Тёмный

নিতুমনি শইকীয়াই উচিত শিক্ষা দিলে বিজেপি মূখপাত্রক😄কংগ্রেছ শূন্য হব বুলি কৈ বিপদত  

Navajit Mixture
Подписаться 64 тыс.
Просмотров 205 тыс.
50% 1

নিতুমনি শইকীয়াই উচিত শিক্ষা দিলে বিজেপি মূখপাত্রক😄কংগ্রেছ শূন্য হব বুলি কৈ বিপদত @Prtidintime
#navajitgogoi
#himantabiswasarma
#nitumonisaikia
#congressvsbjp
#bjpvscongress
#pragnews
#news18assamnortheast
#election
#akhilgogoi
@PragNewsAssam
@DY365NEWS
@NewsTrendAssam
@nktvplus
@NewsLiveTVofficial
@TimesGuwahati
@lakhimpurtoday6768
@nitumonisaikiaunofficial
@techtipssupported8958
@shyamalsvlogs405
@HimantaBiswaSarma
@DrHimantaBiswaSarmaUnOfficial
@thejobinassam6399
@AssamLive360
@mr_assam_sanju_2575
@DimpusVlogs
@PratidinTVodisha
@KhabarPratidin

Опубликовано:

 

5 май 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 365   
@AnandaKhound-jr3te
@AnandaKhound-jr3te 21 день назад
বিজেপি দৈত্য বোৰক ভোট যুদ্ধৰে শেষ নকৰিলে পিছত অসমীয়া ই কান্দিব লাগিব ।মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে ।উদোগপতিৰ পৰা কৌৰ কৌৰ টকা লৈ সেইবোৰ টকাৰে নাগপুৰীযা ৰজা বোৰ অগাধ সম্পতি মালিক হল ।কা আইন আনি অসমীয়া ক নিঃশেষ কৰা এই দেশদোহী নেতা বোৰে কংগ্ৰেছ শূন্য হব বুলি নকলে সিহঁতৰ কিবা ইছু আছে জানো ।ঔষধৰ মূল্য বৃদ্ধি ৰে তেজ শুহি খাই এতিয়া এইবোৰ নেকি কি বকিব?।
@jugeswarphukan9726
@jugeswarphukan9726 21 день назад
Aiburak.khedakoraij.bjp.amak.nalageo.atia.kunu.jati.nai.manuhnai.akkal.bjpiea manuh kintu.bjpr.donate.assamat.guptaghatak.hal.tetia.assamat.kunasil.agp.pafulamahanta.aji.pafulamahankihal.haise.take.hikhia lak.akunalagebuli.bhabisu.bjp.halaru.10years.khale.arunidibadei.aibur.saitan.haba.tetia.kihaba.aihakale.manuh.sininapaba dhaihupai.danihaba.atiau.sak.sun.kartapaisa.hase.haihupai.atiadhanimanuh.mati.bagan.arukikiase.bhalke.sak.kaikisiku.naimanta.paesanar.aji.salibale.parisene.darb.kinibale.paisanai.aihakaleki.sarkara.vot.nidieaneki.kia.aihakalak.neglet.kare.bahut.beadinahil.raij.bhabibarhal
@user-dz7rx6sz3f
@user-dz7rx6sz3f 21 день назад
😮goodreprentayion.
@nirmalarabha9882
@nirmalarabha9882 21 день назад
Apunalukor kothabur kebal aanok ninda korthe besta.nasaw bhal nalage huni.
@ekbalkhan-ig9kg
@ekbalkhan-ig9kg 21 день назад
P
@deepjyotihandique9915
@deepjyotihandique9915 18 дней назад
@@jugeswarphukan9726 কি লিখিছে????
@AnjanAsom
@AnjanAsom 21 день назад
বিজেপি নামে পৰিচয় দিয়া এই দলটোৰ নেতা পালি নেতা বোৰৰ অহংকাৰ বেছি হৈছে
@jogeshboro1662
@jogeshboro1662 21 день назад
সহজ সৰল অসমৰ অসমীয়া ৰাইজক ফাকি মাৰিবলৈ ২৪ ঘন্টাই লাগি থকা দলটোৱে হল BJP
@pratimagogoi7148
@pratimagogoi7148 21 день назад
BJP অহংকাৰ বাবে এই বাৰ ভূগিব ।
@AnilTaye-em4ge
@AnilTaye-em4ge 17 дней назад
ৰিজাল্টৰ পিচদিনাৰ পৰা বিজিপিৰ মানুহবোৰে তোমাৰপৰা চাওল কোজিৱ হাহিৱ।
@user-lg3ng9ke4n
@user-lg3ng9ke4n 21 день назад
১৪ টা গল দিবৰ বাবে প্রতেক নামঘৰ আৰু মজজিদত 5000 টকাকৈ কিয় বিলাই ফূৰিব লগীয়া হৈছে ।
@RajumoniRajumonidas
@RajumoniRajumonidas 21 день назад
কিনি লৈছে ।
@ranjitduttaey3967
@ranjitduttaey3967 21 день назад
আমাৰ তিনিচুকীয়া জিলাৰ ডুমডমা বিধান সভা সমষ্টি ত 3000হাজাৰ টকা দিলে কিন্তু এই টকা বিজেপিয়ে কৰপৰা দিছে , এয়া আমাৰ দেশৰ উন্নয়ন নামত সকলো সা-সম্পত্তি অনুষ্ঠান প্ৰতিষ্ঠান বহিৰাগত কোম্পানী ছমজাই দি ৰাইজৰ মুখ বন্ধ কৰিবলৈ হে নামঘৰ মন্দিৰ গিৰ্জা মছজিদ ত টকা দিলেই অন্ধ ভক্ত হৈ ভোট দিব নেকি অসমৰ ৰাইজে জানে যে বিজেপিয়ে ভুৱা প্ৰতিশ্ৰুতি ভুৱা আঁচনি দি জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ভোট লৈ এতিয়া ওলোটা খৰ মাৰিলে সেইটো মুদি জি ৰ প্ৰতিশ্ৰুতি ভাৰতৰ ৰাইজে বুজি পায়ছে গতিকে এই বাৰ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ ওলাছে জয় আই অসম জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ বিজেপি হটাও দেশ বচাও নহ'লে দেশৰ উন্নয়ন নামত লুতিপুতি খালে আৰু বাকী থকা কেইপদ ও বাছি নাথাকিব
@dhanadaphukan1931
@dhanadaphukan1931 20 дней назад
Q1qqqqqqq1qqqqqqqqqqqq1qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq1qqqqqqqqqqq1qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq​@@RajumoniRajumonidas
@khargeswardeka-cm5gq
@khargeswardeka-cm5gq 20 дней назад
We ll in ​@@ranjitduttaey3967
@punamaidevi700
@punamaidevi700 19 дней назад
❤❤Uy
@morisika4730
@morisika4730 21 день назад
পুৰণি বি জে পি কেইজনৰ অৱস্থা কি কৰিলে। কিয় তেওঁ লোকে বি জে পি ক বেয়া পোৱা হ'ল।
@jugeswarphukan9726
@jugeswarphukan9726 21 день назад
Aije.porani.bjphupai.kia.matnamate.natun.bjphupai.je.dhangkh.karise.poranihupak.bhabisene.bhabile.kibalage.rajniti.emannikista.agate.anenasil.raije.silek.karipathisil.bhalmanuh.kunubai.binapatidanditai.silekhaisil.h.karan.hakaluea.bhalmaunh.janakpathai.janahadharana.unatihak.atia.kintu.haitu.nsihaine.
@Barpeta-js7jb
@Barpeta-js7jb 21 день назад
Vote ইভিএম ৰ ভিতৰত ৷কেনেকৈ কব পাৰে ১৪ গোল কেনেকৈ দিব ৷৪জুনলৈ অপেক্ষা কৰক। অহংকাৰীৰ সদায়ে পতন হয় ৷
@RajumoniRajumonidas
@RajumoniRajumonidas 21 день назад
বি. জে. পি. য়ে অসমখনক বিক্ৰী কৰি শেষ কৰিলে ।
@AnilTaye-em4ge
@AnilTaye-em4ge 17 дней назад
তুমি চিন্তা নকৰিৱ বিজেপিয়ে যিমান অসমৰ সম্পত্তি বিক্রী কৰিছে মইয়ে কিনি ৰাকিছো। তুমি মোৰ লগত আহিলে গোতেইতো পায় জাৱা।
@user-lp7nv4ri9h
@user-lp7nv4ri9h 21 день назад
Bjp go back
@pachaniaxom1155
@pachaniaxom1155 21 день назад
প্ৰকৃতাৰ্থত বিজেপিয়ে যদি 14 টা গল লাভ কৰিছে বুলি ভাবিছে,তেতিয়া হলে আমিও ভাবিবলৈ বাধ্য হম যে বিজেপিয়ে ঘোৰ অন্যায় কৰিহে গল লাভ কৰিব। বিশেষকৈ যোৰহাট লোক সভা সমষ্টিত শিক্ষিত আৰু বিবেকৱান সকলে গৌৰৱ গগৈ ডাঙৰীয়াক উত্তম খেলুৱৈ হিচাপে আগবঢ়াই দিছে।বাকী যোৰহাটৰ বিৱেকহীন সকলে কি কয় তাত আমাৰ কোনো কথা নাই। মুঠৰ ওপৰত বিজেপিয়ে দূৰ্নীতি নকৰিলে যোৰহাট,নগাঁও,ডিব্ৰুগড়গুৱাহাটীত বিজেপিৰ বিগ জিৰ গল। ধুবুৰীত আজমলে জৰাফুকা কৰা নাই যদি আজমল আৰু বিজেপি বিগ জিৰ গল।নৱজিত,মোৰ কথা তুমি মনত ৰাখি থোৱা।
@BabaGohain-wm3db
@BabaGohain-wm3db 10 дней назад
অসমৰ ক্ষেত্ৰত বিজেপি এক বিৰাট প্ৰহসন।
@prasantaprasanta4503
@prasantaprasanta4503 16 дней назад
সাহিত্য যুক্তি নিবিচাৰো , সচা অথত কবলৈ গলে বতমান ৰাইজে কষ্ট পাইছে ।
@gourab_s_vlogs6851
@gourab_s_vlogs6851 17 дней назад
তহতৰ কংগ্ৰেছ আহিলে double হব মূল্য বৃদ্ধি ফকতীয়া কৰবাৰ
@nivasaikia2249
@nivasaikia2249 21 день назад
India zindabad❤❤❤❤
@tahimabegum5896
@tahimabegum5896 20 дней назад
রাচেল হুচেইন ডাঙরীয়াই উচিত কথা কৈছে। ধন্যবাদ।
@taradoi7957
@taradoi7957 21 день назад
অলপ নহয় বহুত যুজিব লগা হৈছে ।
@debendrabarman7984
@debendrabarman7984 19 дней назад
EVM ৰ ওপৰত বিজেপিৰ সম্পূৰ্ণ বিশ্বাস আছে কাৰণেই তেওঁলোকে আগতীয়াকৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব পাৰে ।
@KabitaGogoi-ut6jr
@KabitaGogoi-ut6jr 21 день назад
BJPনেতা বোৰে নাও ডুবিলেও টিংৰ পৰা নানামে।১৪ টা গোল্ডৰ ঠাইত ৩ টা গোল্ড হে দিব পাৰিছে ৰাইজৰ চকুত।
@GobindaRajbangshi-hl9in
@GobindaRajbangshi-hl9in 20 дней назад
s
@dhritirekhadas2757
@dhritirekhadas2757 18 дней назад
গোল্ড আকৌ কি ? 🙄
@AnilTaye-em4ge
@AnilTaye-em4ge 17 дней назад
তোমাৰ কমেন্ট যদি সত্যত প্ৰকাশ পায় মই লেংটা হৈ ৭ গাৱত গোৰিম। মোদীৰ গেৰাণ্টি দিয়াৰ দৰে মইও তোমাক গেৰাণ্টি দিলো। জাৰচি গায় গাদা।
@KabitaGogoi-ut6jr
@KabitaGogoi-ut6jr 17 дней назад
প্ৰথমে যোৰহাটতৰ পৰাই আৰম্ভ কৰিবলৈ সাজু হৈ থাকা।
@user-nl3dn5eh9x
@user-nl3dn5eh9x 21 день назад
Congress Zindabad
@hemantakalita8030
@hemantakalita8030 5 дней назад
অসমৰ জনতাই 2026 বিজেপি চৰকাৰক উত্তৰ দিব
@harmohankalita2903
@harmohankalita2903 21 день назад
ৰঞ্জীৱ শৰ্মা নামৰ অন্ধভক্ত জনৰ ভুলৰ বিকৃতি ঘটিছে ।
@MonujKhanikor-vv8gz
@MonujKhanikor-vv8gz 21 день назад
Hei2 gajomurkha
@TCF573
@TCF573 21 день назад
Amiu take koi
@anjugogoi6536
@anjugogoi6536 10 дней назад
জয় কংগ্ৰেছ । কংগ্ৰেছ জিন্দাবাদ 🙏🙏🙏🙏🙏 জয় আই অসম । মাৰিম না মৰিম ।
@anjugogoi6222
@anjugogoi6222 21 день назад
জিয়াউৰ ৰহমান চেলুৎট
@janardanbora2803
@janardanbora2803 21 день назад
ৰঞ্জিত শৰ্মাক পাৰ্টীৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল ইমান দিনে তেওঁ মহিলাৰ লগত কি কু কৰ্ম কৰিছিল গোটেই জিলিকি পৰিছিল ইয়াৰ পিছতো কিয় সাহস কৰা নাই বিজেপিয়ে
@kanaklalsutradhar6998
@kanaklalsutradhar6998 21 день назад
Bhanda 4 korib sun....
@jalildewan3696
@jalildewan3696 21 день назад
Rapist party
@TCF573
@TCF573 21 день назад
Bjp sobei sexology t doctorate degreedhari
@TCF573
@TCF573 21 день назад
Bjp sobei Sexology t doctorate degreedhari
@TCF573
@TCF573 21 день назад
Sexology t expert 😅😅😅
@bhabenbasumatary9250
@bhabenbasumatary9250 17 дней назад
ৰঞ্জীৱ শৰ্মা ডেকা ল'ৰা। সদায় টনটনীয়া হৈ থাকে। থাকিব নোৱাৰে। কলাইগাঁৱৰ সেই---জনীৰ খবৰ কি হ'ল ডাঙৰীয়া?
@deepjyotihandique9915
@deepjyotihandique9915 18 дней назад
BJP নেতা সকলে জন সাধাৰনক মূৰ্খ বুলি ভাৱে। যুখত কৈ বেছি জনা বুলি বুজাব খোজে। Congress স্বাধীনতা আগৰ পৰা চলি আছে। কোনোদিনে ৰাইজক নিশ্ব বুলি ধাৰণা দিয়া নাই। সদায় ৰাইজৰ হকে কাম কৰি আহিছে। BJP নেতা বোৰ ভণ্ড আৰু মিচলিয়া । ৰাইজক ঠগি মিছা মাতি ৰাইজৰ ভোটে পাবলৈ চেষ্টা কৰে। অকল ৰাইজক ঠগি ৰাজ যে কৰিব নোৱাৰে এতিয়া হে গম পাইছে। এতিয়া কণা ফৰ্মুঠি মাৰি ৰাইজক বুজাইছে যে আমি চেষ্ঠ । কিন্তু ৰাইজে এতিয়া সকলো বুজিছে। মিছা কথাৰে দেশ নচলে। টেঙা আম দুদিন বেছিব। তাৰ পাছত কাক বিকিব। এতিয়া BJP suporter বোৰেই BJP ক ভোট নিদিবলৈ কৈছে। সেইয়াই জনতাৰ পাৱাৰ। BJP শেষ
@subhashsut2215
@subhashsut2215 21 день назад
বিজেপিয়ে ৪/৫আসন পাব ।লিখি ৰাখক । বিজেপি গ‌ বেগ ।
@KandarpaRay-li8yt
@KandarpaRay-li8yt 16 дней назад
10+
@ARTIS_RIYA___deka______
@ARTIS_RIYA___deka______ 15 дней назад
কংগ্ৰেছে সংবিধান বহুত মানে ন মহাশয়
@gamvlogs1748
@gamvlogs1748 18 дней назад
মই কওঁ বিজেপি এ 14 খন অৰ 8 খন এ পাওক। কিন্তু লোৰিন, গৌৰৱ, প্ৰদূত,মীৰা, ৰকিবুল জিকিব লগে ।বিৰোধী শক্তিশালী হবৰ কাৰণে ।কিন্তু সৰ্বানন্দ সোণোৱাল হৰা টো মই বিচৰা নাই ।
@deeptibarman1435
@deeptibarman1435 18 дней назад
ফুকন শইকীয়া 4th June r পিচত reporting এৰি দিবি
@DebojitkrboraBora
@DebojitkrboraBora 16 дней назад
।। বিজেপিৰ মুখপাত্ৰ জন বন্ধ আন্ধাৰ কোঠাত সোমাই থকাৰ দৰে লাগে।।
@sitaramdoley3222
@sitaramdoley3222 12 дней назад
বিজেপিক এজন আলোচকে দুমুখীয়া সাপ বুলি ক'লে । সাপবিধৰ নামটো কি ?
@khagenboruah9019
@khagenboruah9019 21 день назад
আমি একো বুজি নেপাওঁ - কিন্তু এটা কথাত আপত্তি সদায়েই কৰি যাম যে যি চৰকাৰে বা যি ৰাজনৈতিক মতাদৰ্শই দেশৰ সম্পত্তিসমূহ বিক্ৰী কৰি শেষ কৰিব পাৰে দেশৰ সংবিধান অমান্য কৰি শাসকজনে/দলে নিজকে ময়েই ৰাষ্ট্ৰ বুলি ভাবিবলৈ লয় ৷ তেনে দল তেনে চৰকাৰ উফৰাই দিয়াৰ কামনা ১০০% ই কৰোঁ ৷
@Junak670
@Junak670 20 дней назад
BJP থকা কেইটা আহিল কৰ পৰা ৷ সিহঁতৰ গুৰি ক’ত পাগল হ’ল BJP চমচা গিৰি কৰিবলৈ অহাটো ৎয়াত😂😂😂😂😂
@user-gq5nn5gk9j
@user-gq5nn5gk9j 12 дней назад
বিজেপি=৭ কংগ্ৰেছ=৫ এ আই ইউ ডি এফ=২
@everythingispossible7947
@everythingispossible7947 17 дней назад
নাথুৰাম গডছেক সমথৰ্ন কৰা মানুহে শত্ৰুৰ কোন নকলেই ভাল হয়।
@nripenchandramedhi8187
@nripenchandramedhi8187 4 дня назад
বিজেপি জিকা মানে উদক ভেটা ৰখিয়া পতাৰ দৰে
@gurubayan8370
@gurubayan8370 10 дней назад
ই এখন ফুট বল খেল নেকি? কাৰ সতে ৰিজাবলৈ গৈছে? বুজি পোৱা নাই!! মই জানো যে --ই এক লেতেৰা নীতি হয়। কিন্তু কথা হ'ল মই কেনেকৈ সুকলমে সুখ-শান্তিৰে থাকিব পাৰোঁ
@rinakumariboruah1414
@rinakumariboruah1414 21 день назад
B j p logot kotha pati lave nai .
@anjugogoi6222
@anjugogoi6222 21 день назад
ৰাছেল ডাঙৰীয়া চেলুৎট
@dwipenhuzuri2764
@dwipenhuzuri2764 16 дней назад
Moi vabu aibar NDA অসমত ৬/৭ টা গল নিজেই খাব যেন পাওঁ
@TarunDeka-vk8dp
@TarunDeka-vk8dp 21 день назад
দাবী কৰিছে চৈধ্যটা বিজেপিএ,কেতিয়াবা আধা ধৰে ,মানুহ আধা হয়নে??ৰাগবী ফুটবল খেল নহয়,ভাৰতীয় লোকে ৰাগবী ফুটবল নেখেলে,এয়া বিজেপিৰ সপোন,ভোটাৰ সচেতন,যি দেশত প্ৰধানজনে নিজৰ পত্নীক ৰাখিব নোৱাৰিলে,সেইদেশত মহিলাৰ কল্যান,মিছা কথাৰে ভোট নিয়াকৌশল,বিগত দিনত দিয়া বচন পুৰন কৰিলেনে??এতিয়া আকৌ গেৰেন্টি দিছে,হেৰ গ'ল কিপাৰ হোৱা বিজেপি,ৰাইজে দিব গল সাজুথাকা দিল্লী কাৰ দখলতহব
@gunaramdas131
@gunaramdas131 21 день назад
মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়,কিন্তু এটা কথাত আচৰিত হৈছো, বিপক্ষ দল নোহোৱাকৈ কেনেকৈ খেলা হব পাৰে?আমি টো খেলা দেখিছিলো!
@dhritirekhadas2757
@dhritirekhadas2757 18 дней назад
এইবাৰ NDA :-- 400 . BJP 👍👍
@NirmolRay118
@NirmolRay118 14 дней назад
যিটো কাম কংগ্ৰেছে 70 বছৰ কৰিব নোৱাৰিলে তাতকৈ বেছি ভাল কাম কৰিছে বিজেপিয়ে 10 টা বছৰত।ম ই 1নং কোকৰাঝাৰ সমষ্টিৰ।ইয়াত বিজেপি+এজিপি+ইউপিপিএল ৰ প্ৰাৰ্থী জয়ন্ত বসুমুটাৰী জয়ী হব।ইয়াতটো কংগ্ৰেছৰ এটা প্ৰাণীৰো নাম নাই।
@SaneswarBarman
@SaneswarBarman 12 дней назад
Asal ktha koise .jibilake dexe bharatk aguwai jowa krne dekhib pra ni xei dex borr pra ai neta bore paisa loi b.j.p k hruwab bisarise.
@MonujKhanikor-vv8gz
@MonujKhanikor-vv8gz 21 день назад
Amar Jorhat ot Gaurav Gogoi jikibo. Ranjit namr heijnk koisu jorhatot bjp nijike
@monwarbarlaskar1793
@monwarbarlaskar1793 20 дней назад
কোনো জনে যদি মিছা কথা কব নোৱাৰে,তেতিয়া হলে মোদীৰ পৰা শিকি লবো
@krishnagogoi1657
@krishnagogoi1657 17 дней назад
5 খন পাব বিজিপিয়ে | মনত ৰাখক |
@dhritirekhadas2757
@dhritirekhadas2757 18 дней назад
জি এচ টিৰ কথাযে কলে , আগতেও দেখোন VAT আছিল ৷
@minudeka1089
@minudeka1089 18 дней назад
বিজেপিৰ নেতা মহাশয়ক ভালেই ধুইছে দেই
@swadhinitalukdar1699
@swadhinitalukdar1699 20 дней назад
BJP ক ঘিনা লগা হৈছে
@KaranaKalita
@KaranaKalita 21 день назад
খমাজ।খণ।ধঙখ।কৰিব।খুজিছে।বিজেপীয়ে
@KaranaKalita
@KaranaKalita 21 день назад
বিজেপি।দুখীয়াক।থঙস। কৰা ই।আছিল।কাৰণ
@SAIFULISLAM-ts8bq
@SAIFULISLAM-ts8bq 21 день назад
BJP washing machine
@KaranaKalita
@KaranaKalita 21 день назад
বিজেপী নতূণ কংগ্ৰেছ হৈছে বেলেগ একো নাই
@NirmolRay118
@NirmolRay118 14 дней назад
BJP=9 CON=3 UPPL=1 AGP=1
@samirkhanaamsu5783
@samirkhanaamsu5783 18 дней назад
BPFৰ নেতাৰ ঘৰত টকাৰ কাৰ মাত নাই কিয়
@Karma_is_Life.
@Karma_is_Life. 21 день назад
নিতুমনিদা আপুনি কি এইজন বিজেপিৰ মূৰ্খপাত্ৰ আনিলে?
@SunilDeori-mv9nb
@SunilDeori-mv9nb 18 дней назад
Congress zindabad
@hemantakalita8030
@hemantakalita8030 5 дней назад
Bjp ye নিজে এখন সংবিধান
@bhattacharjeeramchiary5107
@bhattacharjeeramchiary5107 21 день назад
তেখেতৰ নাম মই নেজনো তেখেত বিজেপিৰ এজন নেতা বুলি কলো কিন্তু তেখেত ঘৰ বিজেপি তেখেত কিন্তু সম্পূৰ্ণ জনে জনিলেও অজনিব্যক্তি কিবা সুধিলেও কোনো উত্তৰ নেপাবো
@lilimai43
@lilimai43 21 день назад
Kongres jindabad
@ganeshgogoi3027
@ganeshgogoi3027 18 дней назад
মালিশ শৰ্মাক কিয় মাতে হয় ৷
@promodgoswami2100
@promodgoswami2100 19 дней назад
বিজেপি সমালোচনাৰ উৰ্দ্ধত নহয়। কিন্তু বিজেপি চৰকাৰ সমালোচনা কৰা বিষয়বোৰ সামাজিক মাধ্যম আৰু বাতৰিকাকততে সীমাবদ্ধ থাকে। নিৰপেক্ষ্য ভাৱে বিৰোধীৰ কৰ্ম কাণ্ড লক্ষ্য কৰক।ভুপেন বৰাই পাৰিলেনে আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ কৰিব। গৌৰৱ আৰু মীৰাই অকলেই যুঁযিলে ।মই কোনো দলৰ নহয়। কিন্তু বিৰোধীৰ দুৰ্বলতা উলাই পৰিব।
@hemantamahanta5578
@hemantamahanta5578 20 дней назад
বি জে‌‌‌‌‌‌ পি চৰকাৰে সম্পূৰ্ণ গেৰান্টিৰ ৰাজনীতি কৰিছে ।
@anjugogoi6536
@anjugogoi6536 10 дней назад
হা হা হা এইকেইতাক কি কম ???? মুখত মুতিম মই বি জে পি কেইতাৰ
@anjugogoi6536
@anjugogoi6536 10 дней назад
মই অঞ্জু গগৈয়ে কৈইছো
@user-eb1xg9de8t
@user-eb1xg9de8t 2 дня назад
Even Narendra Modi himself claims that he will become the next Prime Minister.This garrulous spokesman is above his limitation of knowledge.
@prafullabezbaruah6440
@prafullabezbaruah6440 21 день назад
Very good ❤
@GeetarthaMedhi-gk9tp
@GeetarthaMedhi-gk9tp 17 дней назад
ঘেণ্টা বিজেপি
@dwijenroy6125
@dwijenroy6125 21 день назад
BJP may get maximum 6 seats out of 14 in Assam.
@jinaramdas3166
@jinaramdas3166 18 дней назад
এই talk show সময় নষ্ট কৰিবলৈ পতা হয়
@AnilTaye-em4ge
@AnilTaye-em4ge 17 дней назад
খেলৱয়ে খেল জিকিম বুলিয়ে খেলিৱ না আৰিম বুলিতো নেখেলে। তুমিওতো কেইটকামান পাম বুলি ভি ডি অ বনাইছ।
@SPhukan-bv6su
@SPhukan-bv6su 19 дней назад
বিজেপি ১ নম্বৰ চুৰৰ দল
@prasenjitbarman1783
@prasenjitbarman1783 21 день назад
Congress zindabaad
@hndekari8011
@hndekari8011 21 день назад
আজিৰ জনময অনুষ্ঠানটো বিশেষ তাত্পৰ্য্যপূৰ্ণ । কংগ্ৰেছৰ নেতা বা মুখপাত্ৰ উপস্থিত থকাহ'লে বক্তাসকলৰ কথাবোৰ সঠিকভাৱে শুনাই নাপালোঁহেঁতেন । ইয়াৰ কাৰণ কংগ্ৰেছ নহয় বৰঞ্চ, বিজেপিহে। বিজেপিয়ে মেকুৰী কংগ্ৰেছ দেখিলে কুকুৰৰদৰে চিঞৰ-বাখৰ কৰে। তাতে, বিজেপিৰ ফোপদাঙ মৰা কথা। এইবাৰৰ নিৰ্বাচনত প্ৰমাণ হ'ব কোন কিমান পানীৰ মাছ।।
@TCF573
@TCF573 21 день назад
Ronjiv bulatu r manokhik bikrity ase.. 😅
@krishnaborah5951
@krishnaborah5951 21 день назад
এইবাৰ বিজেপি হাৰিব।
@user-sn2sp8xz7p
@user-sn2sp8xz7p 19 дней назад
কাৰদিনত অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ বন্ধ কৰা আৰম্ভ হল সেই কথাও ৰাইজে বুজি পাইছে।বিধান সভাৰ নিৰ্বাচনত ৰাইজে সিদ্ধান্ত গ্ৰ্হণ কৰিব। বিজেপিয়ে অপেক্ষা কৰি থাকক গেলা পচা ফল ভোগ কৰাৰ বাবে।
@promodemedhi3455
@promodemedhi3455 18 дней назад
অতি দৰ্পে হত লঙ্কা
@A.R.Sarkar
@A.R.Sarkar 9 дней назад
Assam ot 6/8 ta set pabo Congress
@durgeswardutta3313
@durgeswardutta3313 18 дней назад
P m hoboloi aru manuh ase
@NXgamer367
@NXgamer367 16 дней назад
বিজেপিয়ে ব্যক্তি কেন্দ্ৰিক ৰাজনীতি কৰি আছে ভাৰতক ফেচীবাদী ৰাজনীতিৰ অথবা কৰি আছে
@jugalk3954
@jugalk3954 19 дней назад
Nitumoni e bhal toka bonale
@samudranathdeka4879
@samudranathdeka4879 20 дней назад
একো নকওঁ পিছে জানিব ফলত হে পৰিচয় । 50/60 বছৰে কংগ্ৰেছক দেখিলে নহয় ৰাইজে ! BJP ক ও চাব আৰু 30/40 বছৰ ৰাইজে !
@user-lm3pt6ik8d
@user-lm3pt6ik8d 21 день назад
ৰঞ্জিৱ শৰ্মাৰ বয়স আৰু জৌছ একেই আছেনে,
@surendrasarma3471
@surendrasarma3471 18 дней назад
এই বাৰ্তালাপটো শুনি সঁচাকৈ বহুত ভাল লাগিল।
@KandarpaRay-li8yt
@KandarpaRay-li8yt 16 дней назад
BJP jindabad
@anjugogoi6536
@anjugogoi6536 10 дней назад
ৰঞ্জিত তোমাৰ কথাত কি কি কম ? ? ? 😂😂😂😂😂
@ayotriphukonmohan5638
@ayotriphukonmohan5638 21 день назад
জিয়াউৰদ ৰহমান চেল্যুট
@goutambarman988
@goutambarman988 17 дней назад
ৰিছুমানৰ -আমি কোনো চৰকাৰকেই ভাল নাপাও। নিজে হলেহে ভাল লাগিল হৈ ।এইটু হল এটা ভয়ানক ৰাজনীতি ।
@RupjyotiBora-hn1db
@RupjyotiBora-hn1db 18 дней назад
বিজেপি দিনত গুৱাহাটীত বানপানী হৈছে কিন্তু কঙ্গেছৰ দিনত কি বানপানী হোৱা নাছিল নেকি ? নিতুমনিয়ে কোন দিশে শোৰ মিলাইছে তাত কোনো সন্ধেহ নাই ❤
@NirmolRay118
@NirmolRay118 14 дней назад
কংগ্ৰেছে একোডাল কৰিব ই নোৱাৰিলে।কেৱল দূৰ্নীতি।
@sewaliborgohain5955
@sewaliborgohain5955 19 дней назад
B J P r dorjai nai
@rationale-point3023
@rationale-point3023 19 дней назад
আলুৰ দাম কিলো ৩০টকা, পিয়াজ কিলো ৪০টকা এই বোৰ BJP য়ে আমাক দিয়া গ'ল।কি যে হ'বলৈ গৈ আছে!!!!হায় হায় বিজেপি।
@user-to1mm5yw7m
@user-to1mm5yw7m 21 день назад
BJP hataw
@satyendas4233
@satyendas4233 19 дней назад
Only for BJP
@hemantamahanta5578
@hemantamahanta5578 20 дней назад
গোৱালা সাপ
@funnyshots461
@funnyshots461 18 дней назад
ইহঁতৰ দলৰ মুৰব্বী যেনে ফকতীয়া মন্তব্য কৰে ইহতৰ দলৰ সকলো নেতা পোৱালী নেতা সদস্য সকলো একে।
@rajgoswami9980
@rajgoswami9980 18 дней назад
Ynaror trinomul voter bilkor bjp hatao podokhep dekhisu.
@riturajglobal3412
@riturajglobal3412 19 дней назад
Bjp jindabad
@AbulSarkar-zw7js
@AbulSarkar-zw7js 18 дней назад
যি দলৰ নিতী নিৰ্মল সৃষ্টি কাৰৰ নিৰ্দেশানুযায়ী সৎ চৰিত্ৰ প্ৰাপ্ত সেই দলে এই কথা সদৰি নিজে কৰিবলৈ সাহস নাপায়,সৎ চৰিত্ৰ ই ধৰ্ম, আৰু সৎ দলৰ সপক্ষ স্বয়ং জন। গতিকে তেওঁ লোক জয়ী হব ই।আকৌ অসঙ্কাৰেই পতনৰ মূল। মানুহ জগত নামৰ বজাৰলৈ পঠিয়ালে বজাৰ কৰিবলৈ কি বজাৰ,মানুহ মানুহৰ মঙ্গলৰ হকে নি সাৰ্থ ৰূপে প্ৰয়োগকাৰ কৰনেই বজাৰ কৰন। হিঙ্সা তেতিয়াহে কৰিব পাৰে যেতিয়া হিঙ্সানামৰ দুষ্ট প্ৰবৃতিৰ নিৰ্দেশ নত শিৰে মানি লয়,এই হিঙ্সা,লোভ লালসা,খঙ্,কাম,মদ,মাতসৰ্য,ইহতেই মানুহৰ শত্ৰু, ইহঁতে মানুহক লাজত পেলায়, বিপদতো পেলায়, মিছা মাত মতায়, ফাকি দিয়ায়, ইত্যাদি বিভিন্ন উপায়েৰে মানুহৰ ক্ষতি সাধন কৰে। ঞ্জানী জন জানে কাৰণে সিহঁতৰ ক্ষতি সাধন কৰিবলৈ সক্ষম নহয়। ঞ্জানী সকলে এইবোৰ জন্তুক আতৰাই ৰাখে। অবশ্যে ৰাজনিতী কৰিবলৈ হলে কূটনৈতীৰ প্ৰয়োজনাছে।
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 21 день назад
১৪ টকা গল দিছে বিজেপি এ‌ ।হাহিহে উঠে । তাৰমানে কিবা ৰিগিউ তিগিঙ কৰি , লেঙ চেঙ মাৰি গল দিছে নেকি , নহলে ইমান confidence কেনেকৈ ? দুই নমবৰি কৰিছে চাগে‌!
Далее
КВН 2024 Высшая лига Первая 1/4
1:47:58
Что за бренд? Supertype
01:00
Просмотров 216 тыс.
Now He’ll Never Leave😭
00:36
Просмотров 10 млн
DINLIPI WITH ATANU BHUYAN || EPISODE OF MAY 9 PART 1
14:07
КВН 2024 Высшая лига Первая 1/4
1:47:58