গোলাঘাট সমন্বয় ক্ষেত্রত তিনিদিনীয়া কাৰ্য্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ আতিথ্যত আয়োজন কৰা টাইপাৰ সপ্তম কেন্দ্রীয় অধিৱেশন আৰু টাই আহোম সমাৰোহৰ আজি দ্বিতীয় দিনাৰ সাংস্কৃতিক সন্ধিয়াত
#নয়নমনিনৃত্যাঞ্জলীকলাকেন্দ্ৰৰ
ছাত্ৰী সকলৰ কিছু দৃশ্যাংশ .....🫶🫰
#NayanmonNrityanjaliKalakandra
11 окт 2024