Тёмный

দেওবৰীয়া বিশেষL: চৰকাৰে ক’ৰবাত ভুল কৰিছে নেকি ? বেলতলা বজাৰত সাধাৰণ মানুহৰ মনৰ কথা 

Prag News
Подписаться 2,2 млн
Просмотров 220 тыс.
50% 1

দেওবৰীয়া বিশেষL: চৰকাৰে ক’ৰবাত ভুল কৰিছে নেকি ? বেলতলা বজাৰত সাধাৰণ মানুহৰ মনৰ কথা
Watch the full clip to know more about this story.
#pragnews #assam #sundayspecial #assamgovt #loksabhaelection2024
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Опубликовано:

 

4 май 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 289   
@user-qg9dt9zb1c
@user-qg9dt9zb1c Месяц назад
বাইদেউৰ খং উঠাটো স্বাভাবিক ।
@HappyAardvark-wv4ol
@HappyAardvark-wv4ol Месяц назад
I Like 3 Gogoi s + Mira Borthakur Baideo Thanks
@MerijaBegum-oc5jl
@MerijaBegum-oc5jl Месяц назад
Kio baidu kiba duksh paise toi ki bujibi
@nirengond5532
@nirengond5532 29 дней назад
@anjugogoi6222
@anjugogoi6222 Месяц назад
মোৰত গামোচা ভৰা বাইদেউ গৰাকী য়ে উচিত কথা কৈছে ধন্যবাদ জনাইছো
@_lam_007_
@_lam_007_ Месяц назад
Thanks gamosa baido
@dimpybegum6546
@dimpybegum6546 Месяц назад
Thik koise
@bhaskarbordoloi9049
@bhaskarbordoloi9049 Месяц назад
Right 👍
@mandiraboro5657
@mandiraboro5657 Месяц назад
Cgs uthile buhot pabo de
@pinkukachariofficial7328
@pinkukachariofficial7328 Месяц назад
সঁচা কথা কৈছে
@AnandaKhound-jr3te
@AnandaKhound-jr3te Месяц назад
এই অহংকাৰী চৰকাৰক ধ্বংস কৰাৰ এইয়া উপযুক্ত সময় ।আপোনালোকে উচিত শিক্ষা দিয়ক ।মিছা কথা কোৱাৰ এটা সীমা আছে ।মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে ।ঔষধৰ মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে ।কা আইন আনি অসমীয়া ক নিঃশেষ কৰা পৰিকল্পনা কৰিছে ।আমাক ভিখাৰি নকৰিব ।বিজেপি হতাও দেশ বচাওক ।
@binapanitalukdarbinapanita2559
@binapanitalukdarbinapanita2559 Месяц назад
মজা দিছে বাইদেউ ,ধন্যবাদ আপোনাক।এনেকুৱা সাহসি মহিলাৰ বৰ্তমান অসমত বহুত প্ৰয়োজন
@user-jz3pi9hc1u
@user-jz3pi9hc1u Месяц назад
সচাঁ কথা কৈছে ।ধন্যবাদ বাইদেউ🎉🎉
@user-vi1ck2yv1n
@user-vi1ck2yv1n Месяц назад
বাইদেউ আপোনাক শত সহস্ৰ ধন্যবাদ
@prabhatchborah3751
@prabhatchborah3751 Месяц назад
এতিয়া BJP অসমত নাই দেখা আমি কংজেপি হে দেখিবলৈ পাইছো !
@papuborgohain8156
@papuborgohain8156 Месяц назад
সৰু সৰু মানুহবোৰৰ অন্তৰৰ পৰা বিজেপি আতৰিব ধৰিছে ইয়াৰ একমাত্ৰ কাৰন হল কংগ্ৰেছৰ পৰা যোৱা বিজেপি
@pratibhasandhan
@pratibhasandhan Месяц назад
শৰ্মা নামত লুভীয়া। জেগাত দিছে বৰমাই
@shirazahamed8149
@shirazahamed8149 Месяц назад
হিমন্ত এটা ফুটুৱা
@bakulboruah2026
@bakulboruah2026 Месяц назад
মীৰা বাইদেউ গুৱাহাটীত জিকিব।বাইদেউলৈ অলেখ শুভেচ্ছা জনালোঁ।।
@hanseali1924
@hanseali1924 Месяц назад
এজিপি,বিজেপি,এআ ইউদিফ হাতাও, কগ্ৰেছ বছাও,কগ্ৰেছ জিন্দাবাদ
@rahuldoley8527
@rahuldoley8527 Месяц назад
গোটেই কেইটা দলৰে কাম নাই
@hanseali1924
@hanseali1924 Месяц назад
কাম নহলেও তো উপায় নাই। তথাপিও কগ্ৰেছ,লুৰিন,অখিলঅকে দিয়া ভাল
@kunalsarania3877
@kunalsarania3877 Месяц назад
Congress mukt Bharat😂😂😂😂😂😂😂
@LegendIshan
@LegendIshan Месяц назад
অসমৰ জাতি জনগোষ্ঠী সকলোৱে সজাগ হওক বিজেপি দলৰ বিৰুদ্ধে ভোট দান কৰিবলৈ, বিজেপি দল অসমৰ জাতি জনগোষ্ঠীয় লোক সকলৰ বাবে নহয়
@JIRI138
@JIRI138 Месяц назад
ঠিক কৈছে ,সাধাৰণ জনতাৰ উন্নতি হওক বা নহও নেতা বা পালি নেতাৰ উন্নতি ঠিকেই হয়
@ashaekka6730
@ashaekka6730 Месяц назад
Mira Bhorthakur zindabad
@prasenjitbarman1783
@prasenjitbarman1783 Месяц назад
Mira baideu zindabaad
@user-qg9dt9zb1c
@user-qg9dt9zb1c Месяц назад
ধন্যবাদ ককাইদেউ ।
@user-fz1fp7oj3u
@user-fz1fp7oj3u Месяц назад
এই মানুহ জনলৈ মোৰ অশেষ ধন্যবাদ থাকিল।
@arupkakati4905
@arupkakati4905 Месяц назад
100% Right,BJP go Back
@bishnugogoi9801
@bishnugogoi9801 Месяц назад
Congress jindabad Mera jindanad
@papayanath9512
@papayanath9512 Месяц назад
Gaurav Gogoi Zindabaad ❤
@Aparjithajong
@Aparjithajong Месяц назад
Congress jindabad
@mantuhussain6183
@mantuhussain6183 Месяц назад
BJP ট যদি শুকুৰ আলি উঠে , জিকিব। মূৰ্খৰ অভাৱ নাই😂😂😂 কংগ্ৰেছৰ পৰা আহি পুৰণি BJP ক মূৰ্খ বনাই নিজে ৰজা হৈ আছে।। নামত BJP দল 🤔🤔🤔🤔🤔🤔
@sailendrasaikia630
@sailendrasaikia630 Месяц назад
You are right
@foridhossain2554
@foridhossain2554 Месяц назад
Vote for congress party🙏
@user-gf3hs8rf9k
@user-gf3hs8rf9k Месяц назад
Right
@janarddansenapati8904
@janarddansenapati8904 Месяц назад
ঐ বাইদেউ,মুৰত গামোচা মাৰি বজাৰ ত শাকপাচলি বিক্ৰী কৰা গৰাকী , বহুত বহুত ভাল লাগিল । বখলিয়াই দিছে মুডি /হিমন্ত চৰকাৰক । এনেকুৱা স্পষ্ট হব লাগিব দেই আপোনাৰ দৰে পুৰুষ মহিলা সকলো সাম্প্ৰতিক সময়ত , ভাল বেয়া চাই দেশৰ শাসন ব্যৱস্থাৰ হকে ও বিৰুদ্ধে ও । ভাল লাগিল ভাল লাগিল , ভাল লাগিল । সচেতন নাগৰিক ৰ ভূমিকা এনেকুৱাই হব লাগে ‌।
@kamalapatar1465
@kamalapatar1465 Месяц назад
বিজুলী নামৰ মানুহ জনী ইমান দিন নামে শুনা নাছিলো। ক'ত লুকাই আছিলে বাৰু?মেঘৰ তলত নেকি বাৰু?ওও বাৰিষা আহিল যে সেয়েহে গাজনি পাই ভয়তে ওলাই আহিল 😂😂
@jyoshreegogoi7958
@jyoshreegogoi7958 Месяц назад
Hoi dei
@arjuahmedard
@arjuahmedard Месяц назад
দেশ আৰু জাতিটোৰ কথা ভাবি ভোট দান কৰিব 🙏
@hiteshmahanta361
@hiteshmahanta361 Месяц назад
Congress zindabad gourab Gogoi zindabad Mira borthakur zindabad congress zindabad gourab Gogoi zindabad Mira borthakur zindabad congress zindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@jyoshreegogoi7958
@jyoshreegogoi7958 Месяц назад
মূৰত গামোচা মাৰি থকা বাইদেউ জনিয়ে একদম্ সঁচা কথা কৈ দিলে ...ভাল লাগিল বাইদেউ জনিক l ধন্যবাদ থাকিল বাইদেউলৈ l
@mkjibonindia9767
@mkjibonindia9767 Месяц назад
Mira win Guwahati
@maaprabhabatimusic4049
@maaprabhabatimusic4049 Месяц назад
সাধাৰণ মানুহৰ সমস্যাবোৰ কেতিয়াও সাধাৰণ নহয়। অভিযোগ বোৰো নিভাজ। ক্ষমতাশালী লোকে অনুধাৱন কৰা উচিত ।।
@user-ie6dx5zb5i
@user-ie6dx5zb5i Месяц назад
Congress zindabad ..
@HIDDENMYSTERYS-qi9rn
@HIDDENMYSTERYS-qi9rn Месяц назад
Abki baar congress sarkaar❤❤ I.N.D.I.A
@nurzamal9365
@nurzamal9365 Месяц назад
Abki bar Congress sarkar❤🎉
@bipulkalita9851
@bipulkalita9851 Месяц назад
Baidew dhunia kotha koise congress jindabad
@sasankasaikia1145
@sasankasaikia1145 Месяц назад
Congress zindabad ❤❤❤❤
@minaboro6727
@minaboro6727 Месяц назад
Very good baideo
@jintumili1955
@jintumili1955 Месяц назад
RAHUL GANDHI ❤❤❤❤❤❤❤❤
@user-lp7df6kr3b
@user-lp7df6kr3b Месяц назад
Gamusa pinda baideur kothat ami akmot
@abuhanif4039
@abuhanif4039 Месяц назад
Congress zindabad❤❤❤❤❤❤
@NurulIslam-rd4yb
@NurulIslam-rd4yb Месяц назад
Thanks baidew
@nitugogoi8133
@nitugogoi8133 Месяц назад
Aitai dore sobe bujibo lage..
@mainudavi9510
@mainudavi9510 Месяц назад
ধন্যবাদ বাইদেউ
@pupulrabha6107
@pupulrabha6107 Месяц назад
Val kotha Hatkhnte vote tu diok
@apurbachy8718
@apurbachy8718 Месяц назад
Boriya xosa kotha aaita
@user-wv8ju8fp1k
@user-wv8ju8fp1k Месяц назад
Assami manusha bjp vote nidaw
@nasimakhatun5320
@nasimakhatun5320 Месяц назад
I m upper Assam , Mira bak loi juwa 🙏🙏🙏
@RakeshRahang-nc8ng
@RakeshRahang-nc8ng Месяц назад
বেলতলা বজাৰ খন কোনে পাতিছিল আজি কোনে সাৰ্থ কৰিছে
@iamTakla
@iamTakla Месяц назад
Aita. Dannaybad
@Bnb717
@Bnb717 Месяц назад
Congress Jindabad
@phulendas7939
@phulendas7939 Месяц назад
সত্য
@palpaldilkepas3566
@palpaldilkepas3566 Месяц назад
Gourav gogoi / Rahul Gandhi
@NendeswaryBoro-tt4fz
@NendeswaryBoro-tt4fz Месяц назад
Bai dei aaponak dhnyubad dei
@gopalbiswas1990
@gopalbiswas1990 Месяц назад
বাইদেউৱে ১০০% শুদ্ধ কথা কৈছে
@donahmkalfak6111
@donahmkalfak6111 Месяц назад
Congress Zindabaad ❤️❤️❤️
@hodaboys9913
@hodaboys9913 Месяц назад
Good decision
@Randeep-kb1xh
@Randeep-kb1xh Месяц назад
কংগ্ৰেছৰ হাত আশা আস্থা মাত উন্নয়নৰ প্ৰগতিৰ বাট । 🌷ফুল মানে ভুল ।
@anupamcivilwork6071
@anupamcivilwork6071 Месяц назад
Mamak valkoi dhule
@ratulbordoloi2238
@ratulbordoloi2238 Месяц назад
Baideo vl dse
@ajitsaikia1084
@ajitsaikia1084 Месяц назад
Guwahati Mira borthakur
@AdvAltafhussain
@AdvAltafhussain Месяц назад
❤Congress
@ashaekka6730
@ashaekka6730 Месяц назад
Ma'am very powerful
@ConfusedAgilityPuppy-hs6tc
@ConfusedAgilityPuppy-hs6tc Месяц назад
Hoi right haatot dibo vote
@litysa4236
@litysa4236 Месяц назад
Good 😊😊😊
@anupamcivilwork6071
@anupamcivilwork6071 Месяц назад
Hator sobit vut diya
@nipendranarayanmedhi876
@nipendranarayanmedhi876 8 дней назад
অতি সুন্দৰকৈ সচাঁ কথা কৈছে বাইদেউ জনীয়ে, ভাল লাগিল।
@basantakalita5369
@basantakalita5369 Месяц назад
BJP k nadit utiaik diyouk
@BhumidharNath-im7ml
@BhumidharNath-im7ml Месяц назад
দ কা, হকা আৰু প্রলোভনৰ ৰাজনীতিৰে কোনোভাবেই চৰকাৰ টিকি থাকিব নোৱাৰে কাৰণ জনতাক জনাৰ্দন বুলি গণ্য কৰিব লাগিব।
@BijoyNath-by7si
@BijoyNath-by7si Месяц назад
Good news
@swapnalihazarika6145
@swapnalihazarika6145 Месяц назад
Bijuli baideuk dekhun ami sinie napaw hee😂😂
@Wilson_Teron
@Wilson_Teron Месяц назад
Save democracy. make a rate of product low
@MaoBourah
@MaoBourah Месяц назад
Very good dada
@dhirabharalidhira4675
@dhirabharalidhira4675 Месяц назад
Baideu.joni.super
@sabetrigamang5975
@sabetrigamang5975 Месяц назад
প্ৰতিশ্ৰুতি আচঁনিৰ সহায়ত ভোট জিকিব বিচাৰে,। কিন্তু মূল্য বৃদ্ধি আৰু মাইক্ৰো ফাইনেঞ্চৰ ঋণ মাফ মিছা প্ৰতিশ্ৰুতি দি দি মানুহক ৰাম ঠগন দিছে।।।।।ৰাইজ বিবেক ভোট বিক্ৰি নকৰিব।।।। ভোট নিজস্ব অধিকাৰ আছে।।।ৰজাৰ ভোট এটা যিমান মূল্য এজন ভাৰতীয় নাগৰিকৰ ভোট সিমান মূল্য।।।
@sitadeviray5007
@sitadeviray5007 Месяц назад
Borhiy BJP hatao desh bachao BJP go back Congress jeendabad, BJP k vote nidiibo baideu hot🇹🇯👌
@Randeep-kb1xh
@Randeep-kb1xh Месяц назад
আই সকলে মুক্ত ভাৱে মনৰ কথা কৈছে যি বাস্তৱ সত্য । পৰিশ্ৰমী আই সকলক সেৱা জনাইছো ।
@rijumonikonwar9069
@rijumonikonwar9069 17 дней назад
বৰ দুখ লগা কথা
@atulgogoi6162
@atulgogoi6162 Месяц назад
সুন্দৰ ❤️❤️❤️ বাইদেউ
@NilimaBora-ct9yt
@NilimaBora-ct9yt Месяц назад
Bohut val lagil. Namoskar.
@jibeshrabha
@jibeshrabha Месяц назад
Tribals people don't like Hb Sharma. Bamoon Roja hole proja bikhari hoi..
@user-tz2vz8fu7c
@user-tz2vz8fu7c Месяц назад
Right
@Gopinathrabha-xs2wv
@Gopinathrabha-xs2wv Месяц назад
ফালুতু বৰি🤜🤜🤜🤜🤜🤜🤜🤜🤜🤜
@drjatinbaruah2795
@drjatinbaruah2795 Месяц назад
কংস মামা আৰু শকুনি মামাক যদি মানুহমাত্ৰেই বেয়া পায়, তেনেহ’লে হিমন্ত মামাক মানুহে ভাল পোৱাৰ প্ৰশ্নই নুঠে ৷
@LovelyFlowerBouquet-om2vq
@LovelyFlowerBouquet-om2vq Месяц назад
ভাল কথা ক'লে বাইদেউ গৰাকীয়ে
@user-rr1qg2se4p
@user-rr1qg2se4p Месяц назад
মূৰত গামোচা মাৰি থকা বাইদেউ জনিলৈ অশেষ ধন্যবাদ জনাইছোঁ। একেবাৰে মনৰ কথাখিনি কৈছে। লগতে তেওঁৰ সাহস খিনিক ও সন্মান জনাইছোঁ ❤️
@thedevogramstory7483
@thedevogramstory7483 Месяц назад
জাতিৰ সত্বা আৰু গণতন্ত্ৰ মৃতপ্ৰায় অলপ সাহস কৰি বল আকৌ শৰাইঘাটলৈ যাওঁ। আজোৰি আনিম গোলাপী নোটেৰে কিনা স্বাধীনতা, 'কা'ৰ বিৰুদ্ধে EVM প্রতুত্তৰ দিম । প্রয়োজন সাপেক্ষে আকৌ লম হেঙদা দোহাৰি কম বাৰে বাৰে ' দেশতকৈ মোমাই ডাঙৰ নহয়'
@user-vq6ly9ud7z
@user-vq6ly9ud7z Месяц назад
Hoi helmet pindha khura jn a right kotha koisa mira baidur lgt bijuli r different bhut,,
@user-pr1jq4hf7f
@user-pr1jq4hf7f Месяц назад
বৰ্তমান আমি বিজেপিৰ ঢৌ নাই দেখা কিন্ত কংগ্ৰেছৰ তামাম ঢৌ----- আৰু এটা কথা চাইছো বিজেপিৰ ৰাইজৰ ভাষণত কোনো ধৰণৰ ৰস নাই ভেজাল গাখীৰত পানী দি ঘিউ তৈয়াৰ কৰাৰ দৰেই কিন্ত কংগ্ৰেছৰ ৰাইজৰ ভাষণ নহয় এক বলিষ্ঠ কণ্ঠ যি কণ্ঠই ৰাইজক মোহ নিয়াৰ প্ৰয়াস যোগাইছে৷
@itsmegitanjali3474
@itsmegitanjali3474 Месяц назад
Congress jindabad🎉
@ajaychoudhary5445
@ajaychoudhary5445 Месяц назад
Mira mdm jindabad
@PankajBaruah-kq2vs
@PankajBaruah-kq2vs Месяц назад
Go back mumai
@dhanadadas26
@dhanadadas26 Месяц назад
বাইদেউৰ কথাখিনি এদম সঁচা আশা কৰ্মি খিনিক মাহি আই চকুৰে চায়
@ASSAMESE_LIVE
@ASSAMESE_LIVE Месяц назад
ji dekhisu next CM Sukur ali e hbo khatang 😭😝🤣
@ManojDas-bf9li
@ManojDas-bf9li Месяц назад
Right. Go back hemonta
@nijarabora5508
@nijarabora5508 Месяц назад
Gourav gogoi jindabad.
@momichetia2149
@momichetia2149 Месяц назад
Right kotha koise
@user-cm2hk8ko6g
@user-cm2hk8ko6g Месяц назад
Dekha jabo kole nohobo dy sorkar tu bodlabo lagi bo dy
@TamimIslam-ss2nh
@TamimIslam-ss2nh Месяц назад
Congress zindabad
@LankheswarBoro
@LankheswarBoro Месяц назад
এই মহিলা বোৰ সচাঁই ভাল কথাই কৈছে নিজৰ ঘৰৰ ভবা চৰকাৰ আনৰ ভবাত নাই হিমন্তৰ নিজৰ মানুহ জনীৰ নামত কোটিৰ ঘৰত মাটি টকা চৰকাৰ পৰা ।আন মহিলাৰ ক্ষেত্ৰত আলু গুটিৰ দৰে।
@bhabendas2719
@bhabendas2719 Месяц назад
নিউজ চেনেল সমূহে ৰুটিন কাৰ্যকৰী কৰাৰ বাবে একোটা সম্প্ৰচাৰ কৰে যেন লাগে! অতি সাধাৰণ লোক সকলক সুধিবলৈ একো নেপায়! আজি প্ৰায় কেইবা দশক এই একেই ধৰনে বাতৰি পৰিবেশন কৰা পৰিলক্ষিত হৈছে,উদাহৰণ স্বৰূপে কোনো সাংবাদিকে প্ৰশ্ন কৰা দেখা নাই যে "আপুনি কি গতিত উন্নতি কৰিছে আৰু আপোনাৰ প্ৰিয় নেতাৰ সম্পত্তি কি গতিত বৃদ্ধি পাইছে" কেতিয়াও সোধা নাই।
@KarendraBrahma-eq8rb
@KarendraBrahma-eq8rb Месяц назад
Jonatu usit .....public r through public karone kam korise ny, kiba obhav ovijug/khbr nolole kihor Karone Politics .........MP/MLA
@user-hm8on7wr2k
@user-hm8on7wr2k Месяц назад
Conregge zindabad
@pahishorts569
@pahishorts569 Месяц назад
Baidau bastov gyan bohut. Salute
Далее
WHY THROW CHIPS IN THE TRASH?🤪
00:18
Просмотров 5 млн
СТРИМ-МАФИЯ С ДРУЗЬЯМИ
4:09:21
Просмотров 1 млн