কাৰ কেতিয়া মৃত্যু আহে কোনেও নাজানে। দুই ভাতৃ-ভগ্নীয়ে পৰীক্ষা দিবলৈ যোৱাৰ পিছতে মৃত্যুক আঁকোৱালি ল'লে মাতৃয়ে। বৰপেটাৰ বিশ্বজিৎ দাস আৰু বৰ্ণালী দাসৰ কৰুণ কাহিনী এয়া।
18 сен 2024