Тёмный

ধানৰ উৎপাদিকা শক্তি আৰু লাভৰ পৰিমাণ কেনেকৈ বেছি কৰিব পাৰিব 

 L Agriculture blog
Подписаться 358
Просмотров 670
50% 1

ধানৰ উৎপাদিকা শক্তি আৰু লাভৰ পৰিমাণ কেনেকৈ বেছি কৰিব পাৰিব।
মূলত এই চাৰিটা নীতিৰ ওপৰত ভিত্তি কৰি এই পদ্ধতিৰ ববে কেতবোৰ নিয়ম উদ্ভাৱন কৰা হৈছে। তাৰে কেতবোৰ নিয়ম এনেধৰণৰ-
২০-২৪ দিনীয়া কঠিয়া ৰোপণ
শিপা আঘাটপ্ৰাপ্ত নোহোৱাকৈ অতি সৱধাণেৰে এডাল এডালকৈ কঠীয়া ৰুব লাগে।
শাৰীৰ পৰা শাৰীৰ আৰু গোছাৰ পৰা গোছাৰ, দুয়োটাৰ মাজত ২৫ ছে: মি: দূৰত্ব ৰাখি বৰ্গ চানেকীত কঠীয়া ৰোপণ।
বন-বাত নিয়ন্ত্ৰণৰ লগতে মাটিত অক্সিজেনৰ চলচল বৃদ্ধি কৰিবৰ বাবে কৰা যান্ত্ৰিক পদ্ধতিত নিৰণি।
জৈৱ বা পচন সাৰৰ প্ৰয়োগ, ইত্যাদি।

Опубликовано:

 

12 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 5   
@prantajyoti8796
@prantajyoti8796 4 дня назад
Haping Khali ni?
@acassamese4750
@acassamese4750 11 дней назад
😂😂😂
@pranjalsaikia9479
@pranjalsaikia9479 15 дней назад
Bal nohoi val
@prasantadutta1892
@prasantadutta1892 9 дней назад
ঐ আপোনাৰ ভাষাটো শুদ্ধ কৰক,কৃষি বিজ্ঞানী মহোদয়।ধুই!!
@pranjalsaikia9479
@pranjalsaikia9479 15 дней назад
Assamese speling vul valkoi kobo
Далее
ФОКУС -СВЕТОФОР
00:32
Просмотров 292 тыс.
a hornet bit me on the nose 👃😂
00:16
Просмотров 2,5 млн
How Strong is Tin Foil? 💪
00:26
Просмотров 43 млн