লোহাৰী কছাৰী-ভীমপৰা অৰুণোদই যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা বৃহত্তৰ লোহাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন-২০২৪ৰ বিহু হুঁচৰি প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ধেমাজিৰ হাবুঙ বিহু দলে । দলটিলৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো.....
#Habung_bihu_husori_dol
#husori_bihu
#bihu_2024
#bihu
#Habung_bihu
5 окт 2024