এইটো ভিদিওত আপোনালোকে পঢ়াবোৰ কেনেকৈ মনত ৰাখিব তাৰ ওপৰত বনোৱা হৈছে। সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ পৰা এইটো ভিদিও বনোৱা হৈছে, মই যেনেদৰে পঢ়ি ভাল ফল পাইছিলো, আপোনালোকেও যাতে তেনেকৈ পঢ়িব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ভিদিওটো আপোনালোকৰ বাবে দিছো।
ধন্যবাদ ।
Instagram Link -
/ _abhi__saikia
Telegram channel link-
t.me/SaikiaAbi...
#exampreparation
14 окт 2024