Тёмный

ডাঙৰ খবৰ।সাংবাদিক প্ৰশান্ত ৰাজগুৰু ধমক ৰণোজ পেগুক।/Virel news 

Shyamal's vlogs
Подписаться 145 тыс.
Просмотров 150 тыс.
50% 1

Опубликовано:

 

10 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 296   
@user-ow5js8sb4d
@user-ow5js8sb4d 25 дней назад
ৰাজগুৰু ডাঙৰীয়া এজন দক্ষ আৰু উপযুক্ত সাংবাদিক তেখেতৰ কণ্ঠৰ এটা মাদকতা উপলব্ধি কৰো.. তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ...
@rajanikalita2263
@rajanikalita2263 22 дня назад
😊😮
@ArunKumar-kl2jw
@ArunKumar-kl2jw 25 дней назад
হিমন্তবিশ্বই যাক যিটো নিৰ্দেশ দিয়ে সেইমতেই কাম কৰি আছে। বাকী মন্ত্ৰী বা বিষয়াই মাথোঁ তাৰ তালে তালে নাচি থাকে। সুধিলে পোনপটীয়া উত্তৰ কাৰোপৰা নাপাব।
@AbudulaAli
@AbudulaAli 20 дней назад
Nijor rajotya bachowai aamar kaam.
@7hfury935
@7hfury935 20 дней назад
আজি কালি ছাত্ৰ ছাত্ৰীৰ জলপানি বুলি থকা আছনি খন আছে নাই?
@manjubarman1855
@manjubarman1855 25 дней назад
কাঠ পুতলাক সাক্ষাৎ লৈ একো লাভ নাই।
@Mridul_Hazarika.
@Mridul_Hazarika. 24 дня назад
শিক্ষা মন্ত্ৰী গৰাকীয়ে বাস্তবক স্বীকাৰ কৰাটো সময়ৰ আহ্বান।পুতলাৰ দৰ্শন একেবাৰে ক্ষণস্থায়ী। ৰাইজ বৰ্তমান সজাগ আৰু বহু জ্ঞানী।
@MainulHoque-rx7jo
@MainulHoque-rx7jo 25 дней назад
ধন্যবাদ থাকিল ৰাজগুৰু ডাঙৰিয়া ৷
@jatiramkaman6960
@jatiramkaman6960 25 дней назад
প্ৰশান্ত ৰাজগুৰুৱেই অসমৰ এনে এগৰাকী সাংবাদিক যি সত্যনিষ্ঠ সাংবাদিকতা কৰে।প্ৰত্যেকটো সাক্ষাততে যুক্তিনিষ্ঠ ভাৱে প্ৰশ্নসমূহ উত্থাপন কৰে তেওঁ।বাকী সাংবাদিক সকলো দুমুখীয়া স্থিতি গ্ৰহন নকৰি আপোচহীন ভাৱে নিৰ্বাচিত বিষয়সমূহৰ প্ৰশ্ন উত্থাপন কৰিলে বহু গাঁঠি লগা সমস্যা সমাধানত ইতিবাচক ভূমিকাত সহায়ক হব।তেনে সাংবাদিকতাহে ৰাইজে কামনা কৰে।
@bijoydey9117
@bijoydey9117 24 дня назад
Please arrenge NOC for Assistant Professor...so that they change the college as they want...since there is no transfer system in Higher Education.....
@d.kstudioonlyforartculture3405
@d.kstudioonlyforartculture3405 25 дней назад
সৰ্বকালৰ আটাইতকৈ অকৰ্মণ্য একমাত্ৰ শিক্ষা মন্ত্ৰী হিচাপে ইতিহাসত ঠাই পাব।
@debakrsaikia2993
@debakrsaikia2993 23 дня назад
তাৰ আগতে আমাৰ ভবিষ্যত বোৰ শ্মশান পাবগৈ।
@rameshchandradas2972
@rameshchandradas2972 18 дней назад
ৰাজনৈতিক ভাবাদৰ্শ যিয়েই নহওঁক মন্ত্ৰী পেগু ডাঙৰীয়াই সাংবাদিকৰ জটিল প্ৰশ্নৰ উত্তৰ বোৰ সহজভাৱে, যুক্তিগতভাবে, ধৈৰ্য্য সহকাৰে কোনো আউল নলগাকৈ উপস্থাপন কৰি তেখেতৰ জ্ঞান আৰু তীক্ষ্ণ বাক কৌশলৰ পৰিচয় দাঙি ধৰিছে। তেখেতৰ সুস্বাস্থ্য আৰু ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলো।
@user-lz9fy6gm3i
@user-lz9fy6gm3i 25 дней назад
PRC নোহোৱাকৈ যদি আন প্ৰদেশৰ লোকে চাকৰি লব পাৰে , কিন্তু আমাৰ প্ৰদেশৰ লোকে আন প্ৰদেশত চাকৰি ল্ওকচোন চাও ? উঠা বহা চৰকাৰ ।
@mukundadas9892
@mukundadas9892 25 дней назад
বাহিৰা প্ৰদেশৰ ল'ৰা ছোৱালীক নিযুক্তি দিবৰ বাবেই পি আৰ চি নালাগে বুলি কৈছে চৰকাৰ খনে
@gunaramdas131
@gunaramdas131 25 дней назад
শ্ৰদ্ধাৰ সাংবাদিক ৰাজ গুৰু ডাঙৰীয়া ক অশেষ ধন্য বাদ জনাইছোঁ!ৰাইজৰ প্ৰচন্ন আপুনি সুন্দৰ কৈ উপস্থাপন কৰিছে।
@hemalatachetia3765
@hemalatachetia3765 25 дней назад
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে সকলো মন্ত্ৰী,,বিধায়ক চলে,,শিক্ষামন্ত্ৰীৰ কোনো আদেশ,,নিৰ্দেশ দিব নোৱাৰে .. ৰাজগুৰু ডাঙৰীয়া ,,আপোনাক বহুত ধন্যবাদ দিছো আমাৰ মনৰ কথাবোৰ শিক্ষামন্ত্ৰীৰ ওচৰত সুন্দৰ কৈ বুজাই দিয়া বাবে ।এইজনে অপ্ৰয়োজনীয় জাননী খন প্ৰয়োজন বুলি ভাবে ,, আজিৰ তাৰিখত ও প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নাই,, S C ,,,,S T তেওঁলোকৰেই পঢ়া,,,চাকৰিৰ দিন ।।
@rajibchborah2713
@rajibchborah2713 15 дней назад
প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। এখেত সকলক ওলোটাই পোলোটাই সুধি মূৰ গৰম কৰি দিব লাগে।
@user-fz1fp7oj3u
@user-fz1fp7oj3u 25 дней назад
প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া দেৱ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল।
@anilphukan7734
@anilphukan7734 25 дней назад
Very good discussion.
@monujsaikia21
@monujsaikia21 25 дней назад
শিক্ষা মন্ত্রী থাকোতে কেনেকৈ শিক্ষা সঞ্চালকে নিজাববীয়াকৈ এখন নটিফিকেছন উলিয়াব পাৰে?
@bhadasborah9071
@bhadasborah9071 25 дней назад
😅 😅 😅😅😅😅😅 😅 😅 😅😅😅 😅😅 😅 😅 😅😅😅😅😅 😅 😅 😅 😅
@bhadasborah9071
@bhadasborah9071 25 дней назад
😅
@kamaleswarbordoloi993
@kamaleswarbordoloi993 25 дней назад
ৰাজগুৰু ডাঙৰীয়া , পেগুদেবে ইমান সুন্দৰকৈ গুৰু গম্ভীৰ বিচক্ষণতাৰে উত্তৰ বোৰ দিলে যদিও আপুনি উত্তেজিত কৰিবলৈ বহু বিফল প্ৰয়াস কৰিছিল কিন্তু বিফল হল । পিছত সত্যক অস্বীকাৰ কৰিলে মানে কুকুৰৰ নেজ চিধা নহয় । আশা কৰো এনে সাক্ষাৎকাৰ আকৌ পাম । ধন্যবাদ ।
@user-ig6bj9nb6k
@user-ig6bj9nb6k 24 дня назад
সেই জন মন্ত্ৰী কি জানে মাথো মিচিং সকলৰ স্বায়ত্ব শাসন পৰিষদ ধ্বংস কৰিলে ।
@ThaneswarGogoi-rh4em
@ThaneswarGogoi-rh4em 23 дня назад
বেছি জনাৰ নিচিনা কথা কই।কিন্তু নিজৰ হাতত একো ক্ষমতা নাই।গছৰ মুঢ়া।
@anantagogoi7206
@anantagogoi7206 25 дней назад
অদৰকাৰী আৰু অপ্ৰয়োজনীয় পাৰ্থক্য শিক্ষামন্ত্ৰী ডাঙৰীয়াই বুজাই নিদিলে যে
@user-xg6hu8vr7f
@user-xg6hu8vr7f 25 дней назад
অধ্যয়ন কৰিব পাৰে অসমত অধ্যাপকহব পৰা অসমত বহোত আছে।
@anjaligogoikonwar9024
@anjaligogoikonwar9024 25 дней назад
পুতলাই আঙুলিৰ ঠাৰত নাচিবহে পাৰে উওৰদিব নোৱাৰে নহয়
@jitenbaruah9521
@jitenbaruah9521 25 дней назад
নাটক পুৰ্ব 10:02 পৰিকল্পিত গতিকে কাক কি একচন ল'ব? মন্ত্ৰী ক কাঠৰ মূড়া বুলি গণ্য কৰিলে চোন?
@manusaikia368
@manusaikia368 25 дней назад
ধন্যবাদ জনাইছো ৰাজগুৰু ডাঙৰীয়া ।👍👍♥️♥️
@debakrsaikia2993
@debakrsaikia2993 23 дня назад
আমাৰ সন্মানীয় চতুৰ্থ স্তম্ভই সময়মতে কামবোৰ কৰা নাই।
@nakulbanikya6653
@nakulbanikya6653 25 дней назад
শিক্ষামন্ত্ৰী জন আৰ এছ এছৰ আদেশ মতে চলে।
@devajitburagohain8122
@devajitburagohain8122 25 дней назад
অসমৰ সৰ্বকালৰ ভেলু নোহোৱা শিক্ষামন্ত্ৰী
@bisheswarborah4141
@bisheswarborah4141 25 дней назад
Thanks so much...Rajguru dangaria...
@diamondpayeng1119
@diamondpayeng1119 22 дня назад
ৰাজগুৰু ডাঙৰীয়াক অহাবাৰ শিক্ষা মন্ত্রণালয়ত সুবিধা দিয়ক, অসমৰ শিক্ষা বিভাগৰ সমস্যা সমাধান কৰিব।
@TulanMili-r6b
@TulanMili-r6b 6 дней назад
সন্মানীয় ৰাজগুৰু দেবৰ (সাংবাদিক হিচাবে ) যিবোৰ প্ৰশ্ন কৰিছে ই শলাগনীয় আৰু ধন্যবাদ যোগ্য কাৰন ৰাজগুৰু দেবৰ এই বোৰ প্ৰশ্ন ই পেগুদাৰৰ জ্ঞানৰ ভোক সামান্যতম অংক নিবাৰণ কৰিছে বুলি ধাৰণা হৈছে। বিষয় টোৰ সন্দৰ্ভত আন্তৰিকতা নাথাকিলে, মননশীল অধ্যয়ন, বোধগম্যতা আৰু অভিজ্ঞতাৰে ইমান সাৱলীল ভাৱে উত্তৰ দিলে , তাৰ বাবে সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক শলাগিছো হিয়াভৰা নমস্কাৰ জনাইছো ।ইয়াত দেখাগল ভিডিঅ টোৰ শিৰোনামা কৰবাত অলপমান ভূল হৈছে । ৰাজগুৰু দেবে প্ৰশ্ন কৰি কৰি ভিডিঅ টো শেষ কৰা দেখা গল কিন্ত পেগুচাৰৰ উত্তৰ ৰাইজে শুনিবলৈ থাকি গল । ৰাইজৰ কাৰণে কাম কৰা ৰাজগুৰু দেবৰ এনে ভিডিঅ পুনৰ পাম বুলি আশা কৰিলো। ধন্যবাদ।
@ninipertin7551
@ninipertin7551 18 дней назад
Dr Ranuj Pegu, অধৰণীয় শিক্ষা মন্ত্ৰী, অসম চৰকাৰ, আপোনালৈ বহুত২ ধন্যবাদ।
@dipaborah6814
@dipaborah6814 25 дней назад
মামাই সকলোকে বহুৱাই হে থৈছে।
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 25 дней назад
এই সকলৰ নিজস্ব ক্ষমতা আনৰ হাতত ।মাথো ৰখিয়া।
@dr.lakshmikalita8857
@dr.lakshmikalita8857 25 дней назад
বিনামূলীয়া নামভৰ্তি কৰণ ব্যক্তিগত শিক্ষানুষ্ঠান বিলাকত আছেনে?
@Shua_098
@Shua_098 25 дней назад
Prasanta Rajguru sir apuni khub bhal kotha koise.
@nabiulislam7381
@nabiulislam7381 19 дней назад
ধন্যবাদ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া নিৰ্ভিক ভাবে প্ৰশ্ন বিলাক উত্থাপন কৰাৰ বাবে।
@hemkantasaroh2824
@hemkantasaroh2824 25 дней назад
শত কোটি প্ৰনাম ৰাজগুৰু ডাঙৰীয়া ।
@DurgeshorSaikia
@DurgeshorSaikia 25 дней назад
Thanks to R.G .sir
@user-dz8tx9hc4o
@user-dz8tx9hc4o 25 дней назад
প্ৰশান্ত ৰাজগুৰুৰ ডাঙৰীয়া আৰু শিক্ষা মন্ত্ৰী ডাঙৰীয়াৰ কথোপকঠন খিনি ভাল লাগিল ।
@user-vc6sq3ek9p
@user-vc6sq3ek9p 25 дней назад
ৰাজগুৰু ডাঙৰীয়া.. আপোনালৈ অশেষ ধন্যবাদ... শিক্ষা মন্ত্ৰীৰ অসহায় অবস্থা তো দেখি হাঁহি উঠিছে...
@nabasonowal8530
@nabasonowal8530 24 дня назад
অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত উওৰ প্ৰদেশৰ আমন্ত্ৰিত শিক্ষক 😅😅
@moidulislam1686
@moidulislam1686 25 дней назад
Absolutely right, Rajguru sir.
@jitenbaruah9521
@jitenbaruah9521 25 дней назад
দেশ আজি অৰাজক।
@probinsaikia2641
@probinsaikia2641 19 дней назад
এইবোৰ বহুত উন্নত প্ৰজাতিৰ।দৈনিক নতুন নতুন পৰীক্ষণ চলাই আছে।
@mahammedhussain141
@mahammedhussain141 25 дней назад
Rajguru Sir ajon dakhya Hangbadik apunaloi dhanyabad gyapon korisu🙏
@promudborgohain7920
@promudborgohain7920 25 дней назад
মন্ত্ৰী নহয় এটা লেমটৌ মাএ
@putulnath1715
@putulnath1715 23 дня назад
প্ৰশান্ত ৰাজগুৰু হৈছে অসমীয়া জাতিৰ বাবে এগজ জ্বলি থকা বন্তি।
@satyajitkumargogoi358
@satyajitkumargogoi358 24 дня назад
ৰাজগুৰু ডাঙৰীয়া আপোনাক সন্মান জনাইছো,আপুনি শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি বহু কথা উদঙাই দিয়ালে।আজি দেশত অৰাজক চলিছ।
@mohiuddin2130
@mohiuddin2130 23 дня назад
ধন্যবাদ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া।
@AsaduzZaman-lt9yi
@AsaduzZaman-lt9yi 25 дней назад
Many many thank's Raj Guru sir .
@anjugogoi2390
@anjugogoi2390 24 дня назад
Rajguru. Sir. Thanyou
@ibadurmiah3111
@ibadurmiah3111 22 дня назад
Good Reporter
@pabitranath4675
@pabitranath4675 24 дня назад
অন্য প্ৰদেশৰ লৰা ছোৱালীযে ভাষা টো জানিলেই PRC হৈ যায় নেকি? বিষয়া গৰাকীৰ বিৰুদ্ধে কি বেৱস্থা লব? নে তদন্ত কমিটি বহুৱাই থৈ সামৰিব।
@BashkarDoley-d1y
@BashkarDoley-d1y 25 дней назад
Aru hudilo sir
@brddddd
@brddddd 21 день назад
Good dscsn . Aru olop lagicil
@animabegum1847
@animabegum1847 25 дней назад
Sangbadik sir aponak dhannyabad
@user-vw7os6hw7q
@user-vw7os6hw7q 25 дней назад
He is one of the brilliant and knowledgeable human being
@ramanikumar9028
@ramanikumar9028 22 дня назад
ৰণোজ পেগু ডাঙৰীয়া এজন শিক্ষক হবলৈ যদি টেট " ডি ইএল ই ডি "বিএড এম এড প্ৰয়োজন তেতিয়া হলে এজন শিক্ষা মন্ত্ৰী হব লৈ হলে কমেও ১০বছৰ শিক্ষকতা কৰাৰ অত্যান্ত দৰকাৰ ।যিটো আপোনাৰ বা মুখ্যমন্ত্ৰী ৰো নাই ।সেই বাবে আপোনালোকে শিক্ষকক মৰ্যদা বা সন্মান দিবলৈ শিকা নাই বা বিদ্যালয়ৰআন্তগাঠনি কেনে হব লাগে এতিয়া লৈ নাজানে ।সেই বাবে আপোনা লোকে এতিয়া লৈ ২৫/৩০বছৰ বিনা বেটনে শিক্ষকতা কৰা শিক্ষক সকলক আপোনালোকে টিউটৰ নামত ১০৮০ বৰ্তমান ১২০০০টকাৰ অতি নিম্ম মানৰ পাৰিতোষিকদি চৰম অপমান কৰিছে।িন্তু আপোনালোকে কোনো ধৰনৰ অভিজ্ঞতা নথকাকৈ বিধায়ক মন্ত্ৰী হৈ প্ৰতি পাছ বছৰে দৰমহা /পেঞ্চন বঢ়াই গৈ আছে ।আপোনালোকটো চাকৰি কৰা নাই আপোনালোক জন প্ৰতিনিধি হে কিয় এনে হৈছে এয়ে নেকি জন সেৱকৰ মানসিকতা ।
@user-jv4qh8xs2m
@user-jv4qh8xs2m 20 дней назад
Prasanta rajguru, may God help you in your journey
@binudas8708
@binudas8708 25 дней назад
সকলো তেখেতসকলৰ নিজৰ মানুহ ।
@balarambasumatary1084
@balarambasumatary1084 21 день назад
Doing Good Anchor...
@user-ml9to2ei6l
@user-ml9to2ei6l 21 день назад
Rajguru dangriya apunak dhonyobad
@kishortalukdar3814
@kishortalukdar3814 22 дня назад
Xundor interview
@user-el6rb5nw7k
@user-el6rb5nw7k 25 дней назад
R.Pegu is very critical, standing his opinion anyway.
@Competativeclass
@Competativeclass 18 дней назад
Good news
@faizulhoque9464
@faizulhoque9464 24 дня назад
আমাৰ স্কুল সমূহ Govt aided school হয়। অসম চৰকাৰে MDMৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যৰে এই স্কুল সমূহৰ মৌখিকভাৱে স্বীকৃতি বাতিল কৰিলে।লগে লগে সংশ্লিষ্ট কাৰ্যালয়ৰ ফালৰপৰা এই সমূহ স্কুলে SIKSHA SETUT attendance দিব নালাগে বুলি ক'লে।অদক্ষ এই গৰাকী মন্ত্ৰীৰ স্ববিৰুধী কথাৰ সীমা সংখ্যা সীমিত নহয়।
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 25 дней назад
PRC অসমত issue নকৰে। আবেদন কৰিলেও PRC নিদিয়ে। কিয় বাৰু
@dineshsarania4834
@dineshsarania4834 25 дней назад
৪ৰ্থ স্তম্ভই ১ম স্তম্ভৰ ওপৰত যি জোকাৰণি তুলিলে,চাৰিওটা স্তম্ভই মজবুত হৈ পৰিল।ধন্যবাদ মন্ত্ৰী ডাঙৰীয়া আৰু এংকৰ ডাঙৰীয়া সকলকে বুজাই দিব পৰাৰ বাবে।
@dineshsarania4834
@dineshsarania4834 18 дней назад
ধন্যবাদ ধন্যবাদ ধন্যবাদ
@TP68613
@TP68613 19 дней назад
Semester system tu uthai dibo lage tetiyahe asol khikhito ব্যক্তি pam....aji kali sem system t akol tention di education quality down korise... June interest e nai poha khei bilakeo college goi ane ane buja borhai ase... Manuhe skill...income...adi bohabole sasta koribo lage.. Skill college বৃদ্ধি kori employment increase koribo lage... . Shina t suwasun sobe skill kam kore beleg beleg khetrot.... Amat iyat pagol r dore sobe college t line hoi gole develop kot hobo Beleg dekhor student e 10 12 bosor boyokhote income kore Amar iyat system e beya
@dr.lakshmikalita8857
@dr.lakshmikalita8857 25 дней назад
প্ৰশান্ত ৰাজগুৰু ধমক। এইটো কেনেকুৱা বাক্য! 😮
@user-dc6dd5he2x
@user-dc6dd5he2x 25 дней назад
মুখ্য মন্ত্ৰীৰ কথাত উঠা বহা কৰা মন্ত্ৰীৰ কোনো মন্তব্য উপস্থাপন নকৰাই ভাল বুলি ভাবো ৰাজ গুৰু ডাঙৰীয়া।
@prabindoley675
@prabindoley675 25 дней назад
সাঙবাদিকে বহুত চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে ।
@user-uz2td8wm6y
@user-uz2td8wm6y 25 дней назад
আপোনিলোকে কোৱা তথাকথিত বিশেষ সম্প্ৰদায়টোক আপুনি কিয় শ্ৰেণীসংগ্ৰামৰ লগত একাকাৰ কৰিছে?
@sayedahmed-xj2xw
@sayedahmed-xj2xw 23 дня назад
Thank you, Rajguru
@AsrafulIslamblog
@AsrafulIslamblog 19 дней назад
Education Ministeror Ata Kotha bohut val lagil Bahiror State Candidates a Change napai
@Rajesh6034
@Rajesh6034 21 день назад
সব উল্টে পুল্টা 👍 ৰাতিপুৱা এটা সন্ধিয়া এটা ।।
@akbaralikabir6183
@akbaralikabir6183 25 дней назад
Education should not only be universalised but globalised.
@kishoridas6447
@kishoridas6447 22 дня назад
শিক্ষা মন্ত্ৰী ডাঙৰীয়াই নিজাকৈ একো ক'ব নোৱাৰে। PRC খন বা Income certificate খন DC office বা Circle officeত গৈ লোৱাটো এটা প্ৰক্ৰিয়া। ইয়াত আমি একো অসুবিধা দেখা নাই।
@user-ec4rt8ij6k
@user-ec4rt8ij6k 25 дней назад
Gradually the character of bjp is going to be exposed.....
@prabitachutia448
@prabitachutia448 25 дней назад
শ্ৰুতলিপি পঢ়া যেন লাগিছে ,
@jadavnath4360
@jadavnath4360 25 дней назад
তেওঁ কি জানে? মুখ্য মন্ত্ৰী হে জানে।
@hemalatachetia3765
@hemalatachetia3765 25 дней назад
অদৰকাৰী ,,, অপ্ৰয়োজন ইয়াৰ অৰ্থ বুজাই দিয়ক শিক্ষামন্ত্ৰী মহাশয়।।🙏🙏🙏
@jonaiao9761
@jonaiao9761 15 дней назад
এইবোৰ প্ৰশ্নসমূহ CM siroku সুধিব সাংবাদিক দাদা
@jadavbaruah4365
@jadavbaruah4365 25 дней назад
Thanks raj..
@THEGAMINGSQUARD417
@THEGAMINGSQUARD417 25 дней назад
Good Education Minister
@pulinsaikia4984
@pulinsaikia4984 6 дней назад
Political partyৰ চেলা -চামুণ্ডাবোৰক কিয় smc/smdc ৰ president পাতিবলৈ জিলা শিক্ষা বিষয়াৰ যোগেদি গোপনে অবৈধ নিৰ্দেশ দিয়া হ’ল ? সেইটোও সুধিব লাগিছিল৷
@GuninKrDutta
@GuninKrDutta 22 дня назад
১০০ নম্বৰৰ ৩ নম্বৰ মৌখিক, এজন শিক্ষকক কোনোবাই জোৰ জুলুম কৰি কাৰোবাক নিযুক্তি দিব নোৱাৰে।
@BashkarDoley-d1y
@BashkarDoley-d1y 25 дней назад
60%hoy
@maloydeb1969
@maloydeb1969 21 день назад
According to my view Education Minister's speech right
@kamalakantaroy3139
@kamalakantaroy3139 24 дня назад
প্ৰত্যেক বিভাগৰে একো একো জন মন্ত্ৰী আছে যদিও কামত নহা মন্ত্ৰী । সেই মন্ত্ৰী সকল থকাৰ পিছতো মুখ্য মন্ত্ৰীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে ।
@sawpna.hazarika8849
@sawpna.hazarika8849 25 дней назад
মূখ্যমন্ত্ৰী ভাষন হয় ।😅😅😅
@tarunkrsaha1946
@tarunkrsaha1946 23 дня назад
Answer to the question to the point.
@user-vo7ei8ki5v
@user-vo7ei8ki5v 22 дня назад
এইজন শিক্ষা মন্ত্ৰীৰ ব্যক্তিত্ব নাই ।। এখেতৰ নেতৃত্বত অসমৰ শিক্ষা শেষ।।
@GautamBaruah-wd3ds
@GautamBaruah-wd3ds 15 дней назад
Prasanta raj goru spokesperson of congress..
@UtpalJDas
@UtpalJDas 21 день назад
National Mediaৰ নকল কৰা যেন লাগিল। প্ৰশ্নসমূহ একঘেয়ামী । cross question কৰিব পৰা বহুখিনি অৱকাশ আছিল কিন্তু দক্ষতাৰ অভাৱ পৰিলক্ষিত হ'ল। সাংবাদিক হিচাবে ⁴/10 নম্বৰ দিলোঁ।
@rationale-point3023
@rationale-point3023 24 дня назад
শিক্ষা মন্ত্ৰী জন চাবিৰে পৰিচালিত।নিজৰ বুলি কোনো সিদ্ধান্ত ল'ব নোৱাৰে।উপায় নাই। সৰ্বেসৰ্বা বুলি এজনে। এয়া শিক্ষা মন্ত্ৰীৰ দূৰ্ভাগ্য। নিজৰ বৌদ্ধিক দিশৰ প্ৰয়োগত বিফল। আমাৰ বাবে " নাই মোমাইতকৈ কণা মোমাই এ ভাল।"
@user-bo3to3xg4y
@user-bo3to3xg4y 23 дня назад
True is bitter
@dipamsaikia450
@dipamsaikia450 25 дней назад
Please enquire properly there are Rented teachers at few schools
@dipamsaikia450
@dipamsaikia450 25 дней назад
Very nice Question
@faizulhoque9464
@faizulhoque9464 24 дня назад
আমি জনাত দেশৰ নিৰাপত্তাৰ শংকা থকা বিষয়ৰ বাহিৰে অন্য কোনো বিষয়ৰ ব্যৱস্থাত গোপনীয়তা থাকিব নোৱাৰে।সেয়া ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সূচীভূক্ত বিষয় হয়।ৰাজ্যিক সূচী ভূক্ত বিষয় সমূহৰ ক্ষেত্ৰত গোপনীয়তা নহয় স্বজনপ্ৰীতি বা দূৰ্নীতি বুলি কোৱা হয়!
@l3u515
@l3u515 25 дней назад
The voice of our Chief Ministers. " Baad Diyahe ' " Moi Koisu " it is a shame . Try to have some positive steps outside communal irony .
@Jazzyboyzz49
@Jazzyboyzz49 21 день назад
Salute PR g File less minister No ability to run department
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 25 дней назад
Apuni raijor manuh ne karobar sakor ?
Далее
Редакция. News: 128-я неделя
57:33
Просмотров 1,9 млн
best way out of the labyrinth🌀🗝️🔝
00:17
Просмотров 935 тыс.