি ভাবে।মই ভাবো জুবিনে নিজৰ মন্তব্য হে দিছে।
@simasaikia380
@simasaikia380 3 месяца назад
Right
@Dhwrwm502
@Dhwrwm502 3 месяца назад
@@simasaikia380 Nidileo Raijor aku apotti nasile sage. Moi Kunu Side t nohoi kintu Gayok ajone gaan gai guchi jabo lage.
@Ithinkend
@Ithinkend 3 месяца назад
মানুহ ভগৱান হয়নেকি?
@samsulhaque4571
@samsulhaque4571 3 месяца назад
সত্ৰাধিকাৰে এনে কথা কোৱা উচিত হোৱা নাই বুজনিৰে কোৱা উচিত
@rinagogoi2821
@rinagogoi2821 3 месяца назад
এজন সত্ৰাধিকাৰ দেৱৰ মূখত এই মন্তব্য সোভা নাপায়।
@jyotishmanchakraborty1238
@jyotishmanchakraborty1238 3 месяца назад
❤💓👍👍
@bhaskarbordoloi9049
@bhaskarbordoloi9049 3 месяца назад
Right 🙏
@Bikram-Gamin
@Bikram-Gamin 3 месяца назад
👍
@AnnoyedGarden-jo1kh
@AnnoyedGarden-jo1kh 3 месяца назад
কৰাক কৰিব লাগে ককাইদেউ। জুবিনৰ নিচিনা ফালতু মানুহ এটাক। তেনেকৈয়ে কব লাগে।
@user-iv1pn2jw6y
@user-iv1pn2jw6y 3 месяца назад
কিয় নাপায় ? তেওঁৰ কি ভাল পোৱা, বেয়া পোৱা নাই নেকি ? তেওঁৰ কি আত্মা নাই নেকি ?
@muktiborah-pe6ix
@muktiborah-pe6ix 3 месяца назад
সত্ৰাধিকাৰ পাগল হ'ল নেকি? কিয় শাও দিব লাগে? ভকতৰ গুণ নেকি সেয়া। জুবিনে ঠিকেই কৈছে, "সত্ৰাধিকাৰ ঈশ্বৰ নেকি" স্বয়ম্ভু ঈশ্বৰ কেতিয়াৰ পৰা হ'ল। শঙ্কৰদেৱে নিজকে ঈশ্বৰ বুলি কৈছিল নেকি ক'ৰবাত। সেই জনৰ ভকতৰ গুণেই নাই। সত্ৰাধিকাৰ হোৱাটো পিছৰ কথা। পদত্যাগ কৰক সেই সত্ৰাধিকাৰে
@air33-ias53
@air33-ias53 3 месяца назад
ভালেই কৰিছে। শাও খাব লগা কাম কৰিছে। খাবৈয়ে। লাখ লাখ মানুহক দুখ দিছে মদাহী টোৱে।
@AnnoyedGarden-jo1kh
@AnnoyedGarden-jo1kh 3 месяца назад
সত্রধিকাৰী এজন ভগৱান হওক বা নহওঁক। কিন্তু সেইদিনা জুবিনক সত্রধিকাৰী ওপৰত কিবা কবলে তাক কোনে মাতিচিলে। গান গাবলে মাতিচে গান গাব লাগে। কিহৰ আলৰ বালৰ কথা। জুবিন নহলেও চলিব, কিন্তু এজন সত্রধিকাৰী অসমৰ জাতিটোক লাগিবই। জুবিনে নিজৰ সন্মান নিজেই হেৰুৱাইচে।
@air33-ias53
@air33-ias53 3 месяца назад
@@AnnoyedGarden-jo1kh একদম শুদ্ধ কথা কৈছে আপুনি।
@user-ix3dl8fh1u
@user-ix3dl8fh1u 3 месяца назад
জুবিন গাৰ্গ এ মদৰ নিচাত কৈছে । কিন্তু সত্বাধিকাৰ এজন ভক্ত সমাজৰ । এই যে কাণতলিআ চৰ-তৰ কথাকেল সুভানাপায ।
@user-ix3dl8fh1u
@user-ix3dl8fh1u 3 месяца назад
শগুনৰ শাওত বুঢা গৰু নমৰে বুলি কথা এষাৰ আছে নহয় । তেখেত ভগৱান নেকি ? যে যিকব তাকেই হব ।
@borntobeunique5582
@borntobeunique5582 3 месяца назад
আহোম স্বৰ্গদেউ সকলে সত্ৰৰ পৰিচালনাৰ অধিকাৰ দিয়া সকলক সত্ৰাধিকাৰ বোলে , তেখেত লোকক প্ৰভু বা ঈশ্বৰৰ সমময্যদা দিয়া বা ভৱা কিমান দূৰ সমিচিন, সৃষ্টি কৰ্তাৰ লগত আমাৰ দৰে মনুষ্যৰ তুলনা অসম্ভৱ। গতিকে জুবিন গাৰ্গে নিশ্চয় ভুল ব্যাখ্যা দিয়া নাই। ধন্যবাদ।
@bhaskarbordoloi9049
@bhaskarbordoloi9049 3 месяца назад
Right 🙏
@AnnoyedGarden-jo1kh
@AnnoyedGarden-jo1kh 3 месяца назад
জুবিন নহলেও চলিব। কিন্তু অসমীয়া জাতিটোক এজন সত্রধিকাৰী লাগিবই। এজন সত্রধিকাৰীক কোনেও ভগৱান বুলি নাভাৱে। তেওঁক সকলোৰে সন্মান কৰে। প্রভূ ঈশ্বৰ বুলি কৈয় সেৱা কৰে। যত যিটো। এজন সত্রধিকাৰীক প্রভূ ঈশ্বৰ বুলি কলে জুবিনৰ খং ওঠে। কিন্তু জুবিনক ডাঙৰীয়া বুলি কলে তাৰ কিয় খং নুঠে। মুঠতে জুবিন পাগল হৈচে। দুখো নাই জুবিন বুঢা হল টো। গান গাব নোৱাৰে। তাকে নকৰি কৰিব কি।
@MultimediaTr.
@MultimediaTr. 3 месяца назад
​@@AnnoyedGarden-jo1kh তই যে সকলোতে বে বে কৰি আছ' ?
@humenbhuyan4088
@humenbhuyan4088 3 месяца назад
​@@AnnoyedGarden-jo1khজুবিন নহ'লে নচলে অ বোপাই, সত্ৰাধিকাৰ হ‌ওক বা ফত্ৰাধিকাৰ সিহঁতেও জুবিনৰে হৰিনাম গাই ঘৰ চলাই আছে😅
@prosanbora
@prosanbora 3 месяца назад
জুবিনৰ নিছিনা মদাহী এটা নাইকিয়া হলে কি নছলিবনো এতিয়ানো মদাহীতোও কি চলাই আছে মদাহী বিলাক ভালো পাব পাৰে়
@nirmalsartschool6295
@nirmalsartschool6295 3 месяца назад
সত্ৰাধিকাৰজনৰ দয়া ক্ষমা কৰিব পৰা গুণখিনিয়েই নাই। তেওঁ প্ৰভূ ইশ্বৰ কেনেকৈ হব পাৰে। নিম্নখাপৰ মনৰ সত্ৰাধিকাৰ।
@axomiq132
@axomiq132 3 месяца назад
অসমৰ সাংস্কৃতিক প্ৰতিনিধি হোৱাৰ বাবে, জুবিনে এনে ধৰণৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে যি বৃহত্তৰ অসম সমাজৰ জনসাধাৰণৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব পাৰে।
@ujjalchaliha2793
@ujjalchaliha2793 3 месяца назад
কাণতলিয়া চৰ দিয়ক আপত্তি নাই কিন্তু কাকো শাওপাত দিব নোৱাৰে,আৰু এটা কথা গোস্বামী,মহন্ত হল বুলি পভু ঈশ্বৰ হব নোৱাৰে।
@air33-ias53
@air33-ias53 3 месяца назад
আহোম কেইটাৰ টো পকৰ জলন থাকেই সদাই😂😂
@user-qo5kx1gx2w
@user-qo5kx1gx2w 3 месяца назад
শ্ৰীমন্ত শংকৰদেৱই নিজকে কেতিয়াও ঈশ্বৰ বুলি কোৱা নাছিল। সত্ৰাধিকাৰ সকল শংকৰদেৱতকৈ দাঙৰ নেকি?
@abanikrdas6562
@abanikrdas6562 3 месяца назад
সিও বগা পানী খাইছে নেকি?
@AnnoyedGarden-jo1kh
@AnnoyedGarden-jo1kh 3 месяца назад
জুবিন পাগলৰ যুক্তিত গৈ। নিজকে পাগল হজাবলে নাযাব। কোনজন সত্রধিকাৰীয়ে কাৰোবাক কলে। মোক ভগৱান বুলি ক বুলি। প্রভূ ঈশ্বৰ বুলি তেওঁ লোকক সকলোৰে সন্মান কৰে। তাত জুবিন কুকুৰৰ কি আহে যায়। অন্তত এজন সত্রধিকাৰী তাৰ নিচিনা দালাল নহয়। বাকি কথা বাদ দিয়কচোন। সেই দিনা জুবিনক সত্রধিকাৰী ওপৰত কথা কবলে কোনে মাতিচিলে। তাক গান গাবলে হে মাতিচিলে। গান নাগাই কি আলৰ বালৰ কথা গাবলে লাগিলে সি। তাক সঁচাকৈয়ে কাণতলীয়া চৰ সুধাব হৈ গল।
@debajyotisaikiasaikiasaiki5040
@debajyotisaikiasaikiasaiki5040 3 месяца назад
Hoi axomot ha parese .....
@pranabbaruah8693
@pranabbaruah8693 3 месяца назад
​তই কত পাইছিলি উ সএাধিকাৰিক সকলক ভগৱান বুলি তোৰনিছিনাটোৱে মান 👎👎
@nabajittamuli0095
@nabajittamuli0095 Месяц назад
Kuwa ni but juntu ktha t tekhete lgi ase xaitu e bujaise
@Mridul_Hazarika.
@Mridul_Hazarika. 3 месяца назад
এই সত্রাধিকাৰ গৰাকীৰ জ্ঞান অতি নিম্ন ।তেখেতে অধিকাৰৰ পদটিৰ সন্মান বিনষ্ট কৰিছে।এই জনক কচাই যেন হে লাগিছে ।
@kanakdas4540
@kanakdas4540 3 месяца назад
Matalor bandhu
@bituponbora8062
@bituponbora8062 3 месяца назад
Kioo
@pankajbaishya7960
@pankajbaishya7960 3 месяца назад
Pagol hoi
@JyotishSarma-vp7yp
@JyotishSarma-vp7yp 3 месяца назад
আপুনি নেকি মাতাল
@dalimbarman27
@dalimbarman27 3 месяца назад
তুমি কি তামোল পান দি জুবিনৰ কথা কব লাগিচিল নেকি? জুবিনৰ দিন সচাকে বেয়ালে নামিচে নহলেনো জ্ঞানি মানুহবোৰকো অপমান কৰে নে! সত্ৰাধিকাৰজনে উচিত কথা কৈছে জুবিনে কিন্তু আমাৰ পহাপুৰুষিয়া সংস্কৃতিতো হাত দি মানুহৰ মাজত বিভ্ৰান্তি আনি দিব বিচাৰিচে। জুবিনে সত্ৰ সমাজক অপমান কৰি চিকাৰ চিনেমাখনৰ বাবে কিবা কৰি আচে যেন লাগিচে যদি এনে কৰিচে তেও শিয়াল
@imonbaruah3126
@imonbaruah3126 3 месяца назад
সত্ৰৰ সত্ৰাধিকাৰ হৈয়ে জানো আজি আপুনি আপোনাৰ ঘৰ খন জয় জয় মই মই কৰি ৰখা নাই??? সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ নিজকে নিজে ভগৱান বুলি নাভাবিব। আপুনি ভগৱানো নহয় আৰু লোকক অভিশাপ দিয়াৰ বাবে যোগ্য ও নহয়। মনত ৰাখিব শগুনৰ শাওত বুঢ়া গৰু অতীত তো মৰা নাছিলে, বৰ্ত্তমান তো মৰা নাই আৰু ভবিষ্যতে ও নমৰে।
@user-oq2pf5ds5p
@user-oq2pf5ds5p 3 месяца назад
জুবিন গাৰ্গ বেয়া বুজিলো। মাতাল হৈ থাকে, সেইটোও হয়, কিন্ত্ত মাটালৰ সভালৈ সেইসকল কি বিচাৰি আহিছিল? সত্ৰাধিকাৰ প্ৰভু আপোনাক ৰাইজে সন্মান কৰে, সাধাৰণ মানুহতকৈ বেলেগ বুলি ভাবে কিন্ত প্ৰভু আপোনাৰ মুখৰ বাক্য সমূহ জুবিনতকৈ কম নহয়, আপুনি জুবিনৰ বাপেকৰ কথা কবলৈ বেয়া পাব লাগিছিল। জুবিনৰ দেউতাক আপোনাৰ নিচিনা সত্ৰাধিকাৰ হব পাৰে, আপোনাৰ মন্তব্য গঢ়িত।
@Dhwrwm502
@Dhwrwm502 3 месяца назад
mojja likhisa
@prosanbora
@prosanbora 3 месяца назад
মদাহী জুবিন
@prosanbora
@prosanbora 3 месяца назад
মদাহী জুবিন
@air33-ias53
@air33-ias53 3 месяца назад
সত্ৰাধিকাৰ জনে ঠিকেই কৈছে। চৰিয়াব লাগে বলিয়া টোক। পেণ্ট খুলি কুবাব লাগে।
@kalpanasaikia2095
@kalpanasaikia2095 3 месяца назад
Behaviour is a part of life not even Zubeen or preast..for all
@user-bq3vt8ot6h
@user-bq3vt8ot6h 3 месяца назад
মিচা ক'লে কি দাল হ'ব,😅 সচাকথা কব গ'লে জুবিনৰ মুখখন লেতেৰা 😅😅 অন্তৰ খন ভাল। 😮😮
@villagemanvlogs4620
@villagemanvlogs4620 3 месяца назад
Right
@ankurdas5337
@ankurdas5337 3 месяца назад
Besi nkba majulit সংগীত সিন্ধু উপাধি দিছে ❤
@manashsharma7382
@manashsharma7382 3 месяца назад
Tenekuwa kotha jodi Apuni sti moy kolu hoy Tetya ki xole hoy but a sampurna kahani tu xoise natak bit manhua xosa ne buli bhavibo aru Satra dhukari jonok kuwa nashilume nije gaat pati loise you are not God osm not God xath khon dekhsi ashile zubeen da nijok o kuwa nashile aru Krishna bhagwan Nohoy he was a man but aikhini kotha beya Korishe Krishna bhagwan Nohoy bhagwan bhagwan manhu manhu a hoy aru ki darker nu Kobo jagha difference aitu je singer aru sadharan Manhu bahut difference beya sabd Kobo pare aru 2 number kotha matibo nalaghe Kyuo mate lavh hoy dangor artist labh nohuwa dangor Artist namate haikarone mate
@mrigankasahariah5811
@mrigankasahariah5811 3 месяца назад
Jubin sumpurnna soudha,Vagwane aikhini kathate,karobaak marim katim,ovisaap nidiye,,,,,,
@malobikagogoi6518
@malobikagogoi6518 3 месяца назад
জুবিন দাই ঠিকেই কৈছে মানুহ কেতিয়াও ভগৱান হব নোৱাৰে গুৰু হব পাৰে
@gitabharali7016
@gitabharali7016 3 месяца назад
অভিশাপ নিদিব। কাণতলীয়া চৰে দিয়ক লাগিলে। জুবিনৰ দিরঘাউ কামনা কৰিলোঁ।
@AllReelsVerse8.0
@AllReelsVerse8.0 3 месяца назад
Xi morok joldi , hindu dharam k Shree Krishna God k xi kun ulta palta ktha kobo
@prasurjadeka7397
@prasurjadeka7397 3 месяца назад
​@@AllReelsVerse8.0 toi mor na kukur , Kam tu ni aku tur.
@AllReelsVerse8.0
@AllReelsVerse8.0 3 месяца назад
@@prasurjadeka7397 tur ki kam ase ,, tur okl zubeen pagol tuk support kora h Kam lage xi karubak Mari nepalouk ki , pagol fan
@rahimpreme7807
@rahimpreme7807 3 месяца назад
কিহৰ প্ৰভূ হয়? ঈশ্বৰী‌ গুণ থাকিলেহে ,,,,,
@hdcreations2979
@hdcreations2979 3 месяца назад
এজন সত্ৰাধিকাৰৰো এনে আচৰণ ? পাৰ্থক্য ক’ত তেন্তে ?
@jayanath8989
@jayanath8989 3 месяца назад
তেখেতে নিজকে প্ৰভু ঈশ্বৰ বুলি ভাবিছে নেকি? জুবিনে ঠিকে কৈছে।
@Utpal-zs6hm
@Utpal-zs6hm 3 месяца назад
নিজৰ মতামত নিজৰ লগতে থাকিব লাগে, ইযাক ৰাজহুৱা কৰিবলৈ নালগে।
@as03y87
@as03y87 3 месяца назад
Zubeen da ktha bea kola bohut bea lage
@NayanmoniDutta-gt2tg
@NayanmoniDutta-gt2tg 3 месяца назад
Takeea oe modahi zubeen da tu
@mrinalbaruah9474
@mrinalbaruah9474 3 месяца назад
জুবিন গাৰ্গে উচিত কথা কৈছে কিন্তু কথা কোৱা সুৰটোহে বেয়া হৈছে।
@11mailorlora9
@11mailorlora9 3 месяца назад
জুবিন গাৰ্গে সুদ্ধকথাষাৰ কৈছিল কিন্তু কথাৰ সুৰতো বেয়া হৈছিল । আৰু সেইজন গোসাই নেকী তেওঁৰ ইমান খংনে ? ইমান খংকৰাজন গোসাই বা সত্ৰাধীকাৰ হব নোৱাৰে । কানত ধৰাই আঁঠুকঢ়োৱজনক ৩৫বছৰীয়া সফল ডেকা যেনহে অনুভৱ হৈছে ।
@RidipKrBora
@RidipKrBora 3 месяца назад
Right কথা কৈছে। তেওঁলোকে প্ৰভু ঈশ্বৰ নহয় যে কথাটো শুদ্ধ
@pareshch.talukder8490
@pareshch.talukder8490 3 месяца назад
জুবিনে কোৱা কথা সত্য,সএাধিকাৰ জন কেনেকৈ ঈশ্বৰ হব পাৰে,মহাপুৰুষ গুৰু দুজনাৰ চৈধ্য়য়ত্য
@kaustavnath1150
@kaustavnath1150 3 месяца назад
Toi mone mone thak, Vasudev kutumbakam ki hoi jani ahibi
@dhanmanideka4524
@dhanmanideka4524 3 месяца назад
সত্ৰাধিকাৰৰ মুখতো এনেকুৱা কথা শোভা নাপায়... প্ৰকৃত সত্ৰাধিকাৰৰ মুখত এনেকুৱা শব্দবোৰ নাথাকে...
@bijudevi5722
@bijudevi5722 3 месяца назад
Zubeen right kaise je praman dile prabhu isware
@huntuhazarikahuntuhazarika9915
@huntuhazarikahuntuhazarika9915 3 месяца назад
সত্ৰাধিকাৰ জন বেচিহে তললে নামিল খুজি সন্মান লব বিচাৰিছে নিউজ টো বেছি কুবাইছে কা ৰ কাৰণে বজাব লাগে
@basudevdas4535
@basudevdas4535 3 месяца назад
Zubeen daa hosa kotha koisa guru hoi guru buli kbo lgy vgbn buli kisumn manuhe aji kali kua dkha pau vgbn nhoi n guru hoi Zubeen daa thik kotha koisa
@tapandutta7449
@tapandutta7449 3 месяца назад
জুবিন গাৰ্গে ভুল কৰিছে,,,,,কিন্তু এজন সত্ৰাধিকাৰে ইমান নিম্ন মানৰ বক্তব্য ৰখাটো দুৰ্ভাগ্যজনক,,,
@Creatertapanraj
@Creatertapanraj 3 месяца назад
Thik a koise...
@WorldwideentertainmentN
@WorldwideentertainmentN 3 месяца назад
জুবিনৰ কথাটো সঁচা
@air33-ias53
@air33-ias53 3 месяца назад
একো দূৰ্ভাগ্যজনক নহয়। ঠিকেই কৈছে। লাখ লাখ মানুহক আঘাত দিছে বলিয়াই।
@ratulchoudhury8854
@ratulchoudhury8854 3 месяца назад
কি ভুল কৰিছে জুবিনে?
@air33-ias53
@air33-ias53 3 месяца назад
@@ratulchoudhury8854 জুবিনক কান্তলিয়া দিব লাগে। একো ভুল নকৰিলেও দিব লাগে।
@arunjyotikonch9573
@arunjyotikonch9573 3 месяца назад
জুৱিন গাৰ্গৰ কথা বাদ দিলো কিন্তু এজন সএাধিকাৰৰ ব্যৱহাৰ বা কথাবোৰ তেনেকুৱা হব নালাগে৷৷৷৷
@user-qg6te4xn5x
@user-qg6te4xn5x 2 месяца назад
অভিশাপ কিয় দিছে 😢😢 জুবিন গাৰ্গে ঠিকেই কৈছে মানুহ কেতিয়াও ভগৱান হব নোৱাৰে। জুবিন দাক দিয়া অভিশাপ টো যাতে আপোনাৰ গাতে লাগে সেয়ে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত 🙏🙏🙏। জুবিন গাৰ্গে একো বেয়া কথা কোৱা নাই মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ জুবিন দা সদাই ভালে থাকক। জুবিনক দিয়া অভিশাপ টো যাতে আপোনাৰ গাতে লাগে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
@BhaskarBorah-zt6xi
@BhaskarBorah-zt6xi 3 месяца назад
জয় জুবিন দা❤️❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@jayadutta756
@jayadutta756 3 месяца назад
প্ৰভূ মানে ভকতক সম্বোধন কৰা হয় । প্ৰভূ মানে যি ঈশ্বৰৰ বাট দেখুৱাই দিয়া জন । হনুমানে ৰামক প্ৰভূ ৰাম বুলি সম্বোধন ধৰিছিল । আমি ভকতক প্ৰভূ বুলি সম্বোধন ধৰো নামঘৰত । এজন শিক্ষকক শিক্ষাগুৰু বা আচাৰ্য বুলি কোৱা হয় । তাকেই ইংৰাজীত ছাৰ বুলি যেনেকৈ কয় । অৰ্থ বুজাত ভূল কৰিলে । বুজাই দিলেই হল বিতৰ্ক কৰাতকৈ । জুবিনৰ মাতৃ সৰুতেই হেৰুৱা লৰা এজন ।
@ramcharanthakuria928
@ramcharanthakuria928 3 месяца назад
নমস্কাৰ গ্ৰহণ কৰিব ্ সন্মানীয় সত্ৰাধিকাৰ গোস্বামীদেৱ, আপুনি জুবিনক অনুশাসন মূলক মন্তব্য দিয়ক। কিন্তু অভিশাপ নিদিব, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'বলৈ কোৱা টো অতি দোষনীয় কথা।
@arpanrabha8530
@arpanrabha8530 3 месяца назад
Zubin Da Zindabaad
@BinudSaikia-tf2ow
@BinudSaikia-tf2ow 3 месяца назад
Yes,প্ৰভু ঈশ্বৰে কেতিয়াও কাকো সাও নিদিয়ে।আপুনি এজন সাধাৰণ মানুহ।আপোনাৰ ব্যৱহাৰত প্ৰভুৰ অকন্মানো গুণ নাই।
@mitudoley1348
@mitudoley1348 3 месяца назад
এইটো একো বিতৰ্ক বিষয় নহ্য়
@pranabnath2195
@pranabnath2195 3 месяца назад
জুবিনে নিজক লৈহে কথাটো কৈচিল তাত কি ভোল হল ইয়াকে লৈ ইমান হৈ হাল্লা কৰিব নেলাগে দেই আৰো কথা হল তেউ সাউ দিলে কিয় জুবিন গাট লাগিব তেউ কি কলি কালৰ ভগবান নেকি আ
@iveehazarika3737
@iveehazarika3737 3 месяца назад
Jubin Sir is right.❤❤🎉🎉❤❤.
@thetop7042
@thetop7042 3 месяца назад
চৰ দিম বুলি সত্ৰাধিকাৰ জনৰ মুখত কিয় আহিল বাৰু 'চৰ দিয়া সত্ৰাধিকাৰ' মেন পাইছোঁ।।।
@mamonisaikia1545
@mamonisaikia1545 3 месяца назад
এখেত মানে মহেশ্বৰ গোস্বামী কেনেকুৱাধৰণৰ। জুবিনে ভুল কৰিব পাৰে। ক্ষমা পাৰ্থি হৈছে। কিন্তু সত্ৰাধি কাৰে এনে মন্তব্য কৰেনে। জুবিন দাতা কৰ্ণও। লগতে গোস্বামী ডাঙৰীয়াই ক্ষমা প্ৰাৰ্থনা কৰিলে ভাল হয়। প্রকিত সত্ৰাধিকাৰ এ দুৰাৰোগ্য ৰোগত ভুগিব শাও নিদিয়ে।
@rituponphukon860
@rituponphukon860 3 месяца назад
Tewluke nijoke bhogoban buli vabe heikarole gat lagise
@kulenrajbongshi734
@kulenrajbongshi734 2 месяца назад
অসমৰ অসমীয়াৰ প্ৰধান সম্পদ জুবিন দা মোৰ কাৰণে ভগৱান হয় আৰু বেয়াকৈ কৱ লগা দৰকাৰ নাই মাজুলী বাসিন্দা
@bigboss.3213
@bigboss.3213 3 месяца назад
এইটো হে ভাল মন্তব্য দিছে,, সত্ৰাধিকাৰ জনে জুবিন লৈ। । ঠিকে কৈছে জুবিন কে লা অসম ৰ অভিভাৱক নেকি।
@jayanath8989
@jayanath8989 3 месяца назад
প্ৰভু ঈশ্বৰৰ মুখত এনে কথা শোভা নাপায়। জুবিনে কষ্ট কৰি ধন লয়। এনেয়ে কোনেও কাকো ধন নিদিয়ে। সঁচা কথা শুনি গা জ্বলি গৈছে
@bhaskarjyotiborah4671
@bhaskarjyotiborah4671 3 месяца назад
এই জন সত্ৰাধিকাৰ হোৱাৰ যোগ্য নহয়, মই আচৰিত হৈছোঁ যে আমি কেতিয়াও নাম নুশুনা এইজন মানুহে কেনেকৈ সাহস পালে যে তেওঁ জুবীনদাক কানতলীয়া চৰ দিম বুলি কবলে
@arpanaphukan9562
@arpanaphukan9562 3 месяца назад
নিজকে ভগৱান বুলি দাবী কৰা সত্ৰাধিকাৰ এজন সাধাৰণ মানুহতকৈও তলখাপৰ। তেওঁহে মানুহৰ প্ৰতি এনে বেয়া শব্দ প্ৰয়োগ কৰাৰ বাবে ক্ষমা খুজিব লাগে
@mithunkumardeka5803
@mithunkumardeka5803 3 месяца назад
Jai jubin da ..........
@Randeep-kb1xh
@Randeep-kb1xh 3 месяца назад
ঈশ্বৰ এক বিশ্বাস পৰম শক্তি,নিৰকাৰ, অনাদি অনন্ত, অহিংস,সৰ্ব ব্যাপী আছে সৃষ্টি বিনাশ সকলো ,পাপ পুণ্য বিচাৰ সমস্ত তেওঁৰ নিয়ন্ত্ৰণত । জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ যি কৈছে তাৰ কিছু অংশ সমৰ্থন কৰোঁ আৰু কিছু অংশ নকৰোঁ । মানৱ ঈশ্বৰ নহয় হব নোৱাৰে । জুবিন গাৰ্গে অমাৰ্জিত শব্দ প্ৰয়োগ কৰি ৰাজহুৱা ভাৱে তেনেদৰে কব নালাগিছিল । সত্ৰাধিকাৰ হৈ কাণতলীয়া চৰ দিম বুলি কোৱা উচিত হোৱা নাই । এজন সত্ৰাধিকাৰ আৰু এজন জনপ্ৰিয় শিল্পী দুই গৰাকী ব্যক্তিৰ নিজৰ এক সুকীয়া সন্মানীয় স্থান আছে অসমৰ সমাজ সংস্কৃত জগতত গতিকে অমাৰ্জিত শব্দ প্ৰয়োগ ৰ পৰা সকলো বিৰত থাকি নিজ নিজ স্থানৰ পৰা অসমৰ বাবে অসমৰ সমাজ জীৱনৰ বাবে নিজ কৰ্ম দ্বাৰা অৱদান আগবঢ়াই যোৱা ভাল ।
@loknathdas9457
@loknathdas9457 3 месяца назад
জুবিন দাই প্রকৃত তে সতাধিকাৰ জনক কোৱা নাই, মই বুজা মতে জুবিন দাই প্রভু ঈশ্বৰ শব্দ টো তেওঁ নিজেই বেয়া পোৱাটো বুজাই ছে।
@Hirak_JT
@Hirak_JT 3 месяца назад
অধপতনে যাই আছে সেইবাবে
@arjundeka9938
@arjundeka9938 3 месяца назад
​@@Hirak_JT Pise Alla,God ok beyapai neki jubin dai😂😂
@Hirak_JT
@Hirak_JT 3 месяца назад
@@arjundeka9938 সেইবাবেই টো আধপতনে গৈ আছে।
@punyalatadevivlog3324
@punyalatadevivlog3324 3 месяца назад
কিবা এটা কথা আছে নহয় বুঢা গৰু নমাৰ
@rajani149
@rajani149 3 месяца назад
সত্ৰাধিকাৰ গৰাকীক উচতাই দিয়া হৈছে জুবিন গাৰ্গৰ বিপক্ষে মন্তব্য দিবলৈ....😢😢😢 এখন গণতান্ত্ৰিক দেশত নিজৰ মতামত দিয়াৰ সকলোৰে অধিকাৰ আছে..🤔🤔🤔 যদিও সেই মতামত কিছু সংখ্যক লোকৰ গ্ৰহণযোগ্য নহবও পাৰে...🤔🤔🤔
@hemanta-tc4vx
@hemanta-tc4vx 3 месяца назад
মই কইছো সত্ৰাধিকাৰ কোন সিহতলোকে নিজকে সত্ৰাধিকাৰ বুলি কবলৈ লাজ কৰা নাই নেকি যত মাজুলীৰ এজন সত্ৰাধিকাৰে মানুহক শৰন‌ দি নিজৰ ভকতৰ হাতে ছোৱা খাদ্য নাখায় মিছিং মানুহ‌ হ'লে মিৰিক ছোলে বিস্তাক ছোৱা কাৰ্য কৰে , তিনি বস্ত পিন্ধিলে ভকত নহয়। জুবিন গাৰ্গে যি কলে ঠিকেই কলে নিজৰ চৰিত্ৰ , ব্যবহাৰ ভাল কৰি নিজৰ পৰিচয় সত্ৰাধিকাৰ বুলি কব তেতিয়া ভাল লাগিব জুবিন দা এ আৰু এনেকৈয়ে আগ বাঢ়ে যেন। 🙏🙏
@MultimediaTr.
@MultimediaTr. 3 месяца назад
১০০%✓ সত্য
@dibyojyotigogoi4562
@dibyojyotigogoi4562 3 месяца назад
Poisa nulua ke jdi pgm kribo pora dom ase den moi eitu kotha matim
@MultimediaTr.
@MultimediaTr. 3 месяца назад
@@dibyojyotigogoi4562 ও আই! এইটোৱে টোপনিতে আছে! সাৰ পুৱাই নাই ! জুবিনে কিমান প্ৰগ্ৰেম পইচা নোলোৱা কৈ কৰে গমেই নাপায় আমাৰ প্ৰভু ঈশ্বৰে! প্ৰভু ঈশ্বৰ! 😁
@purnimadas6913
@purnimadas6913 3 месяца назад
যুবিনক আমি আশীৰ্বাদ কৰিছো মুৰৰ চুলিৰ সমান আয়ুষ হওঁক।Heart of Zubeen❤️
@user-es3te9zv3e
@user-es3te9zv3e 3 месяца назад
আপোনাক কথা এটা কৈছোঁ আপুনি চৰ দিম বুলি কৈছে একো নাই কিন্তু শাও দিবলৈ কত অধিকাৰ পালে। আপুনি বেয়া নাপাব প্ৰভু আপোনাৰে ব্যৱহাৰ ভাল নহয়। ধন্যবাদ।
@rtamuli8511
@rtamuli8511 3 месяца назад
যাক অতি ভালপোৱা হয় তেওঁক অনুকৰণনো কৰাহয়। জুবিন গাৰ্গে ভদ্ৰ আচৰণ কৰি সহনশীলতা অমায়ীক শৈলী ৰে চলিলেহেতেন উঠিঅহা প্ৰজন্মৰ বৰসুন্দৰ জীৱনশৈলী দেখিবলৈপালোহেতেন!প্ৰভুজনাকো অনুৰোধ জনালোঁ শাও নিদিবছো আপোনালোক গুণী জ্ঞানী ধহ্য-শহ্যশীল গুৰু ,আপুনি যদি জুবিনদাৰ দৰে হয় তেন্তে জুবিন আৰু আপোনাৰ(গুৰু)ৰ প্ৰৰ্থক্য কিথাকিব?
@abhinobneog8272
@abhinobneog8272 3 месяца назад
সমগ্ৰ মানুহ ক এটা কথা কব বিচাৰিছোঁ যে আচলতে সত্ৰাধিকাৰ কাক কই ভালদৰে বুজি লব এইজনা সত্ৰাধিকাৰ ৰ মুখত শব্দৰ স্থিৰতা নাই। যেতিয়া আমি সত্ৰত হৰন লবলৈ যাও তাত সত্ৰাধিকাৰ জনেই হৰণ দিওঁতে কৈ আমি কাকো উচ্চ স্বৰত থাপৰ মৰা গলি দিয়া আদি কৰ্ম ৰ পৰা বিৰত থাকিম কিন্তু যিহেতু এই vibeo টোত তেওঁৰ সকলো গুণ কৰ্তন হোৱা দেখা গৈছে।
@poraghazorika4370
@poraghazorika4370 3 месяца назад
Write ❤
@user-kq6qg5vb5j
@user-kq6qg5vb5j 3 месяца назад
I love juben
@rumabhattacharjee9302
@rumabhattacharjee9302 3 месяца назад
Right
@rlaskarkam3616
@rlaskarkam3616 3 месяца назад
জুবিন গাৰ্গে সকলো বিষয়তে মাত মাতিব নালাগে । তেখেত এজন প্ৰতিষ্ঠিত সকলোৰে মৰমৰ সংগীত শিল্পী । তেখেত সংগীত জগততে ব্যস্ত থকাটো ভাল। আনহাতে এজন সত্ৰাধিকাৰৰ মুখত ইমান বেয়া কথা ওলাব পাৰে বুলি ভাবিৱ নোৱাৰি । এখেত কিমান স্বাৰ্থপৰ ? প্ৰভুঈশ্বৰ কলে ভাল , নকলে অভিশাপ দিব আৰু চৰ মাৰিব ।
@mamonisaikia39
@mamonisaikia39 3 месяца назад
😊জুবিনে জিতো বেয়া পাই সেই তো হে কৈছে সএাধিক সকলক কোৱা নাই নহয় । জুবিনে নিজে বেয়া পোৱেতোহে কৈছে
@AnnoyedGarden-jo1kh
@AnnoyedGarden-jo1kh 3 месяца назад
প্রথমে জুবিনক ৰাইজে বেয়া পোৱা কাম বিলাক কৰিবলৈ মানা কৰি লোৱা। জুবিনে ভাল পোৱা কাম যে অসমৰ ৰাইজে কৰিব লাগিবই তাৰ কি মানে আচে। জুবিন কোন হয়।
@goutamnah6575
@goutamnah6575 3 месяца назад
আপোনাৰ লোকৰ এনে বক্তৃতা পৰাই বহুতো অসমীয়া মানুহে আন ধৰ্মৰ গ্ৰহণ কৰে
@assamesevahwna8465
@assamesevahwna8465 3 месяца назад
Zubin Garg King 👑 Assam ᭄
@DibakarJAB
@DibakarJAB 3 месяца назад
Joy Zubin দা
@LakhiPhukan.23
@LakhiPhukan.23 3 месяца назад
সত্ৰাধিকাৰ যেন নালাগিল । যিখিনি গুণৰ প্ৰয়োজন সিমান খিনি‌ গুণ দেখা নাপালোঁ।
@ntbnaba4611
@ntbnaba4611 3 месяца назад
jubeen right
@ritugogoi7193
@ritugogoi7193 3 месяца назад
শগুনৰ শাওঁত বুঢ়া গৰু নমৰে।জুবিনদা জুবিনদাই।
@bhupendas3078
@bhupendas3078 3 месяца назад
জুবিন গাৰ্গ ভাল গাযকৰ লগতে এজন উচ্চ চিন্তা ধাৰাৰ সুন্দৰ আৰু সফলতা পৰিপূৰ্ণ বক্তি আৰু ভাল সমাজ সেৱাক, I support & salute.
@mdoley5126
@mdoley5126 3 месяца назад
জুবিন দা কোৱাটো সত্য কথা। সএাধিকাৰ এজন প্রভু হৱ নোৱাৰে। ভগৱানৰ ভক্ত হৱ পাৰে।
@user-ch9le4qy3p
@user-ch9le4qy3p 3 месяца назад
Zubeen dai ji koi xosa kothai koi. Zubeen dak xodei vogobane bhale khukole rakhok 🙏🙏. Zubeen dai axomiyar pran ❤
@europabarman6041
@europabarman6041 3 месяца назад
Guru brahma Guru bishnu Guru dev Maheshar......
@angsumanraja3368
@angsumanraja3368 3 месяца назад
সত্ৰাধিকাৰ কেতিয়াও প্ৰভূ ঈশ্বৰ হ'ব নোৱাৰে।কিহৰ প্ৰভূ ঈশ্বৰ?ময়ো নামানো এইসকলক। মাজুলীখনকে ধৰি ৰাখিব নোৱাৰিলে। আৰু প্ৰভূ ঈশ্বৰৰ এনে ব্যৱহাৰ নেকি? জুবিনক চৰ দিবলৈ হ'লে আগতে সত্ৰাধিকাহতে লেংটা হৈ আহিব লাগিব। হেজাৰ সত্ৰাধিকাৰ আহিল হেজাৰ গ'ল কিন্তু এজন জুবিন হেৰাই গ'লে চাবি মানুহৰ মাজত কি প্ৰতিক্ৰিয়া হয়।
@nandeswarbora8015
@nandeswarbora8015 3 месяца назад
এইজননো কেনেকৈ সত্ৰাধিকাৰ হ'ল....? সত্ৰাধিকাৰৰ মুখত এনে ভাষা
@bikramjitsinghdas2311
@bikramjitsinghdas2311 3 месяца назад
আমি ইমান দিনে মিছাতেই সত্ৰাধিকাৰ সকলক মহান গুনৰ অধিকাৰী বুলি ভাবিছিলো । সত্ৰাধিকাৰ জনৰ দেখোন দয়া , ক্ষমা, সহনশীলতাৰ....... দৰে সামান্যতম গুণেই নাই.. ।
@AnnoyedGarden-jo1kh
@AnnoyedGarden-jo1kh 3 месяца назад
নহয়, আপোনি ভূল বুজিচে। গৰুক ঘূৰিআহ বুলিয়ে খেদিব লাগিব। অ হোন যা বুলি কলে গৰুটো গুচি নাযাই। জুবিনৰ নিচিনা মানুহটোক কাণতলীয়া চৰ সুধাবই লাগে। গান গাবলে মাতিচে গান গা।কিহৰ আলৰ বালৰ কথা। এজন সত্রধিকাৰীয়ে টো জুবিনৰ ওপৰত কোনোদিন একো মন্তব্য কৰা নাই। তাৰ কি খজুৱতি লাগিলে। গতিকে নিজৰ সন্মান জুবিনে নিজেই হেৰুৱাইচে।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 3 месяца назад
​@@AnnoyedGarden-jo1kh এজন ভগৱান ৰ তুল্য ব্যক্তি সত্বৰ সত্ৰাধিকাৰ হিচাবে দায়িত্ব ভাগ গ্ৰহণ কৰাৰ পিছত , তেওঁৰ অন্তত ক্ষমা কৰিব পৰা গুণ টো থাকিব লাগিছিল ।
@Lavita123
@Lavita123 3 месяца назад
সত্ৰাধিকাৰৰ কথাত হাহি উঠিছে । তেও নিজৰে ক্ৰোধ নিয়ন্ত্ৰণ কৰিব পৰা নাই কিহৰ প্ৰভু ঈশ্বৰ হল । জুবিন দাই থিকে কৈছে । প্ৰভু এজনেই ।বাকি সকলো মানুহ । ঈশ্বৰ নহয় কোনো
@user-gm8mn5tl4k
@user-gm8mn5tl4k 3 месяца назад
Zubeen da long live.. Zubeen da always right..❤❤❤❤❤
@nripenborgohain201
@nripenborgohain201 3 месяца назад
তথাস্তু ঋষিমুনি বাক্য অথলে নাযায় = কৃষ্ণ
@mukutkalita5145
@mukutkalita5145 3 месяца назад
ভগবানে কানতলিয়া চৰদিম এইজন কিহৰ ভগবান
@mithunkumardeka5803
@mithunkumardeka5803 3 месяца назад
JUBIN jindabad
@bubugogoi592
@bubugogoi592 3 месяца назад
Zubin da 👍🙏♥️♥️♥️♥️♥️♥️is 100+%correct.
@user-fe1oo5ju5m
@user-fe1oo5ju5m 3 месяца назад
অভিশাপ দিয়াৰ ক্ষমতা নাই সকলো একে মানুহ
@hiamngshucreation8503
@hiamngshucreation8503 3 месяца назад
জয় জুবিন দা ✊❤️🌍👑......
@namratadutta1840
@namratadutta1840 3 месяца назад
সত্ৰাধিকাৰ জনে থিক কৈছে
@dess_launda_yt8460
@dess_launda_yt8460 3 месяца назад
Zubin Garg Kun hoi... a part of life... Not heart of life... Honskarot thakile nijei hantit thakibo... Belekok opoman dukh di, nijei hantit ketiaw thakibo nuware.. jodi thake ai manuhjon hobyo nohoi okhoibyo ... Khurai thikei koise...
@user-ic7fo7tk1k
@user-ic7fo7tk1k 3 месяца назад
জুবিন গাৰ্গে একো ভুল কথা কোৱা নাই। তাৰ পৰিচয় আপুনি নিজে প্ৰমাণ কৰি দিলে, এজন সত্ৰাধিকাৰ হিচাপে আপুনি আশীৰ্বাদ দিয়াৰ হে অধিকাৰ আছে অভিশাপ দিয়াৰ অধিকাৰ নাই, এজন গুণী গীয়ানি সত্ৰাধিকাৰৰ মুখত এই ব্যৱহাৰ সুভা নিদিয়ে নে আপুনি নিজকে ঈশ্বৰ বুলি ভাৱে নেকি ?
@NFacts708
@NFacts708 3 месяца назад
তই নিজকে ভগৱান বুলি ভাবিছ মহেশ গোস্বামী তই নিজকে ভগৱান বুলি কবলৈ ক'ত ক্ষমতা পালি তোক মই কাণতলিয়া চৰ দিম mr. Guswami. Love Zubeen Garg ❤💗💖
@AnnoyedGarden-jo1kh
@AnnoyedGarden-jo1kh 3 месяца назад
জুবিনক জাংগিয়া ধুবলে মানুহ এটা লাগে। তয়ে গুচি যা। মাঠা নাইকীয়া।
@prosanbora
@prosanbora 3 месяца назад
Jubin hosai half pagol nii
@prosanbora
@prosanbora 3 месяца назад
Modahi jubin
@NFacts708
@NFacts708 3 месяца назад
@@AnnoyedGarden-jo1kh tur maharok pota gida khowa
@NFacts708
@NFacts708 3 месяца назад
@@prosanbora toi MOD nakhao tur bapere nakhi... Ha.... Toi u modahi tur bapere u modai... Gida khowa sob
@jintumaninath1798
@jintumaninath1798 3 месяца назад
জয় জুবিন দা
@ankit__das
@ankit__das 3 месяца назад
সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি কিয় কয়...?
@monjulahon7712
@monjulahon7712 3 месяца назад
প্ৰভূ যীশুক শাস্তি আৰু ক্ৰ্যুচত মৃত্যু দিওঁতে , যীশু য়ে শাস্তিদিয়া সকলক পৰমপিতা পৰমেশ্বৰক প্ৰাৰ্থনা কৰিছিল ক্ষমা কৰি দিবৰ বাবে । কিন্তু আমাৰ প্ৰভূ ইশ্বৰ জনাৰ ভাষ্য ওলোটা ।
@muninsaikia9476
@muninsaikia9476 3 месяца назад
Iat jisu sisu kio humuaisa.... Jat changers
@india1157
@india1157 3 месяца назад
জুবিনে কোনো ভূল কোৱা নাই। যদি ভগৱান বুলি কোনোবা আছে তেন্তে পৃথিবী খনত অধৰ্ম বা পাপ বোৰ হৈ থাকে কিয়?? কিয় ভাল মানুহৰ লগত বেয়া আৰু বেয়া বিলাকৰ লগত ভাল হয় ??? আচলতে মাক- বাপেকৰ বাহিৰে সংসাৰত কোনো ভগৱান নাই। মাক বাপেকে চাকি ধূপ , বা পূজা - পাঠ বা কোনো GIFT নোলোৱা কৈ অন্তৰৰ পৰা সন্তানক আশীৰ্বাদ দিয়ে। সেয়ে পূজা অকল মাক বাপেকক কৰাৰ দৰকাৰ আৰু সৎ নাগৰিক আৰু ধাৰ্মিক হোৱাটো উচিত ।
@Tora532
@Tora532 3 месяца назад
Well written
@india1157
@india1157 3 месяца назад
@@Tora532 😊
@NorthEastIndia7919
@NorthEastIndia7919 3 месяца назад
তাৰ থাইত মোক সত্ৰাধিকাৰ গাদিত বহাওক ৰাইজ 🙏🙏🙏
@assamesefunni7522
@assamesefunni7522 3 месяца назад
জুবিন গাৰ্গে সঁচা
@assamesefunni7522
@assamesefunni7522 3 месяца назад
সত্ৰাধিকাৰ সত্ৰাধিকাৰে সি ভগৱান/ঈশ্বৰ কেতিয়াও হব নোৱাৰে
@KoilyashHandique
@KoilyashHandique 3 месяца назад
Jubin , my brother , you are really great .
@prosanbora
@prosanbora 3 месяца назад
মদাহী জুবিন মুখে কি কয় নিজে নাজানে জহৰনামে যাব হৈছে আৰু তাৰ
@bhaikanhazarika1837
@bhaikanhazarika1837 3 месяца назад
Jubeen is right
@sunilbaishya5512
@sunilbaishya5512 3 месяца назад
সত্ৰাধিকাৰৰ মুখত এনেকুৱা বাক্য সোভা নাপায়।
@birjuhembrom1252
@birjuhembrom1252 3 месяца назад
কৃষ্ণৰ কথা কি কৈছে তায়ো দেখূন কৃষ্ণৰ নাম লৈ গীত গাই।সছাকৈয়ে বিবেবহীন হৈছে ছাগে?
Далее