Тёмный
No video :(

নয়ন নীলিমৰ সন্মুখত কান্দি উঠিল মডেল কুইন, ষ্টুডিঅ’ত কি ক’লে দুয়োগৰাকীয়ে ? 

Asom Live 24
Подписаться 566 тыс.
Просмотров 163 тыс.
50% 1

অৱশেষত মুখামুখি হ’ল নয়ন নীলিম আৰু অভিনেত্ৰী মডেল কুইন
ষ্টুডিঅ’তে নয়ন নীলিমৰ সন্মুখত কান্দি উঠিল মডেলগৰাকী
ষ্টুডিঅ’ত কি ক’লে দুয়োগৰাকীয়ে ?
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Опубликовано:

 

22 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 357   
@bharatibarkataki7592
@bharatibarkataki7592 Год назад
কি যে আৰু ছোৱালীজনীক প্ৰশ্ন সুধিলেই নয়নৰ কাঁহটো বেছি হয় আৰু ছোৱালীজনীক উত্তৰ দিবলৈ সুবিধাই নিদিয়ে , নিজেই কথা কয় ৷আজিৰ যুগত ইমান কোনো মূৰ্খ নাই বুজি নাপাবলৈ ৷
@user-pe7bk6en4q
@user-pe7bk6en4q 2 месяца назад
Fokotia koths
@nishuff3689
@nishuff3689 Год назад
নিজৰ দোষ লুকাব বিচাৰিছে সেইবাবে কুইন ক ও বেছি প্ৰশ্ন কৰিব দিয়া নাই। আৰু এইবোৰ নাটক কৰিছে দুয়ো জনে,,
@runumeeborah4417
@runumeeborah4417 Год назад
জীৱনটো ইমান সহজ নহয়। পৰাজয়ে তোমাৰ উন্নতি ৰ শীখৰ হ'ব। ধন্যবাদ
@kikoruetiya
@kikoruetiya Год назад
চিধা কথা ভুল টো কিন্তু নয়ন দাৰ । কথাবোৰ লুকুৱাব চেষ্টা কৰিছে । ছোৱালীজনীক খুলাকে কব দিয়া নাই । এতিয়ালৈকে হে দেই কিন্তু, 😀 কাৰণ 16 তাৰিখে হে সকলো গম পাম।
@keshab998
@keshab998 Год назад
Hoi hoi
@krishnakhilikson2350
@krishnakhilikson2350 Год назад
19 বছৰ ইমানো কম বয়স নহয় যিমান নয়ন দাই বুজাব বিচাৰিছে,,, এয়া এটা *PUBLICITY STUNT ABOUT 16 DEC* ....
@bitulsaikia6055
@bitulsaikia6055 Год назад
🤣🤣🤣 কথা বোৰ শুনি হাঁহি উঠিছে । মিছানে, সঁচা । নয়নদা কাঁহ 2 বেছি হৈছে।😂😂
@pinkiarabegum2164
@pinkiarabegum2164 Год назад
Right 😂
@nishuff3689
@nishuff3689 Год назад
19 বছৰীয়া ছোৱালী জনী কোনোবাই বেয়া কৰিব দিলেই কৰিব নেকি ।। তাইৰ কি মাথাত মাল নাই নেকি নিজৰ বদনাম নিজেই আনিব,,তাই ও মিছা মাতিছে এতিয়া ভয়ত নে কি নাজানো নে এনেকৈ কব নয়ন নিলিমে blackmail কৰিছে
@abbaskhanassam7398
@abbaskhanassam7398 Год назад
19 bosoriya suwaliye val pale gutei diye. thik tanedore noyon nilima use kori kuinok earile. dekhiye buji pai.
@deepboruah9249
@deepboruah9249 Год назад
Mojah disa
@kuhicreationchannel1213
@kuhicreationchannel1213 Год назад
Tai ejoni soru swali😂🤣🤣
@priyankagayan6802
@priyankagayan6802 Год назад
Tai skip tu he video korisil,,, aru noyon dai r lgt jetiya kiba kam koribo loise so teu kiba koribole kole koriboi aru eku beya tu kora nasil,,,, acting hisape u video tu bonaisil sge tekhetok dekhuwabole kintu tai tu nejane no emn khini j koribo
@ranjitkrdutta1501
@ranjitkrdutta1501 Год назад
Aru Kam nai alusa karibaloi.
@gawoliyalora219
@gawoliyalora219 Год назад
নয়ন দা ইমান লুকুৱাইছে কিয়, সৰল ভাৱেই চোন সকলোঁ ওলাই পৰিছে। আপুনিও ভাল পায় আৰু কুইনেও বহুত বেছিয়েই ভাল পায় । আপোনাৰ মুখ খনিলৈ চাই বহু কথাই লোকোৱাইছে কুইনে আৰু ইমান গম পায় গৈছো যে যদি কুইনে ভাল কৈয়ে মুখ খোলে তেন্তে উৰহি গছৰ উৰ ওলাই পৰিব গতিকে নাটক খন ইমানতেই শেষ কৰক আপোনাৰ বাবেই ভাল। আৰু কুইনে নাগৰিকত্ব পোৱা এটা বছৰ হয় ছে হৈছে । প্ৰেম কি...? প্ৰথম প্ৰেম বুলি ক'লেও বেয়া নেদেখি কুইনৰ। ইমান খিনি খান্দ খনাৰ দৰে কথা বোৰ কিয় পকাই আছে। বছ কৈ দিয়ক না হয়.... মই ভাল পাওঁ কুইনক আমি দুয়ো প্ৰেমিক-প্ৰেমিকা মোৰ হ'ব লগিয়া পত্নী বছ কাম সিমানতেই সতম । ছোৱালী জনী শোকত ভাগি পৰিছে , দুয়োৰে মিলন হ'লে ভাল লাগিব আমাৰোঁ। ছোৱালী জনী সহজ সৰল কথাতে গম পায়।
@dombarudeori4518
@dombarudeori4518 Год назад
নাটক হয় সকলো এইবোৰৰ..!! এইটো গম পালোঁ যে ৰাইজক nayandai এটা চাৰপ্ৰাইজ দিব বিচাৰিছে..!! কিন্তু ছোৱালীজনীৰ পৰা যি আশা কৰিছিল বা nyan dai যি আশা কৰিছিল সেইটো নহল...🥺❤️..!! গম পাইচো যে prank এইটো but ছোৱালী জনীৰ লগত ভাল নহল..!! অন্তৰত আঘাত হনা হল এই কাৰ্য টোৰ জৰিয়তে 🥺💔..!!
@sanjibkakati7499
@sanjibkakati7499 Год назад
ছোৱালী জনীয়ে নিজকে নিজে বদনামী কৰি ললে | সেইটোওঁ আগতে তাই বুজি পোৱা নাছিল নে? সচাঁই তাইৰ মাথাত মাল নাই
@axomstory134
@axomstory134 Год назад
সেই কাৰণে কিবা এটা কৰাৰ আগতে ভাৱি চিন্তি কৰিব লাগে।
@alpanarajkonwar5516
@alpanarajkonwar5516 Год назад
কথা কোৱা আৰু অনুভৱ দুইটাই বেলেগে বেলেগে ধৰণে প্ৰকাশ পাইছে.... নয়ন নীলিমৰ দাই ছোৱালী জনীক নতুন কৈ কথা কবলৈ শিকোৱাৰ যেন লাগিছে....
@pinkigogoi2849
@pinkigogoi2849 Год назад
চকলেট টো নয়নদাই ঘৰৰ পৰা লৈ আহিছিল নি ! কুইনক ফুচুলাবলৈ।😂
@manabdas7280
@manabdas7280 Год назад
Police investigation কৰিলে ছোৱালী জনীৰ mobile tu তেন্তে ছব whatsapp data history calls recordings যিমান আছে চব ধৰা পৰিব চাগে ।
@pankajsonowal5952
@pankajsonowal5952 Год назад
16 ডিচেম্বৰ ভাল লাগিব আচল চিনেমা খন চাই😂😂 কোনে কোনে ৰৈ আছে চালবে
@user-lr5pg3qc2o
@user-lr5pg3qc2o Год назад
নয়ন দা‌ ক গৰম পানী অলপ যোগাৰ কৰি দিব লাগিছিল ইমান কাঁহ হৈছে 🤨
@dipakboruah8518
@dipakboruah8518 Год назад
কিবা এটা নিশ্চয় ভিতৰৰ কাহিনি আছে
@mkcreation3511
@mkcreation3511 Год назад
নয়ন দাই ছোৱালী জনীক কথাবোৰ খুলি কবলৈ দিয়া নাই, আছল কথা বিলাক নয়ন দাই লুকাই ছে। 🙄🙄
@pinkiarabegum2164
@pinkiarabegum2164 Год назад
Right 👍
@abhilashasaikia5242
@abhilashasaikia5242 Год назад
Yes
@LAKHI123
@LAKHI123 Год назад
Right
@PriyankaDas-wr7hz
@PriyankaDas-wr7hz Год назад
Khosa ktha koise khihtr agte kiba asil leti peti
@sungsungbagrung
@sungsungbagrung Год назад
নয়ন দা... অলপ বেছি হ'ল০০০ কথাতে গ'ম পোৱা যায়। নয়ন দাও ওপৰৰ মাল...😁😁 Most wanted চেনি ৰাম😂😂
@himashreebarua6251
@himashreebarua6251 Год назад
তাই এজনী সৰু ছোৱালী,,,,,,🥴
@lakhyaassam1633
@lakhyaassam1633 Год назад
কাম নাই আৰু কোনোবাই কলে বুলিয়ে ভিডিও টো বনাই দিলি লাজ লাগিছে নাই এতিয়া
@parthasaikiavines4848
@parthasaikiavines4848 Год назад
19 বছৰতে modeling কেনেকে hol hey😂
@santukonwar8184
@santukonwar8184 Год назад
ইয়াৰ চিনেমা চাই নিকি তাৰ বদলি মই শুই ঠকাই ভাল , আৰু ছোৱালী জনিক কলো Boss kor pagli rulayega kiya , ফকতিযা চাল্লা কাম নাইকিয়া
@kapilphukan9909
@kapilphukan9909 5 месяцев назад
Tur seherai koi ... Toi blgr vl dekhibo nuaro buli 😂
@-AnkurAM
@-AnkurAM Год назад
কথাবোৰত মিছাৰ আশ্ৰই বেছি যেন অনুভৱ হৈছে। কুইনৰ publicity কাৰনে যদি এইবোৰ কৰিছিল তেন্তে নয়ন দাৰ আত্মসন্মানত অলপো আঘাত নালাগিল নে? নয়ন দাই কৈছিল নেকি বনাবলৈ তেওঁৰ যে প্ৰতিক্ৰিয়া নেদেখিলো।
@digantachetia4630
@digantachetia4630 Год назад
কুইনৰ দুখ নাই ।।।তাই সৰু ছোৱালী তাই একো জনা নাছিল তাইক ভিদেওতো বনাবলৈ দিছিল বাবেহে বনাইছিল।।।কিন্তু কি উদ্দেশ্যে বনাবলৈ দিছিল ???
@prabhatdeuri2164
@prabhatdeuri2164 Год назад
Khoru suali khoru suali koi ase je ...khoru holeu Tai ajoni sualitu......khoru suali image Bea hbo buli kathabo lukuai rakhiboi badhyo koruajen lagise
@rebasaikia5385
@rebasaikia5385 Год назад
Nayan da beya Napabo kuwa krna As a Actor Val pao,but Imn Poltics val nalga nijor Sarthor Karona,Dakhi ahisu Bondhu Cinema Khan Start hua Pora,Apunr anuragi aru Valpua Manuh burok Imn Poltic kori Val pua Adai nokoribo Juna Val pai juna Adori loi Nija lobo
@bipakhadey926
@bipakhadey926 Год назад
ছোৱালীজনীক কথাবোৰ কবলৈ সুবিধা দিয়া নাই নয়ন দাই সঁচা কথা বোৰ লুকুয়াব বিচাৰিছে নয়ন দাই প্ৰতিটো কথা ত মাত মাতিছে উচিত কথা বোৰত কথা কোৱা নাই কথা change কৰিছে..আৰু ভিদেও কোনে বনাব দিছিল কোৱা নাই কাৰণ নয়ন দাই কবলৈ দিয়া নাই তাইক, নয়ন দাই কাঁহ মাৰি মাৰি কথা বদলাই দিছে 😂😂
@Jrabha8559
@Jrabha8559 Год назад
Swalijoni hosakui bohut dukhot kothabor kwa jen lagise.
@assamboy2162
@assamboy2162 Год назад
Nayan daa loght biya kri dya tetiyai suwali jonir montu vl lgib
@comradeaxom7899
@comradeaxom7899 Год назад
Ki kom aru 😂😂 News channel sowali joni nayan daa 3 jonor drama ata salo 😂😂 misai data khini hekh krilo falto sob
@pranitakalita800
@pranitakalita800 Год назад
Kiba ata kinto ase yet nayan dar alp yet vul thoka jen lage
@jyotideori4023
@jyotideori4023 Год назад
Bhul ase je , hei babe eman gat sui sui morom kori ase. Bohut aag barhi goisil horu suwalik pai.
@rajdeepmoranrajdeepmoran3305
দুয়ো জনে মিছা কই আছে, কিবা দোষ নহলে ছোৱালী জনীয়ে ইমান কান্দি কথা নকয় । 🤘
@jharnabegum7782
@jharnabegum7782 Год назад
Nayan দাক ভাল ভাবিছিলো। কিন্তু এতিয়া বুজিছো, manupulation ভালদৰে কৰিব জনে মানুহজনে। ছোৱালীজনীক ব্যৱহাৰ কৰি আকৌ এটা royal entey lob বিচাৰিছিল। এই ছোৱালীজনী এতিয়া dhanashree ৰ channal অত কৈছে যে এয়া সব নয়ন দাৰ plan আছিল। বৰ ভাল পাইছিলো নয়ন দা। তোমাৰ পৰা এনেকুৱা এনেকুৱা পৰিকল্পনা আশা কৰা নাছিলোঁ।।
@zerobhaivlogs720
@zerobhaivlogs720 Год назад
Last moment was interesting .thats feeling loving loving
@pranjalamchi7089
@pranjalamchi7089 Год назад
Val question
@RanjitDas-ni7eb
@RanjitDas-ni7eb Год назад
বহুত দুখ লাগিলছে সচাকৈ
@united1687
@united1687 Год назад
ভাইৰেল আনে প্ৰথমে কৰা নাই নিজেই নিজক ভাইৰেল কৰি লৈছে |
@mallikasarma6057
@mallikasarma6057 Год назад
সামাজিক মাধ্যম তথা ৰাইজক সাধাৰণভাৱে লোৱা অনুচিত। ১৬ তাৰিখে আহিবলগীয়া যি আছে তাৰ বাবে ইমান ডাঙৰ এটা fake video বনাই কি বিচাৰে।।। চিনেমা / ভিদিও ভাল বনালে এনেও মানুহে চাবই। এইবোৰ কৰাৰ বাবে ভাল নলগা হৈ গল। এইবোৰ ইমানতে অন্তঃ পৰক।
@user-rk5ht2bk1z
@user-rk5ht2bk1z 10 месяцев назад
সাধাৰণ কথা নহয় অ' বৰ অদ্ভুত কথা , আচৰিত ঘটনা 😂😅
@devdas8542
@devdas8542 Год назад
নয়ন নীলিমৰ ইমান খিনি কাণ্ডত জ্ঞান নাই.... নিজৰ লাভৰ বাবে publicity ৰ বাবে এজনী সৰু ছোৱালীক মানু্হৰ আগত ব্যৱহাৰ কৰিলে যাৰ বাবে ছোৱালী জনী মানসিভাবে ভাগি পৰিছে..... নয়ন এটা বুঢ়া লৰাই ইমান সৰু ছোৱালী জনী ৰ লগত এইবোৰ কৰিব নালাগিছিল নিজৰ লাভৰ বাবে.....
@manabdas7280
@manabdas7280 Год назад
Nayan nilim ৰ কাঁহ কি চাবি। 😄
@__Tridip_Hazarika__
@__Tridip_Hazarika__ Год назад
Bohut bohut val lagil nayon nilim dar kotha khini huni, thanks dada
@subhashchoudhury8470
@subhashchoudhury8470 Год назад
বহুত হল ।নয়নক আৰু বেছি দেখাই থাকিব নালাগে ।
@monjumoni8330
@monjumoni8330 Год назад
নয়ন নিলীম ৰ চৰ‌িএ এতিয়াহে বুজিলো ।
@rekharanikalita7773
@rekharanikalita7773 Год назад
E moha dhurondhor agote script di natok hostiya jonopriyota lage tak
@Nbgameing1988
@Nbgameing1988 Год назад
Taik hikai anise nayan dai...
@manjubarman1855
@manjubarman1855 Год назад
১৬ ডিচেম্বৰৰ সংলাপ আৰু প্ৰচাৰ
@chandantalukdar7815
@chandantalukdar7815 Год назад
Publicity enke kre ne baru 😂😂
@simakalita1347
@simakalita1347 Год назад
Imn critical buli VBA nasilo nayon nilimok,,lahe lahe beya powa halo .
@rahulbonia6033
@rahulbonia6033 Год назад
Nayan da mnuh2 thik nohoi neki kotha bilakt lgise tenekua. Suwali jnik kothabur khuli koboloi diyok ako
@pompigogoi2634
@pompigogoi2634 Год назад
Seni jn lge Nayan dak
@Brnill_and_mom
@Brnill_and_mom Год назад
ছোৱালী এজনীৰ সৰলতাৰ সুযোগ লৈছে।
@kartikdeka3364
@kartikdeka3364 Год назад
Nayan fal2.Angkor jn beleg hle ru alp sepile hoi.khasa2 ulai gle hoi.
@abhilashasaikia5242
@abhilashasaikia5242 Год назад
Nayan nilim a clear k Kobo khuja nai kiyo?
@disha99
@disha99 Год назад
Tai prem t porisl.. Ktha himane sage.. Nohole kandibo ne.. Scripted a hoi jdi tai bindas thkibo lagisl.. Hmmm
@kg.creation8443
@kg.creation8443 Год назад
Interview j loi asa ai2 making hoiii
@firojali1227
@firojali1227 Год назад
Nayan da.sob manage kori thoise.ami burbok nohoitu....?
@ibhadutta2136
@ibhadutta2136 Год назад
শেষত নয়নৰ জয়💕💕💕💖💖💖
@user-rk5ht2bk1z
@user-rk5ht2bk1z 10 месяцев назад
কিহ‌ৰ ১৬ ডিচেম্বৰ হৈ আছে অ তাত, খুলি মেলি কাহিনীবোৰ কব পৰা নাই কিয়?
@lovemanash2864
@lovemanash2864 Год назад
Ai videor logt 100% Nayan Nilim jorito hoi ase.. Buhut suitan ase Nayan buji palu...
@palashjyoti760
@palashjyoti760 Год назад
Video uploaded কৰিবলে dorkar নাছিল
@robinhudgaming9345
@robinhudgaming9345 Год назад
নয়ন দাৰ বিয়া ঠিক হৈ আছে, কুইন বাই পঢ়া হুনাত মনোযোগ দিব পৰা নাই আবেগিক হৈ কান্দি কাটি আছে । কথাতো স্পষ্টকৈ বুজা নাই।
@Pulin12
@Pulin12 Год назад
Actor আৰু Villain Duyutai Nayan yei মানে LOL
@kuhicreationchannel1213
@kuhicreationchannel1213 Год назад
Waiting...16 December
@jyoshreegogoi7958
@jyoshreegogoi7958 Год назад
Nayan nilime kothabur lukuwabo bisari ase...hokolubur Nayan nilime saal hoi ..suwali jonik kotha koble chance nidiye kiyo ?horu suwali horu suwali koi ase ..imanu horu suwali nhy de tai...
@rituhazarika8072
@rituhazarika8072 Год назад
নয়ন নিলিমে তো আগত কৈ আছিল তাক চবেই ঠগে সি নঠগে,এই ছোৱালি জনিএ নিজেই ভাল পাও কইছে,তাইক আদৰি লোৱাত নয়ন নিলিমৰ আপতি কত,কিয়নো নয়নে কই সি বহুত কোমল অন্তৰ লৰা
@jyotideori4023
@jyotideori4023 Год назад
ইয়াত নযন নীলিমৰ ভুল । সৰু চোৱালি বুলি সুবিধা ল'লে নযনে
@india1157
@india1157 Год назад
Nayan Nilim , What a DIPLOMATIC & Liar you are !!!! Your Such CHEAP PUBLICITY has damaged that girl's carrier ,, U have tried to COVER the Truth very SMARTLY infront of MEDIA , but HATS OF to the News Live Reporter for his Stand and Honest REPORTING to carry out the TRUTH 🙏🙏🙏 at the SAME TIME that girl also an adult , she must not agreed wt Nayan Nilim's screept which was completely targeted to her personal Life ,, Now both of you stop Blaming on PUBLIC REACTIONS 😡😡
@manashideka400
@manashideka400 Год назад
Najano kimn dur xsa, mor ankua lagise, queen r crush asile nayan nilim.. Aru sbre lgt hboi tnkua. Oxmor celebrity ajn, tate nayan nilim. Sbr babei crush.. Tairu sage hoi gol.. So nayan a ji koi takei korile.. Aitu vdo r last t taik knda dxi mor tnkuai lagse.. Stay strong queen.. Moi tmr same age rei hoi..
@porishmitakonwar5241
@porishmitakonwar5241 Год назад
Nayan nilim da bht vl actor dei
@lavitadeka9624
@lavitadeka9624 Год назад
Nayn dai Katha bur lokoab bisarise. sowali jania ktha kle nayn dar kah to Alp besi hoi sn
@madhavphukon965
@madhavphukon965 Год назад
Suwali jonik video tu bonanabole kune koisil..hudhibo lagisil
@barashamaut8842
@barashamaut8842 Год назад
16 তাৰিখ পৰা পৰীক্ষা আছে 🥺 কি কৰি আছোঁ মই 😅
@pompigogoi2634
@pompigogoi2634 Год назад
Mur 15 dec pra 🥲
@barashamaut8842
@barashamaut8842 Год назад
@@pompigogoi2634 ohh 🥺pohisa
@pompigogoi2634
@pompigogoi2634 Год назад
@@barashamaut8842 pohim atia 🙂
@barashamaut8842
@barashamaut8842 Год назад
@@pompigogoi2634 poha 😂
@pompigogoi2634
@pompigogoi2634 Год назад
@@barashamaut8842 hihi 🤭
@digantasonowal5451
@digantasonowal5451 Год назад
পাগলী এই জনী
@jyotideori4023
@jyotideori4023 Год назад
অপস্তুত হ'বই ! সৰু চোৱলী নযনে বৰবাদ কৰিলে
@sabdasakuentertainment3052
@sabdasakuentertainment3052 Год назад
অসমৰ মানুহক মূৰ্খ বনাই আছে 😂😂
@jyotiprasad241
@jyotiprasad241 Год назад
নয়ন দা মাকে ছোৱালী চাইছে তাই খাব পৰা নাই খুব পৰা নাই বছ ইমানে 😂😂। ১৬ তাৰিখে কিনু হব নয়নৰ । ইহঁতক আৰু নেদেখুৱাবা kela
@sangitarajbongsi6920
@sangitarajbongsi6920 Год назад
Nayan da right man
@nbsvlogs1250
@nbsvlogs1250 Год назад
ধুৰ? অকলে কুইনক মাতিব। সকলো সমাধান হৱ। 💓 জনাৰ্দন জিতু 💓 Rangia
@cobrahacker2.0
@cobrahacker2.0 День назад
💖🥺
@ShortCreations1096
@ShortCreations1096 Год назад
Nayan daa kiba ata lukai ase, khoru suwali khoru suwali koi
@PaporiDasKaibarta
@PaporiDasKaibarta Год назад
Quin k ans koribo diok dada
@amunu1226
@amunu1226 Год назад
Akhan tale nabaje ...vaaihat....aami bur borbok nohoi ...de ... media borbok hob para😊
@hemaburagohain798
@hemaburagohain798 Год назад
Nayan Nilim was one of my liked actor but not favourite....never thought that he is such a bulshit guy...what bogus justifications are you giving? Not letting Queen to talk and why did you and your team ask her to make the video, why did you ruin her life, never thought that this is your reality. Aru eta kotha eman j kaahi asile throughout the interview, doctorok dekhale ne nai😡
@bhargabDas1
@bhargabDas1 Год назад
Anchor be like...ki xudhu ita 😂
@sauravnath9295
@sauravnath9295 Год назад
Najanu eku Prabhu..tumarai Lila awww🙏
@dipshikhabhagowatibhagowat4033
🤣🤣🤣🤣🔥
@Jrabha8559
@Jrabha8559 Год назад
Eye hbo nki koinajoni..
@manashideka400
@manashideka400 Год назад
Nayan nilim mor bht fvrt asil.. Nah ajir pra bht bea plo
@kg.creation8443
@kg.creation8443 Год назад
Vdo viral nton cinema kn promotion
@kg.creation8443
@kg.creation8443 Год назад
NAYAN LILIM NTON CINEMA AKN AHI ASA TAR AI2 PUBLICITY BAKIBOR BURBOK BONAI ASA
@mycreationchannel495
@mycreationchannel495 Год назад
Video banab kone koise xei tu xudhak
@begumnarjee5046
@begumnarjee5046 Год назад
বতাহ মাৰিলেহে গছৰ পাত লৰে ।
@bhaskarmedhi3862
@bhaskarmedhi3862 Год назад
Vl natok koriso toiii
@kamjitsaud8388
@kamjitsaud8388 Год назад
Nayan dai kiba surprise diba sage suwaligonik
@pranjalgogoi1051
@pranjalgogoi1051 Год назад
Kotah2 misa nhoy ..kune bonabo dise nam kua nai kio
@binudtali9545
@binudtali9545 Год назад
N nilimok manisu kintu,ram ram🙏
@dipenrabha117
@dipenrabha117 Год назад
ভিদিও কৰিব দিলে কৰিব লাগে নেকি ? এইবাৰৰ পৰা জাতে এনেকুৱা ভুল নকৰে ।
@user-kf7zl9yu4v
@user-kf7zl9yu4v Год назад
নয়ন নীলিম এটা ফটোৱা দগাবাছ মানুহ
@kalpanahazarika7744
@kalpanahazarika7744 Год назад
Tair lgt sob hoi gol atiya laj pabo buli budhi hikai interview dise tv t bujai aanise agote 🤣🤣🤣
Далее
Simple Flower Syrup @SpicyMoustache
00:32
Просмотров 934 тыс.
МЕГА МЕЛКОВЫЙ СЕКРЕТ
00:46
Просмотров 199 тыс.
would you eat this? #shorts
00:29
Просмотров 1,3 млн
Simple Flower Syrup @SpicyMoustache
00:32
Просмотров 934 тыс.