নমস্কাৰ 🙏
আশাকৰোঁ আপোনালোক ভালে আছে
প্ৰথমতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক, আগৰ videoটোত ইমান মৰম দিয়াৰ বাবে।
আশাকৰোঁ এই video টোত মৰম দিব ।
আজি জুতি ললো পথাৰত ধৰা মাছেৰে এসাঁজ।
এই video টোৰ জৰিয়তে আপোনালোকে কচু শাক, বেলেগ বেলেগ ধৰণেৰে ৰান্ধিব পাৰি তাৰ বিষয়ে জানিব পাৰিব
আশাকৰোঁ video টো চাই ভাল পাব আৰু মৰম দিব 😊💞
background music
bodo No Copyright Songs 2022
(@bodonocopyrightstore)
my old video link • #ঘৰৰ বাৰীতে থকা কেইবি...
4 окт 2024