Тёмный

" নিয়ৰৰে ফুল " ( ORIGINAL VERSION) কন্ঠ ভূপেন হাজৰিকা ,সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা 

dhruba deka
Подписаться 57 тыс.
Просмотров 19 тыс.
50% 1

Опубликовано:

 

8 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 19   
@gunanidhimahanta147
@gunanidhimahanta147 2 года назад
সদায় মনত প্ৰতিধ্বনি হৈ থকা সুধাকণ্ঠৰ চিৰ যুগমীয়া গীতৰ মন পৰশা ছন্দ।
@tankeswarsonowal8473
@tankeswarsonowal8473 Год назад
কিযে মনপৰশা গান ! সংগ্ৰাহকলৈ অশেষ ধন্যবাদ !
@h34852
@h34852 Год назад
স্বাগতম্
@uttamkumarroy2583
@uttamkumarroy2583 2 года назад
অতিশয় সুন্দৰ সংগ্ৰহ। সুপ্ৰতিষ্ঠিত গীতিকাৰ নৱকান্ত বৰুৱা দেৱৰ দুজনী জীয়েকৰ সৰুজনীৰ নাম আছিল আইনু। এজনী ছোৱালীৰ অকাল বিয়োগত সৃষ্টি হ'ল এই কালজয়ী গীতটি।এপাহ ফুলিল আৰু এপাহ সৰিল। সেই সৃষ্টিক সুধা কন্ঠ,সুৰ সম্ৰাট ড:ভূপেন হাজৰিকা দেৱে কন্ঠেৰে চিৰসেউজ ৰূপ দিলে।মূল গীতটি শুনিবলৈ পাই আপ্লুত হলোঁ। ধন্যবাদ জনাইছোঁ।
@h34852
@h34852 2 года назад
এই গীতটো ৬০ ৰ দশকৰ গীত । নবকান্ত বৰুৱাৰ জীয়েকৰ মৃত্যু হৈছিল ২০০০ চনৰ পিছত । নবকান্ত বৰুৱাৰ সৰু জীয়েকৰ নাম জুনুকা । আইনু ডাঙৰ জনী জীয়েক । তেওঁ বৰ্তমান জীবিত ।
@uttamkumarroy2583
@uttamkumarroy2583 2 года назад
@@h34852 হয়। অনিচ্ছাকৃত ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ
@bonjitborthakur6517
@bonjitborthakur6517 4 года назад
কণ্ঠ মধুৰতা , মায়াৱী সুৰ আৰু কথাৰ অপুৰ্ব মিলন এই গীত। সুন্দৰ সংগ্ৰহ।
@anilmahanta9399
@anilmahanta9399 3 года назад
Gift of god. ......So sweet............
@bedobratbharali1455
@bedobratbharali1455 Год назад
GOD gifted song
@binoddeka2947
@binoddeka2947 4 года назад
সুন্দৰ
@deboborah3947
@deboborah3947 2 года назад
এইটো বেছি ভাল লাগে।
@kapilsekhar7338
@kapilsekhar7338 5 лет назад
It is so heart touching sobg..the story behind d song is very tragic..it is written when the poet had lost his child....
@h34852
@h34852 5 лет назад
No , This is wrong . This song was. Wrote by Nabakanta Baruah at early 70' s . But he lost his daughter after 90' s.
@bhesojbaruah8725
@bhesojbaruah8725 3 года назад
এদিন যেতিয়া নৱকান্ত বৰুৱা চাৰ ঘৰ আহি সোমাইছিল তেখেতৰ ছোৱালী আইনুৱে কৈছিল - " ডেউতা ডেউতা মই সৌ পাহাৰটৌৰ ওপৰত গৈ ডাৱৰৰ লগত খেলি আছিলো " তেতিয়া আইনু সৰু আছিল -মুকুল বৰুৱা আহিছিল সিদিনাই ....তেখেতক কবিতাটি দেখুওৱাত সুৰ কৰি পেলালে আৰু ভূপেনদাই কণ্ঠ নিগৰাই আকাশবাণী যোগে সম্প্ৰচাৰ কৰিলে !! গীতটি সম্পৰ্কীয় কথাবিলাক নতুনৰ মাজৰ বহুতেই শুদ্ধকৈ নেজানে, বিভিন্ন সময়ত দেখা পোৱা গৈছে এই গীতটি আন কাৰোবাৰ নামহে গীতিকাৰ বুলি টানি অনা হৈছে !! আমাৰ অসমীয়া গীতিসাহিত্যৰ মহীৰূহ সকলৰ পৰিচয় সদায় যেন নবপ্ৰজন্মৰ মাজত শুদ্ধকৈ থাকে এই উদ্দেশ্য আগত ৰাখিয়েই কথাখিনি কৈছো ।।
@nailinichowdhury8770
@nailinichowdhury8770 2 года назад
CLASSIC COLLECTION
@bhesojbaruah6265
@bhesojbaruah6265 6 лет назад
ভূপেনদাৰ প্ৰতিটো গানেই অনন্য
@dhirendeka2690
@dhirendeka2690 3 года назад
গীতটোক পুনৰ এবাৰ প্ৰণাম জনাইছোঁ
@bhesojbaruah6265
@bhesojbaruah6265 3 года назад
গীতটি আজি (২৫-০২-২০২১)আকৌ এবাৰ শুনিছো ।
Далее
НАШЛА ДЕНЬГИ🙀@VERONIKAborsch
00:38
Просмотров 303 тыс.