Тёмный

নদী আৰু মথাউৰিৰ মাজত বসবাস কৰা লোকসকলহে পৰিছে বানৰ কবলত 

Pratidin Time
Подписаться 2,2 млн
Просмотров 2,7 тыс.
50% 1

বান হেনো সকলোতে হোৱা নাই। কেৱল নদী আৰু মথাউৰিৰ মাজত বসবাস কৰা লোকসকলহে পৰিছে বানৰ কবলত। এই মন্তব্য মন্ত্রী বিমল বৰাৰ। এইবাৰ বানত ক্ষয়ক্ষতিৰ পৰিমাণো অধিক হোৱা নাই বুলি দাবী মন্ত্রীগৰাকীৰ। ইয়াৰ বিপৰীতে সাংসদ গৌৰৱ গগৈৰ অভিযোগ- ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এইপৰ্যন্ত তৎপৰ আৰু প্রস্তুত হোৱা নাই ৰাজ্য প্রশাসন। তাৰ মাজতে বিৰোধী দলপতি দেৱব্রত শইকীয়াই আনিছে বান সাহায্য বিতৰণৰ নামত বৈষম্যৰ অভিযোগ।
#pratidintime #assam #assamflood

Опубликовано:

 

4 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 3   
@kakoligayan2065
@kakoligayan2065 3 месяца назад
মন্ত্রী বিধায়ক বোৰ শান্তিৰে থাকক বান পানী মুখৰ ভাষ নৰে ৰুদ্ধ হবনে ?
@madhabmiliofficial6251
@madhabmiliofficial6251 3 месяца назад
বিমল বৰাক থাপৰ দুটামান দি ঘৰত বহুৱাই দিব লাগে।
@probirsharma3703
@probirsharma3703 3 месяца назад
Desh Azad Hua 76 Sal Ho Gaya lekin Asam Ki Jo Pani Aur badh ka samasya hai aaj bhi complete nahin hai kya😅 Agar India ke har state Dekhe coastal City Sab banae to vah log Bahar Mein Kabhi pidit Nahin Hota lekin Hamare Asam ka sarkar aur public donon Soya Hua Hai donon irsha Soya hua hai ki kya kahen Har sal ki tarah badh aaega aur beet jaega😅
Далее
Мои РОДИТЕЛИ - БОТАНЫ !
31:36
Просмотров 403 тыс.
Muslims debate with a Hare Krishna Monk
20:51
Просмотров 2,8 млн
Мои РОДИТЕЛИ - БОТАНЫ !
31:36
Просмотров 403 тыс.