সঁচা কথা । যি জন মানুহে কোনোদিনে জাতিৰ কথা ভৱা নাইবা কোনোদিনে একো কোৱা নাই হঠাতে বিধানসভাত জাতিৰ কথা কৈ চিঞৰি আছে ।আচলতে সেয়া অভিনয়হে যাতে এনেকৈ অসমীয়া বা উজনিৰ অসমীয়াৰ হৃদয়ত সোমাব পাৰে আৰু সফলো হল ।
Absultely ! You are right brother ! Thank you very much for your valuable meaningful speach ! Go ahead , may God bless you with lots of happiness and prosperity !