Тёмный

নেত্ৰকাই জমনিয়ে হাজাৰ দৰ্শকৰ মুহিলে মণ😍🤣|Netrakai Bhawna|Khandamarka|Nrishingha murari|Bhawna|Vauna 

SUMIT SAIKIA OFFICIAL
Подписаться 191 тыс.
Просмотров 262 тыс.
50% 1

অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ হাজৰিকা ওৰফে নেত্ৰকাইৰ ভাওনা😍🥰
চৰিত্ৰ-ষণ্ডাৰ্মক
নাট-"নৃসিংহ মুৰাৰি"
(বটবৃক্ষ শিল্পী সমাজ,শিৱসাগৰ)
সেৱকী-হৰনাথ দাস ও পৰিয়ালবৰ্গ
স্থান-ৰূপহীমুখ, পথলিয়াল বৰনামঘৰ,শিৱসাগৰ
#Nrishinghamurari#Bhawna
#Vauna
#Bhauna
#AssameseBhawna
#NetrakaiBhawna

Видеоклипы

Опубликовано:

 

29 сен 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 170   
@culturewithneel
@culturewithneel 10 месяцев назад
ইয়াকে কয়, আত্মমৰ্যদা আৰু ভাওনা সংস্কৃতিৰ সন্মান ৰাখি ভাও কৰা। ভাওনাই মাজে মাজে চৰিত্ৰ অনুসাৰে বহুৱালি বিচাৰে, কিন্ত ফতুৱামি নিবিচাৰে । ধন্যবাদ নেত্ৰকাই ভাওনাৰ শালীনতা বজাই ৰখা বাবে। ❤🙏
@RajaBorah739
@RajaBorah739 2 месяца назад
নেত্ৰকাইক অশেষ ধন্যবাদ মাতৃ-ভাষা নাট ভাওনাক আকোৱালি অভিনয় কৰাৰ বাবে । কিন্তু তেওঁ অধ্যয়ন কৰিলে বেছি ভাল হয় ,, নাটকৰ মতে যিহেতু বছন সমূহ হোৱা নাই গতিকে নাটকৰ লগত সংঘতি ৰাখি বছন সমূহ গাব লাগে । বাকী ভাল হৈছে ❤
@sanjibdas5636
@sanjibdas5636 10 месяцев назад
নাট্যগোষ্ঠীক দোষাৰোপ কৰা নাই ৷ নৃসিংহ অৱতাৰ ভাওনাভাগিক সকলোৱে শ্ৰদ্ধা কৰে ৷ কিন্তু নাটকৰ মতে একো হোৱা নাই৷ ভাওনা নে চিনেমা প্ৰৱেশ কৰিছে নে পল মাৰিছে বুজি নাপালো ৷ সংস্কৃতি জীয়াই ৰাখক ৷ গুৰুজনাৰ অৱদান ৷ যদি ভূল হৈছে ক্ষমা কৰিব ৷ কৃষ্ণ, কৃষ্ণ
@user-vh4sw2hw5p
@user-vh4sw2hw5p 10 месяцев назад
হয় হয়
@Bikram_saikia123
@Bikram_saikia123 10 месяцев назад
👌👍🏻🙏🙏🙏🥺
@GauravHazarika-wz4du
@GauravHazarika-wz4du 10 месяцев назад
Um হয় হয়
@user-vj2kb1sb8k
@user-vj2kb1sb8k 10 месяцев назад
হয় , আপুনি ঠিকেই কৈছে । এইয়া ভাওনা নে কি ? গুৰুজনাৰ অৱদান আমি সকলোৱে সন্মান কৰোঁ ।
@brojenkhargharia15
@brojenkhargharia15 10 месяцев назад
Vare good
@digantaborah9489
@digantaborah9489 10 месяцев назад
গ্লেমাৰ আৰ্টিষ্ট মাটি আনি ভাওনা বোৰ কিয় আধ্যাত্মিকতাৰ দিশতো বেয়া কৰিছে। এইবোৰ দৰশক গোটোৱাৰ চালাকি। কৃষ্ণ কৃষ্ণ।
@user-sg2ud1js6v
@user-sg2ud1js6v 10 месяцев назад
গুৰুজনাৰ কৃষ্টি বজাই ৰাখক। কৃষ্ণ
@Dhurba03
@Dhurba03 10 месяцев назад
নাটকৰ মতে হব লাগে, গুৰু জনাৰ ভাওনা ভাগিক আধুনিকতাৰ ৰং হানিব নালাগে, ভূল হ'লে ক্ষমা কৰিব🙏 কৃষ্ণ🙏
@brojenkhargharia15
@brojenkhargharia15 10 месяцев назад
Very good
@anujpathak661
@anujpathak661 10 месяцев назад
Thik koise......
@majuliriturajvlog123
@majuliriturajvlog123 10 месяцев назад
কৃষ্ণ জয় নৃসিংহ প্ৰভু
@rajibneog8473
@rajibneog8473 10 месяцев назад
বৰ সুন্দৰ হৈছে
@PapuBoruah-bj8lo
@PapuBoruah-bj8lo 10 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
@user-tj8xu7vz6r
@user-tj8xu7vz6r 10 месяцев назад
সুন্দৰ হৈছে ❤❤🌹🌹🌹🌹🌹💜💓💓💗💗💗💖💝💝💘🙏🙏🙏👍👍👍👍🌷🌷🌷🌺🌺🌷🥰😍🤩🎉😢😮
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@dekadasdekap4672
@dekadasdekap4672 10 месяцев назад
Sonder hoisa bohut vall lagil sai👍🌺💐🌹🥀🌷🌸🍁🍂🌼🍀🪴🌵🌴🌳🌳
@dipankarbora2081
@dipankarbora2081 10 месяцев назад
গুৰুজনাৰ মহান নাট ভাগি পৰিবেশন কৰোতে শব্দ শৈলী ভাষা ব্যক্ত কৰাতো নাটকৰ মতে হোৱা উচিত 🙏
@robinborah5848
@robinborah5848 10 месяцев назад
Sundar sahab bhut Sundar avinoi salut ❤
@Rituraj-br3gr
@Rituraj-br3gr 10 месяцев назад
ভাওনা সংস্কৃতি অসমীয়াৰ প্ৰাণ ..... সুন্দৰ হৈছে, বেয়া হোৱা বুলি কব খোজা নাই, কিন্তু কিছূমান বাৰেবিংকৰা শব্দ ব্যৱহাৰ কৰি মূল বিষয়বস্তুক গুৰুত্ব নিদিয়া টো ভুল হৈছে😢 কাৰণ এইবোৰ যদি ভৱিষ্যত প্ৰজন্মই কি শিকিব..? কি বুজিব...? 😢 আশা কৰোঁ ভৱিষ্যতে অভিজ্ঞ ব্যক্তি সকলে আঙুলিয়াই দিয়ে এনেবোৰ দিশ......😢😢
@anjan490
@anjan490 16 дней назад
ভাওন চাবলৈ লাজ লাগিছে, 🙏🙏🙏
@puspabora9848
@puspabora9848 10 месяцев назад
Bhut bhal lagil ❤😍😍👍👍
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@probitrabora3844
@probitrabora3844 10 месяцев назад
ভাল হৈছে দাদা
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@palashbhuyan1503
@palashbhuyan1503 10 месяцев назад
ভাওনা নাট ভাগত যি বচন আছে সেইয়া কব লাগে, অভিনয় ভ্ৰাম্যমান জগতলৈ গুচি গৈছে , এনেকুৱা মানুহ মাতিলে ভাওনা ভাওনা হৈ নাথাকিব, এওঁলোক একমাত্ৰ চিনেমা ভ্ৰাম্যমান জগতৰ কাৰণেহে
@brojenkhargharia15
@brojenkhargharia15 10 месяцев назад
Vare good
@manashjyotiboruah661
@manashjyotiboruah661 10 месяцев назад
Bor dhuniya lagise
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@ujonirswapnil647
@ujonirswapnil647 10 месяцев назад
Full vawna lge dada 🙏😍😍❤❤plz dibo
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
Diya hol
@crazygamer4661
@crazygamer4661 10 месяцев назад
নেএ কাই সুন্দৰ লাগিল❤❤❤❤❤
@BishawjitNeog-ub3mh
@BishawjitNeog-ub3mh 10 месяцев назад
Mojja hoise kali goisilu
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@AbinashKachari-pv8fc
@AbinashKachari-pv8fc 9 месяцев назад
Very nice 👌 👍
@rupjyotirajboruahboruah9682
@rupjyotirajboruahboruah9682 10 месяцев назад
Polakh da jui 😂
@samirgogoi-iv7lu
@samirgogoi-iv7lu 10 месяцев назад
বহুত সুন্দৰ হৈছে ❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@bastabdas1221
@bastabdas1221 10 месяцев назад
👏👌
@bhrigukalita6479
@bhrigukalita6479 10 месяцев назад
সুন্দৰ
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@prodipdutta9794
@prodipdutta9794 10 месяцев назад
❤❤❤❤
@jatinborgohain587
@jatinborgohain587 10 месяцев назад
❤❤❤❤❤
@kalita170
@kalita170 10 месяцев назад
❤❤❤
@user-tj8xu7vz6r
@user-tj8xu7vz6r 10 месяцев назад
সুন্দৰ হৈছে ❤❤🌹🌹🌹🌹🌹💜💓💓💗💗💗💖💝💝💘🙏🙏🙏👍👍👍👍🌷🌷🌷🌺🌺🌷🥰😍🤩
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@putumaibora9829
@putumaibora9829 10 месяцев назад
হেঁপাহৰ হিয়া খন অনেক শিপাই সাৱতে মস্তিষ্কৰ কুঁহে কুঁহে বাঢ়ি আহে সপোন যেন দিশে দিশে পূৰ্ণ জীৱন যাপন মানৱতা হৃদয়ৰ পৰা হৃদয়লৈ শিপাই শিপাই গুঠে বণী আদিৰ পৰা অনন্ত লৈ গঢ়ি উঠে জোনৰ পোহৰত অলেখ সপোন নিশাৰ আকাশত তৰা টিপ টিপ জিলিকে ৰবিৰ কিৰণত শ্ৰমৰ কঠিয়া ভৰি পৰে জীৱনৰ প্ৰমূল্য যেন মুকুতা দৰে ইতি তোমাৰ মৰমৰ বন্ধু প্ৰিয়ে মোৰ মৰম আৰু হৃদয়ৰ ভাষা চিৰ যোগমিয়া চিঠিৰ ভাজে ডাজে পাবা বন্ধু মধুৰ প্ৰিয়ে প্ৰথনা ❤❤
@gogoiofficialm
@gogoiofficialm 10 месяцев назад
@bikashdutta4968
@bikashdutta4968 10 месяцев назад
Hundor
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@amalchandrakalita2819
@amalchandrakalita2819 10 месяцев назад
Val lagise
@Copyright_vlog
@Copyright_vlog 10 месяцев назад
First comend
@user-gh9ie7sm1d
@user-gh9ie7sm1d 7 месяцев назад
❤❤❤❤❤❤❤
@GuruBora-uf2py
@GuruBora-uf2py 10 месяцев назад
Hosake vall lagile dai
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
ধন্যবাদ
@user-iq4lq4hz1y
@user-iq4lq4hz1y 10 месяцев назад
নাটকৰ মতে অভিনয় হব লাগে
@santanatamuli5236
@santanatamuli5236 10 месяцев назад
So nice ❤
@axomiyaloraprince
@axomiyaloraprince 10 месяцев назад
🙏
@g2hamguriaxom594
@g2hamguriaxom594 10 месяцев назад
Full video lage de dada আৰম্ভণি পৰা শেষৰ লৈকে 😊
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
পাব সোনকালে
@g2hamguriaxom594
@g2hamguriaxom594 10 месяцев назад
@@sumitsaikiaofficial2991 ধন্যবাদ ৰৈ থাকিম 😌♥️
@user-mh3ql6wz7l
@user-mh3ql6wz7l 10 месяцев назад
গুৰুজনাৰ কৃষ্টিক অখুণণ ৰাখক।
@debsaikia9337
@debsaikia9337 10 месяцев назад
🙏🙏🙏
@narenmorang1102
@narenmorang1102 10 месяцев назад
😅 ❤
@romoniboruah2099
@romoniboruah2099 9 месяцев назад
Val
@user-py1in3ir3d
@user-py1in3ir3d 10 месяцев назад
Nice video
@digonboro6242
@digonboro6242 10 месяцев назад
🎉
@user-bh9nq6rp3n
@user-bh9nq6rp3n 6 месяцев назад
🙏🏼🙏🙏
@user-bh9nq6rp3n
@user-bh9nq6rp3n 6 месяцев назад
কৃষ্ণ
@nilashgogoi8679
@nilashgogoi8679 10 месяцев назад
Namaste namaste 🙏
@awesomethoughts5674
@awesomethoughts5674 10 месяцев назад
Alp bohuwali val kintu atimatra akhalin pontha bur val nohoi khul kot vorai aitu natok r ango nohoi asolote comedy kora manuh VCD te val lage
@sajagbora
@sajagbora 10 месяцев назад
😂সত্যৰ সদায় জয় প্ৰহ্লাদে লিখিছিল 😂, সংস্কৃতি শেষ কৰিলে , গুৰু জনাৰ অপূৰ্ব সৃষ্টি ভাওনাৰ এই অৱস্থা , শুক্ৰাচাৰ্যৰ দুই তনয়ৰ বৰ্ণনা এই ধৰণৰ কেতিয়াও নাছিল ।
@sanjibbora1789
@sanjibbora1789 10 месяцев назад
সঁচাকৈ শুক্ৰৰ তনয় এনেকুৱা ই আছিল নি বাৰু?
@rituponsharma8855
@rituponsharma8855 10 месяцев назад
শাস্ত্ৰৰ মতে ষণ্ডাৰ্মক হল পণ্ডিত ।
@himnextgen3093
@himnextgen3093 10 месяцев назад
শুক্ৰৰ tonoi,,hikhok doitor ,,, ইমান tulunga nohoi
@Anga904
@Anga904 10 месяцев назад
Amar mahi hotor goar vauna
@SouravjyotiDass-sv2ww
@SouravjyotiDass-sv2ww Месяц назад
ভাওনা ‌ভগৱানৰ লীলা ইয়াত কিহৰ ধেমালি
@nayandutta2495
@nayandutta2495 10 месяцев назад
তাহানিৰ গুৰু বিলাক জানো ইমান পাতল আছিল।।
@nayansaikia3643
@nayansaikia3643 10 месяцев назад
Val hoise kintu natok khnr dore Boson gua hole val asil 😢 oti val dekhuabo gole enekua hoi so okn vabi sabo 😢
@user-fu4bp1li4v
@user-fu4bp1li4v 10 месяцев назад
আধুনিকতাৰ ৰহণ সানি বহুত এ বেয়া কৰী পেলাইছে ভাওনা খন😢 অসমীয়া জাতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে ভাওনা 🙏 কিন্তু ভাওনা খন অলপ পৌৰাণিক কৰিবলৈ চেষ্টা কৰক ❤ বহুত শুভেচ্ছা থাকিল ❤🙏
@romenjit7549
@romenjit7549 9 месяцев назад
Comedy alop lage vaal hoise
@user-hu9cf7il7m
@user-hu9cf7il7m 8 месяцев назад
😂😂😂
@gorisutradhar2942
@gorisutradhar2942 10 месяцев назад
🔔🔔🔔🔔👈
@kaustovtamuly4924
@kaustovtamuly4924 10 месяцев назад
ভাওনা ক ভাওনা হৈ থাকিবলৈ দিওক ।বেছি বহুৱালি ভাল নহয়। আৰু এইবোৰক কেইলে মাতে। আজি কালি এই নাট ভাগৰ সর্ণ্ডা মৰ্ক চৰিত্ৰ ভাগ বেছি বহোৱালি কৰি বলে ধৰিলে। উদাহৰণ স্বৰুপে যদি এখন স্কুল শিক্ষককে ফটোৱা কৰে তেনেহলে ছাত্ৰ ছাত্ৰী এ কি শিক্ষা লব। ইহঁতে গুৰু জনা সংস্কৃতি বর্বাদ দিলে😡
@bishaldas3326
@bishaldas3326 10 месяцев назад
Digital vauna
@user-ko9ie1gk9s
@user-ko9ie1gk9s 2 месяца назад
চৰিত্ৰকেইটাৰ গাম্ভ্ৰীৰ্য অটুত ৰখা উচিত।
@KhirodKalita-nb8tg
@KhirodKalita-nb8tg 10 месяцев назад
Too much
@jogenkoch7828
@jogenkoch7828 10 месяцев назад
ষণ্ডা মৰ্ক নামে দুই শুক্ৰৰ তনয়। দুয়োজন পণ্ডিত।
@Madboy820
@Madboy820 9 месяцев назад
Vaonar dore loganai.
@rajibraktimcreations2884
@rajibraktimcreations2884 10 месяцев назад
নিসন্দেহে অৰুণ হাজৰিকা এজন ভাল অভিনেতা । কিন্তু ভাওনাৰ ক্ষেত্ৰত মানি লব নোৱাৰি । প্ৰৱেশত তাল মান একো নাই । সংলাপ বোৰ কোন খন নাটৰ মতে কৈছে ? তদুপৰি ষণ্ডামৰ্ক দুজন শিক্ষাগুৰু । ইমান তৰল অভিনয় ভাল নালাগে ।
@Bikram_saikia123
@Bikram_saikia123 10 месяцев назад
ভাওনা সংস্কৃতিত🤔 ফতোৱা নহয় 🙏🙏🙏🙏
@ManujSoukadhara-bg7zl
@ManujSoukadhara-bg7zl 10 месяцев назад
Doin anyabad,krishno.krinhno
@paranjyotiborah1504
@paranjyotiborah1504 10 месяцев назад
Val hoise bohut but vauna bolia aami so okmn jen korbat xudhorabo loga ase tenekua onuvob hoi monot ,khyoma koribo jodi vul hoise
@BHASKAR_PRITOM
@BHASKAR_PRITOM 10 месяцев назад
বেয়া comment কৰিব ও ইচ্ছা যোৱা নাই ভাল হৈছে বুলি নাভাবিব 🙏
@midhulmidhul1936
@midhulmidhul1936 10 месяцев назад
😂🎉😢
@pritimalalagasupayeng4675
@pritimalalagasupayeng4675 10 месяцев назад
ভাওনা যেন নাই লগা।। পুচুৰি কৰা যেন hyse
@ujonirswapnil647
@ujonirswapnil647 10 месяцев назад
পুচুৰি নহয় ফুচুৰি 😂
@user-yx5cg9fb1s
@user-yx5cg9fb1s 10 месяцев назад
Heyri n Kai apuni bhauner mukhya Charitra abhinoi kariba
@shoundaryasvlog2012
@shoundaryasvlog2012 10 месяцев назад
ভাওনা টীমবোৰে যে ষণ্ডা মৰ্কক বহুৱা কৰি কিয় উপস্থাপন কৰে
@simantasaikiaofficial9196
@simantasaikiaofficial9196 10 месяцев назад
কাৰ মুৰটো কৰিছে কেলা...নাটভাগক যিমান শ্ৰদ্ধা কৰি ভাওনাভাগ কৰে....এই গৰুবোৰক কিয় মাতে ফকতীয়া কৰিবলৈ । নাটৰ মতে হব লাগে....। শুক্ৰাচাৰ্যৰ পুতেক তপা আছিল নেকি...। সকলোতে মানুহে আদৰি নলয় । বাল কৰিবলৈ মাতে এইবোৰক
@proytyutrajkhowa
@proytyutrajkhowa 10 месяцев назад
আচলতে এই চৰিত্ৰ দুটি ইমান পাতল হয় জানো?🤔
@bijitsaikia8890
@bijitsaikia8890 10 месяцев назад
নেত্ৰ দাক বহুত ভাল পাওঁ কিন্তু তেওঁ ভাওনাৰ নামত বহুৱালি কৰাটো ভাল নাপালোঁ পণ্ডিতৰ ভাও দিছিল তেওঁ কিন্তু পণ্ডিতৰ প টোৱো তেওঁ বুজি নাপালে
@santoshdadhara3040
@santoshdadhara3040 10 месяцев назад
তাল মান বোলা বস্তোটো ধোঁৱা চাঙত উঠালেগৈ । প্ৰবেশ কৰিলেনে পলহ বালে ? বচনৰ কথা কবলে থাকিলেই ।
@user-oy6ue4cj8p
@user-oy6ue4cj8p 10 месяцев назад
দৈত্যৰ সন্তানৰ গুৰু জন এনেকুৱা হয় জানো.. গুৰুক কিয় এনেদৰে ভাঙনাত উপস্থাপন কৰা হয়. জানেনে কোনোবাই
@bhikhonmuhon7009
@bhikhonmuhon7009 10 месяцев назад
ভাওঁনা ভাওঁনা স্হানত ৰৈ থকা নাই, পচলাৰ জোনে নাজানে যুতি, তাক পুতিবলৈ দিয়ে ভোজৰ খুটি।
@bijubharali8484
@bijubharali8484 10 месяцев назад
সেই ফটুৱা বোৰক নানিলে সংস্কৃতি ৰব নহলে অপসংস্কৃতি হব।
@pranjalopratim1070
@pranjalopratim1070 10 месяцев назад
কেৱল সংলাপ যদি শুনা যায়, থিয়েটাৰ নাটক চলি আছে বুলি ভাবিব! এই চৰিত্ৰ কেইটাৰ লিখিত সংলাপ নাথাকে নেকি, এখন শিক্ষা দিয়া ঠাই এনেকুৱা ফটোৱা হয় জানো, আমি এই দৃশ্য ৰাজিৰ ৰসৰ সলনি কৰিব নোৱাৰো নে!
@prasannabora7644
@prasannabora7644 7 дней назад
Apuni enekuwa video upload dise.....Kintu manuhe je homalusona korise....heituk lpi gurrotto nai...Views puwar akhat video tu thoi dise
@bhairabjyotibhuyan8628
@bhairabjyotibhuyan8628 10 месяцев назад
ভাল‌ হৈছে। কিন্তু ভাওনাৰ সংলাপৰ পৰা আতৰি আধুনিক অৰ্থাৎ সহজতে চিনেমাত কথা পতাৰ দৰে হৈছে।
@sudiptasharma1060
@sudiptasharma1060 10 месяцев назад
প্ৰায়ে বিকৃত অৱস্থাত দেখা পাওঁ এই চৰিত্ৰ দুটা । তেওঁলোক প্ৰকৃততে কেনেকুৱা আছিল ক'ত লিখা আছে ? এনেকুৱা উপলুঙা কৰি অভিনয় কৰিবলৈ কোনে কৈছিল ? শিক্ষা দান কৰোতাজন অৰ্থাৎ গুৰু এনেকুৱা হ'ব পাৰে জানো ? সমাজত এনেকুৱা মানসিকতাৰ উপস্থাপন এচামে কেনেকৈ কৰিব পাৰে....সলনি কৰিব হ'ল..হাস্যৰস দিয়াৰ বেলেগ উপায়ো আছে এই চৰিত্ৰৰ মাজেৰে । নকৰিবলৈ অনুৰোধ কৰিছো সকলোকে যিয়ে এইধৰণৰ অভিনয়ক শলাগ লয় বা অভিনয় কৰে । গহীনত্ব আনক চৰিত্ৰ দুটাত আৰু তাৰ মাজত অলপ হাস্যৰস ভৰাওক । আৰম্ভণি পৰা শেষৰলৈকে কৰা উপলুঙা বন্ধ কৰক ।
@madhurjyaborah255
@madhurjyaborah255 10 месяцев назад
গুৰুজনাৰ সৃষ্টি ভাওনা ভাগ ভাওনা হৈ থাকিবলৈ দিব লাগে । বহুৱালি বোৰ হলে ভাল নালাগে ।
@debajitsaikia7657
@debajitsaikia7657 10 месяцев назад
গুৰুজনাৰ সংস্কৃতিৰ বজাই ৰাখক আধুনিকতা নকৰিব।। শব্দৰ বোৰ ভাল লগা নাই ,সকলোকে অনুৰোধ যে ভাওনা নামত এনেকোৱা নকৰিব । বাকী ভাল হৈছে ।। বেয়া নাপাব কোৱা বাবে ।। কৃষ্ণ।।
@Adieverything
@Adieverything 10 месяцев назад
অলপ বেছি হৈছে নেকি বাও
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
🙏
@Adieverything
@Adieverything 10 месяцев назад
​​@@sumitsaikiaofficial2991অৰুণ হাজৰিকাৰ ফটোৱা অভিনয় ৰ দ্বাৰা আপুনি ও গুৰু জনাৰ ভাওনা ৰ তাল মানক অপমান ৰ বাবে এইটো ভিডিঅ দিছে ... দুটামান ভিও like ৰ বাবে এনে নকৰিব
@pobontamuli4168
@pobontamuli4168 10 месяцев назад
প্ৰবেশ কৰোতে অসভ্যালি কৰা যেন লগা নাই নে ? গুৰু বুলি কোৱাৰ লগে লগে মন মগজুত শ্ৰদ্ধাৰ ভাৱ উদয় হয় । এতিয়া দেখিছোঁ প্ৰহলাদ চৰিত্ৰ ভাওনাখনত সন্ধামৰ্ক চৰিত্ৰটো "বহুৱালী" লৈ ৰূপান্তৰিত হ'ল ।।
@himanshugogoi5036
@himanshugogoi5036 10 месяцев назад
বিতৰ্ক নহয় ৷ নৃসিংহ মুৰাৰী নাট ভাগত থকা দুটা চৰিত্ৰ ষণ্ডা আৰু অমৰ্ক বহুতে বহুত ভেঙুচালি কৰি কৰে ৷ বহুত বাৰ দেখিছোঁ , শিক্ষা দান কোনসকলে কৰিব পাৰে ? বাস্তৱত অলপ ভাবিলেই কিছুমান কথাৰ উত্তৰ ওলায় ৷ আমি ইমান অভিজ্ঞ নহয় ৷ তথাপিও কিছুমান কথা মানিবলৈ মনে নকয় ৷ বিজ্ঞ সকলৰ পৰা জানিব বিছাৰোঁ শুদ্ধটো ৷ চৰিত্ৰ দুটা ইমান পাতল হয় জানো ? ইমান পাতলামি কৰিব পাৰে জানো ? ইমান আধুনিকতাৰ প্ৰলেপ দিব পাৰে জানো ? সকলোকে কোৱা নাই কিছুমানে অৱশ্যে চৰিত্ৰ দুটা বিশ্লেষণ কৰি নিখুঁট ভাবে কৰিবলৈ চেষ্টা কৰে ৷ অতি মাত্ৰা ভেঙুচালি বন্ধ হোৱাটো বিছাৰোঁ ৷
@pforprafulla..vforvlog.1234
@pforprafulla..vforvlog.1234 Месяц назад
অসমীয়া ভাষাটো লিখোতে ভুলকৈ লিখিলে আমি পঢ়ুৱৈ হিচাপে অকণমান নিজৰে বেয়া লাগে। "মণ" শব্দটো বৰ আচহুৱা যেন লাগিল। মোৰ মতে "মন" হে হব লাগিছিল ।
@mrbairagi3666
@mrbairagi3666 10 месяцев назад
প্ৰৱেশখন শুদ্ধকৈ তালত কৰিলে ভাল লাগিব 🙏 বাকী জ্ঞানীজনে মন্তব্য আগবঢ়াব 😊
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
🙏
@joduborah4896
@joduborah4896 10 месяцев назад
নাটৰ মতে বচন বিলাক হৈছে নে বাৰু , আৰু প্ৰবেশ খন তালত হলে ভাল হয়
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 месяцев назад
🙏
@ankursaikia2857
@ankursaikia2857 18 дней назад
এটা কথা বুজি নাপাঁও ।ৰজাৰ পুত্ৰক শিক্ষা দিয়া এজন মহৰ্ষি সঁচাই এনেধৰনৰ কমেডীয়ান আছিল নে।শংকৰ মাধৱৰ ভাওনাত এই চৰিত্ৰটো হয়টো এনেদৰে উপস্থাপন হোৱা নাছিল।ষন্ডামৰ্ক এজন মহা জ্ঞানী আছিল।এনেধৰনৰ নাছিল
@junkalita7122
@junkalita7122 10 месяцев назад
Rishi munir boson janu anekuwa hoi ... aru rishir probesh janu anekuwa... ovineta holei jihoke monjay takei korib pari neki?
@DebajitGogoi-wu9yt
@DebajitGogoi-wu9yt 10 месяцев назад
Apuni eman ajon dangor avineta hoi najane neki je enakoi vauna apoman koribo nalage buli
@brojenkhargharia15
@brojenkhargharia15 10 месяцев назад
Vare good
@ujutpaldas9001
@ujutpaldas9001 10 месяцев назад
অধিক মিঠাত পৰুৱা বগুৱা নিচিনা হৈছে
@rupomparasar9713
@rupomparasar9713 Месяц назад
Sorito Buji vauna koribo Lage. Fotuami koribo nalage
@ujutpaldas9001
@ujutpaldas9001 10 месяцев назад
ভাওনা নিচিনা লগা নাই
Далее
🤯️ Vini Jr. ✖️ Brahim 🤯
00:13
Просмотров 3,8 млн
ПОМОГЛА НАЗЫВАЕТСЯ😂
00:20
Просмотров 2,5 млн
Phenkhowa ফেনখোৱা-১
48:51
Просмотров 4,8 млн
Stray Kids "MOUNTAINS" Video
3:12
Просмотров 6 млн
OBLADAET, YASMI - YSM PC
2:19
Просмотров 152 тыс.