দেৱাশীষ ভূঞা : দেখিলে অনুমান কৰিব নোৱাৰিব দেৱাশীষ ভূঞা প্ৰকৃত বয়স | পিতৃ মাতৃ আৰু তেওঁৰ ঘৰখন
#DebasishBhuiyan #debasihbhuiyan
#Debasishlivestyle
#Debasishinterview
#দেৱাশীষভূঞা
কোনোবাই যদি দেৱাশীষ ভাইটিক লগ কৰিব বিচাৰে তেন্তে গিতানগৰ যাব।।
তেওঁৰ পিতৃ মাতৃ সৈতে কথা পাতি বহুত ভাল লাগিল।।
এনেকুৱা লাগিছে যেন আমাৰ নিজৰেই ঘৰ।
তেওঁৰ পিতৃ মাতৃ একেবাৰে সহজ সৰল মানুহ।।
দেখিলে অনুমান কৰিব নোৱাৰিব দেৱাশীষ ভূঞা প্ৰকৃত বয়স || তেওঁৰ সৰু ঘৰখনত কেনেকৈ থাকে
13 окт 2024