Тёмный

নাজিৰা চানবছা গাঁও নামঘৰ  

জ্যোতিময় Jyotimoy
Подписаться 226 тыс.
Просмотров 215 тыс.
50% 1

#ওপৰনাজিৰা#ভাগৱতপাঠ #pranjitgogoi #pranjalprotimborah
স্থান - ওপৰ নাজিৰা চানবছা নামঘৰ।
ভিডিঅ সম্পাদনা - প্ৰাঞ্জল প্ৰতিম বৰা ।
pranjit gogoi
M.7635942031

Опубликовано:

 

16 сен 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 289   
@munindra5287
@munindra5287 Год назад
সনাতন ধৰ্মত মূৰ্তি পুজা অতি গুৰুত্বপূৰ্ণ । এই মূৰ্তি পুজা শেষ কৰাৰ কাৰনে ভাৰতবৰ্ষত বহত "কালাপাহাৰ"ৰ জন্ম হৈছিল আৰু জন্ম হৈ থাকিব ।
@rumigogoi8881
@rumigogoi8881 Год назад
কৃষ্ণ ভকত ভাগৱতত উপবিষ্ট সমস্ত জনলৈ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ🙏
@abmonty7274
@abmonty7274 Год назад
কৃষ্ণ 👋👋👋সেৱা জনালো প্ৰভুজনা পৰম অমৃত পান কৰিবলৈ পাই আমি ধন্য মানিছো কৃষ্ণ কৃষ্ণ অঞ্জলি দাস
@mr.satyajitbaruah4707
@mr.satyajitbaruah4707 Год назад
Moja
@bhubenthakuria9006
@bhubenthakuria9006 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু জনাৰ ভাগৱত ব্যাখ্যা ইমান মধুৰ অমৃত পান কৰাইছে কৃষ্ণ।
@Kuldip_Sarma
@Kuldip_Sarma Год назад
মূৰ্তি পূজাক লৈ ইমান জ্বলন কিয়?¿??
@debojitbhai4779
@debojitbhai4779 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@akhilburagohain381
@akhilburagohain381 Год назад
Krishna Krishna Krishna bap
@jyotishbhattacharjya8615
@jyotishbhattacharjya8615 Год назад
মই আচৰিত পাইছোঁ ভাগৱত পাঠ অনুস্থানত উপস্থিত থকা সকলৰ মাজত বেছি সংখ্যক পূজা পাতল কৰা মানুহ থাকিলে যি দৰে বাখ্যা দিয়ে তেনে অনুমান হয়। আৰু মহাপুৰুষ জনাৰ " মূৰ্তিকো নাচাবা,গৃহে নেজাবা, প্ৰসাদো নাখাবা, ভক্তি হৈ'ব ব্যভিচাৰ" উক্ত কথাখিনি নতুন শব্দ গাথনিৰে শুনিলো।
@nijaradas4894
@nijaradas4894 Год назад
🙏🏼🙏🏼🙏🏼🙏🏼কৌটি কৌটি প্ৰণাম প্ৰভু,কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼
@twankeswardeka325
@twankeswardeka325 Год назад
ৰাম ৰাম ৰাম নাৰায়ন
@achintagogoi8921
@achintagogoi8921 Год назад
Krishna Ram
@krishnagogoi1657
@krishnagogoi1657 Год назад
কৃষ্ণ কৃষ্ণ বাপ | সেৱা ভাগ ধৰিলো | জয় গুৰু শংকৰ | কৃষ্ণ |
@brojengogoikrisnakrisna7975
Krishna Krishna bap hewa janalu
@jogeswardutta7671
@jogeswardutta7671 Год назад
কৃষ্ণ 🙏 কৃষ্ণ সুন্দৰ হৈছে। ব্যাখ্যা কাৰ ভক্ত প্ৰভুজনাৰ লগতে সমস্ত ভকত বৈষ্ণৱ আৰু আই মাতৃৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ।
@sashibhatta5198
@sashibhatta5198 Год назад
জীৱৰ গতি সলাব পৰা কি বস্তু আছে সংসাৰত ! একো নাই ৷ সেই বাবে কৰ্মৰ মাজেৰে জীৱন পাৰ কৰা কালছোৱাত দহজনৰ উপকাৰ সাধন কৰি আৰু কাৰো অন্যায় নকৰাকৈ থকাটো অধিক ভাল ৷ ধৰ্মৰ নামত কাৰোবাক ঘণ্টাৰ পিছত ঘণ্টা লগত বহুৱাই নাৰাখি তেওঁৰ সৎ কৰ্ম কৰাৰ সময়খিনি নষ্ট নকৰাকৈ থাকিব পৰাটোহে প্ৰকৃত ধৰ্ম ৷
@birensaikia1934
@birensaikia1934 Год назад
Hat karma abihone Manuhar jeebanor gatyanta nai. Ene din ahi ase, dine rati kam kariu jeeaye thakiboloi kothin hoba. Haie hoitu guru jonai hamoira mulya buji Ram buli huddhra kora mon buli koi goise. Tapa Japa yagya Dan hobe biramban Kebole vaktite tusta hunta Narayan. Nalage vaktita deva diza rikhi hoibe Nalage bistara hastra janibe Geetatu Bhagawantoi koise je zadiu moi tinitralukya adhipoti arru ashoijyar adhipoti Laxmidevi mur Patni, tothapiu moi ekpol homoi enere nathaku. Nahole muke dekhi baki hakaleu kam nakariba arru tene korile jeeba jagat anahare mritu mukhat pariba. Baki apunahobaloi.....
@paruldutta5898
@paruldutta5898 Год назад
Krishna krishna krishna pranam janaisu pravu 🙏 🙏 🙏
@premadharligira532
@premadharligira532 Год назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লগতে এই বৈকুণ্ঠ পুৰীত উপস্থিত থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই RU-vidযোগে ভক্তি ভৰা সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ।
@subhamjyotiborah5179
@subhamjyotiborah5179 Год назад
কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏 উপস্থিত সকলো বাপ আই সকলোকে সেৱা আগবঢ়ায়ছো 🙏 কৃষ্ণ
@jayantanath9277
@jayantanath9277 Год назад
মই শিৱ বাবা ভক্ত শিৱ ভক্তি ৰাখক সকলো বিপদৰ মুক্তি পাব হৰহৰ মহাদেৱ
@bontibora9711
@bontibora9711 Год назад
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 কোটি কোটি সেৱা জনালো প্ৰভূ 🙏🙏🙏
@siddharthdas183
@siddharthdas183 Год назад
জয় শ্ৰী ৰাম🙏🙏🙏 জয় ভোলানাথ🙏🙏🙏 গানপাতি বাপ্পা মৰিয়া🙏🙏🙏 জয় মাতা দি🙏🙏🙏
@dimpideka319
@dimpideka319 Год назад
কৃষ্ণ সুপ্ৰভাত জনালো গগৈ বাপ। জয় গুৰু শংকৰ 🙏🙏🙏🙏
@Ridipaxom
@Ridipaxom Год назад
কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম জয় গুৰু শ্ৰীমন্ত শঙ্কৰ হে বাপ সমস্ত আমি অধমে সেৱা ভাগি নিবেদিলো
@junumech653
@junumech653 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ শতকৌটী প্ৰণাম জনাইছো কৃষ্ণ বৰ সুন্দৰ লাগিছে প্ৰভূ কৃষ্ণ 🙏🙏মধুৰ শাতৰ🙏🙏শুনি বৰ ভাল লাগিছে আমি অমিত পান কৰিছে প্ৰভূ বহুত আনন্দ পাছে প্ৰভূ আপোনাৰ চৰণ 🙏🙏কোটি কৌটি কোটি প্ৰণাম জনাইছো কৃষ্ণ বৰ সুন্দৰ কৃষ্ণ কৃষ্ণ
@saralabaruah5084
@saralabaruah5084 Год назад
Krisna pranamiso🙏🙏🙏🙏
@daisyrabha2343
@daisyrabha2343 Год назад
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏
@sarumaiborah448
@sarumaiborah448 Год назад
কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ আপোনাৰ চৰণত কৰযোৰে প্ৰণাম। 🙏🙏🙏
@sanahigogoi381
@sanahigogoi381 Год назад
কৃষ্ণ কৃষ্ণ বাপজনৰ
@mrinmoynath1412
@mrinmoynath1412 Год назад
Krishna krishna krishna bap🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@sunudas6119
@sunudas6119 Год назад
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ শ্ৰী মুখৰ ভাগৱতৰ অমৃতময় ব্যাখ্যা শুনিবলৈ পায় ধন্য হলো আপোনাৰ শ্ৰী চৰণন সেৱা নিৱেদিছো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@rupkantapathori9666
@rupkantapathori9666 Год назад
শাসত
@atulbora8515
@atulbora8515 Год назад
ইমান সুন্দৰ, আপোনাৰ বাখ্যা শুনিলে জীৱন ধন্য হৈ, জাব। আপোনাক মই কুতি কুতি, সেৱা জনাইছোঁ। ঈশৰে আপোনাক মঙ্গল কৰক।,,, কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@narayanbora3034
@narayanbora3034 Год назад
কি সুন্দৰ নিদৰ্শন সেৱা নেবেদিলো🙏
@helendas2587
@helendas2587 Год назад
আপোনাৰ ভাগৱত বাখ্যাৰ একান্ত শ্ৰোতা । আপোনাৰ এই খণ্ডটোৰ বাখ্যা একান্ত মনেৰে বুৰ গৈ শ্ৰৱণ কৰি থাকিলো , কিন্তু হঠাৎ যতি পৰিল। অনুগ্ৰহ কৰি ধাৰাবাহিকতা ৰক্ষা কৰি ইয়াৰ পিছৰ অংশটি প্ৰচাৰ কৰি আমাক কৃতাৰ্থ কৰে যেন। আপোনাৰ শ্ৰীচৰণত শতকৌতি প্ৰণাম জনালো।
@nabasaikia6532
@nabasaikia6532 Год назад
ভগৱান এক
@nirmaldeori4218
@nirmaldeori4218 Год назад
Jai Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷
@gitikakalita5413
@gitikakalita5413 Год назад
Jay. Ram. 🌹🌹🙏🌹🌹
@bivamonibora9427
@bivamonibora9427 Год назад
কৃষ্ণ কৃষ্ণ বাপজন পৰম কৃতাৰ্থ হৈছো ।
@nipnbordoloi9164
@nipnbordoloi9164 Год назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ দুখানি চৰণৰ পদধূলি শিৰত তুলি ললো।
@khogeswarigogoi1902
@khogeswarigogoi1902 Год назад
ভক্তি ভৰা সেৱা নিবেদিছো বাপ আপোনাৰ চৰণকমলত। পুৱাতে আপোনাৰ ভাগৱত পাঠ শ্ৰৱন কৰি নিজকে ধন্য মানিছো
@dipakkeot8813
@dipakkeot8813 Год назад
Jai ma Kamakhya
@rekhagogoi322
@rekhagogoi322 Год назад
কৃষ্ণ বাপ আপোনাসৱৰ জৰিয়তে সমস্ত বাপ বান্ধৱ আই মাতৃক আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছো ।
@user-qb9cd5vv1n
@user-qb9cd5vv1n Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🌹🙏🙏🙏🌹
@ramcharandeka9143
@ramcharandeka9143 Год назад
Krishna Sankara Guru Hari Ram.
@basantadas754
@basantadas754 Год назад
শুনি আপ্লুত হৈছো। কৃষ্ণ কৃষ্ণ।
@sakuntalamazi1601
@sakuntalamazi1601 Год назад
Krishna krishna krishna 🙏🙏🙏
@purnimadas7779
@purnimadas7779 Год назад
হে প্রভূ বাপ সকল বহুত ভাল পালো শুনি সৱাৰো শ্রী চৰণত সেৱা ভাগ জনালো প্রভূ সকল মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏🙏🙏
@robingogoi3555
@robingogoi3555 Год назад
Joy.guru.shankor
@deepagogoi6337
@deepagogoi6337 Год назад
তুমিয়েই মহাণ গুৰুজনা বুলিয়েই ভাবিছো ধন্যবাদ থাকিল
@upenbora450
@upenbora450 Год назад
Krishna Krishna Krishna 👃👃👃
@budhajitgogoi849
@budhajitgogoi849 Год назад
Good morning parnjit dada
@bhaktirakh1123
@bhaktirakh1123 Год назад
Krishna bap huni bhut vl lagil 🙏
@bituponboraassam9322
@bituponboraassam9322 Год назад
কৃষ্ণ 🙏 জয় গুৰু শংকৰ 🙏 “ এক দেৱ এক সেৱ , এক বিনে নাহি কেৱ ” ।।
@iboroboro2755
@iboroboro2755 Год назад
Krishna Krishna Krishna 🙏🙏🙏 Krishna
@ritupansaikia9912
@ritupansaikia9912 Год назад
কৃষ্ণ সমুহ বাপ আইৰ চৰণ কমলত কুটি কুটি সেৱা জনাইছো,,🙏🙏🙏🙏🙏
@bashantadas1542
@bashantadas1542 Год назад
Krishna krishna jai jai sree krishna. Pranjal bap krishna krishna
@chinugogoi8928
@chinugogoi8928 Год назад
Krishna krishna🙏🙏🙏🙏
@rewatideka7020
@rewatideka7020 Год назад
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏
@phatikhazarika9539
@phatikhazarika9539 Год назад
Krishna Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@dimpusarma334
@dimpusarma334 Год назад
কৃষ্ণ কৃষ্ণ বাপ, মই একেবাৰে সাধাৰণ গৃহিণী, ইমান তত্ব গধুৰ কথা বুজি নাপাওঁ। তথাপিও এটা কথা কওঁ যে কিছুমান মানুহে নিজৰ মনক সন্তূস্ত কৰিবলৈ অন্য দেব-দেবীক পূজা কৰি মানসিক সন্তূস্তি লাভ কৰে। দেৱ-দেৱীৰ পূজাত বলি বিধান ব্যভিচাৰ বুলি আমিও ভাবো। কিন্তু মূৰ্তি পূজা কৰি কিছুমানে আত্ম সন্তুষ্টি লাভ কৰে। তেওঁলোকে তো ভগৱান কৃষ্ণৰ মূৰ্তিত পূজা কৰিলে কি হয়? সেই একেজন পৰমপুৰুষ কৃষ্ণ ভগৱান ক আমি গুৰু আসনত উপবিষ্ট কৰি তেওৰ নাম কীৰ্তন কৰো। তথাপিও পাপ হয় নেকি কৃষ্ণৰ মূৰ্তিত পূজা কৰিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজনেই, তেওঁ সকলোকে একেই শিক্ষা দি ধৰ্মপ্ৰচাৰ কৰিছিল, কিন্তু আমাৰ মাজৰে কিছুমানে তেওঁৰ ধৰ্মটো কিয় কেইবাটাও ভাগত বিভক্ত কৰিলে, তাৰ ফলত মহাপুৰুষ জনাৰ আদৰ্শ ভিন্ন হৈছে। বাপ, আপোনাৰ নিচিনা শাস্ত্ৰত দখলৰ থকা এজনৰ পৰা সমাজত স-কাৰত্মক বাৰ্তাৰ আশা কৰোঁ। ভুল হ'লে দোষ মাৰ্জনা কৰিব বাপ।
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 Год назад
Boli lagiboi byabhichar kobo napai nohoi
@bhugeswarsaikia1829
@bhugeswarsaikia1829 Год назад
🙏🙏🙏🙏krishna ram krishna ram krishna ram krishna ram
@Vlogwithpradyut
@Vlogwithpradyut Год назад
Bhut val lagil....khisna
@Firebolt367
@Firebolt367 Год назад
কৃষ্ণ।
@aparajitatamuli7273
@aparajitatamuli7273 Год назад
🙏 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 🙏,শ্ৰোতা ৰাইজে প্ৰভুবাপজনৰ ব্যাখ্যা ভাল দৰে হৃদয়ঙ্গম কৰিব বুলি আশা কৰা হৈছে aruji শুদ্ধ বিচাৰ নীতি নিয়ম সেইদৰে আমাৰ অসমীয়া প্ৰতি খন সমাজৰ লোক সকলে ম্যানতা দি সমাজখন সুস্থ হোৱাৰ পদক্ষেপ লব লাগে ,বিশেষকৈ নতুন প্ৰজন্মৰ অতি ভূমিকাৰ প্ৰওজন হৈ পৰিছে জাতি ৰক্ষা পৰিব তেতিয়াহে 🙏কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ 🙏
@bitulkonwar1099
@bitulkonwar1099 Год назад
Krishna baap Jona apunar bhagobot ব্যাখ্যা শুনি ভাল লাগিল 🙏🙏🙏🌹🌹🌹
@pborah562
@pborah562 Год назад
কৃষ্ণ ভাল লাগিল
@legendff4485
@legendff4485 Год назад
জয় কৃষ্ণ
@prahladchetia4233
@prahladchetia4233 Год назад
কৃষ্ণ, গুৰুজনা ।
@SurenSaikia-mm6nn
@SurenSaikia-mm6nn 11 месяцев назад
Jai shree Krishna
@nitulbora374
@nitulbora374 Год назад
কৃষ্ণ কৃষ্ণ ৱাপ জন ।
@alokkumarbaruah8194
@alokkumarbaruah8194 Год назад
Krisna.bap aponar sri saranat sewa janiso.lagata ai bap sakalalo sewa janiso
@r.saikia3334
@r.saikia3334 Год назад
ভাল লাগিল কৃষ্ণ |
@kashyapsuman1638
@kashyapsuman1638 Год назад
krishna krishña 🙏bhaahut màja
@anantakumarborah2192
@anantakumarborah2192 Год назад
Krishna val lagil.
@pankajkolita9555
@pankajkolita9555 Год назад
আপোনাৰ কথাবিলাক একক ৰ্ধমী হৈছে ।
@sikhamoon8318
@sikhamoon8318 Год назад
কৃষ্ণ প্ৰভু
@ranjitchetia2741
@ranjitchetia2741 Год назад
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা জনালোঁ
@anamikathakuria1950
@anamikathakuria1950 Год назад
জয় কৃষ্ণগুৰু🙏🙏🙏
@lakhibordoloi7759
@lakhibordoloi7759 Год назад
ৰাম ৰাম বাপ
@dulumonilahon812
@dulumonilahon812 Год назад
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা
@dinagogoi1013
@dinagogoi1013 Год назад
কৃষ্ণ কৃষ্ণ প্রভূ।
@rinkubora43
@rinkubora43 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু কৃপা কৰা 🕉️🙏🙏🙏
@himakshiboraassmeshbchanne3933
বাপজনাৰ কণ্টেক নম্বৰটো পালে ভাল পাম !কৃষ্ণ ।
@sankarboro9562
@sankarboro9562 Год назад
Krishna 🙏
@tilokgogoi3471
@tilokgogoi3471 Год назад
VERY NICE BAP. KRISHNA
@swapnalidutta8817
@swapnalidutta8817 Год назад
Krishna bapjon hewa jonalu
@mainabordoloi2479
@mainabordoloi2479 Год назад
কৃষ্ণ প্ৰভু ঈশ্বৰ, আপোনাৰ চৰণত সেৱা জনালো ,🙏🙏🙏
@narayanborah6485
@narayanborah6485 Год назад
Krishna Krishna 🙏 🙏🙏🙏
@antonychetia8478
@antonychetia8478 Год назад
কৃষ্ণ বাপ কৃষ্ণ
@punyarabha151
@punyarabha151 Год назад
🙏 Krishna 🙏 krishna 🙏 krishna 🙏🙏 Ram Ram 🙏 🙏🙏🙏🙏🙏🙏🔥
@indrajithazarika3411
@indrajithazarika3411 Год назад
Hai Krishna 🙏🙏🙏
@banigayan4963
@banigayan4963 Год назад
Krishna kroshna 🙏🙏🙏
@manashprotim219
@manashprotim219 Год назад
Krishna Prabhu...eman hundorvabe byakha korise...ami odhome srobon kori porom anonda lav korilu..
@allisswell111
@allisswell111 Год назад
কৃষ্ণ 🙏 বাপ আপুনি বৰ সুন্দৰ কৈ ব্যাখ্যা কৰে
@aradhanakonwar2246
@aradhanakonwar2246 Год назад
Val lagise
@nomunomu4661
@nomunomu4661 Год назад
Hare Krishna hare ram deu
@sagorgogoi541
@sagorgogoi541 Год назад
Krishna 🙏🙏🙏🙏
@hirentamuly8614
@hirentamuly8614 Год назад
কৃষ্ণ কৃষ্ণ বাপ
@experimententertainment7985
KRISHNA
@animadutta4133
@animadutta4133 Год назад
Krishna krishna krishna
@bontigogoi9728
@bontigogoi9728 Год назад
Krishna Krishna Hundor baykha
@bhanitarajbongshi7657
@bhanitarajbongshi7657 Год назад
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা
@mrinaleegohain2646
@mrinaleegohain2646 Год назад
0
Далее
নাজিৰা বাপুজি পথ  @jyotimoy6018
1:15:12
1 класс vs 11 класс  (игрушка)
00:30
Просмотров 1,4 млн
1 класс vs 11 класс  (игрушка)
00:30
Просмотров 1,4 млн