Тёмный

"ধনদাবী কৰিছিলোঁ?" ৫জনীয়া দলে আগুৰি ধৰিছিল //pollution centre morigaon 

Assam jet
Подписаться 76 тыс.
Просмотров 232 тыс.
50% 1

#pollutioncertificate #lifeinrisk

Развлечения

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2,2 тыс.   
@tiloksonowal460
@tiloksonowal460 Год назад
আপুনি এজন সাহসী পুৰুষ 👍 ভালৰ এজন বহুত বেয়াৰ হাজাৰ জন আহিলেও একো হিলাব নোৱাৰে আপোনাক সদায় support কৰি যাম আপোনাক ....জয় আই অসম✊
@rupam5646
@rupam5646 Год назад
Legend hoi be😍
@dharanikonwar3561
@dharanikonwar3561 Год назад
9g
@HelperAxom
@HelperAxom Год назад
দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবই লাগিব...ধন্যবাদ ককাই..কণ্ঠৰূদ্ধ হ’ব নিদিব.... নিজৰ জনগোষ্ঠীয় পোচাকজোৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে আপোনাক ধন্যবাদ।।
@arjunhitman5752
@arjunhitman5752 Год назад
দাদা মালিকজন দেখাত কুৎচিত ব্যৱহাৰো বেয়া । দাদা আপুনি ভাল কাম কৰিছে আৰু আগুৱাই য়াক। ❤️❤️❤️❤️❤️ধুনীয়া আৰু ভাল লাগিছে দাদা মৰম থাকিল ভূৰাগাঁওৰ পৰা ❤️❤️❤️
@dbang3238
@dbang3238 Год назад
কি জ্ঞানী মানুহ বে "মাষ্টৰ হৈ কি পিন্ধি আহিচা" বুলি সুধিছে।🤣🤣 আধুনিকতাৰ নামত যে নিজৰ সংস্কৃতিৰ বিলুপ্ত হৈছে তাৰ কিবা খবৰ আছেনে। ব্যৱসায় কৰাৰ নামত নিজৰ মানুহৰ পৰাই ধন লুতাত ব্যস্ত আৰু সেই সকলে আকৌ নীতি নিয়ম শিকাই।.... We support Assam jet👍👍👍👍👍
@bahana7182
@bahana7182 Год назад
অভদ্ৰ আচৰণ সিহঁতৰ সু শান্তিত কথাষাৰ আলোচনা কৰিলেই হল । বুৰ্বক সিহঁতৰ পৰিচয়। মানৱতাৰ বাহিৰ😞 আমি আছোঁ দাদা আপোনাৰ লগত আপুনি যি কৰিছে ভালেই কৰিছে। এইখন স্বাধীন দেশ দাদা video বনাই যাওক
@pallabbora8682
@pallabbora8682 Год назад
এনেকুৱা মানুহক ভাল শিক্ষা দিছে দাদা 👍👍 চিঞৰিলে সকলো মিছা সঁচা হৈ নাযায় ।। আগুৱাই যাওক 👍👍
@sandhyalikhanikar6884
@sandhyalikhanikar6884 Год назад
বিহাৰৰ মনিশ কাশ্যপৰদৰে সাহসেৰে জাতিৰ বাবে মাত দিছা লাবু ধন্যবাদ দিছো তোমাক।
@rajibteaching3143
@rajibteaching3143 Год назад
ভয় নকৰিব লাবু দা আপোনাৰ লগত সদায় আছো। Love from হাৰিয়াবিল গৰৈমাৰী।
@louisbenzamin8955
@louisbenzamin8955 Год назад
আমি সৰু সৰু দুৰ্নীতিক লৈও সজাগ হবৰ হ'ল।ভাল কাম কৰি আছে লাবু দা।from Nalbari . Stay strong
@mridupawanvlogs5264
@mridupawanvlogs5264 Год назад
Manuh xinir bebohar bohut beya palu
@hemantabd5994
@hemantabd5994 Год назад
যেতিয়া যুক্তি ধৰে সকলো লাজ পাই 👍 Labo da lagi thakak
@mridupawanvlogs5264
@mridupawanvlogs5264 Год назад
Ami aso tumar logot
@abinashregon8036
@abinashregon8036 Год назад
সত্য সদায় জয় ✊✊✊
@sisangajonofficial
@sisangajonofficial Год назад
yes
@user-kf7zl9yu4v
@user-kf7zl9yu4v Год назад
ASSAM JET jindabad ✊✊✊➡️জয় আই অসম ✊ আমি আছো আপোনাৰ লগত, সত্য টো উলিয়াই আৰু ভিডিঅ'বনাই আগ বাঢ়ি গৈ থাকক 👍👍👍
@rmvlogs0779
@rmvlogs0779 Год назад
সিংহ সদায় সিংহই হয় যিমানেই শিয়ালে নুভুকক কিয় এজাক সিংহৰ মাজত এটা সিংহ। আপোনাৰ সাহসীকতাক সচাই চেলুট জনালোঁ আৰু আগলৈ এনেদৰে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যোৱা
@biswajitgogoi7353
@biswajitgogoi7353 Год назад
dukan khnr kormosari kita Dom saaa Hihotr bibohare bujai dile sorvab knkua
@mitulrabha271
@mitulrabha271 Год назад
Right
@mndailylifestyle1741
@mndailylifestyle1741 Год назад
Right
@johngogoi6874
@johngogoi6874 Год назад
Mja disa
@daduldewri8214
@daduldewri8214 Год назад
Oh hoi ako xhial keita hoao hoao😁😁
@bhaskarjyoti8029
@bhaskarjyoti8029 Год назад
শিয়ালৰ জাক যিমানেই ডাঙৰ নহওঁ‌ক সিংহৰ ওচৰত নেজ পেলাবই ! নিজৰ কাম কৰি যা ভাই ভাল মানুহৰ আশীৰ্বাদ সদায় আছে
@covo871
@covo871 Год назад
Salute Apunak সকলোৰে এনে সাহস নাথাকে 🔥
@atoz3499
@atoz3499 Год назад
মোৰ দৰে দুখীয়া ঘৰৰ লৰা এজনে সময়ত 1টকাৰ কাৰণে মাত মাটিব লাগিব ব্যৱসায় কৰিছে কৰক 2টকা লাভৰ কাৰণে কিন্তু অতিৰিক্ত হোৱাটোৱেহে বেয়া আৰু ব্যৱহাৰ ভাল কৰক দুকানি ককাইদেউ
@budhinsaikia6300
@budhinsaikia6300 Год назад
মন্তব্যবোৰ পঢ়ি ভাল লাগিল । শেহৰ মন্তব্য গুৰুত্বপূৰ্ণ । যি কি নহওক_শিয়াল শিয়ালেই আৰু সিংহ সিংহই কিন্তু দেই। আমি অসমীয়া - জিন্দাবাদ।
@ankurrr4679
@ankurrr4679 Год назад
Joi i axom
@ujjalsaikia2134
@ujjalsaikia2134 Год назад
আলোচনা হৈছিল নে যুক্তি তৰ্ক? ব্যৱহাৰ কিন্তু মানিব লগীয়া । যুক্তি ত জিকিব নোৱাৰি তৰ্ক কৰি জিকিব আহিছে । ভাল কাম কৰিছে আপুনি দাদা ভাল পাওঁ আপোনাৰ video চায়। শিৱসাগৰ পৰা
@bakullahon1958
@bakullahon1958 Год назад
মূখ লোকৰ কাৰণে সমাজ খন নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূখ স্বভাৱৰ বাবে।
@bijaypiggery7917
@bijaypiggery7917 Год назад
আমি সকলোৱে আপোনাৰ লগত আছো,,আগুৱাই যাওক 👍👍
@utpalbora2374
@utpalbora2374 Год назад
বাকী কথাত মই ব্যক্তিগত কোনো মন্তব্য দিব নিবিচাৰো। কিন্তু এজন শিক্ষক হৈ আন এজন শিক্ষকক গামোচা পিন্ধি অহাক লৈ প্ৰশ্ন কৰাতো অতি লজ্জাজনক বিষয়্। মৰিগাঁৱৰ স্থায়ী বাসিন্দা হৈ মৰিগাঁৱৰ তিৱাঁ সম্প্ৰদায়ৰ ওপৰত তেওঁৰ কিঞ্চিত জ্ঞানো নাই, এই কথাটো উদঙাই দিলে। এইয়াই আমাৰ ভাগ্য যে নিজৰ এলেকাৰ লোকাচাৰৰ ওপৰত শূণ্য জ্ঞানৰ এজন শিক্ষকে চৰকাৰী বিদ্যালয়ত কনমানি হতঁক শিক্ষাদান কৰে। হাই বিধি!!!!
@parasantadas5247
@parasantadas5247 Год назад
Kutta jonok dhori bo laga Amar tiwa jai2k oprman koresa
@arpanboro8694
@arpanboro8694 Год назад
Bhl lagil aponar kothabur
@parthapratimdeka4441
@parthapratimdeka4441 Год назад
Mastar nhoi e....mahtor hoi..scholl ari video bonabo ahe...
@nishantbora5365
@nishantbora5365 Год назад
@@parthapratimdeka4441 mukuta tuyu eta Dalal.. khiu mastor
@jatinborsaikiaofficial842
@jatinborsaikiaofficial842 Год назад
Apuni ejon সমাজ সেৱক আৰু সমাজত বেয়া কাম চলি থাকিলে প্ৰত্যেক সমাজৰ মানুহে মাত মতা উচিত,। আপুনি ঠিক কথাই কৈছে মই suport koru আপোনাক✊
@mridupawanvlogs5264
@mridupawanvlogs5264 Год назад
Right
@bhaskarsaikia5116
@bhaskarsaikia5116 Год назад
@@mridupawanvlogs5264 o bhai tumar phone number tu dibaxun parile ..
@Shutupnonsense
@Shutupnonsense Год назад
Right 100%....sorkaror rate pora ek toka beisi lobo nwre....
@jatinborsaikiaofficial842
@jatinborsaikiaofficial842 Год назад
@@bhaskarsaikia5116 apunar tu diyak dada mor tu olp problem bb bya napaba
@rubulburagohain1521
@rubulburagohain1521 Год назад
বানপানীৰ সময়ত শুই থকা সমাজ সেৱক নেকি
@anjanabezbaruah9617
@anjanabezbaruah9617 Год назад
শিয়ালৰ জাক জাক সিংহৰ এটাই ভাল দাদা, তোমাক অসিম ধন্যবাদ 👍👍
@jayray5621
@jayray5621 Год назад
দূৰ্নীতি বিষয়ে মাত মাতি যাব সদায়, আমি আছোঁ ।। Love from Bongaigaon
@anjalipatar4923
@anjalipatar4923 Год назад
Thakibo eri nidibo akole
@parag_gogoi
@parag_gogoi Год назад
ব্যৱসায় কৰক। ৫০ টকা বা ৫০ হাজাৰৰ কথা নহয়, স্বচ্ছ হোৱাটো ভাল কথা। লাবুদাই সেইটোকে দাবী কৰিছে চাগে! সমাজখন স্বচ্ছ হোৱাটো প্ৰয়োজন।
@manaspratimsenapati3671
@manaspratimsenapati3671 Год назад
হাতী এটাৰ পাছত কুকুৰ ১০টা মানে ভুকি থকা যেন লাগিছে লাবু দা😂😂😂
@tus453
@tus453 Год назад
right bro
@pkalita5227
@pkalita5227 Год назад
আচৰিত সাহসী মানুহ এইজন 🙏🙏🙏🙏
@dutta22
@dutta22 Год назад
সাহসৰ অন্য উদাহৰণ লাবো ভাই❤️😍❤️লগ পোৱাৰ ইচ্ছা আছে ভাই
@niutonboraniutonbora263
@niutonboraniutonbora263 Год назад
হালধীয়া sporting ৰ লৰা জনৰ যিটো ব্যৱহাৰ সেইটো দেখি হে কিন্তু আচৰিত হলো।
@dekad3264
@dekad3264 Год назад
Bapek sai putek.. Val siksha dise Jen paisu..
@amargaonorporibekh866
@amargaonorporibekh866 Год назад
Jeng poriyal
@jitumonideka4625
@jitumonideka4625 Год назад
Aito malik putk sage😅
@hirengogoi9329
@hirengogoi9329 Год назад
Val hikhya loise
@mmmm-nt5dj
@mmmm-nt5dj Год назад
ghrt hakhn bula bs2 nai a mak bapek u tnke koi sge murt mal a nai tar
@kaushiklifestyle
@kaushiklifestyle Год назад
ব্যৱহাৰ বোৰ ভাল লাগিল দুকানী কেইজনৰ গৰু লগত তুলনা কৰিলেও গৰুতুক এনে কোৱা যেন হব ।
@gogoiofficialm
@gogoiofficialm Год назад
আপোনাৰ লগত আছো। সত্য সদায় জয়।🙏🙏🙏
@sinkusymon
@sinkusymon Год назад
জাতিৰ বাবে কাম কৰা এজন সাহসী ব্যক্তি..❤️
@bishalbharali3101
@bishalbharali3101 Год назад
এই মহাপুৰষীয়া মালিক জনৰ আৰু লগত থকা bodyguard কেইটাৰ বিবহাৰ টো কিন্তু বৰ শলাগ লব লগীয়া মনিশো কিন্তু পইছা চাগে অলপ বেছি হল এই কেইটাৰ 👍
@mridupawanvlogs5264
@mridupawanvlogs5264 Год назад
Right
@tanmoytapas28
@tanmoytapas28 Год назад
Aikaitak xondhia atupi dile pisdina dintu kukurr Dore logat furiba
@abinashdutta1784
@abinashdutta1784 Год назад
আপুনি সৎ সাহসী মানুহ, চেল্যুট । 🙏❤️ সেইবোৰ দুৰ্নীতি সকলোৱে দেখিছে আৰু উপলব্ধিও কৰে কিন্তু সন্মুখত গৈ মাত মাতিব নোৱাৰে কিন্তু আনৰ আগত আলোচনা কৰিব পাৰে । সিহঁতক গৰুপিতন এটা দি দিব বুলি আশা ৰাখিলোঁ, সিহঁত তাৰেই যোগ্য ।
@purnimamamun9928
@purnimamamun9928 Год назад
আপোনাৰ সাহস দেখি ভাল লাগিল।দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা সাহস সকলোৱে নাথাকে।যিটো হৈছে সেয়া কৈছে,তাত ভয় নাথাকে।
@rajudeka4679
@rajudeka4679 Год назад
আপোনাৰ সততাক সন্মান কৰিছো। সঁচা কথাটো কলে মানুহে বেয়া পায়। কুকুৰ, শিয়ালৰ জাকে জাকে থাকে কিন্তু সিংহৰ এজনে । চিন্তা কৰিব নালাগে
@Kastori76
@Kastori76 Год назад
লাবু দা আপুনি হতাশ নহব , শিক্ষকে যে বিদ্যালয় বাহিৰে ভুল দেখিলে কব নোৱাৰে, শিক্ষকে যে নিজৰ জাতি কাপোৰ পিন্ধি টাউনত আহিলে বেয়া লৰা হৈ এইবোৰ কথাৰ আজি শুনিছোঁ !
@Bikramadityabaruaah
@Bikramadityabaruaah Год назад
ইহঁতৰ ব্যৱহাৰেই ইহঁতৰ পৰিচয় ৷ সকলোতে 110/-টকা লয় ইহঁতে কিহৰ 50/- extra ল’ব আহে ৷ ভাল কৰিছা বন্ধু ৷
@mridupawanvlogs5264
@mridupawanvlogs5264 Год назад
Yes
@Sankarjitcreation
@Sankarjitcreation Год назад
কথা এটাই অসমৰ একাংশ মানুহে ঘোচ দি ভাল পাই
@Lovelife-bg9oe
@Lovelife-bg9oe Год назад
চেলুট ভাই bohut কথা বেবহাৰ hikilu তুমাৰ পৰা i love this men
@hemantadasnjan1263
@hemantadasnjan1263 Год назад
সাজ-পোছাক কোৱা কথাষাৰ বেছি বেয়া লগা কথা । প্ৰতি জাতিগত ৰ সাজ পৰিধান কৰা বেয়া কথা নেকি?
@gozo_00
@gozo_00 Год назад
Right
@m2tech795
@m2tech795 Год назад
তাকেই কোৱা শিক্ষত জেন লাগে কিন্তো মোৰত কিবা বেলেগ ধান্দা নেকি
@pinkusaikia6491
@pinkusaikia6491 Год назад
কাজিয়া কিয় হৈছে বা কাৰ গাত কি দোষ একো নকওঁ ।কিন্তু আপোনাক মাজতে আহি সাজ পাৰ কথা কোৱা মানুহ জনক কোনোবাই পাৰে যদি অসমত থকা জনজাতি সাজ পাৰ বিষয়ে অলপ কথা শিকাই যেন ।
@smilewithrp1005
@smilewithrp1005 Год назад
💖💖💖 দুৰ্নীতিৰ বিৰুদ্ধে সদাই মাত মতিব লাগিব।
@diytechatoz6408
@diytechatoz6408 Год назад
দহৰ বাবে মই আহিছোঁ ওলাই........ মোৰ দেশৰ মাটিৰ গান গাবলে সদায়.... অ.. ভাৰতৰে পূৰ্ব দিশৰ সোনালী অসম... গৌৰৱে চিঞৰো মই জয় আই অসম...... ✊✊✊✊✊✊✊
@junakorpuhoroni2786
@junakorpuhoroni2786 Год назад
বলে নোৱাৰি গামোচাত লাগিল।। আচৰিত।। লাবু দা ❤️❤️
@dibyavlogs3588
@dibyavlogs3588 Год назад
আমাৰ কুকুৰ কেইটাও ইমান নুভোকে,,,,,
@meghaligogoi8608
@meghaligogoi8608 Год назад
This is reality. Heads off to your courage. Do show more reality videos 👍
@kalakarwala
@kalakarwala Год назад
Mojaa dada...
@santushsenapati4034
@santushsenapati4034 Год назад
বা বা অসমীয়াই অসমীয়াক থগি থাক তাৰ পাছত কোনোবাই মাত মাতিলে বেয়া হৈ পৰে,
@apcompany9286
@apcompany9286 Год назад
কোনোবাই কিবা ভুল কৰিলে কবলৈ পৰ্টেক জন সাধাৰণ মানুহৰ অধিকাৰ আছে,। অকল সাংবাদিকে যে কব পাৰিব কতো লিখা নাই। সদাই এনেকৈ আগ বাঢ়ি যাওক,👌👍
@gagannath1925
@gagannath1925 Год назад
Thik koise
@prodippayeng5476
@prodippayeng5476 Год назад
Val disa dada
@dulumonirajkonwar5858
@dulumonirajkonwar5858 Год назад
আপোনা নিচিনা শাহখি মানুহ সমাজত সচাকৈ প্ৰয়োযন 🙏🙏🙏🙏🙏🙋🙋
@dikshadevi372
@dikshadevi372 Год назад
ভাল মানুহৰ আজি কালি বিপদ দাদা।ভাল কথা কলে বেয়া পায়
@Habitube123
@Habitube123 Год назад
আমাৰ যোৰহাটত 110 টকা লয় । আপুনি ঠিক কাম কৰিছে কিন্তু কিছুমান অলগাধ শুপাই বুজি নাপায় আপোনাক দুখ দিছে । আপোনাৰ সাহসী কতাক ছালাম ,, আপুনি অকলে কিন্তু ইমানবোৰ মানুহে আপোনাক আবৰি ধৰিছে খাও খাও কৰি । ভয় নকৰিব সদায় মাত মাতি যাওক । সকলোতকৈ বেয়া লাগিল আপুনি পিন্ধা গামোচা খনৰ বিষয়ে কলত । আমাৰ জাতিগত বস্তু পৰিধান কৰিলেও বেয়া হৈ যাইনে মানুহ । যি জনে কৈছে তেওঁ বয়স হইটো 60 পাৰ হল ।
@gunabaruah2888
@gunabaruah2888 Год назад
Good job bro
@montugogoi880
@montugogoi880 Год назад
Burasuda tur mathat aku xt dal ny
@tapagmodernst1810
@tapagmodernst1810 Год назад
Real সাহসী ব্যক্তি।
@regonao2484
@regonao2484 Год назад
Right👍
@ranjitpatangia1261
@ranjitpatangia1261 Год назад
@@regonao2484 1
@njgjtjyj9061
@njgjtjyj9061 Год назад
মদাহী labu da
@muskanmoon2653
@muskanmoon2653 Год назад
Thanks
@user-kf7zl9yu4v
@user-kf7zl9yu4v Год назад
বাঘ
@monikadasbrajendas9783
@monikadasbrajendas9783 Год назад
আপোনাৰ সাহসিকতাৰ পৰিচয় দেখি ভাল লাগিল dada 🙏🙏🙏
@togetherproduction7607
@togetherproduction7607 Год назад
ভূকা কুকুৰ সদায় পিছৰ পৰাই ভূকি থাকে কিন্তু একো কৰিব নোৱাৰে , লাবু দা সদায় সিংহ আৰু জীয়াই থকালৈ সিংহ হৈ জীয়াই থাকিব কোনেও একো কৰিব নোৱাৰে , ‌‌ Love from kokrajhar ♥️♥️♥️
@tikensarania4862
@tikensarania4862 Год назад
Assam Jet kukur ata
@rajubordoloi616
@rajubordoloi616 Год назад
বহুত ধুনীয়া অগবাহি জোৱা
@alpanasarmagoswami8165
@alpanasarmagoswami8165 Год назад
Each n every rupees is important. 50 rupees is also valuable for everyone.
@goalparasengeraspecial6178
@goalparasengeraspecial6178 Год назад
আমাৰ জনজাতিৰ সাজ লৈ এনে মন্তুব্য দিয়া শিক্ষক জনৰ নাম আৰু ঠিকনা দিয়ে যেন। ক'ত সাহস পালে সেই শিক্ষক জন জনজাতিৰ সাজ লৈ এনে কথা ক'বলৈ।।
@debasish__b0ruah
@debasish__b0ruah Год назад
sir apunak salute 🙏
@satyendradeka6343
@satyendradeka6343 Год назад
চাৰকাৰি চাকৰি এৰি ব্যৱস্যায় কৰি তুমি দেখাই দিয়া তুমি মহান
@pranabgogoi5213
@pranabgogoi5213 Год назад
এজন মানুহে মাজত কৈছে 50টকা কোনো ডাঙৰ কথা নহয় ।। দাদা পেত্ৰলৰ দাম 2টকা কমিলেও ৰাতি পৰা তেল দিপুত লাইন পাটো ।। আমাৰ দৰে নিবনুৱা মানুহৰ বাবে 50টকা বহুত ডাঙৰ কথা দাদা আপোনাৰ কথাত মই এক মত ।।
@optimist5907
@optimist5907 Год назад
Morigaon raij...Eikhn dukanot kunu najabo
@sjr13lifeonroll16
@sjr13lifeonroll16 Год назад
Keep going da we are with you ❤️🙌 Darna nahin hai sacchai dikhate jao bhaiya
@rahulchoudhury4569
@rahulchoudhury4569 Год назад
You are a real Hero 🥰
@unmonsblog9569
@unmonsblog9569 Год назад
You are so brave Bro.I wish God will always be with you.
@assameseddvlog1324
@assameseddvlog1324 Год назад
সত্য সদায় জয় তোমাৰ এই সাহসী সত্য পথ টি সদায় অব্যাহতৰ ৰাখিবা, তোমাৰ এই ভিদিউ টি দেখি proud কৰিছোঁ। লাবু media কেজন মান লৈ গৈ ভাল কে বজাই দিয়া আচলতে হৈছিল কি।
@randomshit1120
@randomshit1120 Год назад
The way you have handled this uncivilized people.. Hats off.
@chinmoydeka5915
@chinmoydeka5915 Год назад
Val korise dada aneke dibo lge ,blg r dom nii maat matibo apuni vl kam krise vl lgise ❤️🙏
@Bikramadityabaruaah
@Bikramadityabaruaah Год назад
WE ARE WITH U BROTHER . DCক Complain কৰি দিব লাগে ৷ ইহঁতৰ গুণ্ডামি কেইদিন চলিব ৷ এটকাও বেছি কে ল’ব নোৱাৰিব ৰছিদ নোহোৱাকৈ ৷
@mridupawanvlogs5264
@mridupawanvlogs5264 Год назад
Yes 100%
@champaksarma9303
@champaksarma9303 Год назад
Requesting district administration to take immediate action
@Rahul0barman
@Rahul0barman Год назад
Against whom? RU-vidr or businessman
@Irfan786Khan786
@Irfan786Khan786 Год назад
@@Rahul0barman businessman obviously.
@thecreator7783
@thecreator7783 Год назад
Nalge o..dc r blg kam dhanda nai nk aru
@jugaltvs2913
@jugaltvs2913 Год назад
সত্য সদায় জয় লাবু দাদা
@NayanNiyor
@NayanNiyor Год назад
Laabu daa... Good job... Full support... 🔥🔥🔥
@chanakyaboro6869
@chanakyaboro6869 Год назад
Dada aponar pawer bisi ✊✊ proman hoise je okole 10 jon man manuhor kotha okole kovar korisa 👍🏻👍🏻🙏 karon aponar dore manuh akhon xomajot lage . Thank dada jiman para aguwai jak👍🏻👍🏻
@dhunudhritiman9262
@dhunudhritiman9262 Год назад
Bro এনেকে সকলো দালালক expose কৰি যোৱা আমি আছো তোমাৰ লগত
@mridupawanvlogs5264
@mridupawanvlogs5264 Год назад
Yes
@monuranjan5274
@monuranjan5274 Год назад
আপোনাক মানিছো.... Love form Tinsukia
@dhananjaydas9287
@dhananjaydas9287 Год назад
I support u Dada... Love from Sorbhog Barpeta Assam.
@niranjanbarman2853
@niranjanbarman2853 Год назад
চৰকাৰে এই দোকানৰ মালিক জনৰ ওপৰত আইনীভাবে বিহীত ব্যবস্থা লব লাগে কাৰণ মানুহৰ পৰা অতিৰিক্ত ধন সংগ্রহ কৰি আছে। লাবু দাদা আপুনি ভাল কাম কৰিছে। দোকানৰ মালিক আৰু তাৰ লাগত থকা চামচা কেইটাৰ বেবহাৰ একে বাৰে ভাল নহয়।
@uknow9528
@uknow9528 Год назад
হালধীয়া tshirt পিন্ধা লৰা জন পূজা ভালকৈ চাব যাবা ।পাৰিলে bodygurd কেইজন লয় যাবা
@himangsupator7853
@himangsupator7853 Год назад
Takehe
@yubrajgameng6619
@yubrajgameng6619 Год назад
😂
@subijitnathzgarg9217
@subijitnathzgarg9217 Год назад
🤜🤜🤜
@sobinmoran8615
@sobinmoran8615 Год назад
সাহস আৰু সততা থকা.... নিষ্ঠাৰে বিষয় সমূহ উপস্থাপন কৰা এজন ব্যক্তি তেওঁ 💕 ভয় আৰু ভাবুকি লৈ কেৰেপ নকৰা মানুহ সিংহপুৰুষ । কাকপথাৰৰ পৰা মৰম জাচিলো 💕
@artforeveryone6169
@artforeveryone6169 Год назад
Dada tumr lgt asu aguai jua❤️❤️
@killeraxom3733
@killeraxom3733 Год назад
এইয়া আমাৰ শিক্ষিত সমাজ এজনক অকলে পায় টনা আজোৰা কৰিছে মাৰিবলৈ হে বাকি আৰু আনজনে পোছাক ক লৈ কৈছে আমি আমাৰ জাতিৰ পোছাক যত গলেও ব্যবহাৰ কৰিব পাৰো আমাৰ কথা ভূল যাৰে নহয় কিয় কব নাজাও কিন্তু মৰিগাঁওৰ গোন্দা দোকানি কেইজনক দেখি ভাল লাগিল সমাজত কলংকিত মানুহ ইহত বোৰক য়ে কয় দাদা ভালৰ বাবে মাত মাতিলে কোনো নোবুজে ভদ্ৰ বেশী ইহত বোৰ একো একো জন গৰুত কৈ য়ো তলত মৰিগাঁওৰ দোকানি গুন্দা কেলা বাপেকক কি চাবা নে পুতেকক ভিতৰত বহিব দি পাতিম মানে মাৰিব সেইটো বুজাইছে কেলা মুখা পিন্ধা ভদ্ৰ সকল আপোনালোকে নিজেতো কৰিছে লগত উঠি অহা পুতেক কেইতাকো শিকাইছে যা বোপাই মানুহক দম দি ঠগি খাবি যা গৰুহত কেলা
@atowarhussain3788
@atowarhussain3788 Год назад
@Pratik Sarkar 3qurter tu jatio khaj pusak nooo??? Ji Jon burhaaa I question korisil khi ki pindhi aasil beeeeee???????
@atowarhussain3788
@atowarhussain3788 Год назад
@Pratik Sarkar aaru huuun oiiiiii, toi j social mediat sudmaraniii buli likhiso, toi nuuuu ki haaaaaaaaa???
@amargaonorporibekh866
@amargaonorporibekh866 Год назад
Licence cancel koribo lage ehotor
@paragaxom21yt78
@paragaxom21yt78 Год назад
আজি অসমীয়াই নিজক নিছিণিলে অসম ৰসাতলে জাব।।🙏🙏🙏ভূপেন হাজৰিকা দেৱে এেনেই কই জোয়া নাই😰😰😰
@jbtezpurvlog3080
@jbtezpurvlog3080 Год назад
🙏
@mridupawanvlogs5264
@mridupawanvlogs5264 Год назад
Right
@abhiiishek_27
@abhiiishek_27 Год назад
Real Hero from Assam
@pranabdeka1402
@pranabdeka1402 Год назад
🔥🔥🔥 অসম jet
@PC03
@PC03 Год назад
আলোচনাতো অলপ লাহে লাহে কৰিলেও হয় চোন, চিঞৰিছে কিয়
@manashprotim3588
@manashprotim3588 Год назад
Dada love you❤️.stay strong 🙏
@dkbarman4316
@dkbarman4316 Год назад
1)))গৰমৰ দিনত যদি আপুনি ঘৰৰ বাহিৰত কামত ব্যস্ত থাকে, অন্ততঃ এঘণ্টাৰ মূৰে মূৰে ৩ গ্লাছ বিশুদ্ধ পানী খাব I 2)))দিনটোৰ অত্যন্ত গৰমৰ সময়খিনিত পৰাপক্ষত ঘৰৰ বাহিৰলৈ নোলাব I 3)))গৰমৰ দিনত ঘৰৰ বাহিৰলৈ ওলাই যাবলগীয়া হলে সদায় ছাতি লগত লৈ ওলাব আৰু পৰাপক্ষত পাতল ৰঙৰ কপাহী কাপোৰহে পৰিধান কৰিব I 4))))গৰমৰ দিনত পৰাপক্ষত কেফেইন্, এলক’হল বা চেনী যুক্ত পানীয় পৰিহাৰ কৰিব I ৫))))গৰমৰ দিনত আপোনাৰ শিশুক দুৱাৰ-খিৰিকী মাৰি গাড়ীৰ ভিতৰত এৰি থৈ নাযাব, কিয়নো বন্ধ গাড়ীৰ ভিতৰৰ তাপমাত্ৰা মিনিটৰ ভিতৰতে ১৪০° পৰ্যন্ত হৈ যায় I ৬))))গৰমৰ দিনত পিয়াহ নালাগিলেও পৰ্যাপ্ত পৰিমানৰ বিশুদ্ধ পানী সঘনাই খাব।
@deepakdas3579
@deepakdas3579 Год назад
Bravo great boy good work
@raahilassam6288
@raahilassam6288 Год назад
দেখাত দোকান খন সৰো যেন লাগিছে, কিন্তু মালিকৰ বাহিৰে বাকী কেইজন কৰ্মচাৰী নে দালাল ধৰিব নোৱাৰিলোঁ,
@sureshamphi
@sureshamphi Год назад
Dada hei malik jonor bebohar beya .. You are right👍👍
@gyandeepmahanta2266
@gyandeepmahanta2266 Год назад
Toi morigaon or ne ? Jodi nohoi aal baal kothat mon di nathakibi . Tuk jodi beya byobohar korise police station ot complain de.aitu complaint box nhoi tu comment box he monot raxibi.
@bitupanhazarika8166
@bitupanhazarika8166 Год назад
@@gyandeepmahanta2266 apuni malikr putek sage n
@gyandeepmahanta2266
@gyandeepmahanta2266 Год назад
@@bitupanhazarika8166 Xeitu Janibole Apuni Kun?? NE Apuni Muku Character Certificate Dibo Atiya???
@bitupanhazarika8166
@bitupanhazarika8166 Год назад
@@gyandeepmahanta2266 nhoi apuni free ke siksha bilai ase ako heibabei hudhilu mane free ke akol hei priyalr 5 ta manuh ahe dib pare mane moi bulu apuniu hei priyalre 6 nambarjn ba hei priyalr nhoi jdi beya nepab dei mulyban homoi kon val kamt logai amar dujnk holeu upkit korar babe apunaloi bohut bohut ধন্যবাদ thakil 🙏জয় আই অসম
@gyandeepmahanta2266
@gyandeepmahanta2266 Год назад
@@bitupanhazarika8166 xunok xei dukan khnr pora 5 ta family soli ase.so karubar kotha misa bodnam uliale xodaiat dim.taat free te gyan bilua r ktha nahe. Dukaan khnr user suburia hisape taat kidore kaam bur sole xei ktha tu Jani he ktha koisu.apuniu ktha bur njne jodi dukaan khnr ahi confirm hbo.ajon youtuber e content or namot ji ti koribo pare mnt raxibo
@Bikramadityabaruaah
@Bikramadityabaruaah Год назад
প্ৰথম Videoটোৰ আৰম্ভণিৰ 52 secondতে দেখোন সি কয় 680/- বুলি ৷ কিহৰ ফাটলামি কৰিব আহে এই pollutionৰ নামত বেপাৰ কৰা টোই ৷ ইহঁতৰ পতন সেইদিনাৰ পৰাই আৰম্ভ হৈছে ৷ ইহঁতক exposed কৰাৰ বাবে ধন্যবাদ ৷ এটকাও ৰছিদ নোহোৱাকৈ ল’ব নোৱাৰিব ৷ এপইছাও ল’ব নোৱাৰিব ৷ চিধা কথা ।
@bishnubora8341
@bishnubora8341 Год назад
All the best labu da ! tmi lagi thaka
@purabidevi2272
@purabidevi2272 Год назад
মালিক জনৰ ব্যৱহাৰ একেবাৰে বেয়া , নিজক অলপ care লব দাদা , আগুৱাই যাওঁক দাদা.
@adilhussain5468
@adilhussain5468 Год назад
এদিন fbt হঠাৎ এটা ভিডিও দেখিলো চাওঁ যে City centre Mall't লৰা এজনে নিজৰ জনগোষ্ঠীয় সাজ চুৰিয়া পিন্ধি ঘূৰি আছে 'ভিডিও বনাই আছে , দেখি থমকি ৰৈছোঁ -আচৰিত হৈছোঁ -ভাল লাগিছে বহুত, তেতিয়াৰ পৰা চাওঁ লাবুক। বিভিন্ন ভিডিও আছে চালে বুজিব লাবু কেনেকুৱা? লাবু সৎ আৰু জাতীয় চেতনা থকা লৰা❣️
@pranjalpayeng5355
@pranjalpayeng5355 4 месяца назад
আপোনাক মানিছো দা ।ভাল লাগিল🎉
@himantagogoi300
@himantagogoi300 Год назад
Hosai apuni hahokhi deii❤️
@raktimgogoi9545
@raktimgogoi9545 Год назад
আপোনালোকৰ ব্যৱহাৰটো পাৰিলে‌ ঠিক‌ কৰিৱ,গ্ৰাহককটো ঠগিছেই‌,এতিয়া জোলোঙা মেকুৰীটো ওলাই‌ পৰিলত‌ দাদাগিৰী,পাচঁজনৰ‌ পৰিয়াল‌ চলিছে ভাল কথা কিন্ত কাৰোবাক ঠগি খোৱাতকৈ কষ্ট কৰি খাওক.....
@bituphukon1629
@bituphukon1629 Год назад
শিৱসাগৰ পৰা মৰম যাচিলো লাবু দা
@nobgamerm.g2501
@nobgamerm.g2501 Год назад
সুন্দৰ ভাগ,এই সৰু সৰু দালাল বোৰক নহ'লে কোনেও নেদেখে। এনেকুৱা আৰু বহুতো আছে।
@ajaysankarvlogs
@ajaysankarvlogs Год назад
Simplicity is the best and U r the best example of this play don't worry bro keep it up
Далее
СЛАДКОЕЖКИ ПОЙМУТ😁@andrey.grechka
00:11
Zombie Boy Saved My Life 💚
00:29
Просмотров 7 млн
Construction site video BEST.99
01:00
Просмотров 304 тыс.
Reality of Ajit Doval
36:43
Просмотров 10 млн
Для девочек лайфхак😂😂
0:49
amazing 🤔🤔🤔🤔 #ytvideo magic #short
0:15
парни, это так сложно?(
0:39
Просмотров 997 тыс.