Тёмный
No video :(

দিহানাম  

Amiya Neog Kalita's Dihanam World official
Подписаться 214 тыс.
Просмотров 2,3 млн
50% 1

দিহানাম ভাগ প্ৰতিযোগী সকলৰ বাবে বহুত সুবিধা হব ৷সকলোৱে নামভাগ শুনিব আৰু আনৰ উপকাৰ হোৱাকৈ লিংকটো শ্বেয়াৰ কৰি দিব ৷
আমাৰ বিনা অনুমতিত নামবোৰ কোনো চছিয়েল মেডিয়া অথবা চেনেলত আপলোড নকৰিব ৷
Nilakantha
• Assamese Devotional So...
O Hari Pranor katore
• Dihanam for Competitio...
Borduwa Alipukhurite
• New Dihanam || Borduwa...
Gunamala Path
• Gunamala Path by Amiya...
Narasingha Rup
• Dihanam // Narasingha ...
অ হৰি অ কংসৰ কাৰাগাৰে
• Dihanam // জন্মাষ্টমী ...
Abhimanyu
• Dihanam || Abhimanyu |...
Amiya Neog Kalita
@amiyaneogkalitasdihanamworld
Amiya Neog Kalita's Dihanam World
Follow my Facebook page:
www.facebook.c...
অমিয়া নেওগ কলিতাৰ কন্ঠ, কথা, সুৰ আৰু সংগীত পৰিচালনাৰে ভক্তিৰ ৰসময় সুৰ-সংগীতৰ বিশেষ ব্যৱস্থা---- Amiya Neog Kalita's Dihanam World ৷
#AmiyaNeogKalita দিহানামৰ কন্ঠ পেছাধাৰী কন্ঠশিল্পী তথা প্ৰশিক্ষক, বিচাৰক আৰু বক্তা ৷ লগতে, ভক্তিমূলক অনান্য গীত, টোকাৰী গীত, দেহ-বিচাৰ গীত, কামৰূপী লোকগীত লগতে অন্য সমূহ লোকগীতো এই চেনেলত উপলদ্ধ হব ৷
তাৰোপৰি ভক্তিমূলক গীত মাত, লোক-সংস্কৃতি তথা ধৰ্মীয় বিভিন্ন কাম-কাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিব ৷
এই চেনেলটোত পৰিৱেশিত হোৱা প্ৰতিটো দিহানাম, টোকাৰী গীত অমিয়া নেওগ কলিতাৰ স্ব-ৰছিত, সুৰ আৰু সংগীত পৰিচালনা নিজৰ৷
How to contact Amiya Neog Kalita?
How to contact Amiya Neog?
Contact Number Amiya Neog Kalita
Contact number of amiya neog kalita
আপুনি যদি আপোনাৰ অঞ্চলত তেওঁৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰে; তেনেহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব::
বালিঘাট (নাজিৰা), #শিৱসাগৰ : 7002440637
#Dihanam #AmiyaNeogKalita #amiyaneog #amiyaneogdihanam #dehbisargeet #tukarigeet #Kamrupialukageet #kamarupia #borgeet #assameseculture #sivsagar #holi #holispecial #assam #Barpeta #Bardua #majuli #assamesedevotionalsongs #abhimanyu ##harharmahadev #srimantasankardev #SriSriMadhabdeva #SankarMadhab
Dihanam Amiya Neog Kalita amiyaneog amiyaneogdihanam dehbisargeet tukarigeet Kamrupialukageet kamarupia borgeet assameseculture sivsagar holi holispecial assam assamesedevotionalsongs

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 930   
@madhabgogoi1056
@madhabgogoi1056 2 года назад
নামটো তোমাৰ প্ৰিঞ্চিপ্ৰিয়া , মায়ে মাতে সোণ বুলি। দিহা নাম গোৱা দিহা লগাই, দিহাৰ মাজতে ৰগৰ তুলি।। আগবাঢ়ি যাবা ভবামতেই, আশীৰ্বাদ থাকিল আমাৰ। ভগৱন্ত সদায় নিজৰ মাজতে, আয়ুস বঢ়াব তোমাৰ।। পঞ্চপাণ্ডৱ আছিল পাঁচজন, ঈশ্বৰে কৰিলে সহায়। তোমালোকো আছা পাঁচগৰাকী, আগবাঢ়ি যোৱা ঈশ্বৰ আছে সদায়। দুয়োফালে আছে দুজনকৈ সখা, বাদ্যত পিছে অতি নিপুন, দুয়োজন যেন বিপদত তোমালোকৰ কৃষ্ণ আৰু অৰ্জুন। শুভেচ্ছা যাচিলোঁ দেৰিকৈ হলেও জন্মদিনৰ তোমাৰ, দিহানামবোৰ গায়যাবা সদায় আশীৰ্বাদ থাকিল আমাৰ।
@amiyaneogkalitasdihanamwor4408
@amiyaneogkalitasdihanamwor4408 2 года назад
বৰ ভাল লাগিল মোক এনেদৰে উৎসাহ সেৱা সেৱা জনালোঁ ৷যোগোৱাৰ বাবে ৷ মা পাপাৰ মৰম, আৰ্শীবাদৰ উপৰিও আপোনালোকৰ মৰম ,আৰ্শীবাদ পোৱাৰ বাবে ৷ সদায় যেন পাও আৰু মই চেষ্টা কৰি যাম ৷ কৃষ্ণ ৷
@princhipriyakalitahun
@princhipriyakalitahun 2 года назад
Bahut Dhonyobad 🙏🥺💞❤️
@madhabgogoi1056
@madhabgogoi1056 2 года назад
কৃষ্ণ।
@papusharma4471
@papusharma4471 2 года назад
অতি সুন্দৰ আকৰ্ষণীয় পৰিৱেশন উজ্জল ভবিষ্যত কামনাৰে পভূৰ চৰন শেবিভলৈ শক্তি দিয়ক আগুৱাই যাবলৈ নতুন পৰজনমৰ মাজলৈ সোমাই গৈ থাকিব লৈ
@sumitavlogs6183
@sumitavlogs6183 2 года назад
god bless
@sumitradeka3599
@sumitradeka3599 4 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏 মাজনী তুমি মাতৃক অনুসৰণ কৰি শৈশৱ কালৰ পৰা দিহানাম পৰিৱেশন কৰি ভকতিৰ ক্ষেত্ৰখনত যি আদৰ্শ ও অৱদানৰ পদক্ষেপ লৈছা সেয়া অতিকৈ আদৰণীয় আৰু প্ৰশংসনীয় 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 প্ৰভু ভগৱন্তই কৃপা কৰক 🙏🙏🙏🙏
@nayanmanikataki8130
@nayanmanikataki8130 13 дней назад
Val lagil kuni ❤
@nirmolandnibirdas1500
@nirmolandnibirdas1500 Год назад
দিহানাম ষাৰ শুনি বহুত ভাল লাগিছে অতি সুন্দৰ হৈছে
@champawatidekadeka336
@champawatidekadeka336 13 дней назад
Princhipriya সঁচাকৈ সুন্দৰ হৈছে আৰু আগুৱাই যোৱা ভগৱানে নিশ্চয় সহায় কৰিব কৃষ্ণ
@sumitradeka3599
@sumitradeka3599 11 месяцев назад
শ্ৰুদ্ধাৰ অমিয়া নেওগ কলিতা আই -গৰাকীৰ তুমি সুযোগ্যা কন্যা ।সুন্দৰ দিহানাম প্ৰচাৰ আৰু প্ৰসাৰ কৰি প্ৰভু-কৃষ্ণৰ কৃপাধন্য হৈ আগবাঢ়ি যোৱা ।তাকে কামনা কৰি ভগৱানৰ ওচৰত প্লাৰ্থনা জনালো মাইনা ।কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@rajendutta2594
@rajendutta2594 Год назад
সুন্দৰ কণ্ঠ প্ৰিন্সীপ্ৰিয়া।ভগমানে তোমাক আৰু আগবাঢ়ি যাবলৈ শক্তি দিয়ক।
@ranjanborah8190
@ranjanborah8190 10 месяцев назад
কৃষ্ণ আই গৰাকী অতি সুন্দৰ নাম... ভগবানে কৃপা কৰক আপোনালোকৰ
@dilipmousumi4822
@dilipmousumi4822 2 года назад
Bhut Bhut Dhuniya 🙏🙏🙏🙏
@sumitradeka3599
@sumitradeka3599 8 дней назад
কৃষ্ণ🙏🙏🙏🙏🙏কৃষ্ণ 🙏🙏🙏🙏🙏কৃষ্ণ 🙏🙏🙏🙏🙏কৃষ্ণ 🙏🙏🙏🙏🙏 কৃষ্ণ 🙏🙏🙏🙏🙏
@TulaGogoi-ee5yl
@TulaGogoi-ee5yl 4 месяца назад
Kije huwola 2mar kontha ❤..bujabo nuwari.... 2mar aru 2mar mar dihanaam ratipua hunile mon jur pori jai.... Hodai gai jaba ari nidiba aiya amar honskriti...... Vobishyot projonmoi jate aibur ari nidiye tate vogobanor usrt parthona ..... Aguai jua amar akhirbad 2mar uporot hodai thakibo....♥️🙏🙏🙏
@sandhyaranikarkha2130
@sandhyaranikarkha2130 2 года назад
👌👌👌 ......xub xundar ......
@user-tl4db7oq3m
@user-tl4db7oq3m 5 месяцев назад
বৰ ভাল লাগিল দেই। ঈশ্বৰ প্ৰদত্ত কণ্ঠ তোমাৰ।ধন্যবাদ জ্ঞাপন কৰিছো।ঈশ্বৰে মংগল কৰক।
@debojitborah8599
@debojitborah8599 2 года назад
Dhunia hoise suni vl lagil
@kabitaborah5007
@kabitaborah5007 2 года назад
Mojaaa vonti aru aguai jua
@abhispakashyap2281
@abhispakashyap2281 2 года назад
সুন্দৰ পৰিবেশন. নাম গুন গাৱলৈ প্ৰভুই তোমাক শক্তি দিয়ক ভক্তি দিয়ক....মইনা তুমি কুশলে থকা...
@aparajitatamuli7273
@aparajitatamuli7273 2 года назад
সুন্দৰ হৈছে, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম,ভগৱান কৃষ্ণ প্ৰতি ক্ষন তোমাৰ লগত আছে
@gunajitassam8787
@gunajitassam8787 Год назад
সুন্দৰ দিহানাম
@nripendeka9800
@nripendeka9800 Год назад
অতি সুন্দৰ হৈছে; ভক্ত প্ৰহ্লাদৰ দিহা নাম ভাগি পৰিপাতি আৰু - - - ক্ৃষ্ণ বাইদেউ আপোনাৰ ছোৱালী আগুৱাই যাওক ॥
@sumitradeka3599
@sumitradeka3599 10 месяцев назад
KRISHNA🙏🙏🙏🙏🙏🙏 GURU SANKAR 🙏🙏🙏🙏🙏🙏
@Rekhadass960
@Rekhadass960 6 месяцев назад
ধুনীয়া লাগিছে তোমাক কৃষ্ণ 🎉🎉🎉
@miragogoi2073
@miragogoi2073 Год назад
Jonmr dina bhut bhut huvaisha thakil agrloika anekoi ag bahi jua maa n tumi 🙏🙏🙏🙏🙏🙏🙏🙏
@aparajitadas4592
@aparajitadas4592 2 года назад
কৃষ্ণ 🙏🙏🙏 বহুত ভাল লাগিল ❤️❤️❤️
@kanchankalita8512
@kanchankalita8512 2 года назад
ভগৱানে কুশলে ৰাখক ।অতি সুন্দৰ ।ৰাতিপুৱাই মনতো ভৰি গল!
@nizjagialraha4338
@nizjagialraha4338 2 года назад
অচিনাকী ভণটি লৈ আশিবাদ থাকিল লগতে মৰম।জাচিলো
@sumitradeka3599
@sumitradeka3599 Год назад
অতি সুন্দৰ কণ্ঠ। ভগবানে মঙ্গল ও কৃপা কৰক। 🙏🙏🙏🙏🙏
@Sawapnalirajkhowa
@Sawapnalirajkhowa 3 дня назад
কৃষ্ণ কৃষ্ণ। কৃষ্ণ 🙏🙏🙏
@chitraranjangogoi8899
@chitraranjangogoi8899 2 года назад
আগুৱাই যোৱা তোমালোক সদায়ে থাকিব শুভাষা
@pallabimahanta2741
@pallabimahanta2741 2 года назад
ইমান সুন্দৰ কণ্ঠ, ভগৱানে মংগল কৰক সকলোকে।
@barshita.nikhilbhuyan3846
@barshita.nikhilbhuyan3846 2 года назад
In
@rinkumanidas8050
@rinkumanidas8050 2 года назад
প্ৰিন্সি তোমাৰ কণ্ঠ মাতকৈয়ো আৰু এগুন চৰা সচাকৈ নামভাগ শুনিলে এৰি দিবৰে মন নাযায়।দিনটোত কিমান বাৰ যে শুনো তাৰ হিচাপ দিব নোৱাৰিম আৰু আগুৱাই যোৱা প্ৰিন্সি দেহাজনী।হিয়া উজাৰি দিছোঁ তোমাক আশীৰ্বাদ।কুশলে থাকা।
@sumitradeka3599
@sumitradeka3599 4 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@junmoniborah9643
@junmoniborah9643 2 года назад
Bhut vl lagil huni vonti tumr kontho hsai modhur aru aguai jua
@user-cw8rj5hc9e
@user-cw8rj5hc9e Год назад
প্ৰিঞ্চিপ্ৰিয়া তুমি ৰুপে গুণে মনোমোহা । তুমাৰ সুললিত কুকিল যাদুকৰী কণ্ঠই মোৰ মন সাগৰত ভাৱনাৰ ঢৌৱে চুনামি বোৱালে । এনেকৈয়ে তুমি জীৱনৰ লক্ষত উপনীত হোৱা । সঙ্গীবৃন্দলৈও সঁচা মৰম যাচিলো ।
@user-gw2zh6ow1r
@user-gw2zh6ow1r 6 месяцев назад
Krishna 🙏🙏🙏
@anantaborgohain3971
@anantaborgohain3971 Год назад
কৃষ্ণ! যুগে যুগে অৱতাৰ!
@banashriswargiary5868
@banashriswargiary5868 Год назад
আইজনি ভগৱাৱে তোমাক মংগল কৰক |ইমান মিঠা কনঠ |আগুৱাই যোৱা |
@user-mj2mt7ph7t
@user-mj2mt7ph7t 10 месяцев назад
ভক্তি, শ্ৰদ্ধা, ধৈৰ্য্য আৰু সাহসী কতা লয় আগুৱাই যোবা। ভক্ত বৃন্দ লৈ অসেক ধন্যবাদ থাকিল। তোমাক সহায়তায় কৰক। সকলোকে ঈশ্বৰে মংগল কৰক। আয়ু্ৰ্ষ দীর্ঘদিন কৰক
@promodborah3768
@promodborah3768 Год назад
তোমাৰ লোকৰ হৰি নাম ইমান ভাল লাগিল ধন্যবাদ থাকিল
@sangitaborahrangpur
@sangitaborahrangpur 2 года назад
অতি সুন্দৰ। ভগৱন্তই তোমাক মঙ্গল কৰক।
@sumitradeka3599
@sumitradeka3599 8 месяцев назад
কৃষ্ণ 🙏🙏🙏🙏🙏🙏 সুন্দৰ কণ্ঠ তোমাৰ লগতে সঙ্গীবৃন্দৰো ❤️ প্ৰভু কৃষ্ণই কৃপা কৰক ভবিষ্যতে আগোৱাই যোৱাত সমষ্ট শিল্পীবৃন্দক 🙏🙏🙏
@Dipankarmedhi877
@Dipankarmedhi877 Год назад
আপোনাৰ ধুনীয়া সুৰেৰে আমাৰ গাঁওৰ আয়তী সকোলৰ মন জয় কৰিছে। আগলৈ আগুৱাই জোৱা তাৰে কামনা থাকিল। কৃষ্ণ নাম কৃষ্ণ ললো হৰি নাম হৰি পালো।
@madhusmitabora1279
@madhusmitabora1279 2 года назад
Very nice👌 happy birthday 🎂 God bless you 🙏 🙏 😘 😘 🎂 🎂 🍰 🍰 🍫 🍫 🍕 🍕 🎁 🎁
@gameropbhai1111
@gameropbhai1111 2 года назад
বহুত বহুত ধন্যবাদ মাইনা ভগবানে তোমালোকক ভালে ৰাখক
@bijumonidutta2472
@bijumonidutta2472 2 года назад
অতি সুন্দৰ, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো, প্ৰভূৱে কৄপা কৰক 🌹❤️❤️❤️🌹
@ProdipHandique-mg7qt
@ProdipHandique-mg7qt Год назад
প্ৰিঞ্জিপ্ৰিয়া মাৰ নিচিনা তোমাৰ কন্ঠতু যাদু আছে। তুমি আগবাঢ়ি যোৱা। আমি আশীৰ্বাদ কৰিছো।
@dhrubakonwar9124
@dhrubakonwar9124 Год назад
হৰি অনন্ত হৰি কথাও অনন্ত । ধৰ্ম মনুষ্যৰ শ্ৰেষ্ট্ৰ কৰ্ম।
@user-fq6tl4em3i
@user-fq6tl4em3i 2 года назад
সুন্দৰ হৈছে। আমাৰ আশীৰ্বাদ সদায় আছে তোমালোকৰ ওচৰত। সুস্থ হৈ থাকা আগুৱাই যোৱা জীৱনৰ সু পথত।ভগৱানে সহায় কৰিব।
@ruliborah4594
@ruliborah4594 2 года назад
অতি সুন্দৰ হৈছে , ভাগিন প্ৰিঞ্চীপ্ৰিয়া ( সোণ ) | মাজনী , তোমাক গুৰু দুজনাই কৃপা কৰক |
@dipankargogoi8241
@dipankargogoi8241 2 года назад
Jonmodinor hubhesha thakil princi....aru bohudur aguwai juwa take kamona koru
@mrinuldeka6141
@mrinuldeka6141 Месяц назад
সুন্দৰ অতি সুন্দৰ। কৃষ্ণ।
@pranjitborah2651
@pranjitborah2651 2 года назад
বহত ভাল হৈছে। তোমাক আৰু তোমাৰ সহযোগী সকললৈ অলেখ অলেখ শুভ কামনা জনালোঁ 🙏🎆🌅❤️👍
@monishakhanikar5962
@monishakhanikar5962 2 года назад
সুন্দৰ হৈছে ।ভগৱানে তোমাৰ মংগল কৰক 🙏🙏🙏
@hazarikachukmajuli7170
@hazarikachukmajuli7170 2 года назад
ব হু ত ভাল লাগে তোমাৰ কণ্ঠত ।তুমি থিঘায়ু হোৱা
@manjulanath2645
@manjulanath2645 2 года назад
সুন্দৰ ,,,, ঈশ্বৰে কুশলে ৰাখক । ওপজা দিনৰ বহুত বহুত ধন্যবাদ ,,, 🎂😘❤
@sumitradeka3599
@sumitradeka3599 10 месяцев назад
কৃষ্ণ প্ৰভুয়ে তোমালোক আটাইকেইগৰাকী শিল্পী আৰু বাদ্যযন্ত্ৰীকে কৃপা কৰক । কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 শঙ্কৰ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@jituldas4333
@jituldas4333 2 года назад
বৰ ধুনীয়া লাগিল কৃষ্ণ কৃষ্ণ
@khirodagogoi625
@khirodagogoi625 2 года назад
প্ৰিস্নী আইজনী তোমাৰ জম্ম দিনৰ বাবে শুভেচ্ছা ও আশীৰ্বাদ থাকিল । ইমান সুন্দৰ কৈ গাইছা । আগুৱাই গৈ থাকা । লগতে পঢ়া শুনা ভালকৈ কৰি যাবা দেই । আমাৰ আশীৰ্বাদ সদায় আছে তোমালোকলৈ । তোমাৰ মাৰ নাম শ্ৰৱণ কৰা আমি নিয়মীয়া শ্ৰোতা । কৃষ্ণ কৃষ্ণ ।
@BinitaSaikia-qu5td
@BinitaSaikia-qu5td Год назад
By
@MintuKalita-eu2du
@MintuKalita-eu2du 5 месяцев назад
আশীৰ্বাদ কৰিছো নেদেখা জনৰ ওচৰত আৰু আগোৱাই যোৱা।
@jitulgogoidugogoi7053
@jitulgogoidugogoi7053 Год назад
অতি। সুন্দৰ ভগৱান উছৰত প্ৰাৰ্থনাৰ জনাইছু
@ranjunath4460
@ranjunath4460 Год назад
খুউব সুন্দৰ কণ্ঠ ।চাই আছোঁ বাৰে বাৰে।❤
@riniborah3339
@riniborah3339 2 года назад
জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জনালো 🎂 বহুত ধুনীয়া হৈছে,, ভগৱানে কুশলে ৰাখক আৰু আগুৱাই যোৱা,,,,,,,,,,,
@pancard-qj7fg
@pancard-qj7fg 10 месяцев назад
🙏🙏🙏🙏🙏
@ManikNath-wg6mj
@ManikNath-wg6mj 4 месяца назад
Bahut khundar vani krisna
@bobynath4148
@bobynath4148 2 года назад
কৃষ্ণ কৃষ্ণ। সুন্দৰ।
@user-le4tl2dy2j
@user-le4tl2dy2j 2 года назад
ভাল হৈছে আৰু ভাল হব , কৃষ্ণ 🙏
@putulkalita3115
@putulkalita3115 2 года назад
সচাকৈ সুন্দৰ কণ্ঠ । অসমৰ এগৰাকী সুকন্যা এওঁ ।ভগৱানৰ আশীস থাকিৱই ।
@anitabhuyananitabhuyan629
@anitabhuyananitabhuyan629 2 года назад
কৃষ্ণ,, অতি সুন্দৰ কণ্ঠ,,,,❤️❤️❤️❤️
@namitapathakkalita380
@namitapathakkalita380 2 года назад
বহুত ধুনীয়া হৈছে ❤👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
@jayashridevi8169
@jayashridevi8169 2 года назад
অতি সুন্দৰ কণ্ঠদান সোন। আগুৱাই যোৱা তোমাৰ জীৱন বাটত। আমাৰ আশীৰ্বাদ সদায় আছে।
@rajibsaikia5725
@rajibsaikia5725 2 года назад
বৰ ভাল লাগে তোমাৰ কণ্ঠত নাম শুনি,মাতৃতকৈ কোনোগুণে কম নহয়।আগুৱাই যোৱা 🙏🙏
@banajitmedhi2272
@banajitmedhi2272 2 года назад
Bohut val hoise . krishna krishna 🙏
@mili-juli9688
@mili-juli9688 Год назад
বহুত সুন্দর ।দলটি আরো আগবাহি যাওক।ভগবানে সহায় করক।তাকেই প্রাথনা জনালো।
@bitupanbarua9222
@bitupanbarua9222 2 года назад
সুন্দৰ কন্ঠস্বৰ ভাল লাগিল ঈশ্বৰে কৃপা কৰক🙏
@jyotikhanikarmoon5359
@jyotikhanikarmoon5359 2 года назад
ইমান সুন্দৰ কন্ঠ প্ৰভুৱে সকলোকে কৃপা কৰক ।
@pranjitgogoi3248
@pranjitgogoi3248 2 года назад
Happy birth day prinshi priya 🎂🍫🥰 agbarhi jua tumi 🥰 hodai hukhi hua tumi 🥰 ❤️🥰❤️🥰 aji aei huvo din2 tumar Hukh hantire vori porok 😍🥰❤️👌👌
@MintuKalita-eu2du
@MintuKalita-eu2du 5 месяцев назад
অতি সুন্দৰ হৈছে। আগলৈ আগবাঢ়ি যোৱাত কমেন্ট কৰি সহায় কৰিম।
@protikhyadutta.6398
@protikhyadutta.6398 2 года назад
Happy birthday Prinshi . তোমাৰ কণ্ঠটো সঁচাই অতি মনোমোহা ।লগৰ আটাইকেইগৰাকীৰে উজ্বল ভৱিতষ্যত কামনা কৰিলো ।
@narayanray9061
@narayanray9061 2 года назад
Wwww
@narayanray9061
@narayanray9061 2 года назад
Wwwww22 there
@pancard-qj7fg
@pancard-qj7fg 10 месяцев назад
😂🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
@hemantagogoi5907
@hemantagogoi5907 2 года назад
🙏🙏 অপূৰ্ব্ব 🙏🙏❤
@monujkumargogoi2013
@monujkumargogoi2013 2 года назад
ৰাম কৃষ্ণ ৰাম কৃষ্ণ তোমালোক আটাইকে ঈশ্বৰে কুশলে ৰাখক লগতে প্ৰণাম জনাইছো
@hunkonborah3211
@hunkonborah3211 2 года назад
Eman hundor hoise .. Hunile huni thakib mon jai🙏🏼🙏🏼🙏🏼
@hemontadutta8307
@hemontadutta8307 2 года назад
অতি সুন্দৰ কন্ঠ , ভগৱানৰ ওচৰত প্ৰাথনা জনায়ছো তোমালোক আগুৱাই যোৱা। কৃষ্ণ কৃষ্ণ 🙏
@rubihazarika7033
@rubihazarika7033 2 года назад
বহুত সুন্দৰকৈ গাইছা মাজনি,আগুৱাই যোৱাৰ, ।
@PPSWORLD
@PPSWORLD 2 года назад
Hundor hoise principriya...hundor kontho tmr..tmi aguaii jua tare kamona korilu
@Narendrasaikia556
@Narendrasaikia556 3 месяца назад
Harekrisnahareram
@susilkalita8039
@susilkalita8039 2 года назад
ৰাম ‌ৰাম‌‌ হৰি ‌হৰি‌‌‌ আপোনালোকৰ মনোমোহা গীত পৰিৱেশন শুনি বৰ ভাল‌লাগিছে‌ কৃষ্ণ কৃষ্ণ ‌আপোনালোকৰ‌বাহীৰ‌সূৰ‌ বাদ্য ৱাজানা সছাকৈ ৱৰ ভাল‌লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে সকলো নামটি সকল ‌আৰু আগলৈকে আগ বাঢ়ি ‌যাওক‌
@meetalisenapati1015
@meetalisenapati1015 2 года назад
Happy birthday my dear Princy God bless you. Bohut dhuniya gaisa bhogobane tumak aru aguwai loi jak
@saktysassamese....2207
@saktysassamese....2207 2 года назад
সুন্দৰ কণ্ঠ 💕💕💕💕 ।। ভগৱানে কুশলতা প্ৰদান কৰক । আগুৱাই যোৱাৰ কামনাৰে বহুত মৰম ।।।
@jatinhaloi7412
@jatinhaloi7412 2 года назад
Happ birthday .God bless you Ma. Go on with your high er study
@nivaborah7303
@nivaborah7303 2 года назад
Ati hundar vogowantoi aguai jaboloi aru hokti diok🙏🙏🙏
@bakulchutia8123
@bakulchutia8123 2 года назад
Bahut val lagise. God will bless you.
@alikonwar9536
@alikonwar9536 2 года назад
আগবাঢ়ি যোৱা, বহুত ভাল হৈছে । তোমালৈ আন্তৰিক আৰ্শীবাদ থাকিল ।
@abhijitgogoi1479
@abhijitgogoi1479 2 года назад
Bohut dhunia hoise khul bojuwa jonok korbat dekhar nisina lagise
@promodborah3768
@promodborah3768 Год назад
হৰিনাম‌ ইমান ভাল লাগিল ধন্যবাদ থাকিল
@bhaskarjyotiborah6776
@bhaskarjyotiborah6776 2 года назад
কৃষ্ণ ! কৃষ্ণ! কৃষ্ণ!
@guptasarmah8949
@guptasarmah8949 2 года назад
প্ৰিন্সিপ্ৰিয়া তোমাৰ জন্মদিনত তোমালৈ বহুত বহুত শুভেচ্ছা তথা আশীর্বাদ জ্ঞাপন কৰিছো যাতে তোমাৰ অনাগত প্ৰতিটো দিনেই সুন্দৰ তথা মধুময় হওঁক। দিহানাম ভাগ অতি সুন্দৰ হৈছে। এইদৰে পিছলৈ নোছোৱাকৈ আগুৱাই গৈ থাকা যাতে সফলতাৰ উচ্চ শিখৰ আৰোহণ কৰিব পাৰা। God bless you.
@rupjyotiborarupjyoti6872
@rupjyotiborarupjyoti6872 2 года назад
Khub xundor....
@PadmoGogoiVlog
@PadmoGogoiVlog 2 года назад
বহুত সুন্দৰ লাগিল কৃষ্ণ🙏
@himangisaikia5357
@himangisaikia5357 2 года назад
পিষ্ণিলৈ আশীৰ্বাদ জনালোঁ আগুৱাই যোৱা লগতে সঙ্গী সকলকো শুভেচ্ছা জনাইছো সুন্দৰ হৈছে ।
@jpr1086
@jpr1086 2 года назад
🙏🙏🙏 অতি সুন্দৰ।
@anjukalita161
@anjukalita161 Месяц назад
সুন্দৰ হৈছে ।বৰমৰম লাগে ছোৱালী জনী সুন।দৰ কন্থ
@Narendrasaikia682
@Narendrasaikia682 7 месяцев назад
🙏💘radha.radha
@runuphukan9954
@runuphukan9954 2 года назад
জন্ম দিনৰ শুভ কামনা জাছিলো নাম ষাৰ সুন্দৰ হৈছে
@animaboruah9464
@animaboruah9464 2 года назад
ইমান মিঠা ইমান সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা তুমি তোমাৰ লক্ষত শুভকামনা যাচিছো ।
@sumitradeka3599
@sumitradeka3599 Год назад
6:58 Very Sweet voice all of you. Go ahead God blless all of you. 🙏🙏🙏🙏🙏🙏🙏
@JoyramSaikiaJoyramSaikia
@JoyramSaikiaJoyramSaikia 17 дней назад
Krisno 🙏🙏🙏
@digantahazarika3438
@digantahazarika3438 2 года назад
শুভেচ্ছা জনালো৷ধুনীয়া হৈছে৷
@rumisaikia7839
@rumisaikia7839 2 года назад
Happy birthday princypriya🎂❤️
@SonaliBora-nr7wt
@SonaliBora-nr7wt Год назад
মজাৰ লাগিছে
Далее
SHIRT NUMBER OR SWIM 🙈💦
00:32
Просмотров 5 млн
skibidi toilet zombie universe 40 ( New Virus)
03:06
Просмотров 1,2 млн
Əliyev və Putin kilsədə şam yandırıblar
00:29
Просмотров 177 тыс.
SHIRT NUMBER OR SWIM 🙈💦
00:32
Просмотров 5 млн