Тёмный
No video :(

নগাঁও, যোৰহাট নগৰৰ অলিয়ে গলিয়ে এতিয়া পানী 

Pratidin Time
Подписаться 2,2 млн
Просмотров 635
50% 1

গুৱাহাটীয়ে নহয়, কৃত্ৰিম বানৰ সমস্যা এতিয়া ৰাজ্যৰ বিভিন্ন নগৰলৈ বিয়পিছে। নগাঁও, যোৰহাট নগৰৰ অলিয়ে গলিয়ে এতিয়া পানী। পানীৰ মাজত আবদ্ধ বহু আবাসী। সমান্তৰালভাৱে ডিব্রুগড়তো কৃত্রিম বানে জুৰুলা কৰিছে সাধাৰণ জনতাক।
#pratidintime #jorhat #nagaon #artificialflood

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1   
@MainulHoque-rx7jo
@MainulHoque-rx7jo Месяц назад
নগাওঁ ৰ মাজেৰে যি কলং সূতিৰ দাতি কাষৰীয়া এলেকাত বান পানীয় কিমান ক্ষতি কৰিছে সকলোৱে জানে বা দেখা পাইছে ৰাইজৰ দুৰ্দশা ৷কিন্তু এই দুৰ্দশা কিছুপৰিমাণে লাগব হলহেঁতেন যদি নগাঁৱ জিলাৰ কাৱৈমাৰি হৈ যি খন নৈ বৈ গৈছে সেই খনত পানি সোমাব পৰাকৈ সংযোগ কৰিব পাৰিলে বহু ৰেহাই পালে হেঁতেন ৷ কাৰন বৰ্তমানে ইয়াত পানী নাইয়ে প্ৰায় পানি ওলাই যোৱা ব্যৱস্থা থাকিলে বানপানীৰ পৰা বহু ৰেহাই পালেহেঁতেন কলংপাৰীয়া ৰাইজে ৷ আশা কৰিছো সচেতন মহলে কিবা ব্যৱস্থা লব ৷ ধন্যবাদ
Далее