Тёмный

নিউটনৰ আপেল গছজোপাৰ তলত মই/ইংলেণ্ডত আইজাক নিউটনৰ Hometour/প্ৰথম অসমীয়া ভিডিঅ’ নিউটনৰ ঘৰত 

Pritos vlogs
Подписаться 147 тыс.
Просмотров 640 тыс.
50% 1

Опубликовано:

 

3 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@pritosvlogs
@pritosvlogs Год назад
Thank you everyone for your support
@Nishantvlogs7891
@Nishantvlogs7891 Год назад
Video to sai bohut val lagile Baa
@dasj6384
@dasj6384 Год назад
Bahut bhal lagil video 2 sai...🙏🙏
@BeliMalakar-ln9zg
@BeliMalakar-ln9zg Год назад
Thank you so much ba iman dhuniya video Ata diyar babe
@Roni-fs5xx
@Roni-fs5xx Год назад
Ba please 🙏 ane koi video diba koshish Karna ❤ atcha atcha video dena ❤❤❤❤love you ba love from bongaigaon Assam
@aratichoudhury7061
@aratichoudhury7061 Год назад
Video 2sai bahut bhal lagil
@hemantahazarika9715
@hemantahazarika9715 Год назад
সৌভাগ্য কেৱল আপোনাৰ নহয় বাইদেউ, সৌভাগ্য আমাৰো হৈছে,, আপোনাৰ দ্বাৰাই আজি আমি জানিব পাৰিলো, দেখিব পাৰিলো বিশ্বৰ অদ্বিতীয় বিজ্ঞানী, বিশিষ্ঠ সাধক, গণিতজ্ঞ বিজ্ঞানৰ পিতৃ মহামানৱ ছাৰ আইজাক নিউটনৰ শৈশৱ শৈলী , ঘৰখন, তেখেতৰ হস্তাক্ষৰ, চুলি, যুগজয়ী ঘৰখনৰ চৌপাশ,, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এইখিনি আমাক সুস্পষ্ট কৈ দেখোৱাই দিয়াৰ বাবে,,, এইবোৰহে প্ৰকৃত ভিডিঅ, এইধৰনৰ ভিডিঅ মোৰ অতিকে প্ৰিয়,,, আগুৱাই যাওঁক আপুনি,,,
@kbcricket2925
@kbcricket2925 Год назад
Maksudai tua ses ke dile muk
@balighatm1963
@balighatm1963 Год назад
Hoxai, ayburai hoixay prakit video...
@MehnajS-lv7fs
@MehnajS-lv7fs 3 месяца назад
Woow, amar jodi hey to hoibhagya hol hoi,😢
@manuborah4135
@manuborah4135 Год назад
ইমান সুন্দৰকৈ সংৰক্ষিত কৰি ৰাখিছে ।মহান বিজ্ঞানী জনৰ ঘৰ খন দেখুৱাৰ বাবে অশেষ ধন্যবাদ ❤️
@c9663
@c9663 Год назад
অসম্ভৱ এটা তোমাৰ যোগেদি সম্ভৱ হৈ উঠিল। কেতিয়াও ভৱা নাছিলো মাধ্যাকৰ্ষণৰ আৱিষ্কাৰকৰ ঘৰ দেখা পাম বুলি । 👍👍 ধন্যবাদ।🙏🙏🙏
@rekib154
@rekib154 Год назад
Asol blog aibilk he aapuni aaru aaguai jauk kamona korisu...bohut bohut dhynyabaad aapunk...Eman kosto kori amar karone aikhini kora babe.xoponot dekha bostu ata dithakot pua jen palu nostalgic hoi golu..(love from guwahati)...
@rajivdas8522
@rajivdas8522 Год назад
আপোনাৰ জৰিয়তে মহান বিজ্ঞানী গৰাকীৰ ঘৰখন দেখিবলৈ পাই বৰ ভাল লাগিল আপোনাক অখেক ধন্যবাদ বা ❤❤❤
@jahnabisaikia3266
@jahnabisaikia3266 Год назад
অশেষ ধন্যবাদ ৷ মহান বিজ্ঞানীজনৰ ঘৰখন দেখিবলৈ পালোঁ ৷
@ms.Rao7539
@ms.Rao7539 Год назад
Ramanujan debor England t thoka ghor tu othoba room tu dekhabo sn vl lagibo ❤
@JonKhan-lk1hm
@JonKhan-lk1hm Год назад
Umm
@jerinayein3123
@jerinayein3123 Год назад
বহুত বহুত ধন্যবাদ বা ইমান ধুনীয়াকৈ মহান বিজ্ঞানী গৰাকীৰ ঘৰ খন দেখুৱাই দিয়াৰ বাবে❤ love from Majuli❤
@karabikalita4592
@karabikalita4592 Год назад
😊
@moinahandique5985
@moinahandique5985 Год назад
@@karabikalita4592 good
@MajuliFromAssam
@MajuliFromAssam 2 месяца назад
❤❤
@dipakkakati6880
@dipakkakati6880 Год назад
সচাঁকৈয়ে ভিডিওটো চাই সৌভাগ্যবান অনুভৱ কৰিছোঁ ।সপ্তদশ শতিকাৰ পৃথিৱীৰ এজন শ্ৰেষ্ঠ বিজ্ঞানী মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক চাৰ আইজাক নিউটনৰ জন্ম হোৱা ঘৰটো দেখাৰ সুবিধা কৰি দিয়া বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ ।সচাঁকে এইটো এটা দুৰ্লভ (Rare)ভিডিও ।আপোনাৰ উপস্থাপনবোৰ খুব ভাল লাগে ।স্পষ্ট ।আগলৈও এনেকুৱা ধৰণৰ নতুন ভিডিও আশা কৰিলো ।
@hemantasaikia8383
@hemantasaikia8383 Год назад
বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ বাইদেউ। ভবা নাছিলো এই মহান বিজ্ঞানীজনৰ ঘৰখন দেখিবলৈ পোৱাৰ সৌভাগ্য হ'ব বুলি। আগলৈও এনেকুৱা ভিডিঅ' দেখিবলৈ পোৱাৰ সৌভাগ্য হ'ব বুলি আশা ৰাখিলোঁ।🙏🙏🙏
@minakshi.chetia
@minakshi.chetia Год назад
বহুত বহত ধন্যবাদ,ইমান মহান ব্যক্তি জনৰ ঘৰটো তথা তেওঁ বিষয়ে বহুতো নজনা কথা শিকিলোঁ। মই তিনিচুকীয়াৰ কাক পথাৰৰ পৰা কৈছো
@mahidulislammahi-wk5ts
@mahidulislammahi-wk5ts Год назад
This is called real quality blog...we want more blogging like this.... lots of love ❤
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Год назад
Best video, my favourite video, best video, I love you this video
@rajashridas1955
@rajashridas1955 Год назад
মহান বিজ্ঞানী জনৰ ঘৰখন লগতে তেওঁৰ বিষয়ে বহুত কথাই জানিব পাৰিলোঁ বহুত ধুনীয়াকৈ আমাক দেখুৱাই দিয়া বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই বহুত ভাল লাগিলে গোটেই বিশ্বজুৰি খ্যাতি লাভ কৰা এজন বিজ্ঞানীৰ প্ৰত্যেক বস্তু খিনিয়েই বৰ সযতনে ৰাখিছে 🙏❤️ অসমৰ পৰা মৰম যাচিলো ❤️❤️👍
@NayaNM0ni
@NayaNM0ni Год назад
Beautiful sharing.... Bujabo nuwara ata feel.... Khub Val lagil video2 sai
@jkbyttech1
@jkbyttech1 Год назад
ছাৰ আইজাক নিউটন মহান scientist ৰ ঘৰ আৰু সেউজীয়া সুন্দৰ পৰিবেশ আপোনাৰ vlog t যোগেদি চাবলৈ পাই বহুত বহুত ভাল লাগিল।thank you🤝👍👍👍👍
@jitenborah963
@jitenborah963 3 месяца назад
কিমান যে ভাল লাগিছে বুজাব নোৱাৰো। আপোনাক বহুত বহুত ধন্যবাদ। চাৰ আইজাক নিউটনৰ ঘৰ দেখিবলৈ পাম বুলি সপোনতো ভবা নাছিলো। আপোনাৰ কাৰণেই সম্ভৱ হ'ল। 🙏
@rupalichetia9447
@rupalichetia9447 Год назад
বহুত বহুত ধন্যবাদ ভন্টি।মহান বিজ্ঞানী ছাৰ আইজাক নিউটনৰ ঘৰখন চিনাকি কৰি দিয়া বাবে। ❤you. I am from Assam. Charaideo.
@upanayanidas1929
@upanayanidas1929 3 месяца назад
Newton's bikhai bahut khundar katha khikiba aaru daykha palu.Aapunaloi bahut dhanyawad.
@cpesrajukalita4962
@cpesrajukalita4962 Год назад
We are really proud of having an Assamese like you.
@KalyaniSharma-xj8vi
@KalyaniSharma-xj8vi Год назад
111 .,,
@sushilkonwar7012
@sushilkonwar7012 Год назад
ভাগ্য তোমাৰ -- ইয়াৰ বাবে মিষ্টাৰৰ নাম লবই লাগিব -- ঠিক তেনে দৰে আপোনাৰো নাম লবই লাগিব । আমি কোনো দিনে চাবলৈ সম্ভৱ নোহোৱা বিভিন্ন দেশৰ প্ৰগতিৰ বিষয়ে দেখূৱাই আমাৰ নলেজ উপল্বদ্ধ হৈছে । ধন্যবাদ ।
@golapnath
@golapnath Год назад
ইমান এটা ভাল video , লগতে ইমান এজন মহান বিজ্ঞানী যিজনে গোটেই বিজ্ঞান জগতত নিজৰ কৃত্তিত্বৰ দ্বাৰা জিলিকি আছে সেই মহান বিজ্ঞানী জনৰ ঘৰত যাওঁতে যিটো আপোনাৰ উৎসাহ দেখিবলৈ পাবলৈ লাগিছিল আচলতে সেইটো দেখা নগল আপোনাৰ মুখত । আপুনি কিবা এনে VLOG VIDEO বনুৱা নিচিনাকৈ বনাইছে ...... আপোনাৰ মনত এটা ধান্দা অহা নাই যে আপুনি কিমান ডাঙৰ এটা video বনাই আছে । কথাখিনি কোৱা কাৰণে বেয়া নাপাব ।
@manashkumar613
@manashkumar613 Год назад
তই যাই ভালকে ভিড়িয় কৰা
@jituborah7420
@jituborah7420 Год назад
ইমান সুন্দৰকৈ সংৰক্ষিত কৰি ৰাখিছে মহান বিজ্ঞানীজনৰ আৱাসগৃহ। বহুত ভাল লাগিল চাই! আপুনি ইমান সুন্দৰকৈ দেখুৱাইছে তাৰবাবে আপোনাক অশেষ ধন্যবাদ।
@অসমীয়ালৰা-ট২দ
@অসমীয়ালৰা-ট২দ 5 месяцев назад
ইমান পুৰনী কালত ইমান ডাঙৰ ধুনীয়া ঘৰ আছিল ইংলেণ্ডত,,, ধৈনবাদ বাইদেউ আপোনাৰ এই ব্লগৰ কাৰনেই ❤
@mrinalassamnk.3365
@mrinalassamnk.3365 Год назад
❤❤ বহু কথাই জানিলো অতীতৰ সুমধুৰ সৃষ্টিৰ স্মৃতি ধন্যবাদ 🌹
@dhiradeka1854
@dhiradeka1854 Год назад
Video টো খুব ভাল হৈছে।শুভেচ্ছা থাকিল
@binuddeka7799
@binuddeka7799 Год назад
তেতিয়াৰ দিনতেই দোমোহলীয়া ঘৰ আছিল... ☺️☺️☺️
@TanmoyGogoi-c1z
@TanmoyGogoi-c1z 4 месяца назад
🌿Hey guys please share kora video to karon ai to video important ❤
@koushikprotimsarma7436
@koushikprotimsarma7436 Год назад
Made my morning beautiful. You are at the place from where Newton Changed the whole world. Newtonian Mechanics has brought revolutionary changed to the human evolution
@mandirabaruah4198
@mandirabaruah4198 Год назад
আমি নিউটনক পাহৰি পেলাইছিলো । আজি সোৱৰাই দিলত বহুত ভাল লাগিল । ধন্যবাদ থাকিল ।
@rinabarkakoty6292
@rinabarkakoty6292 Год назад
You are lucky to be in Sir Isaac Newtons house. It's a beautiful video
@TheBirinchi
@TheBirinchi Год назад
ভাল্ লাগিল vlog তো চাই আগলৈ আৰু এনেকুৱা তথ্যৰ
@Obito_anime_edite
@Obito_anime_edite Год назад
Isaac Newton best scientist in the world 🌍 we miss him 😢😢
@songsmosti
@songsmosti Год назад
অতি সুন্দৰ video .... বৰ ভাল লাগিল। আপোনাৰ সহায়ত মহান বিজ্ঞানী ছাৰ আইজাক নিউটনৰ ঘৰ খন চাব পাৰিলোঁ আৰু বহুত নতুন কথা শিকিব পাৰিলো। Thank u মেম
@johnpegu7699
@johnpegu7699 Год назад
বহুত ভাল লাগিল baa....thank you so much ❤️❤️ 🥰 এইটো vlogs বনাই দিয়াৰ বাবে।। love from, jonai (Dhemaji District)
@himadrisaikia1975
@himadrisaikia1975 Год назад
খুব সুন্দৰ ভিডিও এটা চালোঁ,বহুত ভাল লাগিল
@RnRn-oc5zs
@RnRn-oc5zs Год назад
Miss him, one of the greatest scientist Sir Issac Newton 🙂
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Год назад
Best scientist Dr.Sir Issac Newton
@palashjyotigogoi7050
@palashjyotigogoi7050 Год назад
I loved the video. Thank you very much for seeing many unknowns about the world famous, great scientist Sir Isaac Newton.❤
@pritosvlogs
@pritosvlogs Год назад
Thank you so much
@syedmasoomahmed8670
@syedmasoomahmed8670 Год назад
Bor val lage apunak
@manas9572
@manas9572 Год назад
Val lagil xorure pora poha sei Sirjonor kotha khini Jani rru Dekhi Thanks Manas Bora Nagaon
@Kaushikeditzshorts
@Kaushikeditzshorts Год назад
কি ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে। Govt a❤❤❤
@ankurborah6282
@ankurborah6282 Год назад
বহুত বেছি ভাল লাগিল মহান বিজ্ঞানীজনৰ ঘৰটো দেখা পালো আৰু কিছুমান কথা জানিব পাৰিলো| বহুত ধন্যবাদ| আগলৈও এনে কৈ দিলে ভাল পাম|
@manjulpathak4182
@manjulpathak4182 Год назад
It's a valuable and informative video. Like it very much. Thank you so much for this❤
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Год назад
Best Dr.Newton
@himadriboruah4849
@himadriboruah4849 Год назад
Thank you so much for showing such a great Man's house
@premlatadevi4484
@premlatadevi4484 3 месяца назад
ভাল লাগিল বা ঘৰত বহি বিদেশৰ ঠাই উপভোগ কৰিবলৈ পালো বহুত বহুত ধন্যবাদ থাকিল তোমালৈ 👍👍👍🌹💐🌺🙏🙏
@majidursikdar8377
@majidursikdar8377 Год назад
Thank you so much baa for information us ❤️ Love you baa from Assam, Barpeta ❤️🥰
@manojmorom6708
@manojmorom6708 Год назад
বহুতেই ভাল পালো ভিডিঅ' টি চাই, বহুটো কথা শিকিবও পাৰিলোঁ, এই ধৰনৰ ভিডিঅ' আকৌ দিব । অশেষ ধন্যবাদ ভিডিঅ' টি আগৱঢ়োৱা বাবে । গুৱাহাটীৰ পৰা মনোজ মৰম ।
@rinikasaikia8088
@rinikasaikia8088 Год назад
Ma'am Congratulations to you for this unique video, Love and wishes to you from Nagaon ,Assam
@jutikaray2799
@jutikaray2799 Год назад
Hi A
@roujahmed3935
@roujahmed3935 Год назад
Very very nice information video about Sir Aisac Newton in Assamese !
@hirakjyotisarma8338
@hirakjyotisarma8338 Год назад
Thank you baa , for this vlog ❤️😊
@chandramagogoi7286
@chandramagogoi7286 Год назад
Pritos তোমাৰ এই block to চাই ভাল লাগিল ।কাৰণ ছাত্ৰ ছাত্ৰী সকলৰ বাবে বহুত উপকৃত হৈছে।
@choudhuryvlogs9307
@choudhuryvlogs9307 Год назад
Lot’s of love from Nagaon Assam 🎉 Nice vlog 👍👍
@prabhatkrgogoi8153
@prabhatkrgogoi8153 Год назад
আপুৰুগীয়া সম্পদ এটি দেখুওৱা বাবে ধন্যবাদ ৷
@atikulislam6579
@atikulislam6579 Год назад
Outstanding vlog on Scientist Sir Issac Newton's house. Thanks for making the vlog for which we have seen the place & house of Newton. Keep it up. ( From, Kaki,Lanka,Assam)
@CHINMOYGAMING-jr4of
@CHINMOYGAMING-jr4of Год назад
Wow.
@Raj-hazarika
@Raj-hazarika Год назад
Buli kobo pru🔥
@niranjanpathak425
@niranjanpathak425 Год назад
Bohut mojja lagile....xundor video Babu k dekhi aru besi bhal lagil..bor morom loga
@ranaborah8641
@ranaborah8641 Год назад
Father' of Physics 😅
@seutibhuyan7531
@seutibhuyan7531 Год назад
বহুত বহুতো ভালকাম কৰিলে।।।।so thanks
@bhargabray268
@bhargabray268 Год назад
Love from Assam Bongaigaon Ba 💝💝
@dhritishmitasarkar4562
@dhritishmitasarkar4562 Год назад
Bongaigaon kot mor boitamari
@Niiikunja5X
@Niiikunja5X Год назад
​@@dhritishmitasarkar4562 boitamari r nki toy
@jibeswarbarman5814
@jibeswarbarman5814 Год назад
Moi Bidyapur r
@dilipbarman4154
@dilipbarman4154 Год назад
Bir parar pora 🙏
@rockgamer236
@rockgamer236 Год назад
Moi kakragaon
@anantapegu4653
@anantapegu4653 Год назад
বাইদেউ আপোনালৈ বহুত বহুত ধন্যবাদ দেখুৱাই দিয়াৰ ভাবে । (বোকাখাতৰপৰা কৈছো অনন্ত পেগুৱে)
@alfajahmed8633
@alfajahmed8633 Год назад
Apuni eman dhuniya ke England tu dekhai ase .tar karene bahut bahut thanx.
@hemensarma4962
@hemensarma4962 Год назад
Informative blog, congratulations,
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Год назад
Guinness world records book world no 1 best video
@bhaskarjyotibhuyan8666
@bhaskarjyotibhuyan8666 Год назад
দেখি উপকৃত হলো।
@GMsMixture
@GMsMixture Год назад
গোটেই বোৰ ইমান ধুনীয়াকৈ দেখুৱালে ...ভাল লাগিল
@pranitapaotaye4221
@pranitapaotaye4221 Год назад
ধন্যবাদ দেই। আপোনাৰ জৰিয়তে দেখিবলৈ পাই সুখী হৈছোঁ
@HAFAL-qu8sy
@HAFAL-qu8sy Год назад
সুন্দৰ । নমস্কাৰ, একক আৰু পৃথক চিন্তাৰে কৰ্মসংস্কৃতিৰ পক্ষত সফলৰ এক নতুন যাত্ৰা । স্বৰাজ আৰু স্বাৱলম্বী চিন্তাৰে কৰ্মসংস্কৃতি পথ দেখা মানুহৰ কাষত “সফল’’ । আমি আপোনাৰ কাষত । আমাক মাত্ৰ আপোনালোকৰ আৰ্শীবাদ আৰু মৰম লাগে ।
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Год назад
Most beautiful video
@garulchetry5079
@garulchetry5079 Год назад
Very good step. I'm very happy to know.
@jadumonigogoi1605
@jadumonigogoi1605 Год назад
আপোনাৰ জৰিয়তে মহান বিজ্ঞানী গৰাকীৰ ঘৰখন দেখিবলৈ পাই বৰ ভাল লাগিল৷ আপোনাক অশেষ ধন্যবাদ৷
@jatinrajbongshi5164
@jatinrajbongshi5164 Год назад
বহুত ভাল লাগিল।
@rituscreation5477
@rituscreation5477 Год назад
Dhuniya video ata saboloi palu....bohut vaal lagil....
@hiranmoyeehandique6828
@hiranmoyeehandique6828 Год назад
Waww.. Such a amazing video 😃😃
@babaschannel6099
@babaschannel6099 Год назад
সুন্দৰ, বহুত ভাল লাগিল
@robinphukon2730
@robinphukon2730 10 месяцев назад
ভাল হৈছে, আৰু এনেকুৱা ভিদিঅ দেখিবলৈ পাম
@ahimkuch7020
@ahimkuch7020 Год назад
Bohut val lagil
@palashibhuyan6555
@palashibhuyan6555 Год назад
বহুত ভাল লাগিল দেই। বহুত ধন্যবাদ। আৰু নতুন ভিডিঅ' পাম বুলি আশা ৰাখিলোঁ।
@binoyekka
@binoyekka Год назад
My favorite person..sir ISAAC NEWTON
@gungunpahivlog3936
@gungunpahivlog3936 Год назад
মহান ব্যক্তি ক আপুনি কোৱো দেই
@jitudeka8959
@jitudeka8959 3 месяца назад
প্ৰনাম জনালো আপোনাক দে । সচাকৈ আপোনাৰ বৰ্ণনা খিনি অধিক ভাল লাগিছে ।
@parthaborborah1810
@parthaborborah1810 Год назад
বহুত ভাল লাগিল দেখি,,,
@ajgarali3860
@ajgarali3860 Год назад
বহুত ভাল লাগিছে ভিডিও টো ধন্যবাদ বাইদেউ
@tribenigogoi4570
@tribenigogoi4570 Год назад
Bohut bohut dhanyavaad, mahan biyukti jonar VDO saboloi pai
@gungunr831
@gungunr831 Год назад
Bohut vhal lagese iman important kotha dekhise apuni thank you so much
@sayerarahman1561
@sayerarahman1561 23 дня назад
Most important vedio
@radharaniboro4699
@radharaniboro4699 Год назад
বহুত ভাল লাগিল বাইদেউ🙏🙏❤️❤️❤️
@nikuahmedvlog9439
@nikuahmedvlog9439 Год назад
বহুত ধুনীয়া লাগিল
@bontigohain6398
@bontigohain6398 Год назад
ভাল লাগিল মহান ব্যাক্তিজনৰ ঘৰ দেখুওৱা বাবে ধন্যবাদ
@KishorArt
@KishorArt Год назад
Bahut val lagil sai. Bahut val kam korise. Enekuwakoi dekhai thakibo natun natun thai. ❤ এই মহান বৈজ্ঞানিক জনৰ ঘৰটো দেখুওৱা বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
@wahidabegum9242
@wahidabegum9242 Год назад
কিবা এটা ভাল লাগি গল মনটো বহুত ধন্যবাদ তোমালৈ
@Worryless683
@Worryless683 Год назад
বহুত ভাল content baaa apunK ধন্যবাদ 😊🤗❤️
@riturajneog3359
@riturajneog3359 Год назад
ভাল লাগিল👍👍
@ramcharandeka9143
@ramcharandeka9143 Год назад
Ahh ki beautiful
@Susmitakumari855
@Susmitakumari855 Год назад
Informative Val lagise
@MX_Dhon_Vlogs
@MX_Dhon_Vlogs Год назад
Video to sai bohut val lagol bas ❤
@rajasherethengal5719
@rajasherethengal5719 Год назад
Bhut information palu ba..bhut vl lagil
@SangitaBharali-pm5mw
@SangitaBharali-pm5mw Год назад
বহুত বহুত ভাল লাগিল আৰু এখেতৰ বিষয়ে দেখি মই আনন্দ আৰু গৌৰৱ অনুভৱ কৰিলো।লগতে আৰু পাম বুলি আশা কৰোঁ
@nitudev5820
@nitudev5820 Год назад
ভাল লাগিল চাই বহুতো কথা জানিব পাৰিলোঁ ।মই চৰাইদেউ জিলাৰ সোণাৰিৰ পৰাচাই আছোঁ।
@nayankalita8694
@nayankalita8694 Год назад
সুন্দৰ ।।ভাল লাগিল ।।
Далее
Apples,pears tree for free in England @DimpusVlogs
14:29
У КОТЯТ ОТКРЫЛИСЬ ГЛАЗКИ#cat
00:26
EYAM-plague village of England
13:58
Просмотров 389 тыс.