Тёмный
No video :(

টকা-পইচাৰ দৌৰৰ পৰিৱৰ্তে সাধাৰণ জীৱন-যাপন কৰাৰ মন ধৃতিৰাজ কলিতাৰ 

DA News Plus
Подписаться 326 тыс.
Просмотров 156 тыс.
50% 1

Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus​
Facebook-
/ da-news-plus-106862991...
Koo app- www.kooapp.com...

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 243   
@nirmalichoudhury5487
@nirmalichoudhury5487 2 года назад
সদাই সুস্থ সুখী হৈ থাকি অসম, ভাৰত তথা বিশ্ব ৰ দৰবাৰত তুমি সকলোৰে বাবে জিলিকি থকা । সদাই কুশল মঙ্গল থাকা ❤️👍
@mollikadutta8855
@mollikadutta8855 2 года назад
ধৃতিৰাজ বেটা তোমাৰ কথাবোৰ শুনিলে শুনি থাকিবলৈ মন যায়।তোমাৰ কথাবোৰত ইমান সৰলতা।তোমাক জন্ম দিয়া মা,,,দেউতা বহুত ভাগ্যবান।তোমাৰ দৰে এজন সুযোগ্য সন্তান পোৱাৰ বাবে। বহু তপস্যাৰ বলত তোমাৰ দৰে সন্তান জন্ম লাভ কৰে। তোমাৰ প্ৰতিটো কথাই মোৰ বৰ ভাল লাগিছে। তুমি মাত্ৰ সাৱধানে থাকিবা । তুমি আৰু বহুত সপোন পূৰণ কৰিব লাগিব অসমবাসীৰ বাবে।অসমীয়াৰ গৌৰৱ তুমি।সেই কাৰণে প্ৰতিটো খোজতে সাৱধান হবা ।
@pranjalkalita6944
@pranjalkalita6944 Год назад
সাংবাদিক জনেও কথাবোৰ খুব ধুনীয়াকৈ সুধিছে ভাল লাগিছে❤
@gyanjyotiassam4292
@gyanjyotiassam4292 2 года назад
আগুৱাই যোৱা ভাইটী। তোমাৰ কথাত সচাকৈ যাদু আছে 😀 Love you Bro 🥰
@nitulkumbang3218
@nitulkumbang3218 8 месяцев назад
nice bro ok hei❤❤❤❤
@nibaranroy5246
@nibaranroy5246 2 года назад
অভিনন্দন ধৃতিৰাজ আৰু আগুৱাই যোৱা তাকে কামনা কৰিছো ।
@mridulchoudhury2504
@mridulchoudhury2504 2 года назад
অভিনন্দন ধৃতিৰাজ তুমি আগুৱাই যোৱা আৰু তুমি বিচৰা ধৰনে সকলো দিশতে আগবাঢ়ি যোৱাত তুমাক ভগৱানে কৃপা কৰক
@polisaikia7185
@polisaikia7185 2 года назад
ধৃতিৰাজ সোণ তোমাৰ কথাত আৰু মাতত সৰলতা প্ৰকাশ পায়। আগুৱাই যোৱা।
@dskassam284
@dskassam284 2 года назад
ধৃতিৰাজৰ চিন্তা চৰ্চা অতি সুন্দৰ। ভৱিষ্যতে আৰু আগুৱাই যাৱক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🕉️🙏।
@ranjudeka4818
@ranjudeka4818 2 года назад
তুমি সঁচা ভাল লৰা ,তোমাৰ মন টো সুন্দৰ ,তুমি আগোৱাই যোৱা
@guptasarmah8949
@guptasarmah8949 2 года назад
ধৃতিৰাজ সচাঁই তোমাৰ তুলনা নাই। তোমাৰ এই দৰ্শন তথা আদৰ্শ সদায়ে অটুট থাকে যেন। তুমি অসমৰ গৌৰৱেই নহয়, তুমি অসমৰ বাবে হীৰাতকৈও বেছি মূল্যৱান সম্পদ। তোমালৈ বহুত বহুত শুভেচ্ছা তথা আশীর্বাদ থাকিল।
@prachirjyaprangogoi9157
@prachirjyaprangogoi9157 2 года назад
সুন্দৰ কথন শৈলী ,অতি চহকী । ভাল লাগিল দামী অসমীয়া শব্দ অসমীয়া ব্যৱহাৰ কৰা বাবে । নৱপ্ৰজন্ম মনৰ কথা কৈছে ধৃতিয়ে
@nabalahkar1316
@nabalahkar1316 2 года назад
তুমি সঁচাকৈ মেধাৱী ছাত্ৰ, তুমি উচ্চ শিখৰত গতি কৰা, তোমাৰ সপোন বাস্তৱত প্ৰতিফলিত হওঁক ।
@hemalatachetia3765
@hemalatachetia3765 2 года назад
ধৃতিৰাজ বাবাটো ,,,তোমালৈ বহুত বহুত আৰ্শীবাদ থাকিল ।তুমি আৰু আগুৱাই যোৱা তাৰে ভগৱানৰ ওচৰত 🙏🙏🙏জনালো ।
@MoinulKhandakar-gn9dn
@MoinulKhandakar-gn9dn Год назад
Sir Val lagisa
@gitanjoligogoi6279
@gitanjoligogoi6279 2 года назад
ধৃতিৰাজ তুমি সদায় আগবাঢ়ি যোৱা।
@dharmajyotibaruah116
@dharmajyotibaruah116 3 месяца назад
Love you brother
@ilakalita6396
@ilakalita6396 2 года назад
ধৃতিৰাজ বাস্তব কলিতা তোমালৈ মোৰ হিয়াভৰা মৰম আৰু আশীৰ্বাদ জনালো আগুৱাই যোৱা আমাৰ গৌৰৱ তূমি
@dhakmanshrestha6048
@dhakmanshrestha6048 2 года назад
ধৃতিৰাজ অসমৰ এক উদীয়মান উজ্বল নক্ষত্ৰ। ভৱিষ্যতে নিশ্চয় মহান ব্যক্তি হ'ব।
@bijoykrishnanath519
@bijoykrishnanath519 2 года назад
বহুত ভাল মন এটা তোমাৰ । এই মনটো সদায় ৰাখিবা ভগৱানে তোমাক মঙ্গল কৰিব ।অহংকাৰ ভাব আনিব নিদিবা মনত । ভাল হওঁক তোমাৰ । আজি দৰে পিছলৈ যাতে এই ভাল মনৰ লৰাটোক studiot দেখোঁ তাৰে কামনা কৰিলোঁ ।
@RanjitDas-ni7eb
@RanjitDas-ni7eb 2 года назад
অভিনন্দন. জনালো ধিতিৰাজ. সচাকৈ ধুনীয়া লাগিছে কথাবোৰ
@satyaofficle4890
@satyaofficle4890 Год назад
❤❤
@dilipnath5754
@dilipnath5754 2 года назад
ভাৰতৰ পূৰ্ব দিশত সূৰ্য্য উঠাৰ দেশ, সেই সূৰ্য্যৰ উজ্জ্বল পোহৰৰ মাজত নতুন নক্ষত্ৰৰ আবিৰ্ভাৱ হ'ল সেই জন হ'ল ধৃতি ৰাজ বাস্তৱ কলিতা । সদায় এইদৰে উজলি থাকি অসমৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিলো। সেই কামনাৰে_______। ধন্যবাদ।
@mahfujrahman3428
@mahfujrahman3428 2 года назад
Best wishes . আগুৱাই যোৱা
@khargeswarbaruah8139
@khargeswarbaruah8139 2 года назад
প্ৰচাৰ মাধ্যমে ল'ৰাজনক বহুত ব্যতিব্যস্ত কৰাটো ভাল হোৱি নাই।অলপ শান্তিত থাকিবলৈ দিয়ক।
@mikealpran3142
@mikealpran3142 Год назад
সূন্দৰ কথা কৈছে।
@jinikigogoi8016
@jinikigogoi8016 2 года назад
বহুত মৰম লগা ভাইটি তুমি।তোমাৰ কথাবোৰে সকলোৰে হিদয় জোৰাই পেলাই
@tablasoloplayar9043
@tablasoloplayar9043 2 года назад
What a personality you have brother...very good...God bless you
@ayushmankiduniya1609
@ayushmankiduniya1609 Год назад
You is my friend
@kulajitdas1725
@kulajitdas1725 2 месяца назад
✌✌✌
@priyagaming8309
@priyagaming8309 2 года назад
বহুত বহুত শুভেচ্ছা যাচিছো ধৃতিৰাজ। তোমাৰ সুখ্যাতি কামনা কৰিলো।
@tulumonigogoi8385
@tulumonigogoi8385 2 года назад
তোমাৰ কথা শুনিলে শুনি থাকিবলৈ মন যায় ধৃতিৰাজ।।তোমাৰ ভাল হওক।।সফল হোৱা।
@apurbadeka393
@apurbadeka393 Год назад
Very nice
@rubirubi8599
@rubirubi8599 2 года назад
চায়, কথা শুনি আমনি নলগা মৰম ল'গা ল'ৰা জন। বহুত বহুত শুভকামনা জনালোঁ তোমাক। বহু আগলৈ আগৱাই যোৱা। এটি নক্ষত্র হৈ জিলিকি থাকা।আশীর্বাদ থাকিল বহু তো।
@SabitaDas-ht1sg
@SabitaDas-ht1sg 2 года назад
অভিনন্দন জ্ঞাপন কৰিলোঁ। ভগৱন্তৰ আশীৰ্বাদ সদায় থাকক তাৰেই কামনাৰে --------।
@manjugohain6786
@manjugohain6786 2 года назад
ধৃতিৰাজ তুমি মানৱ সম্পদ ।তোমাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো
@ratanpatar5445
@ratanpatar5445 2 года назад
Val lora ... kisumane bhut ustadi life ktab bisare...tar biprite kua karne Val lagil....best of luck to you...
@rajibali5325
@rajibali5325 2 года назад
ইমান সৰু লৰা ইমান সুন্দৰ কৈ কব পাৰে বহুত মৰমৰ
@Mrm19888
@Mrm19888 2 года назад
অভিনন্দন ভাইটি।তোমাৰ কথাবোৰে সঁচাই বহুত ক্ষেত্ৰত সকলোৰে সহায় হব।
@jeutibaladas9871
@jeutibaladas9871 2 года назад
অভিনন্দন জনাই ছো । তোমাৰ মন পচন্দ ত আগবাঢ়ি যোৱা
@runuphukan9954
@runuphukan9954 2 года назад
বহুত বহুল মনৰ লৰা ধৃতিৰাজ আগুৱাই যোৱা ।
@kumkumduttamajuli1680
@kumkumduttamajuli1680 2 года назад
দাদা তুমি আৰু আগবাঢ়ি যোৱা ।ভগৱানে তোমাক সহায় কৰক । এয়ে কামনা ।তুমি আমাৰ গৌৰব ।🙏👍
@dvlog2636
@dvlog2636 Год назад
এইটো হৈছে শিক্ষাৰ মূল উ্দ্যেশ্য
@shweta4538
@shweta4538 2 года назад
বৰ মৰমলগা ল'ৰা ঔ!!কথাবোৰে যে হৃদয় চুই গ'ল। বহুতেই পৰীক্ষাত ভাল ৰিজাল্ট কৰে,কিন্তু ধৃতিৰাজৰ ব্যক্তিত্ব আনৰ লগত নিমিলে,ব্যতিক্ৰম। বহুত বহুত মৰম আৰু আশীৰ্বাদ ..........বেটা
@user-zc9ip7zf4e
@user-zc9ip7zf4e 4 месяца назад
😊
@malabikakalita864
@malabikakalita864 2 года назад
সচাকৈ তোমাৰ কথাত যাদু আছে ভাইটি❤❤। বহুত বহুত মৰম আৰু শুভকামনা থাকিল।
@joonjyotihazarika5597
@joonjyotihazarika5597 2 года назад
What a speech............❤❤🙏🏼
@ratansarmah395
@ratansarmah395 2 года назад
বহুত ভাল লাগিল বাবা তুমি আগুৱাই যোৱা ।
@renuneog7516
@renuneog7516 2 года назад
ধৃতি ৰাজ! অভিনন্দ জনালো
@gitahbora7628
@gitahbora7628 2 года назад
ধৃতি ৰাজ এজন intellectual ব্যক্তি হব। যাৰ নিজৰ এক জীবন আদৰ্শ আৰু প্ৰত্যেক টো বিষয় ৰ প্ৰতিনিজৰ দৃষ্টি ভঙ্গী আছে। এই বোৰ মানুহে নিজে আহৰণ কৰে। কোনেও শিকাই দিব নোৱাৰে।
@ajoyhandique9872
@ajoyhandique9872 2 года назад
অথচ ছাত্রজনে নিজে আয়ত্ব কৰিছোঁ বুলি কোৱাতকৈ সকলোকে ধন্যবাদসহ কৃতিত্বৰ অংশীদাৰ কৰিছে। ইয়াতকৈ কিমান মৰম লগা কথা হ'ব পাৰে। ধৃতিৰাজক বহুত মৰম।।
@gitahbora7628
@gitahbora7628 2 года назад
@@ajoyhandique9872 হয়
@kkkassam8352
@kkkassam8352 2 года назад
Great, Honestly, relaxed Boy. Congratulations Dhritiraj Bastab Kalita.
@harishkumardeka7218
@harishkumardeka7218 2 года назад
অভিনন্দন জনালো ধৃতিৰাজ । সচাকৈ তোমাৰ কথা শুনিলে, শুনি থাকিবলৈ মন যায় ।
@kusahalrajbongshimanajanu504
@kusahalrajbongshimanajanu504 2 года назад
Bahut maram laga lara
@bubu9886
@bubu9886 2 года назад
ধৃতিৰাজ বাবু আপোনাক অভিনন্দন জনালো। মই Chhattisgarh ৰ Sukmaৰ জঙ্ঘলৰ পৰিবেশত আছোঁ যদিও আপোনাৰ সফলতাই মনত বহুত আনন্দ আৰু গৰ্ব অনুভৱ কৰিছো। নিশ্চয় মানুহৰ বাবে জীৱনত ভাল কাম কৰি আগুৱাই আমাৰ অসমৰ আৰু দেশৰ হকে কাম কৰি যাব। আৰু প্ৰতিতো বিভাগৰ সৰু শ্ৰেণীৰ কৰ্মচাৰী সকলৰ বাবে উচিত কাৰ্য্য কৰিব
@paporipasoni4931
@paporipasoni4931 2 года назад
অভিনন্দন জনালো ধৃতিৰাজলৈ ।🙏🙏
@prabalkonwar4351
@prabalkonwar4351 2 года назад
কি সুন্দৰ কথা কয় । শুনিলে শুনি থাকিব মন যায় ।
@lakshyahiradas1660
@lakshyahiradas1660 2 года назад
ধৃতিৰাজ বাবা, অলেখ মৰম আৰু শুভেচ্ছা জনালোঁ তোমাক । তোমাৰ কথাত আচৰিত যাদু আছে সচাকৈ । ঈশ্বৰে তোমাৰ আগন্তুক প্ৰতিটো দিনেই , উন্নতিৰে আগুৱাই যোৱাত সহায় কৰিব । কিয়নো তুমি আজিৰ দিনত এজন নিভাজ নিস্বাৰ্থ আৰু সৎ সাহস আৰু সৎ পথত চলা অতি মৰম লগা ল'ৰা । সমগ্ৰ অসমবাসীৰ মৰম আৰু আশীৰ্বাদ তোমাৰ লগত আছে । আগুৱাই যোৱা বেতা আগুৱাই যোৱা । আকাশৰ তৰা ৰ নিচিনাকৈ চিৰদিন সমগ্ৰ বিশ্বতে জিলিকি থাকিবা তুমি । প্ৰতিটো খোজতে ঈশ্বৰ সহায় হৈ ৰ'ব তোমাৰ । সাবধানে চলিবা বাবা । ঈশ্বৰে কুশলে ৰাখি মংগল কৰক । তাকেই কামনা কৰিলোঁ
@animeshchetia938
@animeshchetia938 2 года назад
আশীৰ্বাদ আছে তোমালৈ😍
@nanipatgirichoudhury7124
@nanipatgirichoudhury7124 2 года назад
You are angel.
@birennath8618
@birennath8618 Год назад
কিছুমান ষ্টেণ্ড কৰা ল'ৰা পিছৰ ফালে নাম নাইকিয়া হৈ যায়। ধৃতিৰাজৰ তেনে নহব, কাৰণ তেওঁৰ অহংকাৰ নাই। আমাৰ ফালৰ পৰাও আশীর্বাদ থাকিল।
@juribokal6336
@juribokal6336 2 года назад
তোমাৰ উজ্জ্বল ভৱিষ্যত‌ কামনা কৰিছো ধৃতি
@nituchangmai6538
@nituchangmai6538 Год назад
Sadharon jibon japon koriboleu poisa lagibo kintu .
@spacebmvlog8913
@spacebmvlog8913 2 года назад
God bless you always 🙏🏼
@gagandulakasharia1565
@gagandulakasharia1565 2 года назад
সুন্দৰ 👌
@priyapatir4841
@priyapatir4841 2 года назад
Bohut dhunia kotha koisa dhriti, god bless u beta
@kakudas544
@kakudas544 2 года назад
সুন্দৰ নিদৰ্শন
@essayifm
@essayifm 2 года назад
অতি উচ্চ স্তৰৰ চিন্তাধাৰাৰ অধিকাৰী। শুভাশিস জনালোঁ ধৃতিৰাজলৈ।
@rajdeepdoley7644
@rajdeepdoley7644 2 года назад
So, brilliant bhaity....go ahead aru bhogabane tumak mongol korok...
@bhanubswri8210
@bhanubswri8210 2 года назад
Just like a good boy
@s.chettryvlogs7154
@s.chettryvlogs7154 Год назад
Most humble person
@jumlibora2863
@jumlibora2863 2 года назад
Very good God bless u
@ashinikumargogoi
@ashinikumargogoi 2 года назад
খুবেই যোগাত্মক
@deijidevi1284
@deijidevi1284 2 года назад
Eman je morom loga Tumi vaiti...log paboloi Bohut Mon ase...💖
@nurislamali3616
@nurislamali3616 2 года назад
Oti sundar kotha
@sumkymonisharma2729
@sumkymonisharma2729 2 года назад
অভিনন্দন জনালো।
@debabora4902
@debabora4902 2 года назад
Teu real bht val mnr adhikari bekti
@pallabsarmah5458
@pallabsarmah5458 2 года назад
Great thinker.Really Brilliant
@sumakhidas4273
@sumakhidas4273 2 года назад
প্রথম কথা মাক দেউতা বহুত ভাগ্য ৱান এনেকুৱা এজন সুযোগ্য সন্তান জন্ম দিয়াৰ কাৰনে আৰু আগুৱাই যোৱা বাবা তুমি।
@digantavlogs8960
@digantavlogs8960 2 года назад
Dhrityraj k huvesa jonalu....tawr utjol vobissot kamona korisu....bohut dhunia khota koise....kisuman lora sowale hole englist a boki thakil hoi....kin2 dhrityraj belegot koi beleg...bohut val lagil hokoluwe buji powa k khota khine koise..
@mojammelhoque8315
@mojammelhoque8315 2 года назад
CONGRATULATIONS Drititaj
@mitaliborah3945
@mitaliborah3945 2 года назад
Aguwai jowa baba.....tmi atuloniya❤❤❤
@hchandraborah6965
@hchandraborah6965 2 года назад
ধন্যবাদ শুভেচ্ছা যিমান যি আছে সকলো তোমালৈ দিলো সোন তুমি বহু বহু আগুৱাই যোৱা মাএ এটাই অনুৰোধ ঘাই শিপা ডাল এৰি বা পাহৰি নযাবা ।
@kalpanadas6707
@kalpanadas6707 2 года назад
Best wishes Dhitiraj ❤❤
@dipanwitatrendi6859
@dipanwitatrendi6859 2 года назад
হিচাপত কৈ বেছি প্ৰশ্ন কৰিছে। বয়স অনুপাতে প্ৰশ্ন কৰিলে ভাল হয়।
@animapatar67
@animapatar67 2 года назад
সছাকে দিটিৰাজৰ দৰে লৰা কথাবোৰ শুনিলে বহুত মানুহৰ পেৰনা পায় আৰু কাৰো মনত দুখ নিদিয়ে তুমি আৰু আগোৱাই যোৱা
@rimabordoloi644
@rimabordoloi644 2 года назад
You definitely have a wonderful future. All the best
@rinkubora6349
@rinkubora6349 2 года назад
Bohut bhal lagil xundor monubhab and vety lovely boy. god bless him always.he was a great man in his future life.
@akhilsarma4070
@akhilsarma4070 2 года назад
বহুত ভাল লাগিল।
@darrangya7418
@darrangya7418 2 года назад
Love from Darrang❤
@jurideka9861
@jurideka9861 2 года назад
God bless you
@bantilaskar1354
@bantilaskar1354 2 года назад
God bless you You long live
@soonmoni6746
@soonmoni6746 2 года назад
Love u beta ,god bless u
@rodalisaikia
@rodalisaikia 2 года назад
Dhritiraj tmr kotha xuni thakile xuni thakibo mon jai...emn morom lage❤
@dharitrikalita35
@dharitrikalita35 2 года назад
Congratulations Dhritiraj👋👋 Tumaloi akhekh mrm thakil .Aaru aguai jua.
@sabirahmed2309
@sabirahmed2309 2 года назад
Real talent of Assam 💝
@chandanbhuyan828
@chandanbhuyan828 2 года назад
তোমাৰ মাঁ দেউতাই সংস্কাৰবাদী ব্যক্তি, তেনে কাৰনত তুমি ও সংস্কাৰ মনৰ অধিকাৰী। তোমাক বহু বহুত শুভেচ্ছা ও অভিনন্দন জনালোঁ। ভগৱন্ত ই তোমাৰ মঙ্গল কৰিব এই কামনাৰে আমি সেৱা ধৰিলো।
@labanyaphukan4650
@labanyaphukan4650 2 года назад
You really great god bless you
@diptimedhi9376
@diptimedhi9376 2 года назад
অভিনন্দন জনালোঁ। সঁচাকৈয়ে ধৃতিৰাজৰ কথাবোৰে হৃদয় চুই যায়। আশা কৰো ধৃতিৰাজ সদায় এনেদৰেই থাকে। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@gitimonimahanta4198
@gitimonimahanta4198 2 года назад
God bless you 💖
@yakubali7963
@yakubali7963 2 года назад
Congratulations Dhritiraj
@malayanath6689
@malayanath6689 2 года назад
God bless you dhiti
@tulikadas933
@tulikadas933 2 года назад
So nice🙏
@anjugogoi6536
@anjugogoi6536 2 года назад
আমি তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো ।
@nivaray3817
@nivaray3817 2 года назад
God bless u... Dhiti viti
@pratibhapathak2754
@pratibhapathak2754 2 года назад
Congratulations ❤️❤️
Далее
Мама приболела😂@kak__oska
00:16
Просмотров 290 тыс.
Assam HS Topper Dhritiraj Bastav Kalita at USTM
4:40
Просмотров 260 тыс.
Motoliya - Duet (Nayak) (Assamese Songs)
5:10
Просмотров 800 тыс.