Тёмный

নাম প্ৰসঙ্গত নামাচাৰ্য্যই তাল কেনেকৈ বজাব লাগে? 

@kankana Vlog
Подписаться 4,8 тыс.
Просмотров 74 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 157   
@madhusudankalita1890
@madhusudankalita1890 3 месяца назад
কৃষ্ণ সুন্দৰ, বৰা বাপজনালৈ সহস্ৰ প্ৰণিপাত জনালোঁ।ইমান সুন্দৰ আৰু বিতংকৈ বুজাইছে।
@kankanacreation3167
@kankanacreation3167 3 месяца назад
কৃষ্ণ🙏কৃষ্ণ।
@dhirensaikia4740
@dhirensaikia4740 21 день назад
অতি সুন্দৰ ব্যৱস্থাপনা | কৃষ্ণ
@kankanacreation3167
@kankanacreation3167 21 день назад
কৃষ্ণ🙏
@srimontaburagohain1665
@srimontaburagohain1665 Год назад
সুন্দৰ লাগিছে বাপজন ,প্ৰভুৰ নাম কীৰ্তন কৰিবলৈ ভগৱানে কৃপা বৰিষক।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।
@girinkrgogoi8688
@girinkrgogoi8688 Год назад
খুব সুন্দৰ হৈছে,ভিডিও তো চাপৰি,আৰু তালৰ শব্দ আগতে ওলাই ছে
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।অলপ দুৰৰ পৰা কৰিব লগা হল বাপ জন।সেই কাৰনে তেনে হল।
@monilahan7596
@monilahan7596 Год назад
কৃষ্ণ কৃষ্ণ
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@prahladhazarika9956
@prahladhazarika9956 5 месяцев назад
সুন্দৰ পৰিবেশন। কৃষ্ণ কৃষ্ণ। প্ৰহ্লাদ কুমাৰ হাজৰিকা।প্ৰাক্তন সভাপতি।জামুগুৰি আঞ্চলিক। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ।জামুগুৰিহাট।
@kankanacreation3167
@kankanacreation3167 5 месяцев назад
কৃষ্ণ🙏।সেৱা নিবেদিলো বাপজন।
@kharkhuaokhomia5949
@kharkhuaokhomia5949 5 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ! সমস্ত ভকতৰ পাদপদ্মত এভাগি সেৱা জনাইছো।প্ৰসঙ্গ কৰাৰ চেষ্টা কৰিছো।আপোনাসৱে কৃপা কৰিব বুলি সেবা জনালো ।জয় গুৰু শঙ্কৰ।
@kankanacreation3167
@kankanacreation3167 5 месяцев назад
কৃষ্ণ🙏কৃষ্ণ বাপ কৃপা হওক।
@pranjoldutta7038
@pranjoldutta7038 Год назад
অতি সুন্দৰ ভাৱে প্ৰশিক্ষণ দিছে 🙏🏿 আমাৰ বহুত সুবিধা হৈছে ভিডিঅ'ৰ জড়িয়তে 🙏🏿🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿জয় গুৰু শঙ্কৰ 🙏🏿
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ বাপ 🙏সমস্তকে এই প্ৰশিক্ষন চাব পৰা ব্যৱস্থা কৰাৰ চেষ্টা কৰা হৈছে।কৃপা আমাৰ চেনেলটিৰ যোগেদী আপোনাসব উপকৃত হোৱা বুলি জানি আমি সুখী অুভৱ কৰিছো।ক্ৰম অনুসৰি দিয়াৰ চেষ্টা কৰিচো।আপোনা সবৱ কৃপা লাগিব🙏।
@KeshabPhukon-nj2du
@KeshabPhukon-nj2du Месяц назад
Krishna krishna krishna bap krishna
@kankanacreation3167
@kankanacreation3167 Месяц назад
কৃষ্ণ🙏
@babulborah5253
@babulborah5253 Год назад
কৃষ্ণ ্ জয় গুৰু শংকৰ ।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@ankitadas1152
@ankitadas1152 Год назад
আই সকলে তাল বজাবলৈ সুবিধা আছে নে,,
@jyotishdeori979
@jyotishdeori979 Год назад
সুন্দৰ। বাপজনাক ভগৱানে কৃপাকৰক।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@digantaborah5022
@digantaborah5022 Год назад
বৰ সুন্দৰ বাপ,কৃষ্ণ,, সেৱা আগবঢ়াই ছো।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@birendutta9226
@birendutta9226 Месяц назад
কৃষ্ণ প্ৰভুৱে আপোনাক ভালে ৰাখক
@kankanacreation3167
@kankanacreation3167 Месяц назад
কৃষ্ণ🙏
@jadavgogoi4008
@jadavgogoi4008 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ সমস্ত জনলৈ মহাঅধমে সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ 🙏।সেৱা জনালো।
@juriboruah1152
@juriboruah1152 Год назад
কৃষ্ণ অতি সুন্দৰ। বাপ জনলৈ সেৱা নিবেদিলো।
@kankanacreation3167
@kankanacreation3167 Год назад
Krisha🙏
@dayamaydas2492
@dayamaydas2492 Месяц назад
Krishna krishna
@kankanacreation3167
@kankanacreation3167 Месяц назад
কৃষ্ণ🙏
@khiroddeori1669
@khiroddeori1669 Год назад
🙏 কৃষ্ণ ।সুন্দৰ পৰামৰ্শ।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@hemantakr.borahassam802
@hemantakr.borahassam802 Год назад
কৃষ্ণ বাপ, বহুত নজনা কথা জানিবলৈ পাই ধন্য হ’লোঁ৷
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।আপোনা সবে উপকৃত হোৱা বুলি জানি আমি পৰম সন্তোষ লভিছো।ইয়াৰ পাছৰ খণ্ডটি চাব সেৱা ধৰিলো🙏
@GopalKachariOfficial
@GopalKachariOfficial Год назад
🙏🙏
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@সজ্ঞীৱনেওগSanjibNeog
🙏নাম প্ৰসঙ্গৰ নিয়মৰ বহু কথা আপোনাৰ পৰা জানিব পাৰিলো প্ৰভু । কৃষ্ণ বোলি সেৱা জনালো । 🙏🙏
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@vagnahriday3074
@vagnahriday3074 Год назад
খুউব সুন্দৰ ।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@sewalibora2532
@sewalibora2532 Год назад
সুন্দৰ অ বাপজনা।আমিগৃহতে আপোনাৰ অমৃত পান কৰিবলৈ পাইছো।বৰ সন্তোষ পাইছো দেই।আগলৈ এইদৰেই সুন্দৰ ভিদিঅ পাম বুলি আশা কৰিলো।ভগৱানে সদায় কৃপা কৰক। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।প্ৰতি সপ্তাহত দিয়াৰ ব্যবস্থা কৰা হৈছে। কৃপা কৰি অলপ শ্বেয়াৰ কৰি দিব।সমস্তৰে সুবিধা হব।
@arupkonwar3195
@arupkonwar3195 Год назад
কৃষ্ণ
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@junborah9841
@junborah9841 Год назад
❤🎉
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@renukadassaloi6596
@renukadassaloi6596 Год назад
কৃষ্ণ কৃষ্ণ সেৱা প্ৰভু
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏সেৱা জনালো।
@nandadulalborah5246
@nandadulalborah5246 7 месяцев назад
🙏🏼🙏🏼
@kankanacreation3167
@kankanacreation3167 7 месяцев назад
কৃষ্ণ🙏
@agogoimusicproduction2924
@agogoimusicproduction2924 Год назад
কৃষ্ণ সুন্দৰ বাপ কৃষ্ণ কৃষ্ণ
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@bijumonidutta2472
@bijumonidutta2472 Год назад
কৃষ্ণ কৃষ্ণ 🙏🙏 অতি সুন্দৰ বাপ
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@JintuMedhi-vb3hj
@JintuMedhi-vb3hj 13 дней назад
Krishna
@kankanacreation3167
@kankanacreation3167 13 дней назад
কৃষ্ণ🙏
@RahulSonowao
@RahulSonowao 11 месяцев назад
কৃষ্ণ বাপ🙏
@kankanacreation3167
@kankanacreation3167 11 месяцев назад
কৃষ্ণ🙏
@subhadutta5368
@subhadutta5368 Год назад
কৃষ্ণ,এভাগ নামৰ লগত বজাই দেখোওৱা হলে ভাল আছিল। কৃষ্ণ
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।এইয়া প্ৰশিক্ষন হে চলি আাছে।ক্ৰম অনুসৰি ভি ডি অ সমুহ দিয়া হব।সকলো ভি ডি অ আাপুনি চাই যাব অলপ হলেও উপকাৰ হব। ছেনেলটো চাচক্ৰাইব কৰি লব।এনে ভিডিঅ পাই থাকিব।সেৱা ধৰিলো।কৃষ্ণ🙏 ।
@ritamoninathbora5683
@ritamoninathbora5683 Год назад
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@kankanacreation3167
@kankanacreation3167 Год назад
🙏কৃষ্ণ।
@bivusaikia5909
@bivusaikia5909 3 месяца назад
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@kankanacreation3167
@kankanacreation3167 3 месяца назад
কৃষ্ণ🙏
@sanjeevlaskar6881
@sanjeevlaskar6881 Год назад
ভাল লাগিল। বাপজনা সেউজীয়া গামোচা খনৰ তাৎপৰ্যতো ভাঙি দিলে উপকৃত হলো হয়।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।কিয় জানিব বিছাৰিলে নাজানিলো।
@sanjeevlaskar6881
@sanjeevlaskar6881 Год назад
@@kankanacreation3167 মূখ্য 3খন অসমীয়া গামোচাৰ ওপৰিও প্ৰায় 10 খন মান গামোচাৰ প্ৰচলন অসমৰ ঠাই ভেদে দেখা যায়। কিন্তু সংঘৰ বাপ সকলে কেইবছৰমানৰ পৰা কৃষ্ণ গুৰুৰ ধৰ্মীয় লোক সকলে ব্যৱহাৰ কৰা সেউজীয়া পাৰি গামোচা খন ব্যৱহাৰ কৰা দেখা যায়। এই বিষয়ে কেইবাজনো বাপক আমাৰ সংঘত এই গামোচা খন কেনেকৈ আহিল জানিব বিছাৰো যদিও মনঃপূত উত্তৰ পোৱা নাই। কৃষ্ণ বাপ।
@jitendrapanging1638
@jitendrapanging1638 Год назад
ভালো হইছে
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@aikankalita6733
@aikankalita6733 Год назад
Krishna krishna bap jona bahut val lagil
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@probhawotiboruah586
@probhawotiboruah586 Год назад
কৃষ্ণ প্ৰায় তএইশ বছৰ পিছত বৰা বাপজনাক দেখা পাই অতি আনন্দিত হলো।তেখেত আমাৰ নাম প্ৰসংগ প্ৰশীক্ষক গুৰু আছিল।‌ভক্তি পূৰ্ণ সেৱা নিবেদিলো কৃষ্ণ তিতাবৰ পৰা।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ 🙏।আমি এই চেনলৰ যোগেদী লগ পাই থকাৰ ব্যৱস্থা কৰা হৈছে।
@banjitbaishya7791
@banjitbaishya7791 14 дней назад
🙏কৃষ্ণ কৃষ্ণ, অতি সুন্দৰ কিন্তু বাপ ক্ষমা কৰিব আপোনাতকৈ আগত আন এযোৰ তালৰ ধ্বনি শুনাত আপুনি শিকোৱা তালৰ শব্দটো/ধ্বনিটো ভালদৰে বুজা নাজায়। মোৰ বোধেৰে off camera ত থকা তালযোৰ নবজোৱাকৈ শিকালে বেছিকৈ উপকৃত হম। কৃষ্ণ কৃষ্ণ 🙏
@kankanacreation3167
@kankanacreation3167 14 дней назад
কৃষ্ণ🙏কৃষ্ণ
@purnoborah4976
@purnoborah4976 Год назад
বৰ ভাল লাগিল অনুষ্ঠান ভাগ চাই লগতে আন আন খুতি নাতি খিনি দেখুৱাই গলে বহুতেই উপকৃত হ'ব 🙏
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।ক্ৰম অনুসৰি দি থকা হৈছে। পাছৰ ভিডিঅ সমুহত নিশয় 'সুবিধা হব।কৃষ্ণ🙏
@jibonjyotidutta622
@jibonjyotidutta622 Год назад
Nice
@pulokdutta120
@pulokdutta120 Год назад
🙏কৃষ্ণ ,বাপ ,সুন্দৰ পদক্ষেপ🙏
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ আপোনা সবৰ কৃপা🙏
@mmadhab1658
@mmadhab1658 7 месяцев назад
কৃষ্ণ কৃষ্ণ🙏
@kankanacreation3167
@kankanacreation3167 7 месяцев назад
কৃষ্ণ🙏
@lukendrachutia242
@lukendrachutia242 Год назад
অতি প্ৰয়োজনিয় VDO এটা পালো । কিন্তুু শব্দ বিলাক প্ৰতিধনি হোৱাৰ বাবে কথা বিলাক বুজাত অলপ অসুবিধা হৈছে। বাপজনা আপোনাক অনুৰোধ কৰিছো পাৰিলে বাদ্য ভাগিৰ কথা খিনি পুনৰ প্ৰতিধনি নোহোৱাকৈ VDO বনাব বুলি আশা ৰাখিলো। কৃষ্ণ কৃষ্ণ।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ 🙏।ইয়াৰ পাছৰ প্ৰশিক্ষনৰ অংশৰ পৰা ভাল দৰে দিব পৰা চেষ্টা কৰিম বাপ জন।
@poragboruah4156
@poragboruah4156 Год назад
🙏কৃষ্ণ কৃষ্ণ🙏জয় গুৰু শঙ্কৰ🙏
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@rinapathak4268
@rinapathak4268 Год назад
নাম প্ৰসংগ ৰ ভিডিঅ'দিবছোন। কৃষ্ণ
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।ক্ৰম অনুসৰি দিয়াৰ ব্যৱস্থা কৰা হব।এইয়া আমাৰ প্ৰশিক্ষনৰ অংশ হে দিয়া হৈছে ।সেৱা ধৰিলো আপোনাৰ অনুৰুধৰ মান্যতা আমি নিশ্চয় ৰাখিম🙏।
@subhasishchutian8801
@subhasishchutian8801 Год назад
Krishna
@kankanacreation3167
@kankanacreation3167 Год назад
Krishna🙏
@durlavrajbaruah1268
@durlavrajbaruah1268 Год назад
কৃষ্ণ। বৰ ভাল লাগিছে। এনেকুৱা ধৰণৰ প্ৰশিক্ষণ ৰ ভিডিও য়ে নতুন শিকাৰু সকল ক বৰ সহায় কৰিব। গতিকে আমি বৰ উপকৃত হৈছো।বৰা বাপ জনাৰ এনে ধৰণৰ ভিডিও সমূহ ডিজিটেল মাধ্যমত যথেষ্ট পৰিমানে প্ৰচাৰ প্ৰসাৰ হ'ব লাগে। তেখেতৰ কথাখিনি সকলো নামাচাৰ্যই শুনাটো অতিকে প্ৰয়োজন। সকলো লোকে তেখেতক লগ কৰি শিকাতো সকলো বাবে সম্ভব ও নহয়। এনেদৰে যদি ডিজিটেল মাধ্যমত প্ৰচাৰ হয় তেন্তে সকলোৱে ঘৰত থাকিও নাম প্ৰসংগ শিকিব পাৰিব। গতিকে ই এটা বৰ সুন্দৰ ব্যবস্থা। গতিকে আমি আপোনাৰ চৰণত সেৱা নিবেদন কৰিছো যাতে এনেকুৱা ধৰণৰ ভিডিও আৰু আগবঢ়াই সমগ্র অসমৰ নামাচাৰ্য শিল্পী সকলক শিকি যাবৰ বাবে সহায় কৰি যায়। বৰা চাৰক সাধাৰণতে ডিজিটেল মাধ্যমত একেবাৰে দেখা নাযায়। ইয়াৰ জৰিয়তে বৰা চাৰলৈ এটা অনুৰোধ জনালো যে তেখেতে এটা নিজাববীয়াকৈ এটা RU-vid চেনেল খুলি শংকৰী সংগীতৰ সকলোখিনি কথা প্ৰচাৰ প্ৰসাৰ কৰে যেন। ইয়াৰ জৰিয়তে শংকৰী সংগীতে যথেষ্ট পৰিমানে প্ৰচাৰ প্ৰসাৰ লাভ কৰিব। এনেকুৱা এটা ব্যবস্থা শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিব পাৰে দেখুন। আজি কালি ডিজিটেল মাধ্যমৰ যুগ। গতিকে ডিজিটেল মাধ্যমৰ সহায় নললে প্ৰচাৰ প্ৰসাৰ ক্ষেত্রত বিশেষ আগবাঢ়িব নোৱাৰিব।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏। আমি ভি ডি অ' সমুহ দি যোৱাৰ প্ৰয়াস কৰা হৈছে।ইয়াত প্ৰচাৰ হোৱা ভি ডি অ' সমুহ আপোনা সবৰ উপকৃত হোৱা বুলি জানি আমি সুখী অনুভব কৰিছো।ভবিষ্যতলৈকে দি যোৱাৰ পৰিকল্পনা কৰা হৈছে।যদি আপোনা সবৰ মনোগ্ৰাহি হৈছে আমাৰ চেনেল টো কৃপা কৰি suscribed কৰি লব🙏।পাৰিলে আৰু কেইজন মান লৈ শ্বেয়াৰ কৰি দিব বুলি সেৱা নিবেদিলো🙏।জয় গুৰু শঙ্কৰ।
@pulakdas2171
@pulakdas2171 Месяц назад
Sundar
@kankanacreation3167
@kankanacreation3167 Месяц назад
কৃষ্ণ🙏
@pronabnath7575
@pronabnath7575 Год назад
কৃষ্ণ কৃষ্ণ বাপজন 🙏🙏
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@manashjyotiborah6895
@manashjyotiborah6895 Год назад
কৃষ্ণ ৰাম
@kankanacreation3167
@kankanacreation3167 Год назад
🙏🙏
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@bubulLoying-e8e
@bubulLoying-e8e 9 дней назад
কৃষ্ণ বাপ মই আপোনাৰ ভি ডি অ বিলাক চাইছো ।মই নতুন বাপ আপোনি যদি বেয়া নাপায় তেতিয়া হলে জয় হৰি গোবিন্দ ৰ্কীতন ভাগ তাল বজাই ভি ডি অ টো মোৰক দিয়ক বাপ । কৃষ্ণ !
@kankanacreation3167
@kankanacreation3167 9 дней назад
কৃষ্ণ🙏
@rabisonpatar1656
@rabisonpatar1656 Год назад
Krishna bap jona appear maydha arou loare aeke niomot prosago pronali hole bhal hol hoie .,.from nawgaon krishna bap bhal lagil
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।ভাল লাগিল অলপ উনুকিয়াই দিয়া বাবে। এইয়া মাথো প্ৰাৰম্ভিক পৰ্যায়ৰ হে ।শুদ্ধ ৰূপত দিয়াৰ প্ৰয়াস কৰা হব বাপজন।সেৱা জনালো🙏।সমস্তৰে ভগৱন্তৰ কৃপা হওক।
@nirjurajgogoi319
@nirjurajgogoi319 Год назад
আপোনাৰ চেনেলটোৰ জৰিয়তে বহু কথা জানিব পাৰিছো৷ আগলৈও এনেধৰণৰ অনুষ্ঠান পাম বুলি আশা থাকিল ৷
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@DurgeswarDas-wv9oq
@DurgeswarDas-wv9oq 10 месяцев назад
Prabhu Krishna, Anusilan bhag kun jegat hoi thaake Kripa kori jonabosun.
@kankanacreation3167
@kankanacreation3167 10 месяцев назад
কৃষ্ণ🙏।যোৰহাট জিলা শাখাৰ নামঘৰত প্ৰতি শনি বাৰে।
@DurgeswarDas-wv9oq
@DurgeswarDas-wv9oq 10 месяцев назад
Thnks,apunaloi namor kripa borosilu.
@DeokanRajkhowa
@DeokanRajkhowa Год назад
কৃষ্ণ আমিও এই সুন্দৰ অনুস্থানত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিচো । লগতে বৰা বাপজনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ,কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ 🙏।সেৱা জনালো।
@dulumonibharali8266
@dulumonibharali8266 9 месяцев назад
ঠাই ভেদে নিশি বেলেগ বেলেগ হয় নেকি বাৰু
@kankanacreation3167
@kankanacreation3167 9 месяцев назад
কৃষ্ণ🙏 বাপ। ঠাই বিশেষে নিশি বেলেগ হলেও ভূল নহয়।
@traditionalassam9183
@traditionalassam9183 4 месяца назад
তাল শিকে যদি আমাৰ অমিয় প্ৰভুক চাব
@kankanacreation3167
@kankanacreation3167 4 месяца назад
কৃষ্ণ🙏
@prasannatamuli699
@prasannatamuli699 Год назад
❤krishna, bor sundar, val lagise, ❤krishna❤
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏সেৱা জনালো।
@binoydas-g9y
@binoydas-g9y Год назад
Uttam prakhikhan pramali, krishma nap.
@kankanacreation3167
@kankanacreation3167 Год назад
Krishna🙏
@yy-df1sg
@yy-df1sg 11 месяцев назад
কৃষ্ণ বাপৰ পৰা অলপ জানিব লগা আছিল ফোন নাম্বৰটো পাম নেকি
@kankanacreation3167
@kankanacreation3167 11 месяцев назад
কৃষ্ণ🙏।ক্ৰম অনুসৰি সকলো পাব।
@jibongogoi6940
@jibongogoi6940 9 месяцев назад
কিহৰ প্ৰস্তাব ৰ কথা কৈছে? ডিঙিত ৰঙা ৰঙৰ গামোছা লব l
@kankanacreation3167
@kankanacreation3167 9 месяцев назад
🤔🤔
@roiumbon5172
@roiumbon5172 Год назад
বাপ জনালৈ সেৱা নিবেদি, নজনা কথা এটা জানিবলৈ হেপাহ কৰিছোঁ, ভুল হলে ক্ষমিব । কথাটো হ'ল , মহিলাই প্ৰসঙ্গ কৰিব পাৰিনে বাপ ?
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।আমি ভাবো ভগৱন্তৰ গুনানু কীৰ্তন সকলোৱে কৰিব পাৰে।
@roiumbon5172
@roiumbon5172 Год назад
@@kankanacreation3167 হয় মায়ো টাকেই ভাবো,
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।
@jitenkumarbora617
@jitenkumarbora617 Год назад
Apunar chenel tu chai mai upakita holu Krishna Bap
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏 সেৱা জনালো।
@aparajitatamuli7273
@aparajitatamuli7273 Год назад
❤ কৃষ্ণ ❤বৰ ভাল লাগিছে❤কৃষ্ণ❤
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।সেৱা জনালো।
@jodumonibora8181
@jodumonibora8181 Год назад
krishna 2015manat ei adhamar grihat aponar hatar tallar loi paisilo aru adhame atiya derghanta loike gharat bazaba parisu Kintu bapjanak punar dekha powanohol hothat aji dekhi amar antarik sewa aag barhalo
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@kalindeebhomora6395
@kalindeebhomora6395 Год назад
Baap joner contact number dibo soon…..
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
@bbdrawingacademy8212
@bbdrawingacademy8212 11 месяцев назад
কৃষ্ণ বাপৰ ফোন নম্বৰ পাম নেকি
@kankanacreation3167
@kankanacreation3167 11 месяцев назад
কৃষ্ণ🙏
@kankanacreation3167
@kankanacreation3167 11 месяцев назад
কৃষ্ণ🙏
@AnilTantibhagawat
@AnilTantibhagawat Год назад
Krishna 🙏🙏🙏🙏🙏🙏👏🙏🌷🙏🌷🌷👏👏🌷🙏👏🌷🙏🙏🌷👏🌷🌷👏👏🌷🙏👏👏🙏🙏👏🌷🙏🌷🌷🙏🙏🌷👏🙏👏🙏🙏👏🙏🙏🌷👏👏🙏👏👏🙏🌷🌷🙏👏🌷🙏🙏👏👏🙏👏🌷🙏👏🙏🌷🙏🙏🌷🌷🙏👏👏🙏🙏👏 saranloi kuti kuty bar pranam. ,otty hundar
@kankanacreation3167
@kankanacreation3167 Год назад
KRISHNA🙏
@nipulborah6265
@nipulborah6265 Год назад
আপোনাৰ যোগাযোগৰ নম্বৰটো অনুগ্ৰহ কৰি দিব চুন ।
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ 🙏।
@shyamolikabora2924
@shyamolikabora2924 Год назад
Apunar kishu word ispata nohoi
@kankanacreation3167
@kankanacreation3167 Год назад
হয়।অলপ আঁতৰ হোৱা হেতু ভালদৰে কৰিব পৰা নগল।পাছৰ প্ৰশিক্ষনৰ কথাখিনি নিশ্চয় শুনা পাব🙏।
@Bigbossjhvfuik
@Bigbossjhvfuik 5 месяцев назад
সেউজীয়া গামোচা.....
@kankanacreation3167
@kankanacreation3167 5 месяцев назад
কৃষ্ণ🙏
@ChayonikaLoing
@ChayonikaLoing Месяц назад
Krishna bap
@kankanacreation3167
@kankanacreation3167 Месяц назад
কৃষ্ণ🙏
@kankanacreation3167
@kankanacreation3167 Месяц назад
কৃষ্ণ🙏
@jitendrapanging1638
@jitendrapanging1638 Год назад
ভালো হইছে
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏।কৃপা কৰি চেনেলটি চাাচক্ৰাইব কৰি লব।প্ৰতি সপ্তাহত নতুন নতুনকৈ প্ৰশিক্ষনৰ অংশ দি থকা হৈছে।
@arupkonwar3195
@arupkonwar3195 Год назад
কৃষ্ণ
@kankanacreation3167
@kankanacreation3167 Год назад
কৃষ্ণ🙏
Далее
Wait for it 😂
00:19
Просмотров 4,1 млн
Купил КЛОУНА на DEEP WEB !
35:51
Просмотров 2,5 млн
Hypnotherapy & Spiritualism : A New Way
3:36:29
Просмотров 1,6 тыс.
#Namprokhong# rajib chutia
1:01:49
Просмотров 85 тыс.