Тёмный
No video :(

নামেই সংসাৰ তৰে // Namei Hongkhar Tore // ন পুৰণি হৰিনাম সমাজ 🙏 

All Cultural Heritage
Подписаться 438
Просмотров 1,4 тыс.
50% 1

Опубликовано:

 

22 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 14   
@BabuSaikia-r3l
@BabuSaikia-r3l 7 дней назад
Jui ag bahe❤jua dada
@HomenCreations
@HomenCreations Месяц назад
Yoo jui😍❤️
@allculturalheritage07
@allculturalheritage07 Месяц назад
@nishankuchetia9453
@nishankuchetia9453 Месяц назад
@allculturalheritage07
@allculturalheritage07 Месяц назад
@menaka2006
@menaka2006 Месяц назад
🔥❤️🔥
@allculturalheritage07
@allculturalheritage07 Месяц назад
@dinkuborgohain1104
@dinkuborgohain1104 Месяц назад
❤❤
@allculturalheritage07
@allculturalheritage07 Месяц назад
@manojdas8592
@manojdas8592 Месяц назад
কণ্ঠ ধূনীয়া । কিন্তু গোৱাৰ আগত এবাৰ শব্দ বা ইংৰাজীততlyrics খিনি মনত ৰাখিব লাগে । অলপ চালেও বূজি অলপ মোবাইল চালেই শব্দবোৰ বোৰ ধৰিব পাৰিলে হেতেন ।
@allculturalheritage07
@allculturalheritage07 Месяц назад
হয় দাদা গোৱা জনে lyrics টো ভুল কৰিছে আমি গম পোৱা নাছিলো । আপোনালোকে কোৱাত হে ধৰিব পাৰিছো । শুধৰাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ দাদা, আচলতে আমি এইবাৰ প্ৰথম ওলাইচো ভুল বোৰ এনেকৈ শুধৰাই দিব 🙏
@manojdas8592
@manojdas8592 Месяц назад
@@allculturalheritage07 বহুত ধূনীয়া আমাৰ সংষ্কৃতি ধৰি ৰাখিবলৈ তোমালোকৰ চেষ্টা সচাই সলাগ লৈছো লগতে ভূল আঙুলিয়াই দিলে কিছুয়ে খং কৰে তোমালোকে তেনে নহয় ! তোমালোকে ধনাত্মক শাৰীৰে লৈছা ! তাৰ বাবে ধন্যবাদ । আগলৈও তোমালোকক এনেদৰে আমাৰ আপুৰুগীয়া সম্পদটি বজাই ৰাখিবলৈ নেদেখা জনে শক্তি প্ৰদান কৰক । গুৱাহাটী লৈ আহিব পাৰিলে জনাবা তোমালোকৰ যোগাযোগ নম্বৰটি দিবা ।
@manojdas8592
@manojdas8592 Месяц назад
@@allculturalheritage07 অসমীয়া সংষ্কৃতি আগবঢ়োৱাৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্ম প্ৰসক্ষণীয় । লগতে আপোনালোকৰ উত্তৰোত্তৰ কামনা কৰিলো ।
@manojdas8592
@manojdas8592 Месяц назад
@@allculturalheritage07 মোৰ Comment টো ধনাত্মক শাৰীৰে গণ্য কৰাৰ বাবে ধন্যৱাদ । আপোনালোকৰ যোগাযোগ নম্বৰ টি দিৱ । গুৱাহাটীলৈ আমন্ত্ৰণ জনাম আপোনালোকক ।
Далее
ОБЗОР ПОДАРКОВ 🎁 | WICSUR #shorts
00:55