জ্যোতি কমল ভূঞা আৰু পল্লৱী ভূঞাৰ সফলতাৰ কাহিনী || UPARJAN ||
এদিন জলকীয়া পুলি ৰুবৰ বাবে সাৰ বিচাৰি থাকোতেই তেওঁ মনলৈ আহিল কেচুঁসাৰৰ কথা
কেচুঁসাৰৰ বিষয়ে সবিশেষ জনাৰ পাছত এদিন তেওঁ উন্নত মানৰ কেচুঁ সঁচ অনাৰ বাবে পালেগৈ বহি:ৰাজ্য
সাঁচতীয়া তিনিলাখ টকাৰে উন্নত মানৰ কেচুঁ কিনি আনি আৰম্ভ কৰিলে কেচুঁসাৰৰ উৎপাদন
Contact Us - 9101735732
uparjan.in
4 окт 2024