Тёмный

তেজেৰে ৰাঙলী হ'ল গুৰু-শিষ্যৰ মধুৰ সম্পৰ্ক। ছাত্ৰই অধ্যক্ষক হত্যা কৰাৰ ঘটনাত হতচকিত ৰাজ্যবাসী। 

News Live
Подписаться 2,9 млн
Просмотров 178 тыс.
50% 1

📌তেজেৰে ৰাঙলী হ'ল গুৰু-শিষ্যৰ মধুৰ সম্পৰ্ক। শ্ৰেণীকোঠাতে ছাত্ৰই অধ্যক্ষক হত্যা কৰাৰ ঘটনাত হতচকিত ৰাজ্যবাসী। অশ্ৰুসিক্ত নয়নেৰে আজি শেষ শ্ৰদ্ধা জনোৱা হ'ল অধ্যক্ষক। শিশু গৃহলৈ প্ৰেৰণ কৰা হৈছে হত্যাকাৰী ছাত্ৰক।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Опубликовано:

 

7 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 319   
@bharatibarkataki7592
@bharatibarkataki7592 15 дней назад
ল’ৰাটোৰ মুখখন দেখুৱাই দিয়ক ৷ মানুহে চিনি পাব লাগে , নহলে আকৌ কাক কি কৰিব ঠিক নাই ৷
@rintudutta6224
@rintudutta6224 15 дней назад
Horu lora😢
@bkp9774
@bkp9774 15 дней назад
নাম টো ও কোৱা নাই কিয়, বাপেক মাকৰ নাম কি, কৰ মানু্হ হয়।
@pd9288
@pd9288 15 дней назад
​@@rintudutta6224 balor horu,johorami korute horu nasilu,atiya kihor horu,lengta kori pitibo lage ihotok
@GirenNath-cb2vw
@GirenNath-cb2vw 13 дней назад
Y 0:44 yyt 1:47 yytyyy
@DEVAR270
@DEVAR270 13 дней назад
Jiye nhowk uperassam r falr ailblk ghotona besi ke dexa puwa jai ..master student lili mai r pora hottakando..adi kori
@tutumanibarman5384
@tutumanibarman5384 15 дней назад
ইয়াক লগা লগ মাৰি পেলাব লাগিছিলে।নহলে ইয়াক চাই আৰু যে কোনোবাই এনে কাম নকৰিব কি ঠিক আছে ।ইয়াক মাৰি পেলাব লাগে আৰু যাতে এনে ঘটনা দ্বিতীয় বাৰ কোনেও কৰিব সাহস নকৰে । জহৰা চালা 😡😡😡😡😡।
@bkp9774
@bkp9774 15 дней назад
সঁচাই ই যহৰা হয় ।
@threeidiots647
@threeidiots647 15 дней назад
Toi o mastor sage..... Xikane mindset tenekua
@threeidiots647
@threeidiots647 15 дней назад
Johra hbo pare but toi kio kobi
@happyboy4579
@happyboy4579 15 дней назад
Thik koisa aru gumda dadager bur 60/70 case thaka hehotoku dakhi lora bea hoisa50/60 case thoka gumda buroku guliabo laga
@manashsharma7382
@manashsharma7382 15 дней назад
Kyuo ki Korishile satro jon class 11 ne class 8 student👩‍🎓😂😂dekhile class 11 student xobo nuare fake fake fake😂😂😂
@user-iz5et9bw1l
@user-iz5et9bw1l 15 дней назад
এই পিশাছটোক এন কাউওন্টা কৰক, পুলিছ পশাসনলৈ বিনম্ৰ অনুৰোধ জনালোঁ।
@jyotirmaypatgiri5067
@jyotirmaypatgiri5067 15 дней назад
Apunar aru loragonor major monovabor bor eta parthokyo nai. Teo ajknok mari pelaise, aru Apuni o ejonok mari peleo bisare. Mane apuni marder howa bisare!
@animabhatta4045
@animabhatta4045 10 дней назад
Ko hi 0😅😅​@@jyotirmaypatgiri5067
@user-iz5et9bw1l
@user-iz5et9bw1l 15 дней назад
সেই পিশাছটো নাম আৰু মখ মণ্ডল লোকোৱাবলে কিমান টকা দিছে?
@tilenpegu2136
@tilenpegu2136 15 дней назад
জধে মধে private school খুলি লৰা বোৰ বেছি সম্মান নজনা হৈছে পইচা পৰা শিকা লৈছে
@user-cb8qt6sy5k
@user-cb8qt6sy5k 15 дней назад
একেবাৰে সচা কথা
@DEVAR270
@DEVAR270 13 дней назад
Jiye nhowk uperassam r falr ailblk ghotona besi ke dexa puwa jai ..master student lili mai r pora hottakando..adi kori
@Ujh476
@Ujh476 9 дней назад
Heitu hoi,kintu GOVERNMENT schoolor lora suwalibur bor bhal nathake kintu. PRIVATE schoolor nisina ekei thake
@me6666
@me6666 9 дней назад
@@tilenpegu2136 Taak DPS r pora u uliai disile. Kibatu korisile xe utpat.
@sarbanandagogoi6549
@sarbanandagogoi6549 15 дней назад
বাতৰি পৰিবেষন কৰিবলৈ ভয় কৰা নাই যেতিয়া সেই নৰধাম হত্যাকাৰিটো মুখণ্ডল কিয় ঢ়াকিৰাখিব লগিয়া হৈছে?
@bhagyashreeandkabyashree5977
@bhagyashreeandkabyashree5977 12 дней назад
প্ৰকৃতিৰ নিয়ম অনুসৰি বেয়া টো পেলায় দিৱ লাগে।জীৱ জন্তু ৱে চেষ্টা কৰিও ভাল কৰিব নোৱাৰিলে এইটো কৰে।
@dumahusoroniya6691
@dumahusoroniya6691 15 дней назад
অখিল গগৈ কি কৰি আছে এনে ঘটনা নিজৰ জেগাত হয় আছে
@digantajyotibordoloi5528
@digantajyotibordoloi5528 15 дней назад
অখিলৰ ভাগিন সাংবাদিক ক টকা দিয়াৰ ব্যবে নাম আৰ ঘৰটো দেখুৱা নাই
@dumahusoroniya6691
@dumahusoroniya6691 14 дней назад
@@bkp9774 😂😂
@DEVAR270
@DEVAR270 13 дней назад
Jiye nhowk uperassam r falr ailblk ghotona besi ke dexa puwa jai ..master student lili mai r pora hottakando..adi kori
@janardanbora2803
@janardanbora2803 13 дней назад
অসমৰ গৃহ বিভাগ টো অখিল গগৈ হাতত নাই বোপাই এইটো ঘটনাই গোটেই অসমৰ বদনাম আনিছে নেচনেল নিউজত এইটো বাতৰি প্ৰকাশ পাইছে মোৰ মতে ইয়াৰ কেৰিয়াৰ শেষ কৰি দিয়ক মুঠতে
@PatrickBatemanJr0007
@PatrickBatemanJr0007 11 дней назад
​@@DEVAR270tur guti katim
@babitachakraborty8626
@babitachakraborty8626 15 дней назад
মাক বাপেকৰ শিক্ষা, কিছুমান মাক বাপেকে লৰা ছোৱালী জন্ম দিয়ে কিন্তু ভাল শিক্ষা দিব না জানে, মাক বাপেকক এৰেষ্ট কৰিব লাগে
@thepoliticalawareness1021
@thepoliticalawareness1021 15 дней назад
যদিও লৰা টো Minor, লৰা টোক ফাঁচী দিয়া উচিত। এনেকুৱা লৰাক Correction home ত ৰাখি একো লাভ নাই। চৰকাৰে আৰু সমাজে নিচা যুক্ত বস্তু নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা কৰিছে। Online Games আৰু Online Content বোৰ Censor কৰা উচিত। চীনে যদি পৰিছে ভাৰতেও পাৰিব।
@threeidiots647
@threeidiots647 15 дней назад
u r not the court
@JohnMedhi
@JohnMedhi 14 дней назад
তোৰ মূৰ টো 😅😂
@thepoliticalawareness1021
@thepoliticalawareness1021 14 дней назад
@@JohnMedhi চৰকাৰে লৰা টোক বুজাবলৈ এখেতক লৈ যোৱা উচিত
@JohnMedhi
@JohnMedhi 14 дней назад
@@thepoliticalawareness1021 yes মই পাৰিম দিয়ক 😂🤣🤣
@thepoliticalawareness1021
@thepoliticalawareness1021 14 дней назад
@@JohnMedhi হয় আপুনি যদি পাৰিব তেনেহলে চৰকাৰে আপোনাক এবাৰ interview লৈ, লাৰাটোৰ ওচৰত লৈ যোৱা উচিত
@PD-gj7ot
@PD-gj7ot 15 дней назад
ইয়াক মাৰি পেলাব লাগে এতিয়াই নহলে পিছলৈ ই এটা বহুত ডাঙৰ Crimenal হব ...ইয়াক contol কৰা টো পুলিচৰ বাবে কঠিন হৈ পৰিব |
@threeidiots647
@threeidiots647 15 дней назад
Ghonta
@KulenGogoi
@KulenGogoi 13 дней назад
নহয় নহয় বন্ধু ইয়াক মাৰি নেপেলাবা , কেৱল হাত দুখন গুৰিতে কাটি ছিঙী দিয়া।
@DEVAR270
@DEVAR270 13 дней назад
Jiye nhowk uperassam r falr ailblk ghotona besi ke dexa puwa jai ..master student lili mai r pora hottakando..adi kori
@PatrickBatemanJr0007
@PatrickBatemanJr0007 11 дней назад
Toh ki hol? ​@@DEVAR270
@Hanif.nurani
@Hanif.nurani 9 дней назад
You are right বহুত বেয়া লাগিছে 😢😢😢
@gautamdutta340
@gautamdutta340 15 дней назад
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ছাৰলৈ 😢ছাৰৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏
@arunpathak2120
@arunpathak2120 15 дней назад
ছাত্ৰ-ছাত্ৰীৰ বিপদত ছাত্ৰ সন্থা আছে, শিক্ষক সকলৰ ক্ষেত্ৰত কি হ'ব?
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc 10 дней назад
ৰাম ৰাম কি দিন আহিল।আমি আজিও শিক্ষকক সন্মান কৰো। যি শিক্ষকে পোহৰৰ বাট দেখাই সেইজনক এনে কান্দ চি চি। এই বিলাকৰ কাৰনে অতি কঠুৰ আইন চৰকাৰে অনা উচিত।
@Jesmina4606
@Jesmina4606 15 дней назад
কাৰ ল'ৰা নাম কিও উল্লেখ নকৰে
@rintudutta6224
@rintudutta6224 15 дней назад
Horu lora
@Jesmina4606
@Jesmina4606 15 дней назад
@@rintudutta6224 যিটো কাণ্ড কৰিছে সেইটো জানোঁ সৰু
@Jesmina4606
@Jesmina4606 15 дней назад
@@rintudutta6224 মই যদি তাৰ classmate হোৱা হ'লেহঁতেন তাক তাতেই মাৰি পেলালোঁহেতেন
@ranjanborgohain
@ranjanborgohain 15 дней назад
Dishant gogoi
@threeidiots647
@threeidiots647 15 дней назад
Ki koribi toi nam ulekh korile
@janardanbora2803
@janardanbora2803 13 дней назад
এইটো এটা মদাহী পাপজি খেলা যেন লাগিছে
@memesbank8815
@memesbank8815 12 дней назад
কলি যোগ 😢😢 শিষ্যই গুৰুক নামানে😢😢
@arunasharma8884
@arunasharma8884 15 дней назад
এইবোৰৰ মূলতে হল মাক বাপেক। সংস্কাৰ নথকা ঘৰত এইবোৰ সঁচ এ জন্ম হয়। মাক বাপেক, ঘৰৰ যেতিয়া পৰিবেশ সংস্কাৰহীন হয় তেতিয়া এইবোৰ জন্ম হয়
@nirudevi9827
@nirudevi9827 15 дней назад
Right
@xyzx2502
@xyzx2502 15 дней назад
Hossa koise
@dharmendradas6682
@dharmendradas6682 15 дней назад
Right
@user-pc4pd6ff9p
@user-pc4pd6ff9p 13 дней назад
Aei virus tu manuh neki ,dekhi bole manuhor nisina holei manuh neki ,
@ChandrikaChandrika-xg8lb
@ChandrikaChandrika-xg8lb 13 дней назад
Right
@ashimjyoti672
@ashimjyoti672 15 дней назад
নতুন প্ৰজন্মই কোন দিশে গতি কৰিছে সেইটো আপোনালোকেই কওক 😢
@Ujh476
@Ujh476 9 дней назад
Hokolu manuhe enekuwa:students,mak bapekor pora teacheror loike sob eke hobole dhorile....😅
@ambikakrishna5793
@ambikakrishna5793 15 дней назад
ইমান নাৰকীয় কাণ্ড কৰা নৰাধম টোৰ নাম প্ৰকাশ কৰাত ভয় কিহৰ? সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান কাৰণে নিশ্চয়।
@pullokthengal3346
@pullokthengal3346 15 дней назад
সম্ভ্ৰান্ত পৰিয়াল বুলি ক্ষমা কৰি দিব নেকি।যদি এনেকুৱাই হয় তেন্তে অসমখন ৰসাতলৰ শেষ পৰ্যায়।
@BRBASSOCIATES-jt7wo
@BRBASSOCIATES-jt7wo 13 дней назад
Lorar nam dishant gogoi deutakr nam late premjit gogoi maakr nam mousumi gogoi
@maheawarhazarika2643
@maheawarhazarika2643 9 дней назад
যি সকলে ছাএ জনক মাৰিপেলাবলৈ কৈছে তেখেত সকলৰ ঘৰৰ লৰা হলে তেনেকৈ কব জানো, মাৰিপেলোৱা কথা কলেই সমস্যা শেষ নহয় সমস্যা বাহিবহে, গতিকে যি হৈ গল তাক ৰেপি থকাতকে ছাএ জনক counciling কৰি ভাল পথলে অনাতো আৱশ্যক, লগতে চৰকাৰলৈ এটা আহৱান জনাও চৰকাৰী বা বেচৰকাৰী এই হওক সকলো শিক্ষা অনুষ্ঠানত অষ্টম , নৱম, দশম ,একাদশ আৰু দাদশ মানলৈকে ছাত্র, ছাএী , counciling বাধ্যতামূলক হব লাগে, আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্র, ছাএী মাজত বিভাজন শিক্ষা ই কিছু মানষিক প্রভাব পৰা দেখা যায়, ছাই বিকাশ ও তাৰ বেলেগ নহয়।
@user-mx3uf9en1l
@user-mx3uf9en1l 12 дней назад
নতুনকৈ আহিছিল,থিক্আছে,সাধাৰন্এটাকথাত্,কেতিয়াও কৰিব নোৱাৰে,তাক হয়তো,নতুন বুলি,লগদিয়া,নাছিল,তাল্এপাতনাবাজেবাজে
@binandaphukon731
@binandaphukon731 15 дней назад
ছাত্ৰ জনৰ নাম আৰু অভিভাৱক নাম লুকুৱাই ৰখাৰ ৰহস্য ? ? ?
@bkp9774
@bkp9774 15 дней назад
হিবহাগৰলৈ যাবলৈ ভয়ে লাগে, 😮😮😮
@sivaphukan4977
@sivaphukan4977 15 дней назад
​@@bkp9774 . তাৰ মানে কি বুজাইছ real account r pora .. আহ
@Ujh476
@Ujh476 9 дней назад
​@@bkp9774Hobo baru Gogoi Mogoi hobo pare,kintu STUDENTE hoi no...,aru gutei INDIAR citizen pore.., Baki STUDENTS ba Manuh( jikunu jaator)bor BELEG nohoi dei,
@avijitsaikia8433
@avijitsaikia8433 13 дней назад
শিক্ষা বৰ্তমান বেপাৰ,গুৰু আৰু শিষ্য বৰ্তমান ক্ৰেতা আৰু বিক্ৰেতা গতিকে সংস্কাৰ ক’ৰ পৰা আহিব?মাক বাপেকেও সন্তানক সময় দিব নোৱাৰে,ৰাজনৈতিক মহলতো সদায় অপৰাধ দেখি থাকে,অপৰাধী মুকলি আকাশৰ তলত আনন্দ মনেৰে ঘুৰি থাকে,অভি নীলৰ হত্যাকাৰীৰ কোনো বিচাৰ নহল,জোনমনি ৰাভা,দত্ত উপাধিৰ সেই ডাক্তৰজনক মৰিয়াই হত্যা কৰা পাছতো কোনোধৰণৰ এক্সন নোলোৱা,বলিউদৰ ছবিত অপৰাধীক হি’ৰ হিছাপে দেখোৱা,মোবাইলত কেৱল অৰ্ধউলংগ মহিলাৰ নৃত্য,মুখত শিখৰ গুটকাৰ গন্ধ,এইসকলোবোৰৰ মাজত লৰা এজন ভাল হৈ উঠিবলৈ কষ্ট হয়৷সমাজ ব্যৱস্থাটো বেয়া ফালে লৈ যোৱাত আমাৰ চৰকাৰখনেই সকলোতকৈ দোষী তাৰ পাছতহে মাক বাপেক শিক্ষক আদিবোৰ আহে৷নিউজ চেনেলত কৰা উৎপাত এইবোৰ দেখি দেখি থাকিলে সকলো লৰা ভাল হৈ উঠিব নোৱাৰাটো স্বাভাৱিক কথা৷
@gautamdutta340
@gautamdutta340 15 дней назад
এতিয়া ধৰ্মই এইবোৰ আতৰাব নোৱাৰে সমাজত এতিয়া আধ্যাত্মিকতাৰ প্ৰয়োজন আহি পৰিছে......মন কৰিব দুয়োটাৰে মাজত পাৰ্থক্য আছে
@kalyansingha2775
@kalyansingha2775 15 дней назад
Aku tension nai.... Lachit Hena asey ..., Sob thik koridebo.... Lachithenaa jindabaad
@gautamdutta340
@gautamdutta340 15 дней назад
@@kalyansingha2775 jatiyatabadi setona mru ase miu veer lasit henak honman kru kintu ata kotha veer lasit hena thokar psotu bhut kaita dukhjonok ghotona ghoti gol akhamot 😔
@JohnMedhi
@JohnMedhi 14 дней назад
কাম নাই। ধৰ্ম, আধ্যাত্মিকতা একেই। শোষণৰ অন্য নাম
@novokachari4499
@novokachari4499 14 дней назад
Name and add of the criminal, parents ? Why the reporters trying to hide them ?
@ranjitadeori6018
@ranjitadeori6018 15 дней назад
বৰ দুখ লাগিল
@Happychenal12345
@Happychenal12345 13 дней назад
Teachers ei student r manet aaghat dibo nallage. Seb studentek saman sakure sabo llage. Gharuwa hinsa koribo nallage. Teachers r mono-begyanik gyan thoka usit.
@khirudgogoi578
@khirudgogoi578 10 дней назад
শিক্ষক হৈ শিশুৰ মানসিক অৱস্থাক বুজিবলৈ শিক্ষা লাভ কৰক ।
@jayantadutta5009
@jayantadutta5009 15 дней назад
লৰাটোকো লগে লগে মাৰি পেলাব লাগিছিল।
@xyzx2502
@xyzx2502 15 дней назад
I am also facing such problem in school. We teachers are not enemy of any child, but still the child abuse us with slang words, deny their fault and also attempts to murder. In such cases what will teachers do. Now ,it seems students will teach us a nd we have to learn. Not all students have such criminal mind, but few do. Ow teachers profession has become the worst😢
@nilotpaldas331
@nilotpaldas331 14 дней назад
Learn martial arts bro
@me6666
@me6666 14 дней назад
Please avoid discipline such students..if they don't behave leave the classroom in the middle of the class to punish them. Focus on the dedicated students and avoid interaction with such students. This is really unfortunate 😢 Adhyatmikotahin xomaj r materialistic obsession e eibur besi borhaise and ofcourse drug addiction is another reason.
@mandakinibaruah5622
@mandakinibaruah5622 14 дней назад
I feel sad for his parents too. They would feel awkward in their neighborhoods.
@xyzx2502
@xyzx2502 15 дней назад
There must be new laws against such activities.
@hemalatachetia3765
@hemalatachetia3765 15 дней назад
ল'ৰাজনক এতিয়াই মাৰি পেলাব লাগে ।।ভৱিষ্যত প্ৰজন্মক এইজনে আৰু শিক্ষা দিব,,কাক কেনেকৈ আক্ৰমণ কৰিব পাৰি।। পিতৃ মাতৃৰ আচৰণ,,,অহংকাৰী যেন লাগিছে ।।একো সংস্কাৰ নিশিকালে নেকি ????
@JohnMedhi
@JohnMedhi 14 дней назад
অলপ বেছি হ'ল নেকি😅
@Ujh476
@Ujh476 9 дней назад
@hemalaThikei koise
@utpalsaharia8509
@utpalsaharia8509 15 дней назад
Eko nai hoi jai ankwa...atia howa to kunew solabo noware but tak trol kra bad diyak trol krile xi ru bea rup lobole badhya hbo...tak bujowa2 osit...
@pd9288
@pd9288 15 дней назад
Aibur jiyai thaki lav nai
@user-en2nd8rb7k
@user-en2nd8rb7k 5 дней назад
এই নৰাধম নৰ পিশাচটো পিতৃ মাতৃৰ অতিপাত আদৰৰ ফলত নাইবা কেয়াৰলেচৰ ফলত জঘন্যত কৈও জঘন্য এটা হত্যাকাৰী নৰপিশাচত পৰিণত হৈছে । তাৰ শৰীৰত মানুহৰ তেজ নবৈ হিংস্ৰ জানোৱাৰৰ তেজ প্ৰবাহিত হৈছে। সাৱধান যাতে ই পিঞ্জৰাৰ পৰা ওলাব নোৱাৰে। ওলালেই কিন্তু ই গৰু,ছাগলী,মানুহ আদি মাৰি খাব ।
@digantajyotibordoloi5528
@digantajyotibordoloi5528 15 дней назад
তাক গুলি কৰি দিয়ক সি থকা ঘৰ টু ভাঙি পেলাওক কিয় তাৰ ঘৰটোদেখুৱা নাই
@MixedDiaries
@MixedDiaries 15 дней назад
Today's 17 yr old is as mature as a 25 yr old. So this criminal student should be tried in normal court and not a juvenile one.
@gitanjalihira2324
@gitanjalihira2324 15 дней назад
ছাত্ৰ ছাত্ৰ কৰি আছা নামতো কব কিয় তান পাই আছা নে আপোনালোকৰ হাতত নাই নাম কোৱাৰ অধিকাৰ নাম কৈ দিয়ক
@Ujh476
@Ujh476 9 дней назад
Studente korise ( of state Assam ,India)...upadhi jani labh nai
@rohitnath8717
@rohitnath8717 15 дней назад
Sir jonoloi 🙏🙏🙏,
@ajitkumarphukan9736
@ajitkumarphukan9736 10 дней назад
বহুত বহুত বেয়া হৈ গৈছে sir, ক আত্মা সদগতিৰ কামনা কৰিলোঁ,🙏
@adityaroy1659
@adityaroy1659 14 дней назад
We indians are so emotional that we can't control our feelings and emotions towards the situation so we fail to show our consciousness.... Plss try to stay away from the internet until and unless if its not important.... And always try to find out the matter together with the people who you are involved with such mental cases and help to show them the right path......its all about your love towards the step for greater humanity....
@bkp9774
@bkp9774 14 дней назад
মাক বাপেক কেইটাক দেখা না, মাক জনীক দেখা না , তাৰ নাম কি, কোনেও নকয় চূন । কি আচৰিত । গগৈ উপাধি ৰ বুলি কিছুমানে কৈছে ।
@Ujh476
@Ujh476 9 дней назад
Upadhir logot ki ase Studente korise( of state Assam,India )aru upadhir logot lagi ase,apunar personality gom puwa goise kothat
@bkp9774
@bkp9774 9 дней назад
@@Ujh476 নহয়, আমি মিয়া ছিয়া বুলি ভাবিছিলো। কাৰণ হত্যা লুণ্ঠন আদিত সিহঁত বেছি যে ।
@jayboro2917
@jayboro2917 15 дней назад
C I d dile gom pam
@blackwater-un4dj
@blackwater-un4dj 15 дней назад
Chodaru_Investi-Gay-son_ Department
@umakragogoi
@umakragogoi 15 дней назад
Ati mormantik ghatana .. dukhi hasti poatu bisaru....katha2 besi vabibo lagiya ... ajan satrai kio anekoa karibo pare tar arat kiba ata thakibo lagibo... eman manakhik bikriti hua arat kiba ata karan thakibo lagibo... jidina loke aibur karan vabi uliabo nuaribo hajar jan hikhakar pran jabo...... ghur kali kalar ai2 matra aramvani hr
@HimaniRajbangshi-to3bf
@HimaniRajbangshi-to3bf 13 дней назад
এটা কথা ছাএ জনে বহুতো বোযা কাম কৰিছে কেনেকাৰণত ক্ষমা যোগ্য নহয়গৈ কিন্তু এনেকুৱা ঘটনাবোৰ পুনৰবাৰ নঘটাৰ কাৰণে চৰকাৰৰ এটা ভাল পদক্ষেপ লাগে কাৰণ মই কমেন্টবোৰ পঢ়ি দেখিবলৈ পালো যে লৰাজনৰ এনেকুৱা এটা কাম কৰিব কাৰণে কিজানি বাধ্য জন্মাছে সকলো প্ৰশাসনে তদন্ত কৰিলে ওলাব কিন্তু এইজন লৰা যদি কোনোবা ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়ক সংসদ পুএ হল হৈ নিউজটো পৰিবেশন বেলেগ ধৰণ হল হৈ কলি যুগ এইবোৰ ঘটনা ইতিহাস সাক্ষী আছে শিক্ষক জনক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেওঁৰ আত্মা চিৰশান্তি লাভ কৰক
@AkashSaikia-re5jq
@AkashSaikia-re5jq 12 дней назад
😢😢😢😢😢
@pradeepkonwar1123
@pradeepkonwar1123 14 дней назад
Hey News Life please expose the actual Name of the culprit
@PalHumsafar
@PalHumsafar 14 дней назад
Animal movie khonor tak Indirectly influenced korile sage! Jodi tar mote nhy sob enemy. Bapu Animal movie hoi but living in real.
@user-fc8iw3qe3n
@user-fc8iw3qe3n 15 дней назад
Adhayatmic gayanar abhav hoise
@abhoyamchi7753
@abhoyamchi7753 14 дней назад
Moja👏
@Hanif.nurani
@Hanif.nurani 9 дней назад
😢😢😢
@chiranjibdutta565
@chiranjibdutta565 14 дней назад
Loratu r parents' r kunu reaction nai , ei ghotona boor hoise kebol smart phn.bilkr karone...màx crime case only reason of smartphn...kiba eta solution ulabo lage govtment e.. student -teacher majot jitu friendship xaitu at that moment xex hoi goi ase...bhal hobo jodihe beya student etaku friends hisape teacher e importance diye, parents' logt cooperation rakhi thakibo lagibo, that's my own view..
@unexpressednostalgia4021
@unexpressednostalgia4021 11 дней назад
Kam to bhoyanok hoi.. kintu mastor bur a o aaji kali lora suwali r dukh kosto buji nasai. Khub beya koi kotha bur koi. Tar uporri lora jon or deuta k dhukaisil tar babay tak olop xohoj babay kotha bur kobo lagisil . Mastor or o bebohar or uporot ami kio alusona nokoru ekbar.
@user-tl4sh2xj4l
@user-tl4sh2xj4l 10 дней назад
এইজন ছাত্ৰ নহয় ই এজন ৰাক্ষ।গতিকে তাক এতিয়াই নিৰ্মোল কৰিব লাগে।
@nivagogoi9859
@nivagogoi9859 15 дней назад
মানসিক বিষাদগ্ৰস্ত আৰু বিকাৰগ্ৰস্ত লৰাজন ।
@ranjanborah6503
@ranjanborah6503 15 дней назад
Tako shiksha eta dibo lagisil
@palashjyotidas7658
@palashjyotidas7658 15 дней назад
Lorajonor photo khon kio dhaki dise baru.... Tak dekhai dibo lage iman mohan kam korise loratuye.
@user-bk6eh8sx1v
@user-bk6eh8sx1v 15 дней назад
Rendi putek a hbo..
@blackwater-un4dj
@blackwater-un4dj 15 дней назад
Chodaru_r potal o to hobo pare.
@rintudutta6224
@rintudutta6224 15 дней назад
ডিজিটেল India
@adityaroy1659
@adityaroy1659 14 дней назад
Help yourself and help others.... plss
@sanasarmah3644
@sanasarmah3644 15 дней назад
Khatam kor tak. . Students bure tak dhori mari pelabo lagisile ki sai asile ..sir jonok marise sobe jodi dhorile hoi tak aji sir jiyai thakile hoi ..aji jodi hahok kori uluwa hoi .. atiya kandibou nlge mora pasot
@threeidiots647
@threeidiots647 15 дней назад
Toi sage mastor
@RudraKarki-dz4bf
@RudraKarki-dz4bf 15 дней назад
Fasi dibo laga.
@bitupanborgohain2238
@bitupanborgohain2238 9 дней назад
শিক্ষক ক কোনে সুৰক্ষা প্ৰদান কৰিব !!
@saytanathtamuli9975
@saytanathtamuli9975 12 дней назад
ইয়াক পুলিচে এৰি দিয়াৰ পাছত এই লৰাটো কেতিয়াও শুদ্ধ পঠত নাহে ই। পুনৰ একেই পথ ল'ব । সেই কাৰনে পশাষন সাবধান হ'ব ।
@logomaher9419
@logomaher9419 15 дней назад
I NEED JUSTICE FOR TEACHER 🤬🤬🤬🤬😞😓OM CHANTI😢😢😢😢😤
@loficave-g9t
@loficave-g9t 15 дней назад
Aji loike Assam ot kiman rape case hol tetiya ene ke koisil ne
@Ujh476
@Ujh476 9 дней назад
Right but ,Whole society shoud change😵‍💫😾
@MixedDiaries
@MixedDiaries 15 дней назад
Aren't Sai Vikash students supposed to stay in hostel ?
@loficave-g9t
@loficave-g9t 15 дней назад
Kiba karon asil xikarone krsi 😂
@sunitakalita1467
@sunitakalita1467 11 дней назад
Check the personality before admtt
@diyaanbora
@diyaanbora 15 дней назад
Njnu ki hoi case2..bt emn kohng kio..blg teacher OK kio eku nkrile...sinta kribo lgia ktha jdi lora2 brain 2 bea tetia blg krubak hleu kiba kril hoi.mr mnr question njnu ki hoi mi vbu dhukie hasti pabo lge joi ai axom.
@jyotirmaypatgiri5067
@jyotirmaypatgiri5067 15 дней назад
Point to be noted. Comments bilak porhi manuhor sitadhara buja goise. Praybor Comments kora manuhe aru murder howatu hey bisari ase
@b.kalita1381
@b.kalita1381 15 дней назад
Encounter kori diyok sorkare
@BabuPhukon-bb7uy
@BabuPhukon-bb7uy 15 дней назад
Maak deutak kot gol.
@Bishmita__gogoii
@Bishmita__gogoii 15 дней назад
দুখ লাগিল
@Harishrajbongshi-ef1yu
@Harishrajbongshi-ef1yu 15 дней назад
Right
@AC-en2oz
@AC-en2oz 15 дней назад
Parentse science stream jur ke bhorti koraisile. Pressure lobo pora nai
@ranjanborgohain
@ranjanborgohain 15 дней назад
So?
@manashinisharma8965
@manashinisharma8965 11 дней назад
Student bur zohonname jaok teacher khali pohai jbo lge..
@tirthajyotigogoi9942
@tirthajyotigogoi9942 14 дней назад
গেধা ল'ৰা ছোৱালীক বঞ্চিত কৰে কিছু শিক্ষকে তাৰো কাৰণ হ'ব পাৰে
@tanjitdas-g1y
@tanjitdas-g1y 15 дней назад
Dishant gogoi
@SamritaSangma
@SamritaSangma 10 дней назад
Upar Assamot enekai hoi manuh tar manuh bilak okorai besi thake hikkito bohut Kom pora huna kori cirtificate pai hikkito nohoi bebohar discipline nere he hikkito hoi, moi tate thakile tak wwe kick boxing jeneka fight kore aneka mari tak 2 minute nalage lo hoi Toho te ji bilak tate asil gutei boi padura aru burbok eman satror majot keneka maribo paise,
@user-yd3xk2xt3y
@user-yd3xk2xt3y 15 дней назад
Sivasagar kio bdnm korili
@hiteshdeka9183
@hiteshdeka9183 15 дней назад
Namto kole pap lagiba neki
@ranjanborgohain
@ranjanborgohain 15 дней назад
Dishant goigoi
@Rashmeesvlog
@Rashmeesvlog 15 дней назад
Counselling start kori dbo lage....school student burok
@soniasarkar1431
@soniasarkar1431 15 дней назад
Thik koise apuni
@bichitragogoi1283
@bichitragogoi1283 15 дней назад
হত্যাকাৰীটোৰ বিষয়ে আৰু পিতৃ মাতৃ কোন কিয় নকয় ?
@bijoyagogoi6248
@bijoyagogoi6248 13 дней назад
সেই নৰধমটো নাম ও মুখমণ্ডল দেখুওৱাক। মাকদেউতাকৰ নাম উল্লেখ নকৰা কাৰণ কি ??
@RanjanboraBidurbora
@RanjanboraBidurbora 15 дней назад
Doctore vabe ...Rugi Hoinghya ro barhok Ukile vabe ...Aapunar Cas kal Lagok kintu Kunu Hikhoke Navabe AapunR lortu Ardhpotone jawok... Aapunak Heruai sir Aami mormahoto.
@dhrubakalita8380
@dhrubakalita8380 13 дней назад
A hoise ghur koliug .....he pravo aro ki ki ghatona xunib Pam....😢😢😢
@hayetaliahmed4649
@hayetaliahmed4649 15 дней назад
Daiect Fachi diok
@dipty__ray
@dipty__ray 15 дней назад
Encounter kribo lge tak.... Jail ot thole poisa d ulaiye anibo keidin pasote... Tar pasot xi akow koribo anedhoronor kam
@prabitradas7319
@prabitradas7319 15 дней назад
ইয়াক শিক্ষক সমাজলৈ সোনকালেই উলিয়াই দিয়ক ।
@deepalideka718
@deepalideka718 15 дней назад
বাতৰি পৰিবেশন কৰাত লৰাটোৰ মুখখন ঢাকি ৰখা হৈছে কিয়।তৰ নাম কি?
@rinadeka3967
@rinadeka3967 15 дней назад
Bahut dukhar bisay
@JohnMedhi
@JohnMedhi 14 дней назад
ল'ৰাটোক ভালকৈ বুজোৱাৰ দৰকাৰ।
@lakshmipriyadutta1091
@lakshmipriyadutta1091 15 дней назад
Loratu kor hoi nam ki parentsk matok news korak mak dautakok dakhowk..
@kamalmili2577
@kamalmili2577 13 дней назад
গুৰু অত্যা মহা পাপ
@rajuhazarika6583
@rajuhazarika6583 15 дней назад
নাম নকৰে কিয় মুখখন নেদেখুই তাৰ ঠিকনা ও নিদিয়ে কিয়
@bipulborah2193
@bipulborah2193 15 дней назад
ল'ৰা টোৰ কি নাম আৰু ঘৰ ক'ত।
@munali4695
@munali4695 15 дней назад
student jnk ki sai asa tak Tani loi ah eta eta parts Kati dia tar
@user-ds2en1jq1i
@user-ds2en1jq1i 15 дней назад
Vor(ghor) kalyug parilei neki 😮😮😮😮
@dharmendradas4956
@dharmendradas4956 15 дней назад
News channel bor e tar guardian k biasri poa nai neki ? Tar guardian r mukh khon sowa r bor hepah jonmise.
@adityaroy1659
@adityaroy1659 14 дней назад
We are such a fool people, that we forgot to give attention to the people who really need attention and your affection....... To show some gratitude towards them...
@MonjuSonouwal
@MonjuSonouwal 14 дней назад
😢😢😢😢😢😢😢😢
Далее
Украшаю чехлы 🎀
00:51
Просмотров 203 тыс.