Тёмный

দেশৰ প্রখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান...... 

Pratidin Time
Подписаться 2,2 млн
Просмотров 58 тыс.
50% 1

দেশৰ প্রখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৰতন টাটা। ৮৬ বছৰ বয়সত চিকিৎ‍সাধীন অৱস্থাত মৃত্যু উদ্যোগপতিগৰাকীৰ।
#PratidinTime #ratantata #tata #india

Опубликовано:

 

11 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 287   
@basisthaacharya6590
@basisthaacharya6590 2 дня назад
পদ্ম বিভূষণ আৰু অসম বৈভৱ এই দেশপ্ৰেমিক নিস্বাৰ্থ মানৱ দৰদী মহান উদ্যোগপতি ৰতন টাটাৰ বিয়োগত দূখ লাগিছে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো। ঔম্ শান্তি।
@bulibarman1141
@bulibarman1141 2 дня назад
He is my inspiration😢😢
@golapdas1063
@golapdas1063 2 дня назад
ঔম শান্তি
@IndraTamuli-m7n
@IndraTamuli-m7n 2 дня назад
Um hanti
@bhanugogoi4732
@bhanugogoi4732 2 дня назад
ঔম শান্তি 🙏😢
@DibyaBora-dv3wc
@DibyaBora-dv3wc 2 дня назад
বিদেহি আত্মাৰ চিৰ শান্তি কামনা কৰিলো ।
@kashilalagarwala1726
@kashilalagarwala1726 2 дня назад
মহান উদ্যোগপতিৰ পৱিত্ৰ আত্মালৈ শ্ৰদ্ধাঞ্জলি জনাইছো ৷
@adiptakashyap4736
@adiptakashyap4736 2 дня назад
অতিশয় মৰ্মাহত, দেশৰ অপুৰনীয় ক্ষতি🙏🙏🙏
@DivyaChutia
@DivyaChutia 2 дня назад
আমি এজন মহান মানুহ হেৰুৱালো । আপোনাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো ।
@Sigma-j7r
@Sigma-j7r 2 дня назад
তেওঁ অসম আৰু অসমীয়াক ভাল পাইছিল😢 তেওঁৰ আত্মাই শান্তি লাভ কৰক 🙏
@binapanigogoi8696
@binapanigogoi8696 2 дня назад
মহান ব্যক্তিজনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতৰ আত্মাই স্বৰ্গত চিৰ শান্তি লাভ কৰক। তেখেতৰ মৃত্যুত বিশ্ব বাসীৰ বাবে অপূৰণীয় ক্ষতি। মই দূৰৰ পৰাই গভীৰ শ্ৰদ্ধা নিবেদন জনোৱাৰ লগতে তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰাৰ অলেখ কামনা কৰিলো।
@______________Ss23
@______________Ss23 2 дня назад
সদাই বহুত দুখৰ খবৰ এই টো 😢😢😢 বহুত দান বীৰ আছিল মানুহ জন 🥹🥺
@chandanbora3483
@chandanbora3483 2 дня назад
আজি দেশে এজন ৰত্ন হেৰুৱালে। বহুত দুখ পালোঁ খবৰ টো পাই।
@mindrefresh715
@mindrefresh715 2 дня назад
তেওঁ অসম তথা অসমৰ উন্নয়নৰ হকে যথেষ্ট কাম আৰু নৱপ্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ তথা সংস্থাপনৰ কথা চিন্তা কৰিছিল। RIP.
@dipokkumargogoi8190
@dipokkumargogoi8190 2 дня назад
ভাৰতৰ প্ৰকৃত ৰত্ন ভাৰত এৰি অমৰ ধামলৈ গুছি গ'ল, ধন্য কৰি গ'ল দেশৰ কোটি কোটি জনতাক।
@rkstudy23
@rkstudy23 2 дня назад
আজি এজন মহান ব্যক্তিক হেৰুৱালো ....... শুনি বহুত বেয়া লাগিছে। তেওঁৰ আত্মাই চিৰ শান্তি পাওক......
@dadugogoi5548
@dadugogoi5548 2 дня назад
ৰতন টাটাজীৰ আত্মাৰ সদগতিৰ কামনা কৰিলো । 🙏🙏🙏🙏
@Digantahazarika-v5h
@Digantahazarika-v5h 2 дня назад
ভাৰতীয় উদ্যোগজগতত মানুহক ভালপোৱা দেশক ভালপোৱা উদ্যোগপতিক হেৰুৱালো৷বাকীবোৰ সৱ কেকুৰা৷তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক৷
@juridehingia4959
@juridehingia4959 2 дня назад
বৰ দুখৰ খবৰ😢। তেখেতৰ বিদেহ পুণ্যাত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏। ওম্ শান্তি ।
@rinkikalita6099
@rinkikalita6099 2 дня назад
তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক । এই মহান ব্যক্তজন পুনৰ পৃথিৱীত জন্ম পাওক সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা।
@birendrahazarika7327
@birendrahazarika7327 2 дня назад
এগৰাকী দেশৰ ৰত্নৰ চিৰবিদায় । তেখেতৰ আত্মাৰ সদগতিৰ কামনা কৰিলো।
@bhupenkakati-v2v
@bhupenkakati-v2v 2 дня назад
বাতৰিটোৱে আমাৰ সকলোকে মৰ্মাহত কৰি তুলিছে। ভগৱানৰ ওচৰত কৰযোৰে মিনতি জনাইছোঁ তেওঁৰ পবিত্ৰ আত্মাই চিৰ শান্তি লাভ কৰে। লাভ ইউ ৰতন টাটা চাৰ। আপুনি আমাৰ মাজত/আমাৰ মনত সদায়েই জীবিত হৈ ৰব।
@NizamUddin-tc8ho
@NizamUddin-tc8ho 2 дня назад
RIP 😢😢 আজি আমাৰ ভাৰতৰ এজন মহান ব্যক্তিক হেৰুৱালো, খবৰ টো পাই বহুত কষ্ট পালোঁ ,😭😭😭😭😭😭😭💔💔💔💔💔💔
@rmfashion4457
@rmfashion4457 2 дня назад
বহুত দূখ লাগিল শুনি। 😢😢😢
@Pain237_
@Pain237_ 2 дня назад
৭ খনকৈ কেঞ্চাৰ হস্পিটেল অসমক দি অসমক কেঞ্চাৰ ক্ষেত্ৰত বহুত আগুৱাই নিলে ❤️। ভাবিব নোৱাৰোঁ এই কেঞ্চাৰ হস্পিটেল কেইখন নোহোৱা হলে কি অৱস্থা হলহেতেন অসমীয়াৰ❤️ আপুনি সদায় চিৰযুগমিয়া হৈ থাকিব অসমীয়াৰ হৃদয়ত❤। ওম শান্তি 🕉️
@bedabikasbarkakoty5741
@bedabikasbarkakoty5741 2 дня назад
India has lost a true Bharat Ratna. You will always be an inspiration to millions of Indian. Om Shanti
@safiqulislam1938
@safiqulislam1938 2 дня назад
Raton TATA sir ভাৰতত অমৰ হৈ থাকীব
@aparajitarajkhowa3578
@aparajitarajkhowa3578 2 дня назад
সঁচাকৈ ভাৰতে এজন মানৱ দৰদী মহান ব্যক্তি হেৰুৱালে। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ 🙏🙏🙏
@EffiNawab
@EffiNawab 2 дня назад
এজন মহান ব্যক্তি হেৰুৱালে দেশ ।আল্লাই তেখেতক বেহেস্তত ৰাখক ।
@NabinKachari
@NabinKachari 2 дня назад
খবৰটো শুনি আজি বৰ দুখ লাগিল টাটাদেৱৰ আত্মাই চিৰ শান্তি লাভ কৰক। 🙏🙏🙏🙏🙏🙏🙏🙏
@pieceofmind2320
@pieceofmind2320 2 дня назад
Xosake ajon bohut val monor manuh niswartho manuh ajon aji heruwalu..😭😭😭 .... love you sir 💓💓💓
@dayanandadoley4926
@dayanandadoley4926 2 дня назад
খৱৰটো শুনি বৰ দুখ পালো।। ঔম শান্তি
@selimkhanstudio6569
@selimkhanstudio6569 2 дня назад
আজি আমি ভাৰতবাসীয়ে এজন মহান দান বীৰ হেৰুৱালো 😊।😢😢😢
@prabinmallabaruah8845
@prabinmallabaruah8845 2 дня назад
দেশবাসীয়ে এজন দৰদী উদ্যোগ পতিৰ বিয়োগত মৰমাহত হৈছে । তেওঁ কেবল ধন আহৰণৰ বাবে উদ্যোগ গঢ়া নাছিল । ধন আহৰণ কৰি সেই ধনৰ এটা ভাগ দেশবাসীৰ কামত অহা প্ৰকল্পত ব্যয় কৰি আহিছিল । প্ৰকৃততে তেওঁৰ আদৰ্শতে চৰকাৰে "কৰ্পোৰেট সামাজিক কল্যাণ আচনি " খুলি আন কৰ্পোৰেট সকলকো লাভৰ এটা অংশ সামাজিক কামত বৰঙণি দিবলৈ বাধ্য কৰিছে । ৰতন টাটাৰ দৰে ভাৰতৰ আন কোনো উদ্যোগী আজিলৈ ইমান জনপ্ৰিয় হব পৰা নাই । সকলো ক্ষেত্ৰতে টাটাৰ বৰঙণি অবিস্মৰণীয় হৈ ৰব। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিলোঁ ।
@SurenBoro-mv7tq
@SurenBoro-mv7tq 2 дня назад
Bharat Ratna Ratan Tata aatmai siro Shantir kamona korisu 🙏🙏🙏🙏🙏
@ranjitdutta3411
@ranjitdutta3411 2 дня назад
সন্মানীয় ব্যক্তিজনৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো।
@rafikulali4396
@rafikulali4396 2 дня назад
এনে এজন ব্যক্তি যি ব্যক্তিৰ আজিলৈ মই কোনো সমালোচনা নুশুনিলো,,,
@jeetsaikia-ff8qg
@jeetsaikia-ff8qg 2 дня назад
ব্যৱসায় মানে পুঁজিবাদ নহয় এই কথা ৰটন টাটাই শিকাই থৈ গ'ল । এজন প্ৰকৃত ভাৰতীয় ।
@dpofficial4878
@dpofficial4878 2 дня назад
তেখেতৰ আত্মা চিৰশান্তি বাবে ভগবানৰ চৰণত প্ৰাথনা কৰিলোঁ
@subratadey9156
@subratadey9156 2 дня назад
মহান ব্যক্তি জনৰ মৃত্যুত অসম তথা ভাৰতৰ বৃহত্তম ক্ষতি। তেখেতৰ আত্মাই শান্তি লাভ কৰক। সকলো জনসাধাৰণৰ বাবে চিন্তা কৰা ব্যক্তি আছিল।
@ramenkalita-e1y
@ramenkalita-e1y 2 дня назад
তেওঁৰ আত্মাই চিৰসান্তি লাভ কৰক।
@krishnagogoi4558
@krishnagogoi4558 2 дня назад
খবৰটো পাই অতিশয় মৰ্মাহত হলো।দেশৰ এক অপুৰণীয় ক্ষতি।
@durlovgogoi5965
@durlovgogoi5965 2 дня назад
তেখেতৰ আত্মাই চিৰ শান্তি পাওঁক তাকেই প্ৰাৰ্থনা কৰিছো ।
@BijoyCheruwa
@BijoyCheruwa 2 дня назад
Val manuh ajn heruwalu .om Shanti
@jehirulhuda3147
@jehirulhuda3147 2 дня назад
এইয়া কেৱল ভাৰতৰ নহয় বিশ্বৰ বাবেই এটা বৃহৎ ক্ষতি 🙏🙏
@akterali2341
@akterali2341 2 дня назад
RIP...Val manuh ajon amar major para atori gol...aru kisu bosor jiyai thakile aru bahut kiba palo hetn ami..bahut dukh lagil.
@ForidulIslam-jp1nv
@ForidulIslam-jp1nv 2 дня назад
Allah bless you always ❤🎉 Ratan TaTa
@JoydevKalita-j9r
@JoydevKalita-j9r 2 дня назад
এজন মহান আদৰ্শবান ব্যক্তিৰ মহাপ্ৰয়াণ ঘটিল 😢 🙏
@Writu-qx7mb
@Writu-qx7mb 2 дня назад
Never felt so sad at the death of a celebrity he was more than a celebrity more than a God, the respect he has gained I don't feel anyone can gain it again the man with zero haters.... Sir Ratan Tata will always be remembered 🥺❤ om shanti 🙏
@AnupChetia-hn2qg
@AnupChetia-hn2qg 2 дня назад
Val manuh ajn heruwalu
@eyajuddinchoudhury
@eyajuddinchoudhury 2 дня назад
আমি এজন মহান মানব সম্পদ হেৰুৱালো।😢
@r.b786
@r.b786 2 дня назад
God bless you.God Ratan Tata Sir
@habibullahhoque5305
@habibullahhoque5305 2 дня назад
ৰতন টাটাৰ দৰে মহান ব্যক্তি পৃথিৱীত বহুত কম আছে
@Babulvillager
@Babulvillager 2 дня назад
He was great man 😢😢 God bless you
@ranjitsarma3474
@ranjitsarma3474 2 дня назад
Sir ------Om Shanti
@bishalsarma5306
@bishalsarma5306 2 дня назад
India t ejon beya puwa manuh nai sir Ratan Tata ❤
@pritamsarma1672
@pritamsarma1672 День назад
OM SHANTI..... God always peace him....
@kamallochandas6175
@kamallochandas6175 2 дня назад
মহান আত্মাৰ চিৰসান্তী কামনা কৰিছোঁ
@DonaDeka-k3l
@DonaDeka-k3l 2 дня назад
মানুহৰ জন্ম হ'লে মৃত্যু হব লাগিব। ইয়াৰ বাবে মই দুখ নকৰো।এই ৰহস্যময় পৃথিৱীত এক মাত্ৰ টকা পইচা হল.... সন্মান আৰু সকলো সমস্যাৰ সমাধান।
@MrBig-jt5th
@MrBig-jt5th 2 дня назад
Tenehole tur maar baper morile toka di akou ghurai anibi.
@kp3497
@kp3497 2 дня назад
Mojja
@pranabkhanikar4846
@pranabkhanikar4846 2 дня назад
তেখেতৰ আদৰ্শ সদাই জীয়াই থাকক
@nurvousenergy7268
@nurvousenergy7268 2 дня назад
Hey bhogoban... 😢😢😢 .. dekhor babe ek nisthur khyori... Rest in peace ..
@InnocentArcticWolf-op8kf
@InnocentArcticWolf-op8kf 2 дня назад
Om shanti 😢😢 I love my TATA
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf 2 дня назад
Really we have lost one of the honest industrialist rest in peace
@lifetimeboys6979
@lifetimeboys6979 2 дня назад
Assam Baibhav ,Real human ,we lost him but we always have you SIR in our soul ,RIP...,..
@pabitrabhuyan5266
@pabitrabhuyan5266 2 дня назад
মহান ব্যক্তি
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 2 дня назад
আমি এজন ঈচৰক হেৰুৱালো আমি৷
@mridulvedios9981
@mridulvedios9981 2 дня назад
Ishar manuh hb nowara nijok prithibloy pathowa jonk kio iman kharu buli vaba /manuha manuhok sirsti krib nowara
@dipankardeka3468
@dipankardeka3468 2 дня назад
Tumi ki janiba ratan tata kun asil . teo bhagobanoru upuart.
@mridulvedios9981
@mridulvedios9981 2 дня назад
@@dipankardeka3468 nijor sirsthi kara jonak logot balagor logot compare nkriba /manuh katiao vagaban hb nowara aito jani lba /aji loy konoba manauha manuh bonai paisa naki /akal vogabana ha manuhk prithibiloy anisa tar bahira kono nhy /but ajon bhut val manuh asil
@dipankardeka3468
@dipankardeka3468 2 дня назад
​@@mridulvedios9981tumar logot kotha kuwa aru goror agogt pepa bojuwa eke kotha
@tapashkumarcreations4820
@tapashkumarcreations4820 2 дня назад
What a life ! What a impact
@shyamalhazarika4570
@shyamalhazarika4570 2 дня назад
The real bharat ratna 😢
@krishnamonideka2546
@krishnamonideka2546 2 дня назад
End of era 💔 India's lost diamond
@Ghostskull_Official
@Ghostskull_Official 2 дня назад
A Gems lost of India...
@sharmapadmo
@sharmapadmo 2 дня назад
ৰতন টাটা সদাই ভাৰতবাসীৰ মাজত অমৰ হৈ থাকিব বিশেষ কৈ অসমীয়া ৰাইজৰ মাজত ওম শান্তি😢😢😢😢
@deeprinagogoi2051
@deeprinagogoi2051 2 дня назад
Raton Tata r atmai hunti paok aye kamona korilu.
@RituDeka-w9v
@RituDeka-w9v 2 дня назад
বহুত দুখ লাগিছে খবৰ পাই
@chand8918
@chand8918 2 дня назад
😢😢 বৰ দুখ লাগিল খবৰটো পাই
@RohitDoley-xy5qk
@RohitDoley-xy5qk 2 дня назад
God bless you save Lord Ratan Tata
@Minu26547
@Minu26547 2 дня назад
Om Shanti
@JashimUddin-cl2pm
@JashimUddin-cl2pm 2 дня назад
A great man with golden heart😢😢😢😢😢
@hemantaborgohain4493
@hemantaborgohain4493 2 дня назад
এটা আদৰ্শ শেষ হৈ হ'ল । 🙏🙏🙏
@pinakdas1242
@pinakdas1242 2 дня назад
ওম শান্তি
@ChanchalChanchal-u3k
@ChanchalChanchal-u3k 2 дня назад
অতি দুখৰ খবৰ😢😢
@mdriyazahmed4495
@mdriyazahmed4495 2 дня назад
Bhut bea lagil xuni
@NirmolRay1996
@NirmolRay1996 2 дня назад
😢😢😢অতি দূখজনক।।।😢😢😢
@tarunsonowal3367
@tarunsonowal3367 2 дня назад
🙏🙏🙏
@kabitadutta8
@kabitadutta8 2 дня назад
Bohut dukh lagil.atmar hodgoti kamona korilu
@Monoranjan-sf2tc
@Monoranjan-sf2tc 2 дня назад
Ohm shanti!
@bijayamor1005
@bijayamor1005 2 дня назад
Our AXomiya Ratan tata
@BijuKumbang2024-bb5wk
@BijuKumbang2024-bb5wk 2 дня назад
Love you tata
@tapansaikia6901
@tapansaikia6901 2 дня назад
দেশে এজন জন দৰদী লোকক হেৰুৱালে।তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক।
@Anshuman9891
@Anshuman9891 2 дня назад
OM SHANTI 🙏
@GitashriHazarika-b5j
@GitashriHazarika-b5j 2 дня назад
Val mnuh bur he hunkle more khobor tu huni bohut dukh lagil😢😢
@InnocentArcticWolf-op8kf
@InnocentArcticWolf-op8kf 2 дня назад
Om shanti 😢😢
@Abdulscreatedcr7
@Abdulscreatedcr7 2 дня назад
❤❤😢😢
@r.s.818
@r.s.818 2 дня назад
🙏
@reetabegum3237
@reetabegum3237 2 дня назад
We lost a great well wisher of Assam.Rest in peace 🙏🙏🙏
@alokphukan5975
@alokphukan5975 2 дня назад
🙏 ঔম শান্তি
@aamitrajbongshi
@aamitrajbongshi 2 дня назад
Salute Ratan tata Rip 🙏
@MajaharulAhmed-z9r
@MajaharulAhmed-z9r 17 часов назад
Very baad news 😢😢
@nareswardas3473
@nareswardas3473 2 дня назад
ওম শান্তি।
@sunmonideka6538
@sunmonideka6538 2 дня назад
Om shanti ❤❤❤❤❤❤🙏🙏🙏🙏🙏😢😢
@PramodBasumatary-l3q
@PramodBasumatary-l3q 2 дня назад
RIP ,our beloved Bhatat Ratna 😢😢😢😢.
@NikeshDas-y1q
@NikeshDas-y1q 2 дня назад
অসমৰ কাৰণে বহু ত কিবা কৰিছিল, এ সবটু শূনি বেযা লাগিল,
@bedantavlogs1
@bedantavlogs1 2 дня назад
😢😢
@purnimabora3195
@purnimabora3195 2 дня назад
rtn tata danbeer teo than hrgt hok . moi teo bhut companyt kam krisu.
@kjeng9809
@kjeng9809 2 дня назад
ঔম শান্তি
Далее
Hurricane Milton Extreme Surge Wind Slams Sarasota, FL
03:59