Тёмный
No video :(

নিজৰ গাঁও ঘৰলৈ বুলি | হাঁহ মাংসৰে একেলগে । To our village | 

AMAR GAON
Подписаться 232 тыс.
Просмотров 716 тыс.
50% 1

We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- ...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle #villagecooking #ethnicfood #amargaon #villagetour

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,5 тыс.   
@janardonborgohain3801
@janardonborgohain3801 Год назад
Is it a casting or these are really their life? If it's casting then I just have only one word for your group. 'Incomparable ".or if it's not then I can say Assam lies in our villages and basically in upper Assam. Whichever way you guys are doing a fantastic job.
@banasridas7566
@banasridas7566 Год назад
i think this is not there real life may be...
@chayanikashandilya5847
@chayanikashandilya5847 Год назад
Love from Darrang
@karishmabarah5230
@karishmabarah5230 Год назад
Casting
@krishnajyotiboruah5215
@krishnajyotiboruah5215 Год назад
Ji
@kironchutia7904
@kironchutia7904 Год назад
@@karishmabarah5230 p
@amargaon3296
@amargaon3296 Год назад
আপোনালোকৰ সুন্দৰ মতামত বিলাক পঢ়ি অতি সুখী হৈছোঁ.. এনেধৰণৰ মন্তব্যই মনলৈ আৰু ভাল কাম কৰি যাবলৈ উৎসাহ আৰু প্ৰেৰণা যোগায়। বহুত বহুত ধন্যবাদ সকলোকে ।
@resminjulovlogs8804
@resminjulovlogs8804 Год назад
Bahut val lagise
@ChandarMurchona
@ChandarMurchona Год назад
বেলেগ ধৰণৰ শান্তি দিছে video টিয়ে... ❤️❤️❤️
@kishoredutta2380
@kishoredutta2380 Год назад
Bor Dhuiya poribekh
@YogaTherapyAssam
@YogaTherapyAssam Год назад
অতি সুন্দৰ কথা 👍
@villagegamer4457
@villagegamer4457 Год назад
Bht bht huveisa baideu
@jkcreation1807
@jkcreation1807 Год назад
এইয়া হে আমাৰ অসমীয়া গাঁওৰ পৰিৱেশ ❤️❤️❤️❤️
@sailenvlogs3343
@sailenvlogs3343 Год назад
এইয়া হৈছে অসমীয়া গাঁৱৰ চহা জীৱনৰ পৰিৱেশ । স্মৃতিবোৰ ৰিঙিয়াই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@nabanitachutia4503
@nabanitachutia4503 Год назад
ইমান ধুনীয়া নিৰিবিলি পৰিৱেশ... ভাষা নাই কি দৰে প্ৰশংসা কৰোঁ । আগুৱাই যাওক আপোনালোক
@kashyapsvlog8133
@kashyapsvlog8133 Год назад
আগৰ দিনবোৰৰ সেই মধুৰ স্মৃতি বোৰ যেন জীপাল কৰি তুলিলে ।বহুতেই ধন্যবাদ ইমান সুন্দৰ ●●●
@krishnaborah6176
@krishnaborah6176 Год назад
উফ কি ধুনীয়া gaw খন ।তাতোতকৈয়ো ধুনীয়া গাঁৱৰ পৰিবেশ। মন টু এ কান্দি পেলালে eman ধুনীয়া ভিডিঅ দেখি। আৰু আগুৱাই যাওক আপোনালোক।
@amargaon3296
@amargaon3296 Год назад
অশেষ ধন্যবাদ জনাইছোঁ ইমান মৰম দিয়া বাবে
@monalishaboruah5330
@monalishaboruah5330 Год назад
ভাষা ৰ অভাৱ হৈছে ।কি যে অপূৰ্ব দৃশ্য ❤
@gyanbora6518
@gyanbora6518 Год назад
আজিৰ খণ্ডটি চায় বৰ ভাল লাগিল ।ইমান ধুনিয়া আমাৰ গাঁও বিলাকৰ পৰিবেশ ।সঁচাকৈ এনেকুৱা লাগে যেন গাঁওলৈকে গুচি যাম ।সুন্দৰ চাহ বাগান ,ধাননি পথাৰ ,হাঁহ চৰি থকাৰ পৰা ধৰি আনি আলহি আহিলে ৰান্ধি খুৱাটো কিমান যে স্ফূৰ্তিৰ কথা ।টোকনি পুখুৰি সিঁচি আনি সৰু মাছ খোৱা ।আলহি অহাৰ লগে লগে পুখুৰিত থকা ডাঙৰ মাছ ধৰি বিভিন্ন শাকৰ লগত টেঙা জোল কনৰ কথা মনত পৰিলে "মা"লৈ মনত পৰে লাহি শালি চাউলৰ ভাত ।বাৰীৰ পাছলি কিমান যে উভয় নদি ।"আমাৰ গাঁও" ৰ অনুস্থানৰ খণ্ড বিলাক চায় ভাল পাঁও । ব্যস্ততাৰ মাজতো সময় উলিয়াই দেৰিকৈ হলেও চাঁও ।বৰ ভাল লাগিল ।বহুত ধন্যৱাদ ।
@amargaon3296
@amargaon3296 Год назад
বহুত বহুত ধন্যবাদ ইমান মৰম চেনেহ আগবঢ়াই অহা বাবে
@borgohainassam3914
@borgohainassam3914 Год назад
মৰা মানুহো জীয়াই উঠিব এনেকুৱা পৰিৱেশত থাকিলে৷বৰ সুন্দৰ❤️
@spriharabha4983
@spriharabha4983 Год назад
ক'বলৈ ভাষা নাই... ইমান সুন্দৰ পৰিবেশ ..... এইখনে আমাৰ সোনৰ অসম ...
@hemolatavlogs
@hemolatavlogs Год назад
অতীত হৈ যোৱা দিনবোৰ ফুটি উঠিছে 🤗আৰু যিখন ঘৰ দিখিলো বহুত শান্তিৰ ঘৰ ☺️🌟
@amargaon3296
@amargaon3296 Год назад
🧡🧡👍👍💕🙏🙏🙏🙏🙏
@untrainedvocal2038
@untrainedvocal2038 Год назад
Bohut dhuniya comment krise apuni, sui goise
@anamikadasvlog1309
@anamikadasvlog1309 Год назад
সৰু কালৰ দিনবোৰ মনত পৰি গৈছে, বহুত ভাল লাগিল ভিদিওটো চাই ❤️❤️।
@nayashreegogoi9589
@nayashreegogoi9589 Год назад
আপোনালোকৰ ঘৰলৈ যাবলৈ হে মন যায় 😐ইমান ধুনীয়া পৰিবেশ
@lakhyaheeragogoi4073
@lakhyaheeragogoi4073 Год назад
আধুনিকতাৰ গ্ৰাসত হেৰাই যাবলৈ ধৰা গাঁৱৰ এই নিভাজ সুন্দৰ পৰিৱেশটো সুন্দৰকৈ উপষ্ঠাপন কৰাৰ বহুত বহুত ধন্যবাদ ।
@bikashkonwar5344
@bikashkonwar5344 Год назад
ন ছোৱালী শব্দ টো শুনি ভাল লাগিল।
@RupjyotisTips
@RupjyotisTips Год назад
বহুত বেছি ভাল লাগিছে-ভাল লগা দিনবোৰ,সময়বোৰ - কৰ্মজীৱনৰ ব্যস্ততাত আমি হেৰুৱাই পেলালোঁ এই সময়-আকৌ যেন ঘূৰি আহে এই দিনবোৰ❤️ধন্যবাদ RG production 🙏
@sangitasaikia950
@sangitasaikia950 Год назад
গাওঁবোৰ এনেকৈ থাকক❤️
@haritj3915
@haritj3915 Год назад
Akdom agor purona film r nesena lagel aji . Khub Val hoisa
@amargaon3296
@amargaon3296 Год назад
Dhanyawad apunaloi 🙏
@rishibaruah6762
@rishibaruah6762 Год назад
Not a flim its reality of village life simple and full of peace and happiness i miss my child hood 🤧❤️
@rishizworld3031
@rishizworld3031 Год назад
Fb t sau apunar vdo
@YogaTherapyAssam
@YogaTherapyAssam Год назад
হয় ঠিকেই
@hangmashribasumatary4995
@hangmashribasumatary4995 10 месяцев назад
Xosakoi
@rgogoi7264
@rgogoi7264 Год назад
সকলোলৈকে এটাই অনুৰোধ, আপোনালোকে ভিডিঅ'বোৰ চাইছে যেতিয়া subscribe ও কৰি দিবছোন। কিমান সময়নো লাগে?
@gungun9909
@gungun9909 Год назад
কি সুন্দৰ মনোৰম পৰিৱেশ।দেখিয়েই গাওঁৰ ঘৰখনলৈ মনত পৰি গল।
@manalishadas2421
@manalishadas2421 Год назад
বা আপোনালোকৰ গাঁওৰ পৰিৱেশটো ইমান সুমধুৰ 💚
@pallablochanbora8500
@pallablochanbora8500 Год назад
মানুহে কয়, আজিৰ দিনবোৰ বহুত সলনি হ'ল। কিন্তু মই কওঁ, সকলো এতিয়াও সলনি হোৱা নাই। কিছুমান মধুৰ দৃশ্য এতিয়াও সজীৱ হৈ আছে। বটুৱাত চাউল এমুঠি আগবঢ়োৱা, এক কেৰাহী পানীত এমুঠিমান মচুৰ দাইল, মাড় কঢ়া ভাত আদিবোৰে মনটো খুন্দিয়াই গ'ল।
@amargaon3296
@amargaon3296 Год назад
💕💕💕💕🙏🙏🙏🙏🙏
@MELODY-pk2gs
@MELODY-pk2gs Год назад
সুন্দৰ একদম গাৱঁলীয়া নিভাঁজ পৰিবেশ
@manashibora8098
@manashibora8098 Год назад
আপোনালোক ক ধন্যবাদ ইমান ধুনীয়া এটা পৰিবেশ দেখুৱালে বাবে সঁচাকৈয়ে ক'বলৈ আৰু ভাষা নাই
@rimpisharma1858
@rimpisharma1858 Год назад
ইমান‌ সুন্দৰ পৰিৱেশ ।। সকলোফালৰ পৰা ভৰপূৰ এখন গাওঁ।।❤️ কণমানিজনীয়ে খিৰিকী ৰে বাহিৰৰ পৰিবেশ চাই থকা দৃশ্যটি বৰ ভাল লাগিল।। কণমানি দুটীও এটি সুন্দৰ পৰিৱেশ ত ডাঙৰ হৈছে সিহঁতৰ ভাল হওক।। জুইত ৰন্ধা ভাত সাজ ৰ সোৱাদ এ বেলেগ তাতে আকৌ মজিয়াত বহি পৰিয়ালৰ সকলোৱে একেলগে ......🥰 বহু ব্যস্ততাৰ মাজত আপোনাৰ ভিদিঅ' বোৰ চাও আপোনাৰ ৰন্ধন শৈলী মোৰ প্ৰিয়।। আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ বহু ত ধন্যবাদ ইমান ধুনীয়াকৈ গাওঁ ৰ পৰিৱেশ আমালৈ আগবঢ়ায় দিয়া ৰ বাবে...।। অপেক্ষাৰে ৰ'লো অন্য এক ভিদিঅ' লৈ.....।।🧐
@amargaon3296
@amargaon3296 Год назад
বহুত বহুত ধন্যবাদ আপোনাৰ অনুভৱৰ বাবে
@indraneesharma6708
@indraneesharma6708 Год назад
আপোনালোকক বহুত ধন্যবাদ। একেবাৰে সৰুতে আমাৰ বৰদেউতাৰ ঘৰত বৰ্মাই এনেকৈ কেঁচা পাকঘৰত জুইত ৰান্ধি খুৱাইছিল। কিমান যে ধুনীয়া দিন আছিল সেইবোৰ। খাবৰ সময়ত পীৰা পাৰি দিয়া, ঘটিত পানী অনা, ঠাই মচি দিয়া কামবোৰ আমি সৰু বোৰে কৰিছিলোঁ। ভিদিঅ' টো চাই চকুপানী ৰখাব পৰা নাই। বৰ্তমান ছুইডেনত থাকোঁ, অসমৰ এই পৰিৱেশ এতিয়া তাতো বিচাৰি পাবলৈ নাই। এতিয়াও এনেকুৱা পাকঘৰ, জুইশাল দেখিলে বুকুখন ভৰি আহে
@amargaon3296
@amargaon3296 Год назад
বহুত বহুত ধন্যবাদ, ইমান দূৰৈৰ পৰা আমালৈ মৰম পঠিয়াৰ বাবে অতি সুখী হৈছোঁ।
@deepabora1865
@deepabora1865 Год назад
ভাল লাগিল ❤️। এইয়া হৈছে অসমীয়া মানুহৰ গাঁৱলীয়া জীৱনৰ প্ৰকৃত ছবি।
@amargaon3296
@amargaon3296 Год назад
💖💖🙏🙏🙏
@eating...8140
@eating...8140 Год назад
সৰু তে মা দেউতা লগত (পুস্পা বাছত) চাহ বাগিচাৰ মাজে মাজে পথাৰৰ একা বেকা ৰাস্তা ৰ মাজেৰে মামা - আপা ঘৰলৈ যোৱা সেই মধুৰ -মিঠা স্মৃতি বোৰ আকৌ এবাৰ মন পৰি গ'ল ....
@vikramviki1608
@vikramviki1608 Год назад
আপোনাৰ গাওঁ খন বৰ ধুনীয়া বাইদেউ❤️❤️👍👍👍👍
@baduliparasivamandirgolagh9288
আমাৰ গাঁও ভিডিঅটোত পৰিবেশ চৰিত্ৰ আদি ইমান সুন্দৰকৈ ফুটি উঠিছে যে বহুত ভাল লাগিছে । প্ৰকৃততেই ভাল ল'গা হৈছে ।
@duluborah1525
@duluborah1525 Год назад
কম কথা কয় আপুনি , কাম অধিক দক্ষতাৰে কৰে । আপোনাৰ যোগ্যতাই সকলোৱে মৰম আদৰি লয় ।
@souravpranborah
@souravpranborah Год назад
বৰ ভাল লাগে চাই...মন যায় যাবলৈ....পৰিবশতো যে ইমান মনোমোহা....তাতে সুন্দৰ সংগীত ব্যৱস্থাপনা.....মানে ১০০ ৰ ভিতৰত ১০০
@amargaon3296
@amargaon3296 Год назад
🙏🙏🙏🧡🧡🧡🧡❤️❤️❤️❤️❤️
@jyotiprasadroy9525
@jyotiprasadroy9525 Год назад
স্মৃতিৰ দলিচাত আজিও সজীৱ অতীতৰ সেই মধুৰ দিন বোৰ ❤️
@axombhaskar8859
@axombhaskar8859 Год назад
সোনৰ অসম, সোনালী গাঁওখনৰ মিঠা আবেগ।
@amargaon3296
@amargaon3296 Год назад
💖💖💕💕💕
@travelsphere6154
@travelsphere6154 Год назад
আস কি মজা...সৰু মাৰ লগত এনেকৈ গৈছিলো কৰবাত...কেতিয়াবা নৈৰ পাৰে পাৰে মাহীদেউৰ ঘৰলৈও যাও...প্ৰকৃতিৰ মাজত যেন ঘৰখন...এনে গাৱলীয়া পৰিৱেশে মন মুগ্ধ কৰি পেলায়...এনে সময় দৃশ্যায়িত কৰি মন শাত পেলাই থকা বাবে আটাইলৈ অশেষ কৃতজ্ঞতা জনাল...
@jadabbharali1843
@jadabbharali1843 Год назад
সচাই , আগৰ সেই সুন্দৰ পৰিবেশৰ মাজলৈ গুচিগলো । প্ৰকৃত অৰ্থত কবলৈ গলে , এইখনেই হৈছে স্বৰ্গ । এই পৰিবেশ জোনে পাইছে তেওঁ সৰ্গলৈ যোৱাৰ প্ৰয়োজন নাই 🙏🙏🙏
@amargaon3296
@amargaon3296 Год назад
🧡🧡💕🙏💞❤️❤️
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Год назад
গ্ৰাম্য জীৱনৰ সকলো দিশ সামৰি কৰা এইটো সুন্দৰ ভিডিঅ'।
@amargaon3296
@amargaon3296 Год назад
🙏🙏👍👍👍👍
@gyanjyotivloger1185
@gyanjyotivloger1185 Год назад
Bor bhal lagile sai.ene poribesh sorutai dekha.
@jinikigogoi8016
@jinikigogoi8016 Год назад
আপোনাৰ প্ৰত্যেক টু ভিডিও এ মোৰ প্ৰিয়। দৌমানু আৰু অকণমানি মাইনা জনীলৈ বহু মৰম মোৰ ফালৰ পৰা😍
@ahomwarrior6131
@ahomwarrior6131 Год назад
ইমান সুন্দৰ,মনোমোহা, নিভাজ অসমীয়াৰ সমাজ আৰু প্ৰাকৃতিক পৰিবেশ । মন আপ্লুত হৈ পৰিল ।
@amargaon3296
@amargaon3296 Год назад
🧡🧡💕💕💕💕
@prabansaikia151
@prabansaikia151 Год назад
মাংস খিনি বনাই থাকোতে হাহেঁ মাতি আছে, খুব সুন্দৰ উপস্থাপন ৷ হাহেঁ পুখুৰীয়ে সুন্দৰ ধাননি পথাৰ ,কবলৈ ভাষা নাই মনত পৰি যায় গাৱঁলৈ ৷
@amargaon3296
@amargaon3296 Год назад
🧡🧡💞❤️❤️🙏🙏🙏
@arunimasaikia5250
@arunimasaikia5250 Год назад
অতি সুন্দৰ । মন জুৰ পৰি গল ।সৰুতে মা ৰ লগত মামা হতৰ ঘৰলৈ এনেকৈ য়ে গৈছিলোঁ
@amargaon3296
@amargaon3296 Год назад
💞💞💕💕🙏🙏🙏
@dimpitimungpi7733
@dimpitimungpi7733 Год назад
বাইদেউ আপোনাৰ কেমেৰা ধৰা মানু্হ জনক এদিন দেখাব চোন 🙂
@jitamoniscollection9210
@jitamoniscollection9210 Год назад
Muru sabo mon ase
@dimpitimungpi7733
@dimpitimungpi7733 Год назад
Umm
@rintubarman1091
@rintubarman1091 5 дней назад
কি কম আৰু । পৰিৱেশটো দেখিলেই মন ভাল লাগি যায় । ধুনীয়া 🩵 গাওৰ মনোমোহা পৰিৱেশ লগতে সুন্দৰ ৰন্ধন প্ৰণালী ।❤
@Daisy-dx5le
@Daisy-dx5le 7 месяцев назад
So clean village I must say Assamese people are very clean and they have very clear and glowing skin ❤❤❤❤
@amargaon3296
@amargaon3296 7 месяцев назад
👍👍👍🙏🙏🙏🙏
@killduckz
@killduckz Год назад
I never see daily vlogger by some other Assamese youtuber who shows only the daily life of their own nothing productive but this channel is different..my best wishes to the creator
@KaSiYali
@KaSiYali Год назад
ভাষা নাই প্ৰকাশ কৰিবলৈ!আপোনালোক উচ্চৰ পৰা উচ্চতম শিখৰ চোৱকগৈ।💚
@amargaon3296
@amargaon3296 Год назад
👍👍🙏💕🧡
@rupjyotibhuyan2310
@rupjyotibhuyan2310 Год назад
চহা গাঁৱলীয়া জীৱনৰ এখন জীয়া ছবি আপুনি তুলি ধৰে।।।কিবা আবেগ এটাই খুন্দিয়াই গল।।।আগুৱাই যাওক।
@romanborgohain2997
@romanborgohain2997 Год назад
সচাকৈ গাঁও , গাঁৱৰ পৰিবেশ অপূৰ্ব সৃষ্টি, ৰন্ধন প্ৰণালীৰ সোৱাদ সুকীয়া
@amargaon3296
@amargaon3296 Год назад
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
@debsmith8342
@debsmith8342 Год назад
যদিও এনে পৰিৱেশ কোনো দিনেই পোৱা নাই, তথাপিও পৰিৱেশটো বিৰাট ভাল লাগিল । গাওঁবোৰ এনেদৰেই নিভাঁজ হৈ থাকক। নিভাঁজ হৈ থাকক গাঁৱৰ মৰমবোৰো
@amargaon3296
@amargaon3296 Год назад
💕💕💞🙏🙏
@user-uw1cn4tp1z
@user-uw1cn4tp1z Год назад
একেবাৰে গাওঁ লৈ মনত পৰি গ'ল খুব ভাল লাগিল চাই
@pankajofficial4333
@pankajofficial4333 Год назад
অতি সুন্দৰকৈ ব্লগ ৱিদিও বনাইছে বহুত ভাল লাগি সে ।
@sangeetadas3255
@sangeetadas3255 Год назад
ইমান ধুনীয়া পৰিৱেশ ....সঁচাই আপ্লুত হলো ....
@happysoul7156
@happysoul7156 Год назад
কংক্ৰিটৰ দিনবোৰতো আগৰ দিনবোৰ উভতাই পোৱা যেন লাগিল। যিহেতু বৰ্তমান গাঁৱৰ পৰিবেশৰো যথেষ্ট সলনি হৈছে। আধুনিকতাই গ্ৰাস কৰা দিনতো এই ৰূপত এখন নিভা‍ঁজ গাঁৱৰ ছবি দাঙি ধৰিব পৰাঁতো ও এক ডাঙৰ কথা। ভাল লাগিল্ আগবাঢ়ি যাওক।❣️
@amargaon3296
@amargaon3296 Год назад
🧡🧡🙏💕💕👍💞💞💞🙏🙏🙏🙏🙏
@kimjennie5870
@kimjennie5870 Год назад
মোৰ আপোন মানুহ আৰু এইখন মোৰ কলিজা অসম🙏
@debaprotimgogoi283
@debaprotimgogoi283 Год назад
বাইদেউ আপোনি বৰ সুন্দৰ ভাৱে উপস্থাপন কৰে বিডিঅ বিলাক। ভাল লাগে চাই👍👍👍👍👍👍👍👍😍😍😍😍😍😍😍😍
@nilakshiborahkalita1901
@nilakshiborahkalita1901 Год назад
আজিৰ ভিদিঅ টু চাই আৰু ভাল লাগিল, ইমান ধুনীয়া পৰিবেশ
@anupamarabha886
@anupamarabha886 Год назад
সঁচাই বৰ সুন্দৰ গাওঁখনৰ দৃশ্য। পুৰণা অসমীয়া ছবি চোৱা যেন লাগিল। আৰু আগুৱাই যাওঁক কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
@bivabjyotiboro1891
@bivabjyotiboro1891 Год назад
So nostalgic feelings ❤❤😍 earlier when we used to be child ...we go to our villages when we get summer vacations ...we lived happily there with parents, guardians and friendzz..... only we use to had 1 Bicycle and we just kepp on riding cycle whole village with frndzz. No tention at all . #nostalgicfeelings
@amargaon3296
@amargaon3296 Год назад
🙏🙏🙏🙏🙏🙏🧡🧡💖💖
@saradatamuly5412
@saradatamuly5412 Год назад
সচাকৈয়ে বহুতে ধুনীয়া লাগে ৷ গাওঁৰ পৰিবেশ বোৰ
@imonbaruah3126
@imonbaruah3126 Год назад
বাইদেউ, হাঁহৰ মাংস খিনি বৰ সুন্দৰ হৈছে। আপোনাৰ ঘৰ খনৰ পৰিৱেশ টো অত্যন্ত ভাল লাগিছে।
@runimaskitchenandvlog9140
@runimaskitchenandvlog9140 Год назад
সচাকৈ গাওঁৰ পৰিবেশ ভাল লাগিলে আগৰ পুৰণি দিন বোৰ মনত পৰি গ'ল। Lots of love from Nogaon
@protimwalkerpp6791
@protimwalkerpp6791 Год назад
সচাই আমাৰ বাল্যকালৰ কথা মনত পেলাই দিলে❤️❤️❤️ধন্যবাদ এই channelৰ জড়িত সকলো ব্যক্তিলৈ🙏🙏🙏আপোনালোক এইদৰে video বনাই যোৱক🥰🥰
@amargaon3296
@amargaon3296 Год назад
💖💖🙏🙏💕💕💕💕💕
@samimsultana4699
@samimsultana4699 Год назад
সেউজীয়া কি এক মনোৰম পৰিবেশ। ধন্যবাদ থাকিল,ইমান ধুনীয়া দৃশ্য দেখোৱা বাবে। 🥰🥰
@AchyutSaikia-mn3ss
@AchyutSaikia-mn3ss Год назад
Bout val lagi video sai apuna
@oiikakashi...4250
@oiikakashi...4250 Год назад
Those who stay in town will understand how beautiful a village is❤️❤️
@amargaon3296
@amargaon3296 Год назад
🙏🙏💞💞
@karabidevi4621
@karabidevi4621 Год назад
Heartiest credit goes to ur cameraman...pls show him for us ❣️🙏🤗
@dibyajyotigogoi790
@dibyajyotigogoi790 Год назад
Bhut vall lagila pi
@biplobgogoi7072
@biplobgogoi7072 Год назад
Bht bht bhal lagise. Hundar poribekh oti monumuha
@amargaon3296
@amargaon3296 Год назад
💕💕🙏🙏
@dwijensingh1413
@dwijensingh1413 Год назад
A true presentation of our rural lives, so simple , so authentic and serene! I miss my childhood days so much. Nothing could be more satisfying than to reminisce my root and childhood days at rural assam.Thanks for uploading, just love it.
@amargaon3296
@amargaon3296 Год назад
Thankyou so much 💕🙏 heartity
@urismitabrahma4546
@urismitabrahma4546 Год назад
ইমান সুন্দৰ পৰিৱেশ দেখিলে মন ভাল লাগি যায় বহুত মৰম আপোনালোকলৈ লগতে আপোনালোকলৈয়ো কাতি বিহুৰ শুভেচ্ছা আৰু শুভকামনা থাকিল ❤❤🙏🙏
@amargaon3296
@amargaon3296 Год назад
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
@NAMASTEINDIA824
@NAMASTEINDIA824 Год назад
AMAR GAON is the best RU-vid channel of ASSAM joy ai akhom🙏🏻
@amargaon3296
@amargaon3296 Год назад
Iman morom diya babe okhekh dhanyawad gyapon korisu
@NAMASTEINDIA824
@NAMASTEINDIA824 Год назад
@@amargaon3296 Aupuni aru augola augbahi jaok taka parthona korisu🙏🏻
@kabitasaikia6216
@kabitasaikia6216 Год назад
সঁচাকৈ বৰ সুন্দৰ লাগিল। মই এই generation ছোৱালী হয় কিন্তু আমাৰ তাহানিৰ দিনবোৰ বৰ ভাল পাওঁ। সৰুতে আইতাহঁতৰ লগত 407 উঠি যোৱা , orange বিস্কুট খোৱা, কোনো কাজিয়া নথকা, দিনত খেলি-ধুলি থাকোতে জোনে যি দিয়ে তাকে খাও। সদায় জীৱনৰ ভাললগা দিন বুলি কʼলে সেইবোৰেই আছিল। সকলোবোৰ আজি আকৌ উপভোগ কৰিলো দেই । ধন্যবাদ। lots of love
@kishorbordoloi7924
@kishorbordoloi7924 Год назад
খাটি অসমীয়া ভিডিঅ'। আগৰ পৰিবেশবোৰ যে আকৌ দেখা পালোঁ ভাল লাগি গ'ল।❤️
@taruramchiary8527
@taruramchiary8527 Год назад
কি ধুনীয়া পৰিবেশ 🥰
@biplobnahardeka8670
@biplobnahardeka8670 Год назад
Eman dhuniya dhuniya videosbur upohar diyar babe bohut bohut dhonyobad apunar xokolu youtube family loi. Amar gaon ❤️
@mridusmitaray7615
@mridusmitaray7615 Год назад
Ki j hundar gawoliya poribekh 💚💚💚💚💚💚💚..amr axhom khn hosai br dhuniya o 🥰🥰💚💚❤️❤️
@amargaon3296
@amargaon3296 Год назад
🧡🧡🙏🙏
@niharikamahantadhemaji
@niharikamahantadhemaji Год назад
বহুত বেছি ভাল লাগে গাঁৱৰ পৰিবেশ বোৰ ❤️❤️❤️
@minakumarigogoi9080
@minakumarigogoi9080 Год назад
মা লগত এনাইদেউ ঘৰত ফুৰিবলৈ যোবা মনত পৰিল ।মনটো ভাল লাগিল। বাইদেউ আগ বাঢ়ি যাওক তাৰে কামনাৰ ।
@rukshanarahman410
@rukshanarahman410 Год назад
Bohut dhunia video aru khub xundor edinting korise
@amargaon3296
@amargaon3296 Год назад
Thankyou 🙏
@b.sc.physicskeypoints6384
@b.sc.physicskeypoints6384 Год назад
ইমান সুন্দৰ আৰু নিখুঁত কৈ video সমুহ কৰিছে আপোনালোকে, সঁচাকৈ অসমীয়া সংস্কৃতি যে অতি উচ্চ মানৰ তাক বুজি উঠিব পাৰি। সকলালৈকে মোৰ প্ৰণিপাত জনালো। এনেকুৱা প্ৰচেষ্টাৰে আমাক আৰু অলপ বিশ্ব দৰবাৰ ত জিলিকাই তোলক🙏🙏❤️❤️ অকমানি দুটাও যে ইমান মৰম লগা,❤️❤️, ভাল মানুহ হওক সিহঁত দুটা🙏
@snigdhabordoloi1985
@snigdhabordoloi1985 Год назад
প্ৰথমে আপোনালোকৰ সকলোটিকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আপোনাৰ দুয়োখন ঘৰেই সুন্দৰ সেউজীয়া পৰিবেশৰ মাজত দেখি বৰ ভাল লাগিছে, লগতে কাতি বিহুৰ সুন্দৰ ভিডিঅ চাবলৈ পাম বুলি আশা কৰিলোঁ।
@gopalbaruah3983
@gopalbaruah3983 Год назад
গাওঁৰ পৰিৱেশটো অতিকৈ মধুময়❤️❤️🥰
@priyanripiyankidas3548
@priyanripiyankidas3548 9 месяцев назад
গাঁৱৰ এক অপূৰ্ব সুন্দৰ পৰিৱেশ।আজিকালি এনে গাঁও নাই ইমান সুন্দৰ
@bhanitasingha274
@bhanitasingha274 Год назад
কি সুন্দৰ গাওঁৰ মনোৰম পৰিৱেশ। দেখিয়েই ভাল লাগি গ'ল মনটো😊।আপোনালোকৰ ৰন্ধন প্ৰণালীবোৰো খুবেই ভাল লাগে😍❤️
@jaidas384
@jaidas384 Год назад
সুন্দৰ গাঁৱলীয়া পৰিৱেশ 🙏❤️..... বহুত বেছি এ ভাল লাগিল দক
@amargaon3296
@amargaon3296 Год назад
👍👍🙏❤️❤️🧡🧡🧡🧡
@wizlung2796
@wizlung2796 Год назад
what a sweet traditional system.....i like this ❤️❤️❤️❤️
@apurbadas1929
@apurbadas1929 Год назад
খুব ধুনীয়া বনাইছা বাইদেউ,, খাওঁ খাওঁ লাগিছে।। ধুনীয়া লাগিল চাই বাইদেউ ।।
@the_lost_astrophile
@the_lost_astrophile Год назад
Thank you for taking us back to those nostalgic days we had with our family.. Long back✨ best wishes to the mind behind this concept
@dirupravachangmai1335
@dirupravachangmai1335 Год назад
যন্ত্ৰিকতাই ঢুকি নোপোৱা জীৱন♥️💚♥️💚
@r.hazarika9231
@r.hazarika9231 Год назад
বহুত বহুত ভাল লাগিল চাই,গাৱৰ প্ৰকৃত ছবি সুন্দৰকৈ উপস্থাপন কৰা বাবে ভাল লাগিল, শুভ কামনা লগতে মৰম দিলোঁ দেই ❤️
@amargaon3296
@amargaon3296 Год назад
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো 🙏🙏🙏🙏🙏
@hirokjyotidohutia9349
@hirokjyotidohutia9349 Год назад
সেই দিনবোৰ মনত পৰি গ'ল।।
@purabidasassam2971
@purabidasassam2971 Год назад
আগৰ দিনবোৰলৈ মনত পৰি গল, কি সুন্দৰ দিন, ভাবিলে কিবা লাগি যায়, আপোনালোকেই আটাইতকৈ সুখী মানুহ❤❤🥰😘❤🙏🙏
@rinkusaikia3856
@rinkusaikia3856 Год назад
Bohut vl lgesa video to sai
@rimuboro5104
@rimuboro5104 Год назад
Bohut Dhuniya Video 💛 Enekua Gaon or Video Sai Bohut Val Lage 💕👍❤️
@amargaon3296
@amargaon3296 Год назад
Bahut bahut dhanyawad gyapon korisu
@YogaTherapyAssam
@YogaTherapyAssam Год назад
অতি সুন্দৰ প্ৰদৰ্শন 🤩😍
@mramdhenu5770
@mramdhenu5770 Год назад
ইমান ধুনিয়া লাগিলে হয়তো ভাষাৰে বুজাবলৈ কঠিন হব । কিয়নো ব্যস্ততা আৰু যান্ত্ৰিকতাৰ প্ৰভাৱতা সময়ৰ সোতত সকলো হেৰুৱাব ধৰিছে । আজি আপোনাৰ ভিডিঅ টোৱে সেউজৰে ভৰা এখন গাও ৰ লগতে এটি সুন্দৰ পৰিবেশ উপষ্ঠাপন কৰিলে । বহুত ভাল লাগিলে ।
@amargaon3296
@amargaon3296 Год назад
❤️❤️❤️🙏🙏🙏🙏🙏
@riturajjoyantohazarika8851
@riturajjoyantohazarika8851 Год назад
গাঁৱৰ পৰিবেশ আৰু মৰম চেনেহ। বহুত ভাল লাগিছে।আৰু আগবাঢ়ি যাওক ।
@itspomeeyyy
@itspomeeyyy Год назад
anekua emn hundor poribekh gaor dekhua babe dhonyobad ❤️mon tu vl lgi ji horu kal loi mont pori goice gawr homn hukh ktu ni
@amargaon3296
@amargaon3296 Год назад
Bahut bahut dhanyawad gyapon korisu
@gayatrigogoimunu525
@gayatrigogoimunu525 Год назад
বৰ ভাল‌ লাগিল ।।। ❤️
Далее
МАМА И ВАЛДБЕРИС
00:48
Просмотров 717 тыс.