Тёмный

ডাঙৰ খবৰ।পৰেশ বৰুৱা সকীয়নি পিছতেই হাহাকাৰ।নীতুমণি অনুষ্ঠান কঁপাই তুলিলে।বসন্ত গগৈয়ে।/virel news 

Shyamal's vlogs
Подписаться 180 тыс.
Просмотров 136 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 148   
@স্মৃতিহাজৰিকাগগৈ
বসন্ত দা আপুনি সমগ্র অসমত এই আন্দোলন অব্যাহত ৰাখক যাতে কোনো ঠাইত পুনৰ এনেকুৱা নহয় জনাই দিয়ক।
@dilipchandradas2292
@dilipchandradas2292 2 месяца назад
আপোনাৰ নেতৃত্বত সমগ্ৰ অসমতে এনেকুৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিব বুলি আশা ৰাখিলোঁ।
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc 2 месяца назад
মাননীয় বসন্ত গগৈক বহুত ধন্যবাদ জনালো।এই মেডিয়াৰ যোগেদি।
@subhashsut2215
@subhashsut2215 2 месяца назад
বসন্ত গগৈ দেৱে শুদ্ধ বক্তব্য উপস্থাপন কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@AltafHussain-le8fc
@AltafHussain-le8fc 2 месяца назад
বসন্ত দা আপুনি অতি সুন্দৰ উপস্থাপন কৰিছে। আপোনাক ধন্যবাদ জনাইছো।
@syedmizanur6687
@syedmizanur6687 2 месяца назад
ধন্যবাদ বসন্ত গগৈ।ছোৱালীৰ গাত হাত দিয়া মানুহ কিমান নিষ্ঠুৰ হব পাৰে। আমিসজাগ হবৰ হ'ল।
@dajunath2745
@dajunath2745 2 месяца назад
ধন্যবাদ বসন্ত গগৈ।
@SriCCDas
@SriCCDas 2 месяца назад
সঁচা কথা কৈছে বসন্ত গগৈয়ে
@jituborgohaibaba9151
@jituborgohaibaba9151 2 месяца назад
Salute Basanta Gogoi...Real Tai Ahome President 🔥
@bhaviks5213
@bhaviks5213 2 месяца назад
Chinese buli kua miya tuk ki korile?
@abdulmotalebchoudhury1106
@abdulmotalebchoudhury1106 2 месяца назад
ধন্যবাদ বসন্ত গগৈ আৰু নিতুমণি শইকীয়া ডাঙৰীয়া, এই খিনিতে আৰু এটা ডাঙৰ সতৰ্ক বাণী আৰু ঘৃণনীয় ষড়যন্ত্ৰৰ দিশে, অসম খনক অশান্ত কৰাৰ প্ৰচেষ্টা বৰপেটাৰ কেবাটাও কালী মন্দিৰ লণ্ড ভণ্ড কৰা ব্যক্তি জন, সুত্ৰধৰ উপাধিৰ আৰু তেওঁ অসমৰ বাহিৰৰ, এই ঘটনাই সম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ অপচেষ্টাৰ পৰা আমাৰ সতৰ্ক হোৱাৰ আছে!!
@aftabarrahman5128
@aftabarrahman5128 2 месяца назад
মঙ্গলদৈত এজন বিহাৰী অসমীয়াই ২০ জনকৈ মিঞাক কাটিব বুলি ৰাজহুৱাভাবে ধমকি দিওতে কোনোৱে প্ৰতিবাদ কৰা দেখা নাপালো!
@rahinulislam1892
@rahinulislam1892 2 месяца назад
বসন্ত গগৈক ধন্যবাদ জনালো।
@tulshiborah221
@tulshiborah221 2 месяца назад
বসন্ত গগৈ দেবে উচিৎ কথা কৈছে
@phulahazarika2664
@phulahazarika2664 2 месяца назад
বসন্ত গগৈ বক্তব্যক সন্মান জনাইছোঁ। সম্পূৰ্ণ শুদ্ধ আৰু সছা।এই প্ৰতিবাদ কেৱল শিৱসাগৰতে সীমা বদ্ধতা নহয়। গোটেই অসমতে হ'ব লাগে।
@kukildutta5467
@kukildutta5467 2 месяца назад
অকল শিৱসাগৰ তে নহয় গোটেই অসমতে এই পৰিবেস হব লাগে।
@soumaradhyapak9986
@soumaradhyapak9986 2 месяца назад
HOI
@RobisonPegu
@RobisonPegu 2 месяца назад
Best of right, we should protect the bonia to buy land from us without Assm state land law. We shoud again prepare Assam state land laws. And demand to centrel government about Assam state land laws.
@afteruddin6880
@afteruddin6880 2 месяца назад
THANK YOU BOSONTA DA ,,GOOD Speech
@atanuduarah9235
@atanuduarah9235 2 месяца назад
Absolutely right. Joi Aai Axom.
@kumudgogoi4061
@kumudgogoi4061 2 месяца назад
বসন্ত গগৈক ধন্যবাদ
@abdulalichaudhary3882
@abdulalichaudhary3882 2 месяца назад
B Gogoi dangoriya khoob bhal katha koice dhanyabad
@kabitahazarika7543
@kabitahazarika7543 2 месяца назад
Bahut2 thanks gogoi da
@bimalboruah9507
@bimalboruah9507 2 месяца назад
Absolutely correct bhaitee .
@pranjitgohain1851
@pranjitgohain1851 2 месяца назад
বসন্তু গগৈ আপুনি বহুত ভাল কথা কৈছে
@eyakubali336
@eyakubali336 2 месяца назад
Very good. Gogoi DEB .
@AltafHussain-le8fc
@AltafHussain-le8fc 2 месяца назад
শিৱসাগৰ আমাৰ কেঁচা কলিজা আৰু অন্তৰৰ স্থল। জয় আই অসম।
@IllumoniBorah
@IllumoniBorah 2 месяца назад
বসন্ত দা আপুনি ঠিকেই কৈছে।
@RubiBorah-j5r
@RubiBorah-j5r 2 месяца назад
Useet kotha koise ❤
@KironGogoi-lt3ws
@KironGogoi-lt3ws 2 месяца назад
সুন্দৰ বসন্ত দা।। সুন্দৰ
@BinodDoley-n9t
@BinodDoley-n9t 2 месяца назад
এতিয়ালৈকে শান্তি সম্প্ৰিতি ৰক্ষা কৰি চলি আছে আমাৰ শিৱসাগৰীয়া খিলন্জীয়া ৰাইজে , ইয়াৰ পিছটো বহিৰাগত বনিয়া( কালপিট কেইজনে) ক্ষমা নিবিছাৰে তেতিয়া হ'লে পৰিস্থিতি বিষম হোৱা নিচিত !
@JishnuDutta-mt8ch
@JishnuDutta-mt8ch 2 месяца назад
Bosont Gogoi has told nicely, justifiably, government should take proper action
@nirupomachetia327
@nirupomachetia327 2 месяца назад
চৰকাৰে অতি সোনকালে দুখী সকলক কাৰায়ত্ত কৰি সমস্যাটো সমাধান কৰে যেন । ট
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 2 месяца назад
আমি সকলো অসম প্ৰেমী আছো আপোনালোকৰ লগত ।
@rampachani4885
@rampachani4885 2 месяца назад
জয় আই অসম
@prastutigogoi1548
@prastutigogoi1548 2 месяца назад
ভাল কথা কৈছা ভাইটি তোমালোকে যি ভাল দেখিছা সেইটোরেই কৰা
@ranjitdutta3411
@ranjitdutta3411 2 месяца назад
Very good step.
@KKVlogsMedia
@KKVlogsMedia 2 месяца назад
জাতি মাটি ভেটি শ্লোগান ৰ চৰকাৰ থাকোতে এই অৱস্থা বহি ৰাজ্যৰ মানুহ আৰু মিঞাৰ তাত মাটি বিক্ৰী কৰিব নোৱাৰা আইন কিয় আনিব নোৱাৰে চৰকাৰে?
@debajitneog6207
@debajitneog6207 2 месяца назад
Very nice work
@rofiulhussain4140
@rofiulhussain4140 2 месяца назад
বঢ়িয়া কথা গগৈ।
@BijuChutia-r4h
@BijuChutia-r4h 2 месяца назад
Very good objecton my lot
@dr.anilkrchowdhury8567
@dr.anilkrchowdhury8567 2 месяца назад
এই দাবী সমূহ দলিয়াই দিব পৰা নহয়। ই অসমৰ ন্যায় দাবী। শান্তিপূর্ণ ভাবে যুজ দি অসমৰ মাটি অসমীয়া ই ৰক্ষা কৰিব নোৱাৰিলে অসম অসম হৈ না থাকে। ইয়াৰ মাজত সোমাই থকা স্বাৰ্থ ন্বেষী সকলক বিচাৰি উলিয়াই অসমীয়া ই নিজক সংশোধন কৰিব লাগিব।
@khagenbharali9111
@khagenbharali9111 2 месяца назад
আপোনাৰ বক্তব্যক শলাগ লব লগিয়া।
@BijuChutia-r4h
@BijuChutia-r4h 2 месяца назад
Good shibhagr rije
@LilimoniKutum
@LilimoniKutum 2 месяца назад
Jai aai Asom
@pranjitdas8066
@pranjitdas8066 2 месяца назад
Basanta gogai thanku
@lidzillalove2482
@lidzillalove2482 2 месяца назад
Right bro
@manjulasharma4066
@manjulasharma4066 2 месяца назад
ধন্যবাদ আমি সজাগ হবৰ হল
@mechatronicsmanagementlead3620
@mechatronicsmanagementlead3620 2 месяца назад
During my vaccations i visit for prayer lord shiva at Shiva dol in sibsagar Shiva dol in dergaon Maa kamakhya devi mandir guwahati since 40 years
@umanandagogoi4997
@umanandagogoi4997 2 месяца назад
Right ❤❤❤❤❤
@kabitaborah5208
@kabitaborah5208 2 месяца назад
Bohut bohut dhany bad
@balendas2049
@balendas2049 2 месяца назад
Very very good
@mahindranarzary7445
@mahindranarzary7445 2 месяца назад
আপোনালোকে টি,ভি,ৰ সন্মুখত বহি Talk Show কৰ খিলঞ্জীয়া খিলঞ্জীয়া মাৰি থাকে,কেইমাহ মানৰ আগতে গোৱালপাৰাত কম বয়সৰ বড়ো ছোৱালীক দলবদ্ধ ধৰ্ষণ কৰি ককায়েকক নিৰ্মম ভাবে হানি খুচি হত্যা কৰিলে তাৰ কাৰণে আপোনালোকৰ নিচিনা মুখা পিন্ধা খিলঞ্জীয়া ভদ্ৰলোক মুখৰ পৰা এসাৰো প্ৰতিক্ৰিয়া বা Talk Show দেখা পোৱা নগল,তাৰ পৰা আমি বুজি পালো যে আপোনালোকৰ পাৰ্গতালী দেখুৱাৰ বাদে একো নহয়।
@SanjibThakuriya
@SanjibThakuriya 2 месяца назад
আইনহাতটতুলি লোবা কঠাটো ভুল নহয ভুল হয বেআইনত কৰা
@susilsonowal7687
@susilsonowal7687 2 месяца назад
আগত মাৰিব তাৰ পিছত ক্ষমা খুজিব ।এই বিদেশী বণিয়া বোৰে জানেই মৰাৰ পিছত ক্ষমা খুজিবলৈ দিব আৰু নো কি কৰিব অসমীয়াই । আমাৰ অসমীয়াৰ সদায় চোৰ যোৱাৰ পিছত বু্দ্ধি, বৰষুণ যোৱাৰ পিছত জাপি ।
@renugogoi7007
@renugogoi7007 2 месяца назад
Apunar boktabya huni bahut vl palu
@NivaManiDas-v4f
@NivaManiDas-v4f 2 месяца назад
Good step👍❤❤❤
@pranjalsaikia7163
@pranjalsaikia7163 2 месяца назад
Jai Aai axom ❤❤❤
@ajithazarika5856
@ajithazarika5856 2 месяца назад
Don't tak, who is Assam police ? Assam police people's are Assamese peoples ,so why they don't take action. Assam police need money.
@milontaye6124
@milontaye6124 2 месяца назад
Govt should punish them .
@shyamborah6138
@shyamborah6138 2 месяца назад
MOJAAAAA
@DipaliBorah-ks1sb
@DipaliBorah-ks1sb 2 месяца назад
Salute Basanta Gogoi
@anuborgohain9955
@anuborgohain9955 2 месяца назад
Nije. Rojahoi. Nijor. Projak. Valkoi. Rakhibo. Nuara. Roja. Eijonokhe. Dekhilu. ... Etiya. Goithoi. Poresh. Boruahk. (. Alfak. ). Hohai. Bisarise. ..... Enekua. Ejon. Potinidhik. Nex. Time. Kenekoi. Bachoni. Korim. ??????? Bsanta. Gogoi. Zindabad.
@bhupenkumar8191
@bhupenkumar8191 2 месяца назад
Let's go he'll hindu lovers in Sivsagar . After all we are Sivsagarin , No question of any religion, we are human being.Man of Sivsagar knows how to live with our others religion people.
@BijoybhuyanBijoybhuyan
@BijoybhuyanBijoybhuyan Месяц назад
Ji kori sa val kori sa
@gh12138.
@gh12138. 2 месяца назад
Congress❤
@devrajdutta5179
@devrajdutta5179 2 месяца назад
বঢ়িয়াগত বনিয়া গোষ্টীক উচিত শিক্ষা দিয়াৰ এইয়া উচিত সময়।অনা অসমীয়াক ৰক্ষাবেক্ষণ দিয়াৰ আৰৰ কাহিনী কি ? চিমি দাসৰ গাত দিয়াৰ সাহস ক'ত পালে?ৰাইজে সংযম ৰাখি যদি আইন হাতত তুলি লব নালাগে তেতিয়া হ"লে প্ৰশাসনে আগবাঢ়ি নাহে কিয়?কিহৰ বলেৰে বলী?বহিৰাগতক ৰঙা দলিছা পাৰি আনি অসমীয়াৰ স্বঅভিমানক আঘাট হানিছে।চৰকাৰে আমাৰ মাটি ভেটি ৰক্ষা কৰক।আৰু আমাৰ নাৰী সকলক সুৰক্ষা প্ৰদান কৰক।ৰীতা চলিহা দত্ত।🙏🙏
@eyakubali336
@eyakubali336 2 месяца назад
Bokhont Gogoi..Deb. Thanks . .Aammi. Logot. Aasu ... Aami. Aakk. Hob Lage. . khilonjiya. Aak. Hob. Lage. ..Sivasagar khilonjiya ZINDABAD. ..Joi. I. Akhom. ..
@DiakShill-ed3te
@DiakShill-ed3te 2 месяца назад
Bosonto dada ami ek mot asu ami aponer logot asu Bengali Manu hoy jai aii axom......
@arabindadeka5896
@arabindadeka5896 2 месяца назад
Dr. bhupen hazarikai tahanite gaisil, ajir assamiyi nijak nisinile assam rasatale jaba .ei samai ahile
@saikiadeben
@saikiadeben Месяц назад
উক্ত পষ্টাপ টি সমৰ্থন কৰোঁ
@BubulKalita-t3s
@BubulKalita-t3s 2 месяца назад
জয় আই অসম
@purnakakaty1286
@purnakakaty1286 2 месяца назад
চেতনাৰে যুঁজ দিয়াত বিফল হ'লে পুন: পুনৰপি এনে ঘটনা ঘটি থাকিব।
@princhipriya4119
@princhipriya4119 2 месяца назад
বসন্ত গগৈ মনত বহু দিনৰ পৰা গুজৰি গুমৰি থকা বিষয় এটা হ'ল,দৌল বাগানত থকা চুকাফাৰ মৈদাম ভাগ স্থায়ী ভাৱে সুৰক্ষিত কৰা আৰু লগতে বে-দখলৰ পৰা মুক্ত কৰা চিন্তা কৰক।
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 2 месяца назад
হিন্দু সংগঠনক কিয় বেন কৰিছা বুলি প্ৰশ্ন তোলা সকলৰ খিলঞ্জীয়া অসমীয়া মানুহৰ প্ৰতি কোনো দায়বদ্ধতা নাই । তেওলোক দায়বদ্ধ বিহাৰী আৰু মাৰোব়ালীক ৰক্ষনাবেক্ষণ দিয়া ।
@nuruddinahmed5315
@nuruddinahmed5315 2 месяца назад
ধৰ্ষণ কোনে কোনে কৰিছিল।সেই সকলৰ ধৰ্ম কি আছিল?
@tulshiborah221
@tulshiborah221 2 месяца назад
এইবিলাক গালো বালো খোলাগুটি তিল হল।
@tulshiborah221
@tulshiborah221 2 месяца назад
আজি আমাৰ কোনো গুৰুত্ব নোহোৱা হল।
@BiswajittanglungTanglung
@BiswajittanglungTanglung 2 месяца назад
good dada
@BikashBora-n5c
@BikashBora-n5c 2 месяца назад
❤❤❤❤❤
@mintuthakur6675
@mintuthakur6675 2 месяца назад
June korise tak sasti dibo laga...no dout.... But sob hindu manuh beya..😢 its not good
@satyendraprasadbhuyan5946
@satyendraprasadbhuyan5946 2 месяца назад
Sinhagarjan bajraninad Kari thakilei hoi jaba . Ene ghatana agaloiku hoi thakiba . Maph khuji dilei hol .
@Aashingfa6706
@Aashingfa6706 2 месяца назад
ক্ষমা কৰি দিবই নালাগিছিল। আমাৰ অসমীয়াক কেতিয়াও ক্ষমা কৰি নিদিলে হেঁতেন। আমাৰ অসমীয়া বোৰ উদাৰ অলপতে বিশ্বাস কৰি লয়। এনেকুৱা ভুল আকৌ কৰিব। আমাৰ সকলোবোৰ দখল কৰি লৈছে। আমি নিজৰ মাটিতে adjust কৰিব লাগে। আমাৰ অসমীয়া ভাষা বুজি নাপালে হিন্দী ভাষাত কৈ বুজাই দিব লাগে কিন্তু আমি যদি তেওঁলোকৰ ভাষা বুজি নাপাওঁ তেতিয়া কিয় আমাৰ ভাষাতো কব নোৱাৰে অসমতে থাকিব অসমীয়া কিয় কব নোৱাৰে। তিনিচুকীয়াত আটাইতকৈ বেছি অনা অসমীয়া আছে ইয়াতো কিবা এটা কৰিব লাগে ইয়াতো ঘটনা ঘটিয়ে থাকে। কিন্তু অসমীয়াৰ জাতিতোৰ অলপ ঐক্যবদ্ধতা কম
@tarungogoi9406
@tarungogoi9406 2 месяца назад
Aji akhomor nibonuwai bohiragotor - tolot NR L nicina projectod ; Asam Thikadare nijor pet voraboli goi Lebaror paippo bonsitro aru bohira gotor tonokiyal _-- - --- mane akhomorjatir gamushare duhatere loi Dighol --- di hewa zanai sapod coriboloi aromvoni tuhe koisu moi ( 28:17 :-- + 0/0 )
@DilipChakraborty-j6b
@DilipChakraborty-j6b 2 месяца назад
এই আন্দোলন কিয় কৰিবলৈ হল আজি , এই কাম টো যদি আগতে কৰিলে হেঁতেন তেন্তে আজি এই পৰিস্থিতি নহলে হেঁতেন যিটো আজি শৰাই লৈ মাফ বা নিজৰ ভুল স্বীকাৰ কৰিলে , কিন্তু ভাল হৈছে আমি মিলা প্ৰীতি হৈ মিলিজুলি হৈ আগলৈ থাকিব লাগিব
@lokeswarpegu4700
@lokeswarpegu4700 2 месяца назад
Nanda Pegu Congratulations Shivasagar jila
@chayasardar5737
@chayasardar5737 2 месяца назад
This is also right
@KKVlogsMedia
@KKVlogsMedia 2 месяца назад
কংগ্ৰেছ তো অসমীয়া জাতিৰ কাৰণে একো নকৰিলেই । বি জে পি ও একো নকৰিলে আনকি অগপ ও। অসমৰ মঠ মন্দিৰসমূহ মাৰোৱাৰী কিনিব বাকি আনকি বাংলাদেশী মিঞা ই ও দখল ধৰিলে
@dipikachangmai-r1w
@dipikachangmai-r1w 2 месяца назад
Ma ma hoi কোনোবাই মাক দুখ দিলে মানি নলম
@RikumoniBorah-m5p
@RikumoniBorah-m5p 2 месяца назад
Thanks
@rimankabaruah
@rimankabaruah 2 месяца назад
Bihari marowari a ai kothakhini nubujibo basanta da....
@KKVlogsMedia
@KKVlogsMedia 2 месяца назад
কোনো এখন চৰকাৰে এই মূহুৰ্তলৈ বাংলাদেশী বা বহিৰাগত ৰ তাত মাটি বিক্ৰী কৰিব পৰা আইন বনাই ৰখাটো প্ৰধান কাৰণ। আইনত বাধা থাকিলে কোনেও বিক্ৰী নকৰিলেহেতেন , উদাহৰণ - You are not allowed to buy property in Himachal Pradesh. ... You cannot buy property in Nagaland-(Article 371A of the Indian Constitution) You cannot buy property even in Sikkim. ... Cannot buy property in Arunachal Pradesh You cannot buy any Land in Mizoram . Land in Mizoram can be brought by tribals of mizoram only . All the land in Mizoram is tribal land. In india ,you cannot buy any tribal land
@KhogenChutia-y5h
@KhogenChutia-y5h 2 месяца назад
Nitumonida apunar bhantik anekuwa korile kenukuwa lagiba
@PrafullaBorah-og7zn
@PrafullaBorah-og7zn 2 месяца назад
Nice
@biplovmout2829
@biplovmout2829 2 месяца назад
B dada ❤🔥🔥🔥🔥🔥🔥🔥💪
@pinkubordoloi4156
@pinkubordoloi4156 2 месяца назад
Jui logai diok ki sai ase
@nitulsaikia6794
@nitulsaikia6794 Месяц назад
Amiu asu
@KhogenChutia-y5h
@KhogenChutia-y5h 2 месяца назад
8:57
@GirijaBorgohain
@GirijaBorgohain 2 месяца назад
Hosa kotha koise gogoiye
@stanislaus5243
@stanislaus5243 2 месяца назад
The thought of the RSS is the main reason.
@dipakmaina6913
@dipakmaina6913 2 месяца назад
Right
@NRJ-j1o
@NRJ-j1o 2 месяца назад
👍
@SikhaGogoi-ec4dd
@SikhaGogoi-ec4dd 2 месяца назад
Aibar ari dia nhobo
@prahladtalukdar-b7u
@prahladtalukdar-b7u 2 месяца назад
Very good
@PrethiirrajRayh-bw5bk
@PrethiirrajRayh-bw5bk 2 месяца назад
Basanta gogoi kathat mai akmat.
@lnbora7529
@lnbora7529 2 месяца назад
Akdom hoi
Далее
I get on the horse's nerves 😁 #shorts
00:12
Просмотров 3,1 млн
Nightmare | Update 0.31.0 Trailer | Standoff 2
01:14
Просмотров 574 тыс.
I get on the horse's nerves 😁 #shorts
00:12
Просмотров 3,1 млн